@satyaranjan, your songs are really অপ্ৰিয় সত্য। Similar to Arupjyoti Cultivator. One day they will try to destroy your life, but don't give up. God bless you brother.
দাদা আপোনাৰ ১ বছৰৰ মান আগতে গান এটা শুনিছিলোঁ ৷ কিন্তু আপোনাৰ নাম জনা নাছিলোঁ ৷ আজি News Channel এটা হে আপোনাৰ নামটো গম পালোঁ ৷ আপোনাৰ এনেকুৱা ধৰণৰ গীত বোৰ শুনি বহুত ভাল লাগে ৷ আপোনাৰ গানৰ Lyrics বোৰ বহুত ভাল লাগিছে❤❤❤
Mon Sui jua Ata geet. Hobdo bilak uff mon Sui jua. "Dhorkhon hoisil dhorkhon Hoi, dhorkhita joni mur kunutu nohoi". This line brings goosebumps.
এনেকুৱা গীতক আমি স্বীকৃতি নিদিয়ালৈকে না অসমীয়া গীতৰ উন্নতি হব না জাতিৰ, সঁচাই অপূৰ্ব ❤
❤️❤️
Mjaa lge dada gan
বহুত mojaa... গানটো বহুতবাৰ hunilu...
Thank you so much
আপোনাৰ প্ৰতিবাদী সত্তাক চেল্যুট, বহুত সাহসৰ প্ৰয়োজন ❤❤❤❤
ধন্যবাদ
মামা ৰ চেহেৰাটো মনলৈ আহে গানটো শুনি ।
বন্ধু বহুত দিনৰ পিছত দৰ্শন দিলা। ভাবিছিলো উৰাজাহাজৰ পিছত ৰজাঘৰীয়াই হয়তো উপহাৰ দিছে কিজানি। পিছে তোমাৰ সেই অপ্ৰতিৰোধ্য কণ্ঠ আকৌ বাজি উঠিছে। আগুৱাই যোৱা তুমি আৰু তোমাৰ সুললিত কণ্ঠৰ বজ্ৰনিনাদ। জয় আই অসম
ধন্যবাদ ।
Jai aai akhom
Dada Mur tumr agr Urajahaj Gaan 2 aru
Atya A gaan 2 bahut Besi Val lgee...
❤❤❤❤
Thank you so much
উত্তম সময়ত সময় উপযোগী গীতৰ জৰিয়তে যি অপ্ৰতিৰোধ্য প্ৰতিবাদ আপোনাক হাজাৰবাৰ চেলুট জনাইছোঁ বন্ধু ।।
A mojaaaaa ❤😎❤
Thanks
এইবাবেই মানুহ জনক ভাল লাগে
What a lyrics ❤, জেগাত পৰিছে ৰাইজে বুজিলেই হয় আৰু 🙏
❤️❤️
গান হলে এনেকুৱা হব লাগে । সময় আৰু পৰিস্হিতিৰ লগত একেবাৰে খাপ খোৱা ❤❤
অসমৰ ''নাচিকেতা''👍
সুন্দৰ আগবাঢ়ি যাওক।
🙏🙏
Moja disa...
🙏
আপোনাৰ প্ৰতিটো গীতেই শুনি আহিছো। আপোনাৰ গীতৰ কথাই মন চুই যায় । আপোনাৰ গীতত বাস্তৱ জীৱনৰ সঁচা প্ৰতিচ্ছবি ফুটি উঠে । আগুৱাই যাওঁক । 🙏🙏🙏🙏🙏🙏
অশেষ ধন্যবাদ ।
Moja disa
অতি সুন্দৰ
ধন্যবাদ
@@satyaranjan1874 আগলৈকে এনেধৰণৰ গান পাম বুলি আশা ৰাখিলোঁ আৰু সকলো কেইজন দাদা লৈ মোৰ ফালৰপৰা মৰম যাছিলো 💞😘❣️
Moja disa vai
🙏
ককাই জয় আই অসম ❤✊ ভাল লাগিল শুনি❤
জয় আই অসম
Satya Ranjan Da jai aai axom
Jui bhai jui eikura juit Jen durnity bur joli jai Jen🫶🔥
🙏🙏
Bhal lagise .
Aguwai jowa dada🎉🎉
কি সুন্দৰ গীত আৰু সুৰ। গীতটিৰ মূল বিষয়টো খুবেই ভাল❤❤
🙏🙏
Bah! Ki hundor👍👍
❤️
বহুত সুন্দৰ কথাৰে সংগীত ৰচী বহুত ধুনীয়া বাৰ্তা দিলে ৰাইজক, বহুতেই ভাল লাগিলে শুনি বহুত ধুনীয়া কণ্ঠ আপোনাৰ 👌💖
অশেষ ধন্যবাদ
Bohut mojaahhhh
❤
Khube Hundor Gutay ki Jon kokidaw loi Morom jasilu Geet tu Kuna kuna vall Pla ata ata Like mry jua
❤️❤️❤️❤️
জয় আই অসম❤❤
Jui dada
ভৱিষ্যতে তোমাৰ এই গান বোৰ scearch কৰা হব❤❤❤ ভাল লাগিল অপ্ৰিয় হলেও সত্য ।
আগুৱাই যোৱা
ধন্যবাদ
Bohut mojaahhh❤❤
সুন্দৰ সত্য...
সত্যৰ সদায় জয় ❤
❤️❤️
বহুত ভাল লাগিল দে গীতটো শুনি ,
একদম সঁচা কথা দি গান গাইছে দাদা আপুনি, দেশৰ যি অৱস্থা হৈ আছে সকলো কথা মিলিছে, জয় আই অসম ❤❤❤❤ শদিয়া পৰা সন্দীপ চেত্ৰী ❤️❤️
ধন্যবাদ
Bht val lgesa dada logr ajnr satus pai hunelu❤
Thank you
আপোনাৰ গীতবোৰ মোৰ খুব প্ৰিয়❤❤। আগুৱাই যোৱা শুভেচ্ছা থাকিল❤
ধন্যবাদ দেই
Bohut hundoor....bortoman Homoyor opriyo hotyo...
Excellent composition and presentation 🎉. Congratulations Bhai you are feature 🌞
Thank you so much
You guys rocks...dhule anekoi a dhubo lge
🙏🙏🙏
গোবিন্দ গাৰ্গে গানটো শুনিছেনে বোলো? সিৰাই সিৰাই তেজৰ লগত চাগে ৰজা জনৰ দেহা পুৰি গৈছে... Buddy keep it up.. নিজৰ হিমালয় সদৃশ সম্পতি পাহাৰ গঢ়ি দস্যু আঙ্গুলিমাল বৰ্তমান ৰত্নাকৰ হোৱা আখৰা সাজু পিছে ৰাইজে জানে.. বুজাই বুজে..
🙏🙏🙏🙏🙏🙏
Keep it up 🎉
Nice song. এইটো গীত শুনি ৰাইজে হাতে কামে লাগি যায় এদিন অসম ভাৰতৰ এক নম্বৰ ৰাজ্য হব ।
ধন্যবাদ
গীতৰ লেখক আৰু গায়কজনক মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো। মন চন ভাল লাগি গল।
Commendable!! Congratulations to the entire team ✨
Thanks for your comment
অপ্ৰিয় সত্য....
❤️
Logot ejon r status pai gaantu search korilu atiya 12 bar maan hunilu , huni mon bhoraye nai. Bohut bhal lagise music & lyrics ❤❤
Thank you so much 💓
😅😢😅😊অ😮😮
Same bro
Moi o ake
Thanks for your comment
মানুহৰ মনত চটফটাই থকা কথাখিনি আজি আপোনি গাই দিলে ধন্যবাদ আপোনাক
ধন্যবাদ।
বঢ়িয়া দাদা।
ধন্যবাদ
প্ৰতিবাদী কণ্ঠ------💓 সুন্দৰ👍
ধন্যবাদ
বহ্নত ধুনীয়া গাইছা ।
Thanks
ককাইদেউ সঁচাকে ক'ব হʼলে বহু দিন ধৰি আপোনাৰ গীতৰ অপেক্ষাত আছিলোঁ। শুনি বহুত ভাল লাগিল।।❤❤❤
বহুত বহুত ধন্যবাদ ভালে থাকা ।
Thank you same to you Brother ❤️❤️
Hundar❤
Thank you so much
Wlcm, moi majuli t dai
Wlcm, moi majuli t dai
আজিৰ সমাজৰ একেবাৰে সত্য কথা বোৰেই ইয়াত নিহিত হৈ আছে❤
ধন্যবাদ
মজা ভাই ❤️❤️
🙏
প্ৰতিবাদৰ এই ধাৰা অব্যাহত ৰাখিবা❤
🙏🙏
বহুত ধুনীয়া কবলৈ ভাষা নাই । আৰু পাম বুলি আশা ৰাখিলো 👌👌👌
ধন্যবাদ
মোৰ প্ৰিয় কণ্ঠশিল্পী জন যত প্ৰতিটো শব্দত স্পষ্টবাদী আৰু এখন সঁচা ছবি দেখা যায়❤❤
অশেষ ধন্যবাদ।
অপ্ৰতীম! অনন্য! চাব্বাছ ডেকা ল'ৰা!!!!
ধন্যবাদ
Legendy voice with epic lyrics
Thank you so much 💓
Vai vai I like you.... Enekuwa manuh lage amak etiya... Moi asu apunar logot
Thank you
@satyaranjan, your songs are really অপ্ৰিয় সত্য। Similar to Arupjyoti Cultivator. One day they will try to destroy your life, but don't give up. God bless you brother.
Thank you so much
Xundor geet❤❤vibe axe election r khomoit dj ani bojam
দাদা আপোনাৰ ১ বছৰৰ মান আগতে গান এটা শুনিছিলোঁ ৷ কিন্তু আপোনাৰ নাম জনা নাছিলোঁ ৷ আজি News Channel এটা হে আপোনাৰ নামটো গম পালোঁ ৷ আপোনাৰ এনেকুৱা ধৰণৰ গীত বোৰ শুনি বহুত ভাল লাগে ৷ আপোনাৰ গানৰ Lyrics বোৰ বহুত ভাল লাগিছে❤❤❤
অশেষ ধন্যবাদ ।
আহা কি যে মজা গান
বহুত ভাল লাগিল গানটো,
আগুৱাই যোৱা,.....
ধন্যবাদ।
lyrics likhidibo
সমাজৰ গান ❤
বহুত ভাল লাগিল বন্ধু। ১০০০ লাইক
ধন্যবাদ
Mojaa
Mojja dise
🙏🙏🙏
Bohut bar hunilu gaantu .Huni thakiboloi mon jai.eman kenekon milale baru .protitu kothai right
Thank you so much
spr🎉
🤝
Moja dada aru lage🎉❤
সুন্দৰ পেৰডী । পৰিৱেশন শৈলী উন্নত আৰু বাস্তৱ ।
🙏
Val lagil
ধন্যবাদ
Uff....Hodai vale thakok apuni 😊
Thank you so much
Just woww
বহুত ভাল লাগিল শুনি 🤩
ধন্যবাদ
Welcome 🤗 সচাঁকৈ বহুত ভাল লাগিল
ইহতি গা নোধোৱে আৰু❤
❤❤ hasai kin2 disa jegat
❤️❤️
সুন্দৰ।
❤️
Wow...... Exactly..... Thank uu very much
❤️
Superb. ....satya Ranjan....
Thank you
Khubei hundor gaan tu , Satya daa.
Thank you ❤️
Monor onuvob 👍👍👍👍👍👍👍👍
👏👏
Khub dhuniaaa opriyosottoya 👍👍
ধন্যবাদ
সুন্দৰ প্ৰতিবাদ।
মজা দিছে❤❤❤
moja hoi tumar gaan bilak...xuni thku thku lge
❤❤❤
ভাল লাগিল শুনি
ইমান বাস্তৱতা আছে তোমাৰ গানবোৰত,,❤❤❤
❤️
Superb bhaiya
❤
জেগাত পৰিছে। সুন্দৰ
🙏
Bahut sundar ❤
🙏🙏
Mooja dse,❤
❤
❤
Wah borhiya 👏
আপোনাক চ্যেলুট ককাইদেউ ।
ধন্যবাদ দেই । ভালে থাকক সদায়েই।
আপোনাৰ গান সদায় জুই,দিয়ে সবকে ধুই
ধন্যবাদ
অতি সুন্দৰ হৈছে
ধন্যবাদ
Moja disa dada val lage tumar ganor kotha bur❤❤❤
Thank you
বৰ সুন্দৰ সখা 🎉🎉🎉🎉🎉🎉🎉🎉
❤❤❤
সুন্দৰ আগলৈকে আৰু বহু আশা ৰাখিলোঁ।
ধন্যবাদ