Hundor Nas ...hundor nam...hundor poribekhon.... Dhoinnobad bitupon da apuni amaloi emn dhuniya dhuniya vidio bur aag bohai.... ...jwa basoror bihu moi eyi bosor saisu...🥰jiki nohok bor Val lagil...agotiyakoi bohag bihur hiyavora huvesha jasilu... Betuda🎉
বহুত বহুত শুভেচ্ছা থাকিল হাবুং বিহু হুঁচৰি দলটি লৈ ৬ নম্বৰ বিহুৱা কানাই পানী ফুকন চাচনী এজন ভাল বিহুৱা
গাঁৰ নোম থিয় হৈ গৈছে । ইমান সুন্দৰ পৰিবেশন । কি কম দিঠকত চাব পালে আৰু শান্তি পালোঁ হৈ।।।।।।🙏🙏🙏🙏🙏 শেষত কওঁ বহুত বহুত ভাল লাগিল।।।।।
Nice one
Good
Goodbye AND
গাৰ নোম শিয়ঁৰি উঠা পৰিৱেশন। কি সুন্দৰ সকলোকে ভগৱানে মংগল কৰক, এইদৰে যেন আগলৈকে বিহু মাৰিবলৈ সুস্বাস্থ্য বান কৰি ৰাখক।
অন্তৰ চুই যোৱা চকু চাতমৰা এই য়া আমাৰ বিহু আমাৰ গৌৰৱ। হাবু্্ হুঁচৰি দললৈ শুভেচ্ছা জনালোঁ লগতে অনুপম বিতুপন তোমালোক ক ৰঙা লী বিহুৰ শুভেচ্ছা জনালোঁ
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
বিহুবলীয়া আমি অসমীয়া…বহুত সুন্দৰ প্ৰদৰ্শন …মন ভৰি গ'ল হাবুং হুচৰি দল 🙏
N.a~
Sri Ram Krishna Tamely dish Temi Andhara pradesh Visakhapatnam patnam
Assam my pivarit
I LAK
@@sarbeswardas3371 0
2021 চনৰ শ্ৰেষ্ঠ বিহু প্ৰদৰ্শন....নাচনী সকলে কি সুন্দৰকৈ কঁকাল ভাঙিছে চাই চাইও হেঁপাহ নপলাই...দলটোলৈ বহুত শুভেচ্ছা... আমাৰ হিয়াৰ আমঠু বিহুক এনেকৈ উজ্বলাই ৰাখক...
নৈ পানী ধুনিয়া নীলা বৰণীয়া.... কি ধুনিয়া বিহু শুনিয়ে থাকিব মন যায় 💗❤️
❤😍
Mil l
oo
Lo
llo
o
😊🖤
বিহু নাম কেইটা কি ধুনীয়া ❣️
Composition ❣️
এনেকৈ উজ্বলি থাকক "হাবুং" ❣️
#ধেমাজি❣️
#গোৱাল ❣️
আমাৰ গৌৰৱ ❤️❤️❤️❤️ গৰিমা বা বহুত ধোনিয়া লাগিছে ❣️❣️🌼
Dhemajiyan hisape gourab koru ane ati dol ase dhemajit. Jui.
সুন্দৰ পৰিৱেশন সকলো দিশৰপৰা পৰা। কি কম হৃদয় চুই যোৱা এক অকল্পনীয় পৰিৱেশন সঁচাকৈ ................!!!
Vaal lagil...bohut ...power of assamese
Love from dhemaji.... Jui jui.... Mjahhh joi ho dhemaji...
Lakhimpur and Dhemaji are sisters district 💕💕love from lakhimpur 🥰🥰
সুন্দৰ উপস্থাপন।আমাৰ ধেমাজিৰ গৌৰৱ হাবুং হুচৰি।
ভাল লাগিল । আহোম বুলি গৌৰৱান্বিত হৈ পৰিলোঁ ।
বিহু হ'লে এনেকুৱাই হ'বই লাগে, অতি সুন্দৰ
খুবেই সুন্দৰ প্ৰদৰ্শন
ওফ কি সুন্দৰ । মন প্ৰাণ কাঢ়ি নিয়া এজোৰা বিহু ।
ধেমাজি জিলা 🙏❣️
আমাৰ ধেমাজি জিলা ❤️❤️❤️❤️❤️ বহুত ভাল লাগিছে দাদা বাইদউ ❤️❤️❤️
ধুনীয়া 🙏
ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা থাকিল 🙏🙏🙏
সুন্দৰ অতি সুন্দৰ
সুন্দৰ👍💕ধেমাজি গৌৰৱ😘
ধেমাজিৰ নাম ৰাখি গৈছে। বহুত ভাল লাগিলে। গোলাঘাটৰ পৰাও মৰম পঠিয়ালো।
Bohut bohut bhal lagil dhonyabad.
Dhuniya lgise♥️😚 Madhuijya da (babu) mojahh♥️
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
অতি সুন্দৰ প্ৰদৰ্শন উএাল মনৰ সৃষ্টি কৰাৰ এযোৱা হুঁচৰি , সুন্দৰ কণ্ঠ
সুন্দৰ ৷ অভিনন্দন জনালো ৷ হাবুং❤️
Bohu dinor pira bisari bisari ... Aji paigolu sabole .... Bhal lagile ... ❤️❤️❤️
Love from lakhimapur 😍
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
অতি সুন্দৰ প্ৰদৰ্শন কৰিছে আপোনা লোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
Bohut vl lagil...abar nohoi dubar saisu...4m ghilamara
সুন্দৰ হৈছে বিহু জোৰা। গীতৰ সহায়ত এই কাহিনী বিলাক ৰসাল হৈ যায়। বিহুৱা সকললৈ মঙ্গল কামনা কৰিলো।(কৰবী ধেমাজি)।👌🙏
বহুত বহুত ধন্যবাদেৰে
Eman hundor hoise
মজা কানাই দা
বিহু বলিয়া আমি,বহুত ভাল লাগিল ❤️❤️❤️
সুন্দৰ পৰিৱেশন | বিহু দল টি লৈ মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো |
বৰ ধুনীয়া হৈছে
বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈকে এনেকৈ আগবাঢ়ি যোৱা ❤❤🥰🥰❤❤
নাম নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ দৃষ্টিত ২০২১ ৰ শ্ৰেষ্ঠ বিহুদল।জয় হাবুং❤
খুব ভাল লাগিল । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
Love Frm Silapathar Dhemaji 😍😍
অপূৰ্ব পৰিবেশন, শুভকামনা সদায় আছে আৰু সদায় থাকিব
mojaa ❤
বহুত সুন্দৰ হৈছে ❤❤❤। গোলাঘাৰ কাকডোঙাৰ পৰা বহাগ বিহুৰ শুভেচ্ছা জনালো 😍😍😘😘❤
Abhijit baishya🎱🎱
ভাল লাগিল অতি সুন্দৰ নিজকে ধেমাজী বোলি গৌৰোপ কৰিছোঁ।
বহুত বহুত বহুত ধুনীয়া লাগিছে 😍😍🥰
Habung ji habung bor moja husori dol bor val lagil👌👌👌
Bohut bohut dhonyabad dhemaji bihu dlok happy bihu
Love from Dhemaji ❤️✨😍🙏
❤️❤️❤️❤️❤️❤️❤️❤️
Ab
Val lagil Babul phulon (Kanai dai ) 2mr kontho ❤️❤️❤️❤️❤️❤️
বহুত ভাল লাগিল সন্মুখত বহি চাই থকাৰ দৰে লাগিছে
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
Mojja Love from Dhemaji
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
Bohut bohut dhuniya lagi se 😍
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
আমি জনাত হুচৰি সোমাই অহাৰ পিছত গৃহস্থ ই শৰাই দি হুচৰি আৰু বিহু গাবলৈ আবেদন কৰিলেহে সম্পূৰ্ণ হুচৰি গাই উঠি বিহু মাৰে। আজিকালি কেনেকৈ কৰে সলনি হৈছে চাগে।সুন্দৰ হৈছে । এনে চৰ্চা চলি থাকিব লাগে ।
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html...
এইয়া বিহু হুঁচৰি।বিহু হুঁচৰিত এইবোৰ নিয়ম নাই।আপুনি কোৱা নিয়মবোৰ হুঁচৰিতহে আছে।বিহু হুঁচৰি আৰু হুঁচৰিৰ মাজত পাৰ্থক্য আছে।
@@souravsetm7334 বিহু হুচঁৰি, বিহু ৰ লগত জড়িত হৈ থকা হুচৰি নামনিত বেলেগ নেকি?? আমি আকৌ নেজানো দেই। আমি জনাত প্ৰথমে হুচঁৰি ধৰি বিহু গাবলৈ গৃহস্থ ৰ পৰা অনুমতি লয়। তেতিয়াহে বিহু মৰা হয় । হুচঁৰি নোহোৱাকৈ বিহু কেছেটত পায়, সংস্কৃতি ত নেপায় । আপুনি লীলা গগৈৰ অসমৰ লোক সংস্কৃতি বা বিষ্ণু ৰাভাৰ অসমীয়া সংস্কৃতি চাব। একো নহলেও বিহু সংখ্যা আলোচনী বোৰ চাব। আমি উজনিৰ টাই পৰম্পৰা ত চলি অহা বিহু কে অসমীয়া বিহু বুলি জানো। বিহু হুচঁৰি ৰ জন্ম ৰ বিষয়ে নেজানো ।
@@babeeboruah2088 আপোনালোকে নাজানিলেও মানি ল'ব নোৱাৰিলেও বিহু সুৰক্ষা সমিতিয়েই ভাগ কৰি দিছে বহু বিতৰ্কৰ পাছত প্ৰতিযোগীতাৰ সুবিধাৰ্থে।গতিকে,প্ৰতিযোগী হিচাপে আমিও নিয়ম মানিবই লাগিব।বাকী লীলা গগৈ দেৱৰ বিহু,আমাৰ ককা আজুককাহঁতৰ বিহুৰ বৰ্তমান বিৱৰ্তন বা ক্ৰমবিকাশ হৈছে।অপ্ৰিয় সত্য,গ্ৰহন কৰিবলৈ আমিও বাধ্য।পৰম্পৰাগত হুঁচৰীত জোৰানাম আৰু নাচনীৰ স্থান নাই।কিন্তু বিহু হুঁচৰীত আছে।
কেৱল কিতাপৰ চৰ্চাই পৰ্যাপ্ত নহয়।কিতাপত বিহুক কিছুৱে আহোমৰ সৃষ্টি কয় আৰু কিছুৱে চুতিয়াৰ।আহোমসকল ইয়ালৈ অহাৰ আগতেও বিহু আছিল।আচলতে বিহু চুতিয়াৰহে প্ৰথম সৃষ্টি যি পিছত আহোমৰ ৰাজকীয় পৃষ্ঠপোষকতাত ডাঙৰ দীঘল হ'ল।
এতিয়া আমি নিয়ম উলংঘন কৰি প্ৰতিযোগীতা কৰিব নোৱাৰো।পদূলিত হৰি ধ্বনি দি প্ৰথম ঘোষা পদ জুৰি সামৰি লৈ পুনৰ হৰিধ্বনি দি গৃহস্থৰ পৰা অনুমতি লৈ বিহু যোজনা বা নাম গোৱাৰ নিয়ম আজিও পুৰুষৰ পৰম্পৰাগত হুঁচৰিত আছে।কিন্তু বিহু হুঁচৰীত নাই।বিহু হুচঁৰীত ঘোষা পদ গাই অনুমতি লোৱাৰ নিয়ম বাধ্যতামূলক নহয়।গতিকে,এইয়া আমাক কৈ লাভ নাই।বিহু সুৰক্ষা সমিতিয়ে যি কয় আমিও মানিবলৈ বাধ্য।
ধন্যবাদ।বানান ভুল হ'লে ক্ষমিব।
@@souravsetm7334 বিহু সুৰক্ষা সমিতি কোন হয় এই বিষয় ববীয়া সকল?? কত আছে এই নতুন নিয়ম কানুন??আপুনি ৰুবুল গগৈৰ বিহু চাব। মঞ্চ বিহু এটা বেলেগ বিষয় ।কিন্তু বিহু মানে আমাৰ জাতিটোৱে যেনেকৈ পালন কৰে সেয়া ই নিয়ম। নামনিৰ বিহু ৰ ভাঁজ বেলেগ । বিহু ত বিহু ৰ মুদ্ৰা পাক প্ৰকৃতিৰ অংগী ভংগীয়ে থাকে।প্ৰতিযোগিতা ই ধনৰ মূল্য ই বিহু ক পণ্য কৰাটোৱেই বৰ্তমান ৰ পৰিবৰ্তন ৰ নিয়ম।
ভাল লাগিলে বহুত । বিহুৰ পৰিবেশনৰ লগতে "হাবুং"ৰ যি বৈশিষ্ট্য সেয়াও নামৰ জৰিয়তে, জীয়াধল মৰিধল ক পৰিচয় কৰাই ধেমাজি ৰ গৌৰৱ কৰালে তাৰ বাবে অশেষ ধন্যবাদ । বিহুদলটিৰ উজ্জল ভৱিষ্যত কামনা কৰিছোঁ 👌👍🙏❤❤
Bhal lagil bohut.🥰🥰🥰🥰🥰
Hundor Nas ...hundor nam...hundor poribekhon.... Dhoinnobad bitupon da apuni amaloi emn dhuniya dhuniya vidio bur aag bohai.... ...jwa basoror bihu moi eyi bosor saisu...🥰jiki nohok bor Val lagil...agotiyakoi bohag bihur hiyavora huvesha jasilu... Betuda🎉
Proud of all bihu group great singer Love from Dhemaji Simen chapori
বৰ ভাল লাগিল দেই।। হাবুং হুচৰি দলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।
Love From Dhemaji Machkhowa
Bor sundor mon pran jur pori jai nachoni aru dhulia konthoswer bor swola
Dhemaji logote Amar lakhimpur r gourob ... Bhut Val lagil dei❤️
বহত ভাল লাগিল। সুন্দৰ ভবিষ্যৎ কামনা কৰিলো।
বহুত সুন্দৰ । চাই থাকিবলৈ মন যায় ।
Bhut Val lagil sai ❤️❤️❤️
Love from dhemaji❤❤
Dhemaji pra mrm💓🤗
শুভেচ্ছা থাকিল
Xdai dint abr hlew saw Bihu ti.... Bht vl lge... Bht bht mrm apnlkr le... Love from Udalguri... Mn jai mro husari Bihu krible... Amr efalew ahib aplkr Bihu paribekhn krib bht bsi vl pb ahi.... ❤❤❤❤❤
Bohut Val lagil sai aru ag bahe juwa tara kamona korisu best of luck
গৰিমা গগৈ তুমি বহুত ধুনীয়া লাগিছে ।।
Eman dhunia bihu❤️
Dhunia Hoisy Amr Dhemaji Gourav
বহুত ভাল লাগিল দেই👍👌👌🔥
Bohut dhunia hoise sai val lagil
Xundhr
আমাৰ ধেমাজি গৌৰব
ভাল লাগিল ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ best bihu dance
Outstanding.we are proud of our rich culture.
.
ধেমাজীয়ান। ধেমাজি গৌৰৱ
হাবুং হুঁচৰি দল😊😊
বৰ সুন্দৰ । বহুত বাৰে চাইছোঁ
Bhut vl lgl sai...aru bhut aguai jak bhut bhut huvessa thkil..hbung bhu dle dhmji nm ujlai rkhise.. apnlkr bhu dlr bikhoi asmr bhu mnhe hudhe ..dhmji bli GM ple..👍👍👍👍👍..
বহুত বহুত ভাল লাগিল
Ki je xundor poribexon.. Habung Bihu awesome..👍👌.. Thanks Anupom Bitupon channel for bringing such awesome Bihus before us..👌👍
Love From Dhemaji 💗💗💗
Eman duniya lagile ❤️❤️
They have Best batch in 2019❤️...this one also good 👍
কানাই মজা লাগিছে এতিয়া যাওঁ যাওঁ লাগিছে এনেই নগলোন যোৱা হলে ভাল আছিল ন
বাঃ অনেকুৱা বিহু প্ৰদৰ্শনে সচাকৈয়ে আনন্দত মন -প্ৰাণ পুলকিত কৰি দূখ- ভাগৰ নিমিষতে অন্ত পেলায় ।
Bought dhuiyaa hoisa 🙏🏼🙏🏼🙏🏼
যিমান চালেও আমনি নালাগে ।
জয় আই অসম।
সুন্দৰ।
অতি সুন্দৰ প্ৰদৰ্শন🥰🥰🥰🥰
আমাৰ কানাইদাই য়েইন🔥🔥🔥🔥🔥🔥
Dhemaji babe 👍👍👍👍👍
Mja
Mojjjjaaa
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..