Bihu Special | ফেনী পিঠা খাইছেনে ?আটাইতকৈ সহজে ২বিধ বিহুতে তৈয়াৰ কৰো আহক!Assamese Ethnic Feni pitha|
HTML-код
- Опубликовано: 5 сен 2024
- #Traditional_feni_pitha_recipe#Taruphukan #Assam
#Bohag Bihu আমাৰ অতিকৈ চেনেহৰ |বিহুতে যদি আমি নৱপ্ৰজন্মক অসমীয়া পৰম্পৰাগত পিঠা-পনাবোৰ চিনিবলৈ বা ৰান্ধিবলৈ শিকাই নিদিওঁ…তেন্তে আনৰ জুতিবোৰহে আকোৱাঁলি ল'ব|বিনম্ৰ অনুৰোধ অসমবাসী ৰাইজলৈ আমাৰ সংস্কৃতিক পাহৰিলে নিজকে পাহৰিব|
যিমানবোৰ জানে বিহুতে উলিয়াই আনক 🙏
অতি সুন্দৰ , বনাৰলৈ চেষ্টা কৰিম
moja
Bhal lagil baideu
মৰম সহ ধন্যবাদ ♥️
Anupar reply dekhi hukhi holu 🥰
Val lagil baidew... Videotu sai.. Moiu aiber bonam... Apuner dore.
মৰম সহ ধন্যবাদ ♥️
অপূব তৰু
কেঁচা পিঠাগুড়ি লাগিব নেকি।
Val lagil
ধুনীয়া বা
Dhunia lagise
ধন্যবাদ বাইদেউ আজি প্ৰথম ফেনিপিঠা দেখিবলৈ পালো
Oti hundor koi bonai dekhuwale dei... 😊
💞🌷Aagontuk rongali Bihur xubhessya jonalo baideu.
মোৰ ফালৰ পৰাও 🌹♥️
অতিকৈ লোভনীয়
Dhunia lagile baideu recipe to.
আপোনালৈ থাকিল বিহুৰ শুভেচ্ছা।
মোৰ ফালৰ পৰাও 🌹♥️
বিহুৰ ওলগ আপোনালৈয়ো জনালো বাইদেউ
বাইদেউ আপোনালৈ ও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
Pithaguri tu kesa ne voja loise baideu
সুন্দৰ বাইদেউ
Xundor pitha recipe apunar.
Bor hundor koi bonai dekhaise 👌♥️ aru aibar bonai Sam baidaw ♥️ logote apunaloi rongali bihur huveshya jonalu ♥️👌💐💐🔱🙏
Val lagise baideu
ধুনীয়া ৰেচিপি
Baaa apunar video sai e bohut pitha bonab xikisu 😇♥️
ভাল লাগিল। নতুন নতুন অন্যান্য ৰেচিপি আশা কৰিলো। আপোনালৈও আগতিয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
ভাল লাগিল পিঠা ৰ ৰেচিপিটো
আগতীয়াকৈ বহাগ বিহুৰ বহুত শুভেচ্ছা জনালোঁ।
বহুত ভাল লাগিল বাইদেও ॥এইবাৰ বিহুত বনাম বুলি ভাবিছো
Nice video
Apunaloiu rongali bihur agotiakoi huvesha jonalu baa ❤️ ..val lagil pitha bonua podhoti2 sai
Very good
আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্চা জনালো বাইদেউ
😋
ভাল লাগিল নতুন পদ্ধতি এটা শিকিলোঁ বাইদেউ।আপোনালৈ ও আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্চা জনালো🙂
ৰঙালী বিহুৰ ওলগ জনালোঁ।
Khub dhunia koi hokolu dekhuala....mur video sabo dei...
ফেনী পিঠা সঁচাই আজি প্ৰথম দেখিলো
Sugar-free pitha bonano son baido.
বাইদেউ ঘৰত আগতে ফেনি পিঠা খাইছোঁ। আমাৰ বৌয়ে বনাইছিল। (দেউতাৰ মাক)। আপুনি আজি আকৌ মনত পেলাই দিলে। ধন্যবাদ। মই বিহু ত বনাম বাইদেউ🙏।
Bor bhal lagel
মা হঁতে আগতে বনাই গুৰ দি
সুন্দৰ বাইদেউ। আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
বৰ ভাল লাগিল বাইদেউ এই বাৰ বিহুত বনাম দেই 💐
বাইদেউ আগতে ফেনি পিঠাৰ খাইছো ।মায়ে গুৰ ৰস দি বনাই আৰু বৰা চাউল পিঠাগুড়ি য়ে । এই বাৰ আপুনি বনোৱাৰ দৰে বনাই চাম ।আপোনালৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ ।আগতিয়াকে ।
Rongali bihu agotiyakoi huvesa jonalu borma.pitheto kiman din thoboloi parim aru seni panikhini thanda hole u hobo neki.besi mithe nohobo janu.