সময়ে বহুতৰ জীৱন সলালে...

Поделиться
HTML-код
  • Опубликовано: 13 янв 2025

Комментарии • 1,1 тыс.

  • @mridulgogoi3457
    @mridulgogoi3457 Год назад +308

    অসমৰ ভাত খোৱা শাক খোৱা নৃত্য কৰা youtuber সকলে এইজনৰ পৰা শিকিব লগীয়া বহুত আছে

  • @mridulduwarah7897
    @mridulduwarah7897 Год назад +129

    অসমৰ Best ইউটিউবাৰ কোন বুলি শুধিলে একেষাৰে কম সময়. শুভকামনা আছে সদায় থাকিব.

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 7 месяцев назад +1

      মুঠৰ ওপৰত সময় হয় সময় গগৈ ভগৱানৰ দিতীয় অৱতাৰ ।মানিছো ।

  • @parthamixarsassam6762
    @parthamixarsassam6762 Год назад +48

    অসমৰ বাকী ইউটিউবাৰ সকলে শিকক এইজন মহান দাদাৰ পৰা। এখেতৰ আদৰ্শ ল‌ওক ।

    • @binagogoi4463
      @binagogoi4463 9 месяцев назад +2

      সময়ৰ একাউণ্টত মই মাহে ১০০/টকাকৈ দিম ।মোৰ শক্তি ইমানেই ।

  • @keshabtamuly6007
    @keshabtamuly6007 10 месяцев назад +14

    শ্ৰীকৃষ্ণ অৰ্জুনৰ মহাভাৰতৰ বাৰ্তালাপ। বহুত বহুত বহুত ধন্যবাদ জনালো আৰু আশীৰ্বাদ থাকিল।

  • @khanindranath1990
    @khanindranath1990 Год назад +77

    এজন প্ৰকৃতাৰ্থত সুন্দৰ মনৰ মানুহ, "সময়" সদায় আগবাঢ়ি যোৱা তুমি ভগৱানে তোমাক আৰু শক্তি দিয়ে, তাকেই কামনা।

  • @gp9537
    @gp9537 Год назад +217

    জোতা যোৰ দাদাৰ পিন্ধি আহিছো...লাজ নকৰাকৈ ইমান সৰলভাৱে কৈ পেলাইছে 👑🙏

    • @akashamchong3394
      @akashamchong3394 Год назад +4

      Love you brother... bohut vl lge tmk... kori jua vl vl Kam....

    • @NeelGogoi-d8n
      @NeelGogoi-d8n Год назад +1

      😂

    • @KushalKalita-q8r
      @KushalKalita-q8r Год назад +1

      Homoy dar kathabilak bohut val lage❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @bhaikonmobilecare3303
      @bhaikonmobilecare3303 Год назад +1

      Hosa monr manuh my bro homoy

    • @awaneeshmahanta2645
      @awaneeshmahanta2645 10 месяцев назад +1

      মই সদায় ছাও বৰ ভাল লাগে আজি দিনত বৰ বিৰল সময়ক আশীৰ্বাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

  • @rikanwar3781
    @rikanwar3781 Год назад +183

    সময় ❤ অসমৰ এজন শ্ৰেষ্ঠ ইউটিউবাৰ, আগুৱাই যোৱা, ভগৱানৰ অৱতাৰ তুমি, সময় সদায় মানুহৰ লগত

  • @Hiya_Maina-w8u
    @Hiya_Maina-w8u Год назад +123

    বৰ্তমান সময়ৰ সচা অন্তৰৰ প্ৰকৃত মানুহ বুলি কবলে হলে "সময়" বুলি কব লাগিব৷৷ ঈশ্বৰে আশীৰ্বাদ কৰক সদায় এনেদৰে আগুৱাই যাওঁক৷৷

    • @MaheshPayeng-g6w
      @MaheshPayeng-g6w Год назад +3

      Very nice

    • @ProtimaDehingia
      @ProtimaDehingia Год назад

      প্ৰতিমা দিহিঙীয়া আশীৰ্বাদ দিছো আৰো আগ। বাৰা

  • @rupjyotisarma7434
    @rupjyotisarma7434 Год назад +15

    আপোনাক প্ৰশংসা কৰিবলৈ ভাষা নাই। ইমান ভাল মানুহ থাকিব পাৰেনে বাৰু!!! ভাবি আচৰিত হৈছো। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @sumubaruah5692
    @sumubaruah5692 Год назад +41

    প্ৰকৃততে মানৱতা এইজন দাদাৰ লগতহে আছে। বহুত বেছি ভাল দাদাজন।❤❤

  • @lizaborthakur8432
    @lizaborthakur8432 Год назад +18

    সময়ে কৰা কামবোৰ দেখি মোৰ দুখ লাগে ইমান খোলা অন্তৰৰ মানুহ আজিও পোৱা যায় । বিপদত পৰা মানুহক সহায় কৰাৰ পিছত কিমান আনন্দ পোৱা যায় নিজে জানো। বহুত ভাল লাগে ।

  • @amyworlds2148
    @amyworlds2148 Год назад +11

    Homoy assam r best youtuber.. tumak vogowan a aru hokti diyok..

  • @GyanBarnil28Vlogs
    @GyanBarnil28Vlogs Год назад +45

    ঊফফফ,,, আজিৰ দিনটোতো যে এনেকুৱা মানুহ আছে। ভগৱান আপোনাক অশেষ ধন্যবাদ প্ৰভূ🙏🙏🙏 চক্ৰপাণি দা তেখেতৰ কাৰণে মই সদায় ধুপ জ্বলাম, কাৰণ সময় দা দীৰ্ঘায়ু হওঁক।। সময় সময়ৰ সৈতে মিলি থাকক।।
    শেষত চক্ৰপাণি দা আপোনাকো বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ কাৰণে ইমান ধুনীয়া এটা অনুষ্ঠান কৰাৰ বাবে🙏

  • @joyprotimsarma8266
    @joyprotimsarma8266 Год назад +15

    মানুহে HOMOY দাদাৰ পৰা বহুত শিকিবলগীয়া আছে ❤

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 Год назад +7

    দুজন সৎ ব্যক্তি গ'ল হৈ কি মে সুন্দৰ আলোচনা।মহৎ উদ্দেশ্য লৈ আগ বাঢ়ি যোৱা ব্যক্তিৰ লগত সদায় ভগৱান থাকে । আলোচনাৰ কথা বোৰ শুনি আবেগিক হৈ পৰিছো। তোমালোকৰ জীৱন বোৰ সুন্দৰ হওঁক। আশীৰ্বাদ কৰিছোঁ, ভগৱানে সু স্বাস্থ্য ও দীৰ্ঘায়ু কৰক তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।সময় সময় সময়

  • @lakshyajyotisaikia6072
    @lakshyajyotisaikia6072 Год назад +23

    দুজন সঁচা অন্তৰৰ মানুহ লগ হৈছে একেলগে ❤❤❤❤

  • @pravachutia931
    @pravachutia931 Год назад +40

    ভগবান মানুহৰ ৰূপত আহে ,সচাঁই তুমি ভগৱান । ৰাইজক সেবা কৰিবলৈ মন্ত্ৰী বিধায়ক নহলেও বহুত কৰিব পাৰে ।লাগে মাথোন এখন বিশাল সিদয । ধন্যবাদ

  • @Sevengamingaxom02
    @Sevengamingaxom02 Год назад +9

    Axomr 1st youtuber with zero nagative comments.....HOMOY IS INSPIRESON OF OUR YOUTH

  • @lekhikaphukon
    @lekhikaphukon Год назад +22

    আনক নিঃস্বাৰ্থ ভাৱে সহায় কৰিব পৰা, বৰ্তমান সময়ৰ সোঁতত পৰি সলনি হৈ নোযোৱা দাদা জন😊🩷 বহুত ভাল লাগে আপোনাক। ইমান সুন্দৰ মনৰ গৰাকী,ভগৱানে সদায় কুশলে ৰাখক❤️

  • @Sanjida156
    @Sanjida156 Год назад +22

    RUclipsr bohut ase.Ghore ghore youtuber buli kole u bea nohoi Kintu eijon r Kotha e Hukia.........Bohit val lora dai kobole word nai.....Belege youtuber poisa pai gari loi,nijor lifet agbahi jai .Kintu homoi e ji korise manuhr ontorot jega paise.Bohut val lagile ❤

  • @ayushdasboro8899
    @ayushdasboro8899 Год назад +9

    ইমান সুন্দৰ মনৰ লৰা বহুত মৰম সময় তোমালৈ৷সদায় কুশলে থাকা সুস্থ হৈ থকা৷

  • @Bastav_Basanta
    @Bastav_Basanta Год назад +30

    সময় গগৈ কিছুমানৰ বাবে ভগৱান 🙏❤️

  • @AmarDas-lh5lg
    @AmarDas-lh5lg Год назад +14

    দুয়ো জন বহুত পিয় ❤❤দুয়ো মনে ভাল ভাল কাম কৰি যক❤❤

  • @utpalgogoi8457
    @utpalgogoi8457 Год назад +19

    পৃথিৱীত জীয়াই থকাৰ সাৰ্থকতা অনুভৱ কৰিছোঁ................ ।

  • @nivagogoi3327
    @nivagogoi3327 Год назад +11

    সময় সদায়েই ৰাইজৰ হৈ আগবাঢ়ি যোৱা।

  • @Xopun_96
    @Xopun_96 Год назад +23

    কবলৈ ভাষা নাই, তোমাক ভগৱানে শক্তি দিয়ক আৰু আগবাঢ়ি যোৱা ।
    এদিন মই ও তোমাৰ দৰে হম ❤

  • @hemantabaruah3693
    @hemantabaruah3693 11 месяцев назад +3

    বহুত বহুত ভাল লৰা,ভগৱানে কৃপা কৰক।সময়ক দুখীয়াৰ বাবেই,মানুহৰ বাবেই পৰমজনে এই ধৰালৈ পঠিয়াইছে।লৰাজন যিমান ধুনীয়া,তেওঁৰ মনটো তাতকৈও বেছি ধুনীয়া।🎉🎉🎉

  • @dokpunmina1505
    @dokpunmina1505 Год назад +10

    সেই সময়ৰ শ্রেষ্ঠ ব্যক্তি জনেই হ'ল সময় গগৈ ৷
    মোৰ খুবে ভাল লগা এজন ব্যক্তি ৷

  • @dulumanirabha7719
    @dulumanirabha7719 Год назад +30

    আপোনাৰ অনুষ্ঠানত দাদাক চাবলে বহুত মন আছিল । আজি দেখি মন ভৰিল । দাদাৰ কামবোৰ দেখি আগুৱাই যাবলৈ সাহস পাওঁ। তেওঁৰ দৰে বহুত বেছি সহায় কৰিব নোৱাৰিলেও কিছু পৰিমাণে হ'লেও সহায় কৰিবলে চেষ্টা কৰো। মোৰ অনুপ্ৰেৰণা তেওঁ লগতে আপুনি । বাৰ্তালাপ সদায় জিলিকি থাকক ।

  • @sovitaboruah2033
    @sovitaboruah2033 Год назад +27

    সময় সদায় সময় হৈথাকক❤

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Год назад +46

    সময় অনন্য। তেওঁ খুউব ভাল কাম কৰিছে। সকলোৱে সময়ক ভাল পায় কাৰণ সময় সকলোৰে নিত্য সহচৰ। তেওঁৰ কল্যাণ হওক।

    • @hansrajgogoi230
      @hansrajgogoi230 Год назад +3

      সময়ৰ দৰে লৰা আমাৰ নাহৰকটীয়াত আছে, বহুত গৌৰৱ অনুভব কৰিছো। বহুত আগুৱাই যাবলৈ আশীর্বাদ কৰিছো। লগতে চক্রপানী পৰাশৰ দেৱক ধন্যবাদ জনালো। 🙏

  • @DarshnadekakalitaDarshna
    @DarshnadekakalitaDarshna 4 месяца назад +2

    ভগৱান ৰূপী সময়.... আমাৰ বাবে এক আদৰ্শ.... বহু শিকিব লগা আছে আমিবোৰে.... পেৰনা পাইছো বহুত❤❤

  • @superhithindisongs3563
    @superhithindisongs3563 Год назад +17

    দাদাৰ উদ্দেশ্য আত্মাৰ সৈতে মোৰ উদ্দেশ্য আত্মাৰ ১০০ শতাংশ ই মিল আছে ময়ো এনেদৰে দুখীয়া লোক সকলক আৰু জীৱ-জন্তুক সহায় কৰিব বিচাৰো, দাদালৈ অশেষ শুভকামনা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤️❤️❤️❤️💚💚💚❤️❤️💜💜💜💜💛💛💛💛

  • @mohantaid2428
    @mohantaid2428 Год назад +11

    সময় দা আগুৱাই যোৱাৰ তাৰে কামনা

  • @BaishaliGogoi
    @BaishaliGogoi Год назад +28

    সঁচাকৈ সুন্দৰ মনৰ অধিকাৰী, তেওঁৰ কামবোৰ সঁচাই বহুত ভাল লাগে। সদাই আগবাঢ়ি যাওঁক তেওঁ। ❤️❤️❤️

  • @kushdeepcreation2852
    @kushdeepcreation2852 Год назад +30

    সময়দাৰ কাৰনে এটা like❤🙏

  • @amordaw3728
    @amordaw3728 Год назад +42

    সময় দা সদায় ৰাইজৰ প্ৰিয় হৈ থাকক❤

  • @kaberimoran5496
    @kaberimoran5496 Год назад +9

    তোমাৰ দৰে মানুহৰ আছে বাবে আমি জীয়াই আছু।ভাইতি তোমি ভালে থাকা।

  • @SusmitaChutia-b3c
    @SusmitaChutia-b3c Год назад +22

    সুন্দৰ মনৰ মানুহ দুজনক ভগৱানে যেন লক্ষ্যত উপনীত কৰাই । কুশলে ৰাখক দুয়োকে🙏🙏🙏

  • @trvstjah2839
    @trvstjah2839 Год назад +15

    'Homoy', a true human being with a golden heart 💛

  • @nabanitaborah1147
    @nabanitaborah1147 Год назад +16

    তেখেতৰ কামবোৰ চিন্তাবোৰ খুব ভাল লাগে। তেওঁক দেখি এনে লাগিছে মোৰ সপোনবোৰ তেওঁ আগতীয়া কৈ আৰম্ভ কৰিছে❤❤

  • @probhatmahanta8387
    @probhatmahanta8387 12 дней назад

    এজন সুন্দৰ মনৰ সঁচা মানৱতা বোধ থকা সুন্দৰ যুৱক ,নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ । ' সময়' তুমি সাৱধানে আগবাঢ়ি যোৱা সফল হবা।

  • @jadabBharali
    @jadabBharali Год назад +10

    ভাল মানুহ বহুত দেখিছো,, কিন্তু ইমান ভাল মানুহ প্ৰথম দেখিছো ❤❤❤।।।

  • @kangkansarma4345
    @kangkansarma4345 Год назад +8

    সময়ৰ মানৱ দৰদি চিন্তা ধাৰা বোৰ বৰ্তমান সময়ত তেনেই তাকৰ। তেখেতৰ কাম বোৰ বহুতৰ বাবে প্ৰেৰণা হোৱা উচিত। ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যে তেখেত ভালে ভালে থাকক আৰু বহুত ভাল ভাল কাম কৰি যাওক

  • @Xyz44ss
    @Xyz44ss Год назад +10

    বৰ্তমান সময়ৰ ভাল কাম কৰি থকা লৰা জন সময় গগৈ❤বহুত বেছি ভাল লাগে

  • @dibyangshusarmahronie3268
    @dibyangshusarmahronie3268 Год назад +19

    সুন্দৰ মনৰ মানুহ
    সময় সদায় অনন্য
    সদায় ভাল হওঁক
    আগুৱাই যোৱা ❤

  • @kaushiksaikia2005
    @kaushiksaikia2005 Год назад +13

    সময় দাদা❤️‍🩹 তুমি সঁচাকৈ বহুত ভাল। ভগৱানে তোমাক সদায় কুশলে ৰাখক❤️‍🩹😊

  • @ranudevimorang9103
    @ranudevimorang9103 Год назад +2

    মানুহে মানুহৰ বাবে ৷ সচাঁকৈয়ে সময় এজন দুখীয়াৰ দেৱদূত ৷ ভাল লাগিল ৷

  • @naomikamarmajuli6367
    @naomikamarmajuli6367 Год назад +4

    ‌সময় তোমাক ভগৱানে মংগল কৰক।তাৰে কামনা কৰো।মাজুলীৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ।আগবাঢ়ি যোৱা।।।।।

  • @parineetaskitchen9383
    @parineetaskitchen9383 Год назад +6

    জীৱনৰ প্ৰতি পল সময় আমাৰ মূল্যবান । অনুস্থানটো ভাল লাগিল । দুয়োজনেই মোৰ প্ৰিয় । শুভাশীষ থাকিল ।

  • @bondanadas7407
    @bondanadas7407 Год назад +22

    সময় ❤খুব সুন্দৰ এটা নাম।।তেওঁ কাম বোৰ বহুত শলাগিব লগীয়া।। তেখেতৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।আৰু ভাল ভাল কাম কৰি যোৱা আমাৰ আশীৰ্বাদ সদায় থাকিব।।👌🙏🙏

  • @bhaskarphukon968
    @bhaskarphukon968 Год назад +9

    ঈশ্বৰ, সময়ৰ সাৰথি হওক,মোৰ ফালৰ মাত্ৰ হিয়া উজাৰি মৰম❤❤

  • @Mamonigogoi-l6c
    @Mamonigogoi-l6c Год назад +18

    সময় , নতুন প্ৰজন্মৰ নতুন পৰিকল্পনাৰ এগৰাকী মহান মনৰ যুৱক৷ মই নাহৰকটীয়াৰ শংকৰদেৱ সংঘৰ অধিবেশনত প্ৰথম দেখিছিলো ভাগৱত ভ্ৰমণত সময়ে ধুনীয়াকৈ কেমেৰা কৰি আছে 🎉🎉🎉

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 7 месяцев назад +7

    আজিৰ দিনত মোৰ হ ওক মোৰ হ ওক আমি 90 শতাংশ ই ভাবো এনে সময়ত সময়ৰ দৰে দেৱতা সদৃশ ল'ৰা এজন আমি দেখা পালো কোটি কোটি সেৱা জাছিলো

  • @indranigogoi4233
    @indranigogoi4233 Год назад +19

    মোৰ খুব ভাল লাগে সময়ক। ভগৱানে সদায় ভালে ৰাখক তোমাক❤🙏

  • @ratanmedak8430
    @ratanmedak8430 Год назад +4

    ইমান ধুনীয়া মনৰ মানুহ তুমি,ভগৱনে তোমাৰ কামক আশীৰবাদ দিয়ক

  • @jubinmili5173
    @jubinmili5173 Год назад +1

    Manujonor kotha bohut vl lge jar nam homoy....osakoi namor lgot kam kore....vl lge homoy

  • @USELESS9707
    @USELESS9707 Год назад +7

    একক,অনন্য আৰু পৃথক।। আগুৱাই যাওক আপুনি।।

  • @dimbeswargogoi1920
    @dimbeswargogoi1920 Год назад +1

    সময় , সময় নামে কামে একে ৷ তোমাৰ বিষয়ে ক’বলৈ হৃদয়ত ভাষাৰ অভাৱ ৷ মূক মৌনতাই মোৰ ভাষা ভাইটি ৷ তুমি বিৰলৰো বিৰল ৷

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Год назад +22

    কমেণ্ট নকৰাকৈ থাকিব নোৱাৰিলোঁ, সময় দা তুমি সচাই মানৱ ৰূপী ভগৱান।মই আৱেগিক হৈ পৰিলোঁ তোমাৰ কথাবোৰ শুনি ইমান ভাল মনৰ মানুহ 😢 তোমাক বহুত ভাল পাওঁ ❤মোৰ মনটোও তোমাৰ দৰেই খং নুঠে কিন্তু বহুত বেছি আবেগিক হৈ পৰো ।। সঁচাই মোৰ ভাষা নাই আজি বুজাবলৈ ভাষাবিহীন তুমি মোৰ বাবে আৰু সদায় আগুৱাই যোৱা তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম 🥰🙏🤗

  • @biplislittleworld5090
    @biplislittleworld5090 Год назад +2

    আত্মকেন্দ্রিক বৰ্তমান সমাজ খনৰ আপুনি এজন ভগৱান ইমান সুন্দৰ মন।

  • @pranami7560
    @pranami7560 Год назад +8

    ভগৱানে আৰু শক্তি দিয়ক তোমাক ভালে থাকা দেই❤❤❤❤❤❤❤❤

  • @dkvvlogs7806
    @dkvvlogs7806 Год назад +1

    Youtub ৰ পৰা সকলো মানুহএ পইচা ঘটিব বিচাৰে বা বহুতে টকা ঘটি আছে, প্ৰথম বাৰৰ বাবে দেখিবলৈ পাইছো যিজন মানুহে মানুহ আৰু জীৱ- জন্তুৰ কাৰণে কাম কৰি আছে। বহুত ভাল লাগিল আপোনালোক দুয়োজনৰ অনুষ্ঠান টো চাই, দুয়োগৰাকী মোৰ মনৰ মানুহ আৰু বহুত প্ৰিও।❤❤❤❤❤

  • @BarnilAssam
    @BarnilAssam Год назад +36

    এই মানুহজন সঁচাকৈ ভাল মনৰ মানুহ ❤❤❤

  • @apurbadutta9448
    @apurbadutta9448 Год назад +4

    সময়ৰ মহান কৰ্ম সমূহলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰো সকলোয়ে মহান কৰ্ম সমূহলৈ সহযোগীতা আগবঢ়াব।
    বাৰ্তালাপৰ এই অনুষ্ঠানটো বৰ ভাল লাগিল। চক্ৰপাণি পৰাশৰ দেৱে বাৰ্তালাপ শ্ৰেণীকোঠাৰ অনুষ্ঠানত সময়ক সকলোৰে লগত পৰিচয় কৰোৱাৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
    পুনৰ দুয়োজনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।

  • @junmoniborah6402
    @junmoniborah6402 Год назад +37

    সময় তুমি আনৰ কাৰনে কৰিছা, তোমাৰ বাবে ভগৱান সদায় আছে। তোমাৰ মা, দেউতা, বহত ভাগ্যবান। ❤❤❤❤❤

  • @hirennathe6185
    @hirennathe6185 Год назад +7

    সঁচাকৈ তুমি এজন সুন্দৰ মনৰ অধিকাৰী।ঈশ্বৰে তোমাৰ মঙ্গল কৰক 🙏🏻

  • @rakeshgam7479
    @rakeshgam7479 Год назад +3

    অসমৰ এজন মহান ইউটিউবাৰ আপুনি ভালে থাকক

  • @mridulpegu9199
    @mridulpegu9199 Год назад +5

    Homoy is a great person ❤ salute you brother 🙏👍😘

  • @rulamonisarmah3758
    @rulamonisarmah3758 Год назад +5

    সময়ৰ কথা বোৰ বৰ ভাল লাগিল বৰ ভাল ল'ৰা তুমি‌ ‌ভাল ‌হক তোমাৰ

  • @dibakarphukan8536
    @dibakarphukan8536 Год назад +1

    সুন্দৰ পদক্ষেপ। লুৰিণজ্যোতি গগৈ দাক লাগে।

  • @PallabiBoruah-u6s
    @PallabiBoruah-u6s Год назад +4

    বহুত ভাল লাগে দুয়ো জনক । লগপোৱা আশা আছে দুয়োকে ।

  • @rabinkalita-zw6st
    @rabinkalita-zw6st 7 месяцев назад +2

    Moromor yutuber ,apnk bhut dhanyabad

  • @bineetahazarika6375
    @bineetahazarika6375 Год назад +4

    "সময় " তোমাৰ আশা বোৰ সম্পূৰ্ণ হওঁক। ইমান positivity... চকু পানী ৰাখিব নোৱাৰিলোঁ

  • @Nirmalisvlog
    @Nirmalisvlog Год назад +20

    ইমান সুন্দৰ অন্তৰ ।❤ ভগৱানে ভালে ৰাখক দুয়োজনকে । 🙏❤️

  • @RajInteriorscreative
    @RajInteriorscreative Год назад +9

    সময় দা সদায় আনতকৈ পৃথক । সময়ে সকলো সলনি কৰি দিব পাৰে।সকলোৰে চিন্তাবোৰ এনেকুৱা হলে অসম খন নতুন ৰূপত দেখিবলৈ পাম। বহুত দিনৰ পৰা তোমাৰ video চাই আহিছোঁ। ❤ From যোৰহাট
    #মানুহে_মানুহৰ_বাবে

  • @usharanirabha8158
    @usharanirabha8158 6 месяцев назад +1

    হৈ সঁচা কথা কলে আপুনি চাৰ লগতে সময় গগৈ ❤

  • @himadriboruah4849
    @himadriboruah4849 Год назад +36

    সময়ে লক্ষ্যস্থানত উপনীত হ‌ওঁক,তাৰ বাবে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ🙏🙏🙏

  • @pravachutia931
    @pravachutia931 Год назад +1

    চক্ৰপাণি পৰাশৰ আৰু সময় এই দুয়োজন বহুত কুমল অন্তৰৰ লৰা । বহুত ভাল লাগে ।মানুহৰ মুখলৈ চালেই গম পোৱা যায় কেনেকুৱা প্ৰকৃতি ওলাই পৰে । ধন্যবাদ

  • @protivadas3486
    @protivadas3486 Год назад +7

    সময়ক সুব সৰুতে দেখা পাইছিলো, এতিয়া চিনিব পৰা নাছিলো, মোৰ লৰাদুয়োটাই মনত পেলাই দিলে, ধন্যবাদ সময়, তুমি ইমান ভাল কাম কৰি আহিছা, আমিও তোমাক সহায় কৰিম বুলি ভাবিছো

  • @bornaligogoi7742
    @bornaligogoi7742 Год назад +2

    ❤ ইমান সৰল আৰু বহল অন্তৰ ৰ মানু্হ জন ভালে থাকক।আগুৱাই যাওক😊

  • @priyojonorbandhun
    @priyojonorbandhun Год назад +6

    বাৰ্তালাভৰ জৰিয়তে সময়লৈ অভিনন্দন যাঁচিলো।সময় তুমি কিতাপো লিখিবা নতুন চামে বহুত সহাৰি পাব।মই তোমাৰ কৰ্ম বোৰ চাই বৰ ভাল পাওঁ।তোমাৰ মালৈ ধন্যবাদ যাঁচিলো ইমান সুন্দৰ মনৰ সন্তান এটা জন্ম দিয়াৰ বাবে।পুনৰ "অভিনন্দন" যাঁচিলো।

  • @rinjugogoi5969
    @rinjugogoi5969 Год назад +7

    খুব ভাল লাগিল অনুষ্ঠানটো। এনেকুৱা ভাল মানুহেৰে অসমখন ভৰি পৰক। সময়ৰ সপোন বোৰ পূৰণ হ ওক , শুভেচ্ছা জনালো।

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 Год назад +14

    ভগৱানে সময়ৰ সকলো আশা সোণকালে পূৰণ কৰি সুসাস্থ্য কৰি ৰাখে যেন ।

  • @LAWRENCE-f5t
    @LAWRENCE-f5t Год назад +4

    ভগবানৰ আন এটা অবতাৰ সময় দা❤❤❤ love you

  • @hirakjyotikalita4491
    @hirakjyotikalita4491 Год назад +4

    Dukhiyak help korok kintu imotional hoi kixumn bodmask jate poisa di bipodt nopore❤..vle thakok apuni.....

  • @karabisaikia8087
    @karabisaikia8087 2 месяца назад

    সুন্দৰ ব্যক্তি সময়লৈ বহুতো শুভকামনা🎉

  • @JintuBorah-eu8cy
    @JintuBorah-eu8cy Год назад +4

    চক্ৰ দা আপুনি চিম্পল আগৰ নিচিনা কৈ থাকিব মুচ খিনি ৰে বিশেষ ভাল নেদেখি বুঢ়া যেন লাগে আৰু চুলি ৰং কৰিব ভাল পাও বহুত আপোনাক হেই বাবে হে কৈছো কথা খিনি

  • @beautigogoi2929
    @beautigogoi2929 Год назад +1

    বেটা তুমি মহান আগুৱাই যোৱা আৰু বহূ দুৰলৈ

  • @prasantabora5047
    @prasantabora5047 Год назад +3

    সময় দাদা এজন সুন্দৰ মনৰ মহান যুৱক। আপোনাক অন্তৰৰ পৰা চেলুট জনাইছো। আপোনাৰ সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। আপুনি আৰু আগুৱাই যাঁওক তাকে কামনা কৰিছো । 🙏🙏🙏🙏

  • @rubiborah3436
    @rubiborah3436 Год назад +3

    তোমালোক দুয়ো জনকে অভিনন্দন জ্ঞাপন কৰিলোঁ। বহুত সুন্দৰ কাম কৰি goisa,ভগৱানে তোমাক শক্তি দিয়ক।এনেকৈ সকলোকে সহায় কৰি যাবলৈ, মোৰ ফালৰ পৰা ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ।❤️❤️🌹🌹❤️❤️

  • @pradipbarman412
    @pradipbarman412 Год назад +4

    আচলতে মানু্হ এই জন হে , সঁচাকৈ বহুত ভাল লাগে দাদা আপোনাক

  • @tarulataborah
    @tarulataborah Год назад +8

    লৰা জনক চিনি নাপাও তথাপিও তেওঁৰ ভিডিঅ’ বোৰ সদাইচাও কাৰন লৰা জনৰ কাম বোৰ ভাল ভাল লাগে লৰাজন লগ পাব মন যায়!

  • @Rajdeepsaikia244
    @Rajdeepsaikia244 Год назад +15

    Next level মই আকদম আবেগিক হৈ গলো 🥺👍🔥🙏মইও আজিৰ পৰা সহায় কৰিব চেষ্টা কৰিম

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux 6 месяцев назад +1

    Val lagil Kathabor huni God bless you ❤❤

  • @nirusaikia7631
    @nirusaikia7631 Год назад +26

    চক্ৰপাণি আৰু সময় দুয়োজন অতিকে আপোন ❤ , চক্ৰ পাণি মানে ভগৱান। সময় , সময়েই অতীত, বৰ্তমান আৰু ভবিষ্যৎ ।সময়ে সকলো সলনি কৰে। তেনেদৰে সময়ে ও সমাজত মানুহ ৰূপে মানুহৰ কাম কৰিবলৈ ভগৱানে পঠিয়াইছে। সচাকৈ পৃথিৱীত মানুহ জন্ম লৈ যদি সাধ্য অনুসৰি সহায় কৰিব পাৰিলেহে মানুহৰ জন্ম লোৱা সাৰ্থক হয় বুলি মই ভাবো।

  • @Jaya-1990
    @Jaya-1990 Год назад +6

    সময়ৰ‌ চিন্তাধাৰাক বহুত বহুত ধন্যবাদ,আচলতে Simple Living High Thinking কথাষাৰ সময় গগৈ লগত মিলে

  • @kashmirnikita4623
    @kashmirnikita4623 9 месяцев назад +1

    কলি যুগৰ ভগৱানৰ ৰূপত সময় দাদাৰ আবিৰ্ভাৱ ❤️ ভালে থাকা সদায়। ভগৱানে কুশল এ ৰাখক তোমাক🥺

  • @ArpanaKalita10
    @ArpanaKalita10 Год назад +31

    ভগৱান এই নিভাজ হৃদয়খনৰ সাৰথি হৈ ৰওক❤

  • @bobygogoi7804
    @bobygogoi7804 Год назад +5

    বহুত মৰম আৰু আশীৰ্বাদ থাকিল
    আগুৱাই যোৱা ভগৱান সহায় হক