ধিং কাণ্ডৰ নতুন টুইষ্ট ll পুখুৰীত জঁপিওয়া জন আচল তফজ্জুল নে? Case Study Dhing Ra

Поделиться
HTML-код
  • Опубликовано: 9 ноя 2024

Комментарии • 343

  • @YoYoAdviser
    @YoYoAdviser  Месяц назад +30

    Video টো শেষলৈকে চাব তেতিয়াহে twist টো বুজি পাব আৰক্ষীয়ে আচল তফজ্জুল ইছলামক উঠাই লৈ গৈছিলে নে নকল জনক।

    • @Mostoft
      @Mostoft Месяц назад +1

      Nokol tuffajulor ghor kiman durr gulapor ঘৰৰ পৰা
      আপুনিও কৈ আছে পুখুৰীত জাপ দিছে বুলি আৰক্ষীয়ে,, ইমান পুলিছ logot thokat কেনেকৈ জাপ মাৰিছে,,আৰু আকোকল পানীত পৰি মাৰিব পাৰে নেকি 😮

    • @LakshyaGogoi28
      @LakshyaGogoi28 Месяц назад

      @@Mostoft morile vle hol toi kio emn gat pati loiso rapist ata morise tur kihor emn dukh

    • @KaustubhKumarGogoi
      @KaustubhKumarGogoi Месяц назад

      This incident is not so easy as to know how it happened. Firstly it may be a conspiracy to spread poisonous vapours communal feelings among peoples to harness political gain from it. Secondly,police administration has not submitted postmortem report,d n a test report of the so called accused who had been reported to have been killed in an encounter while trying to escape from police custody. Thirdly,why did police not get identified the accused by the victim girl immediately after when he was caught and was alive. Fourthly, if the real culprit was killed in encounter while trying to escape from police custody then why do the police administration is trying illegal way through it's agents for creating pressures on the members of the so called victim family to withdraw the case,and also offering huge amount of money,house,land etc. Fifthly the courts role is also not so prompt and active as because why do court has given 60 days time to police for submission of different necessary reports for the case which had happened 30 days ago before the release of the courts order.

  • @RanjitDas-p8i
    @RanjitDas-p8i Месяц назад +56

    আৰক্ষীয়ে যদি অৰিজিনাল তাফাজ্জুলক মাৰিছে তেনেহলে গোচৰ উঠাই ললে 50 লাখ টকা, 5 টা ঘৰ দুবিঘা মাটি প্ৰদানৰ প্ৰলোভন কিয় দিছে? তাৰ মানে অৰিজিনাল তাফাজ্জুলক মাৰা নাই বুলি হে টকা দিম , মাটি দিম, ঘৰ বনাই দিম কৈছে...(দাল মে কুচ কালা জৰুৰ হে) আৰক্ষীয়ে পাক্কা ফাচিব এতিয়া.......

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 Месяц назад +28

    নিৰ্দোষী ব্যক্তি এজন যদি ঢুকাইছে অতি দুখৰ কথা হয়...!

  • @bagadbilla452
    @bagadbilla452 Месяц назад +58

    উচিত বিচাৰ হব লাগে। দোষী চৰকাৰী বিষয়ক কঠোৰ শাস্তি হব লাগে।

  • @Aadad_1
    @Aadad_1 Месяц назад +32

    ৰাজনীতি সোমাই আছে এই ঘটনাৰ পিছত।

  • @afsarali3637
    @afsarali3637 Месяц назад +64

    আৰক্ষীয়ে মৰিয়াই মৰিয়াই তাক হত্যা কৰিছে। পুলিচে বাচিবৰ কাৰণে পুখুৰীত জাপ দিয়াৰ নাটক কৰিছে

    • @SurenBoro-mv7tq
      @SurenBoro-mv7tq Месяц назад +3

      Jai houk dhorkhon kari morise.

    • @ZakariyaAliAhmed
      @ZakariyaAliAhmed Месяц назад +4

      ​@@SurenBoro-mv7tq tai dhorkhon Kari noyoi.bilik hoi name same hoi.

    • @INDIAN787-MH
      @INDIAN787-MH Месяц назад +1

      @@SurenBoro-mv7tq news sai ki bojile dangoria

    • @AbuHannansekh56
      @AbuHannansekh56 Месяц назад +1

      ​@@SurenBoro-mv7tqke bojabo khojehsea😂

    • @suvu64
      @suvu64 Месяц назад

      @ZakariyaAliAhmed miya mnuhr sb name same rakha porinam ayai jiye nhwk

  • @INDIAN787-MH
    @INDIAN787-MH Месяц назад +48

    মিয়াক মাৰি দালালক সন্তুষ্ট কৰিছিল।
    অসম খন দেৱলিয়াৰ পথত গৈ আছে।
    ঋণ আৰু ঋণ অসমৰ ওপৰত।
    অসমত থকা চান্দা dalal আৰু অন্ধভক্তই বুজি নাপায়।

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Месяц назад +1

      America r kimn dhar ase khbr lobo..Loan development r krne lole aku prblm nhoi jodi solibor krne loan lua jai eaitu beya...atya Pakistan r o loan asw khabor krne 😂😂anaka loan India t nai lua

    • @INDIAN787-MH
      @INDIAN787-MH Месяц назад

      @@rishirajomivaidya5648 pakistan support kora bore tar khbr rakhe

  • @husainahamadhumaidy3040
    @husainahamadhumaidy3040 Месяц назад +17

    ছোৱালী জনীক সুধিলেই চব কথাই স্পষ্ট হৈ যাব।ইমান দিঘলীয়া প্রতিবেদনৰ প্রয়োজন নাই।

    • @jintukhanikor3199
      @jintukhanikor3199 Месяц назад

      Mak sudu hoty kio huda ny cantac no thakibo lgisil suduvai hotor

    • @jintukhanikor3199
      @jintukhanikor3199 Месяц назад

      St boki asy

    • @nekibuzzaman7782
      @nekibuzzaman7782 Месяц назад

      ​@@jintukhanikor3199tarmane ki bujabo khuji asa ,, suwali joni r rape huwa e nai neki ,,fake allegation logaise neki ?? Kuntu tafazul sini napabo je

  • @nurmanikbiswas
    @nurmanikbiswas Месяц назад +31

    দাদা আশা কৰোঁ CBI enquiry কৰি cash to ভাল দদন্ত কৰি দিলে ভাল পাম বুলি আশা কৰিলোঁ

  • @sanjoydas218
    @sanjoydas218 Месяц назад +3

    তেওঁ পুখুৰীত কিয় জাপ দিব পুলিচে এনকাউন্টাৰ কৰিছে

  • @rupenchdeka6297
    @rupenchdeka6297 Месяц назад +27

    ছোৱালীজনীয়ে চিনি পাব

  • @MoonBora-ni1mc
    @MoonBora-ni1mc Месяц назад +13

    Assam Police a kiya নিৰ্দোষী মানুহ ajon maribo লাগে

  • @AXE_KNOWLEDGE
    @AXE_KNOWLEDGE Месяц назад +6

    যদি এইজন original tofajjul নহয়, জাপ কিয় মাৰিব?? নে হত্যা কৰি পুখুৰীত পেলায় দিয়া হল, হিন্দু মুছলিম ৰ ৰাজনীতি কৰাৰ কাৰণে??? পুলিচ ৰাইজৰ হৈ কাম কৰি আছে? নে কোনোবা ৰাজ নেতাৰ গদী বচাবলৈ কাম কৰি আছে???

  • @boysalbum1252
    @boysalbum1252 Месяц назад +11

    তেনে প্ৰশাসন থকাতকৈ নথকাই ভাল। আমি সাধাৰণ ৰাইজ মিলি জুলি চলো। প্ৰত্যেকটো চুবুৰীত একোটা সৎ মানুহৰ দ্বাৰা কমিটি হব লাগে অপৰাধৰ বিৰুদ্ধে শক্তিশালী ৰূপত কাৰ্যনিৰ্বাহ কৰিব লাগে।

  • @jainalabdin4211
    @jainalabdin4211 Месяц назад +13

    পূখুরীত জাপদিয়া কথাটো নাটক

  • @AssameseHealthsolution
    @AssameseHealthsolution Месяц назад +10

    অন্যায় হৈছে৷ ধিক্কাৰজনক ন্যায় হ’ব লাগে

  • @saddikurrahman7617
    @saddikurrahman7617 Месяц назад +15

    সেয়ে তাৎক্ষণিক ন্যায় সুস্থ গণতান্ত্ৰিক দেশ এখনৰ কাৰণে কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে.......।। 🥀😢😢😢🥀

  • @Amerkhan-i4d
    @Amerkhan-i4d Месяц назад +5

    কৰিছে এজনে মাৰিছে আন জনক 😢😢

  • @kalpanadeka6201
    @kalpanadeka6201 Месяц назад +2

    এই খেলিমেলি পুলিচে আগব পৰা এনে কৰি আহিছে | এনকাউন্টাৰ সেয়ে প্রযোজ্য নহ
    য় | জেল ২ মাহ হলেও থাকিলে কি সঁচা কি মিছা ওলাব তাৰ পিছত এনকাউন্টার হব লাগে | নির্দোষী কোনোৱা ই শাস্তি পোবাটো অপৰাধ | কোনোবাই কাৰোবাক বেয়া পালেও মৃত্যু_ ৰ ফালে ঠেলি দিব পাৰে |

  • @azadkalam8904
    @azadkalam8904 Месяц назад +13

    স্মাৰ্ট আৰক্ষী কাম নাই আনৰ কথাত চলে ।ইনচাফ নাই

  • @anowara.begum23
    @anowara.begum23 Месяц назад +9

    কি যে হব🎉 আৰক্ষী বিভাগটো ইমান সচেতন নোহোৱাৰ কাৰণ বুজিবলৈ বৰ টান।🎉🎉🎉🎉 দুৰ্ভাগ্য

  • @BasanthBhaiVillas
    @BasanthBhaiVillas Месяц назад +2

    পুলিচ মানেই চুৰ চুৰ মানেই পুলিচ

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Месяц назад

    চাওঁক আয়ুস থাকিলে তাক কোনেও বধিব নোৱাৰে আকৌ আয়ুস নাথাকিলে সেই জনক গোটেই বিশ্ববাসীয়েও বচাই ৰাখিব নোৱাৰে। আকৌ পুলিচে যতেই নহোক কু কৰ্ম কৰিছিল যাৰ বাবে কুফল প্ৰাপ্ত হ'ব লাগিব।

  • @manash999
    @manash999 Месяц назад +4

    Wow!!!
    British শাসন নচলিব.......নহলে গৃহ যুদ্ধ হোৱাতো sure

  • @ahmmedmiah1344
    @ahmmedmiah1344 Месяц назад +2

    পাপে বাপেকক নাছাৰে দোষী পুলিচ বিষয়াক কঠোৰ শাস্তি দিব লাগে

  • @SIMARABHA-n1x
    @SIMARABHA-n1x Месяц назад +3

    Police konu din Bhorkha koribo nuwari . Lagila police ot koi kokure val.

  • @afro2261
    @afro2261 Месяц назад

    পুলিচে মামাৰ ওপৰলৈ উঠাবলৈ গৈ নিজে তললৈ গৈছে এই বাৰ।আইন যদি সঁচা হয় তেনেহলে নিজৰ চাকৰি বচাওক মামা এই বাৰ চাকৰি বচাই দিব পাৰিব নে

  • @mohammadalijinnah4566
    @mohammadalijinnah4566 Месяц назад

    যি মিয়াই নদি সাতুৰি পাৰ হব পাৰে সেই মিয়া আজি পানীত পৰি মৰে .....হাহি লাভ নাই আজি আমাৰ ঘৰত জুই লাগিছে আপোলালোকে নীৰৱ.....নীৰবতাও সমৰ্থন কৰা বুজায়

  • @Axomiya-u3n
    @Axomiya-u3n Месяц назад +4

    Right 👍 Brother

  • @rajlk1706
    @rajlk1706 Месяц назад +2

    মুল দোষী হিমন্তবিশ্বৰ হব

  • @mohibulmohibul8222
    @mohibulmohibul8222 Месяц назад +2

    এনেকৈ ডি ভূটার থকা সকলকো ডিটেনশন কেম্পট, এনকাউন্টারত হব পারে।

  • @jrtune1795
    @jrtune1795 Месяц назад +3

    অসমৰ জধা এলেহুৱা পুলিচ। ১০জন পুলিচৰ হাতৰ পৰা ১জন অপৰাধী কেনেকৈ পানীত জাপ মাৰিব পাৰে? যদি এয়ে হয় তেন্তে পুলিচবোৰ ঘৰত খাৰু পিন্ধি থাকিলেই হল। ৰাইজৰ বুজা বাকি নাথাকিল ভুৱা এনকাওন্টাৰ বুলি।

  • @saifullahSheikh123
    @saifullahSheikh123 Месяц назад

    অকল ধি‌ং কিয় আৰু কত কত হৈছে ধৰ্ষণ কোনে কোনে কৰিছে ছবোৰে শাস্তি হব লগে।

  • @mainulmike4787
    @mainulmike4787 Месяц назад +2

    Justice for Junmoni Rabha

  • @NurjamalHoque-by4zm
    @NurjamalHoque-by4zm Месяц назад

    পানীত জাপ দিয়া বুলি বিশ্বাস কেনেকৈ হ'ব। পুখুৰীত যি খিনি মানুহে অভিযান চলাই আছে তাত দেখোন পানী এক ককাল। এতিয়া সকলোৱে বিবেচনা কৰক তাতে কি হৈছিল।

  • @prettybird78
    @prettybird78 Месяц назад +7

    Pukhurit jap mara nai mari pukhurit pelai dise...

  • @mainulalam5524
    @mainulalam5524 Месяц назад

    যদি। তফজূল। ‌নহয। জিপসি্ংসিঘে ‌তেনেহলে‌। নিলম্বন। কৰিব। পাৰীভ। ‌ঘুড়া‌। লাজ। ছলাছে

  • @helaluddin4244
    @helaluddin4244 Месяц назад

    এই দুয়ো তফাজ্জুল চক্ৰান্তৰ চিকাৰ।

  • @mohabbatkhan9664
    @mohabbatkhan9664 Месяц назад +3

    Thank you sir ❤❤❤

  • @wajidkhan2550
    @wajidkhan2550 Месяц назад

    Right দাদা 😊

  • @digitallearning2.0
    @digitallearning2.0 Месяц назад +1

    Father, mother name verify korar pisot he arrest koribo pare,,,,

  • @my.youtube4908
    @my.youtube4908 Месяц назад

    যিজন দুসী এইজন বাছিগল বেলোগ জন ফাছিগল

  • @Batihaloi18
    @Batihaloi18 Месяц назад

    গেদাৰ মাক বাপেকে সচা কথা কৱ জানো ইহতে এনেকুৱা মানূহ পুতেকৰ কামনাৰ বাবে ছোৱালীৰ দৰকাৰ হয কৰবাৰ পৰা ছাগলী পালন খূৱাৰ নিচিনাই আনি দিৱ বিছাৰে। ইহতৰ মাক ভনীয়েক একোৱেই বিচাৰ নাই কেৱল কামনা, যেনেকৈই কাতি মাহৰ কুকুৰ

  • @nurzamal9365
    @nurzamal9365 Месяц назад +5

    We want justice

  • @Onlineearning70-t4p
    @Onlineearning70-t4p Месяц назад +2

    আৰক্ষী উঠোৱা তুফাজল original তুফাজালe hoi । 99% চাঞ্চ আছে সেয়া orginal তফাজল ওলাব শেষত

  • @MadhavDas-rr2pk
    @MadhavDas-rr2pk Месяц назад +1

    Misa koise

  • @Mistyroy172
    @Mistyroy172 Месяц назад

    আপোনি ফালৰি কাটি কৈ আছে, এটা কথা কি জানে? সেই কেই দুইজন kalpit হয় কিনা নহয় heitu চাওক

  • @paramamazumdar1590
    @paramamazumdar1590 Месяц назад +4

    Truth should come to light

  • @rimjimnath558
    @rimjimnath558 Месяц назад

    নিজে পানীত জাপ দিয়াৰ পিছত মৃত্যু।গতিকে আৰক্ষীৰ ভুল কত।

  • @rajeshagarwal3997
    @rajeshagarwal3997 Месяц назад +2

    Like your show

  • @nsbgolden2996
    @nsbgolden2996 Месяц назад +1

    ছোৱালী জনিৰ statement কিয় লোৱা নাই?

    • @AbuHannansekh56
      @AbuHannansekh56 Месяц назад

      Heito main kota 😅 dal mea Koch kala hea 😢

  • @MinaParvin-re9jv
    @MinaParvin-re9jv Месяц назад

    এই ঘটনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী কি কৰিব হি আমি জানিব বিচাৰোঁ

  • @boysalbum1252
    @boysalbum1252 Месяц назад +1

    এতিয়া কব, কাৰণ নিউজত শুনিলে যে আৰক্ষী ফালৰ পৰা একো মন্তব্য পোৱা নাই বাবে।

  • @nxtab3526
    @nxtab3526 Месяц назад +3

    Vl lagil kuwa baba

  • @litysa4236
    @litysa4236 Месяц назад +1

    Val pratibedan prastut korajan dhainya 🎉🎉
    Ata kotha arajagata over hoise 😢😢

  • @BasanthBhaiVillas
    @BasanthBhaiVillas Месяц назад

    এই মিঞা জাতিটো চেহেৰা বোৰ একেই দেখি

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Месяц назад

    ইয়াত ৰহস্যাছে।

  • @bhargabdeka733
    @bhargabdeka733 Месяц назад +4

    Eyar osit bisar habo lage

  • @Shukushortvlog
    @Shukushortvlog Месяц назад +1

    We want justice ⚖️😡

  • @pranjitbaruah6278
    @pranjitbaruah6278 Месяц назад

    তই মিয়া মুসলিম ৰ এজেন্ট নেকি

  • @NabinRabha-f4q
    @NabinRabha-f4q Месяц назад

    দুজন দোষীক সুধিলে নে নাই?

  • @apurbadas4151
    @apurbadas4151 Месяц назад +9

    সি আছলতে ৰেপিষ্ট, সেই কাৰনে পুখুৰীত জাপ দিছিল!!!
    একো নাথাকিলে পলাই কিয়???
    ইহঁতে সংসাৰৰ বেয়া কাম কৰিব, আৰু বচাবলৈ উঠি-পৰি লাগিব!!
    বিনা টকাত যাতে বাংলাদেশী চোৰ-ডকাইতে কোৰ্টৰ সুবিধা পাই তাৰ বাবে বহু মুছলিম ঊকিলে বিনা টকায়ে কেচ লয়!!
    এজেণ্ডা ইহঁতৰ স্পষ্ট!! মুঠতে অত্যাচাৰ কৰি অসমীয়াৰ মাটি-বাৰি দখল কৰা,, আৰু অত্যাচাৰ কৰা মুছলিমক বচাবলৈ কোৰ্টত সম্পূৰ্ণ ফ্ৰি ঊকিলৰ সুবিধা দিয়া!!! সেই কাৰনে প্ৰশাষন, ন্যায়পালিকা , ৰাজনীতি সম্পূৰ্ণ দখল কৰি গজৱা এ হিন্দ কৰাৰ দিশত আগবঢ়াই নিয়া

    • @thesafiqulvlogs9915
      @thesafiqulvlogs9915 Месяц назад +5

      Mentality olop bhal hoboloi cesta korok arokhir hator pora kenekoi polai .

    • @mosudurrahman907
      @mosudurrahman907 Месяц назад

      Kukuror puali 2 khon hatot handcuff logai thua manuh a pani t jaap maribo neki.

    • @ubaidulislam9275
      @ubaidulislam9275 Месяц назад +8

      B,S,D,K অসম আৰক্ষীয়ে মাৰি পানীত পেলাইছে এইবিলাক নাটক আমাৰ বুজিবলৈ বাকী নাই 😡😡

    • @apurbadas4151
      @apurbadas4151 Месяц назад

      @@thesafiqulvlogs9915 যেনেকৈ ছোৱালীজনীক ৰেপ কৰিছিল!!! তেনেদৰে ভৰি দুখনেৰে পলাইছিল!!!

    • @apurbadas4151
      @apurbadas4151 Месяц назад

      @@ubaidulislam9275 মিঞাই অসমীয়া জীয়ৰী-বাৱাৰীক ধৰ্ষন কৰিবলৈ আৰু মাটি দখল কৰিবলৈ এইবোৰ পূৰ্বপৰিকল্পিত বুলি আমি জানো!!
      তহঁতে এনেকৈ অত্যাচাৰ কৰি এখন এখন কৈ গাওঁ দখল কৰাৰ বুদ্ধি

  • @rezabulkarim2147
    @rezabulkarim2147 Месяц назад +1

    So sad😢

  • @jagatgogoi3281
    @jagatgogoi3281 Месяц назад +7

    যদি নিদুষী হয়, পুখুৰীত জাপমাৰিলে কিয়? নিশ্চয় কাৰণ আছে।

    • @mukibaryan2290
      @mukibaryan2290 Месяц назад +6

      আৰক্ষী চকীৰ পৰা তফজ্জুল পুখুৰীত কেনেকৈ আহিল?

    • @eftikarahmed5540
      @eftikarahmed5540 Месяц назад

      Oi randir puwali condom durgotonar fot ot jonmmo puwa jaros hontan toi dexa paisile pukhurit jap Mora

    • @rajjj709
      @rajjj709 Месяц назад +4

      Tmr mathat mall nai tmar dara nhbo mall khai hui thaka

    • @mukibaryan2290
      @mukibaryan2290 Месяц назад

      @@rajjj709 bujai kua sun

    • @assamsonglovers9118
      @assamsonglovers9118 Месяц назад +4

      Police mari puxurit pelaise...Guliyaise ..

  • @PithirajLaram
    @PithirajLaram Месяц назад

    তফটযুল ইছলাম যদি নহৈ তেতিয়া হলে পুলিচ আহোঁতে কিয় পলাই ছিল

  • @northeastmarijaan
    @northeastmarijaan Месяц назад

    দুশ যদি কৰিছে মাৰি ভাল কৰিছে এনেকুৱা কৰিব লাগে ৰেপ কৰা বিলাকক জোনে নহক

  • @user-tj3jp2bt1b
    @user-tj3jp2bt1b Месяц назад

    Good news

  • @IslamicTechnologySaif
    @IslamicTechnologySaif Месяц назад

    CBI inquiry hobo lage...

  • @webgreenlife1111
    @webgreenlife1111 Месяц назад

    Aitu kotha jodi khosa, Axoom arokhir durbaigo jonok hobo, 2bosor agote BTR ot miss identi r karone kaibajonoku guli kori marisil

  • @jrtune1795
    @jrtune1795 Месяц назад +1

    এশ গৰু মাৰিলে বাঘৰো মৰন। কিমানবোৰ ভুৱা এনকাওন্টাৰ কৰিবা এদিন ধৰা পৰিবাই।

    • @manjildewri-xw6zx
      @manjildewri-xw6zx Месяц назад

      জহৰি লৰা এটা কমেন্ত্ৰকে কেইবা নিদিৰ কেলা ।

    • @jrtune1795
      @jrtune1795 Месяц назад

      @@manjildewri-xw6zx অসমীয়া নাজানা দাদাগিৰী দেখাব আহিছা।

    • @LakshyaGogoi28
      @LakshyaGogoi28 Месяц назад

      Video tu Last loike syso ne geda

    • @jrtune1795
      @jrtune1795 Месяц назад

      @@LakshyaGogoi28toi bangladeshi gedi

    • @LakshyaGogoi28
      @LakshyaGogoi28 Месяц назад

      @@jrtune1795 🤣geda o geda bangladesh jwa

  • @BinFlicker
    @BinFlicker Месяц назад

    Assam tot really trading kunu nixikay kio ???? Assam tot anekua manu ni neki jia really knowledge diya . Etu bohut atvut kotha aru bohut dukh loga kotha 😢😢😢😢 axa koru je 2 ,3 mah pisot anekua ajon trader olay aro xikay . 🙏🙏🙏

  • @gargihatimuria5363
    @gargihatimuria5363 Месяц назад

    মিঞাক ধৰিবলৈ বৰ দিগদাৰ ইহঁতৰ নাম একেই চেহেৰা একেই এইবোৰ কাৰ দোষ বাৰু 😢😢😢

  • @hemantipatir1036
    @hemantipatir1036 Месяц назад

    Anekua u tu hbo pare j actual Tafazul nhoi Beleg Tafazul jonok police a ahi dhorise buli gom pai lgalog dujone polaise ghoror pra karon heijon Tafazul'r ghor tu usort buli..

  • @MinaParvin-re9jv
    @MinaParvin-re9jv Месяц назад

    আৰক্ষীক দ্ধিকৰ দিছোঁ

  • @chandanborah4133
    @chandanborah4133 Месяц назад +3

    Original 2 e hoi ei2, khli panit pari mara ktha 2t he confusion ase

    • @aruniverselzone
      @aruniverselzone Месяц назад

      sudur bhai jijone moril tak ghurai dibo paribi...coment kori nijoke bor dangor buli vaba nh, jodha murkho

    • @chandanborah4133
      @chandanborah4133 Месяц назад

      Oi kukur xei2 bad de ji gol gol ubhati nahe parile toi e ghurai an jadhamurkha, jodi original 2 nhy asol 2k encounter kribo lgibo public demand ase

  • @NazimuddinAhmed-w2f
    @NazimuddinAhmed-w2f Месяц назад +1

    Very sad news.

  • @sumandeka4324
    @sumandeka4324 Месяц назад

    Police a case uthai luwar babe pressure diya aru compromise kri diya.... Aibur sge Each every manuh a experience krise.....

  • @RahimLaskar-tz4kq
    @RahimLaskar-tz4kq Месяц назад

    Ami janupolice bhal manuh dhori Nile poisar lubhoth marpit kore chur bodmash dhori Nile ki koribo

  • @rajibdeka8554
    @rajibdeka8554 Месяц назад

    2ui ta pic eke hoi..exont dari kom ase aru exont dari besike ase...

  • @javedsiddique781
    @javedsiddique781 Месяц назад

    In my opinion, the police should not arrest the original Tafazzul.

  • @Lizakid
    @Lizakid Месяц назад

    Brother kindly make a video about scam of CMAAA scheme after recharge in this field where the candidates claiming that only BJP person has selected by depriving others person.we will great thankful to you if you upload a video regarding this scam.

  • @putulali7697
    @putulali7697 Месяц назад

    Assam policor gundami bahut hl.

  • @Secrets-uw4rt
    @Secrets-uw4rt Месяц назад

    ❤❤

  • @alihaiderkhanofficials
    @alihaiderkhanofficials Месяц назад

    Dada aap apne videos me Hindi subtitles daal ye

  • @ashrafulahmed5362
    @ashrafulahmed5362 Месяц назад

    Location tracking korile gom pay no kot goisil...xeidin kot kot goisil

  • @Ziskajitkaswa7401
    @Ziskajitkaswa7401 Месяц назад

    অসম পুলিচ, জেপি নে কিবা , এটা গৰু ই এটা ।

  • @munahmed6354
    @munahmed6354 Месяц назад +1

    .Druv Ratee of Assam

  • @AbdulJalilKhan-n1z
    @AbdulJalilKhan-n1z Месяц назад

    Muslim or oporot aru kiman julum kori bo Assam police aru C M sir .. Filmi kaha ni hoi

  • @rajibdeka8554
    @rajibdeka8554 Месяц назад

    Jdi blg hol hoi tetia 2 ghrr mnuh a gom poa log log police station goi Tak loi ahibo lgisil..aru xi jdi vul kra a nsil tetia xi kio panit jap dsil xaturibo... tetia2 tar hatot handcuff loga asil.. handcuff logai je xaturibo noari xei2 njane nki..

  • @Kumbang-u1b
    @Kumbang-u1b Месяц назад

    দূষিক ফাচি দিব লাগে 😢😢

  • @sumandeka4324
    @sumandeka4324 Месяц назад

    Axom sorkare police or salary bohabo lge.... Aru olp haa hubidha bur besike dibo lge.... Tetia he jodi Police or corruption kme....

  • @mali1609
    @mali1609 Месяц назад

    Dada aruje ki hob

  • @sumandeka4324
    @sumandeka4324 Месяц назад

    Axom Police a ajikali sge Crime Thriller movie besike sai ase.... Atia field ot practical kri ase....

  • @monalishasaiki7842
    @monalishasaiki7842 Месяц назад

    Arokshi ajikali nije aku step lobo nuara hoise,rajniti merpash ase,karubar bohotia hol

  • @konmoniboro9191
    @konmoniboro9191 Месяц назад

    Last year Udalguri police thanar underot ejon innocent manuh jun goraki Biya khabo he goisile tak encounter kori puthi thoisile ( Dimbeswar Musahary ) , bule taak Kanuram Boro jjaak tini bosoror pora dacoity case it bisari asil , heijon manuh buli encounter korisile 😢 .
    Ghoror manuh jetiya TVt dekha palu tetiyahe hahakr lagile . Puti thowa dead body uliai , deceased personor khontan sinakto korile . Pi dha Same kapoor ,manuhjon same .
    Sad

  • @AaluadinShekh
    @AaluadinShekh Месяц назад

    Are vai kiman nidukhi manuh jel khati ase dukhi aramot ghuri furi ase

  • @manirulhussan1571
    @manirulhussan1571 Месяц назад

    অ টি দুক্ লগা কাহিনী

  • @HRC1916
    @HRC1916 Месяц назад

    কোন কোন ল’ৰাৰ gf আছে 🙌🙌

  • @saifuddin6040
    @saifuddin6040 Месяц назад

    Right

  • @thereisnogodexceptapower1993
    @thereisnogodexceptapower1993 Месяц назад

    South Indian movie... Besi k sai too .. kisomn..police.Bishoya. logote. Govt assam or montri MLA... Okay see what happens. Waiting for High court result