জোনবিৰি পিঠা | সুতুলি পিঠা | junbiri pitha | Hutoli pitha | Bihu special pitha | Xundor recipe

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • #Assamese_traditional_pitha_recipe
    এইকেইদিন বিহুৰ বতৰ ।তাতে ব'হাগৰ বিহু ।সেয়েহে বিহুববীয়া খাদ্যসম্ভাৰ সমূহ আপোনালোকৰ আগত দাঙি ধৰিছো……বহুতো বন্ধু-বান্ধৱী অনুৰোধত ।কষ্ট আছে কিন্তু আপোনালোকক শিকাবলৈ পায় তাতোতকৈ
    সুখানুভূতি আছে …বিহুতে বিহুৰ বস্তু নবনাই কেতিয়াওনো বনাম………মোৰ RUclips channel টো আৰু videoসমূহ কেনে পাইছে /যদি পচন্দ কৰিছে like/comment/share/Subscribe কৰক...
    অতিকৈ আপোন চেনেহৰ বিহুটিলৈ আগতিয়াকৈ শুভেচ্ছা জনালো………

Комментарии • 57