LIVE| Sumi Bora Case Update | প্ৰশ্ন সুধিলেই কান্দি দিয়ে চুমি বৰাই। আৰক্ষীক সহযোগ কৰা নাই চুমিয়ে |
HTML-код
- Опубликовано: 19 сен 2024
- LIVE| Sumi Bora Case Update | প্ৰশ্ন সুধিলেই কান্দি দিয়ে চুমি বৰাই। আৰক্ষীক সহযোগ কৰা নাই চুমিয়ে |
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
#sumiborah #tarkikborah #dibrugarhnews
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
কান্দি কান্দি বেহুচ হলেও ৰেহাই দিব নেলাগে ।
চুৰুনী কান্দিব আহিছে বনৰী জনী
😢😢😢😢😢😢
বনৰীয়ে এতিয়া পানী কেছূবা হৈ দেখুবাইছেঘৰীয়ালে চকুপানি ওলিয়াই লাভ নাই
এ কান্দিলেই সাৰি যাব নেকি ?? ইমান ডাঙৰ হিৰাফেৰি দহ বছৰ মান জেল হলেই ভাল পাম । এই নাৰীৰ নামত কলঙ্ক ----বাহৰে বেটিৰ কি লেবেল--'
অসমত তাইৰ নিচিনা বিয়া কোনেও হেনো পাতিব পৰা নাই ---- এতিয়া বিয়াৰ স্মৃতি বোৰ জেলত থাকি ভালকৈ ৰোমন্থন কৰি থাকা দেই মইনা কলিজা ।
FIR নিদিয়ালৈ active action লব নোৱাৰে। আচৰিত FIR এতিয়ালৈ নাই।
এনেকৈ হলে investigation একো নহব।
আগবাঢ়ি আহিব লাগে।
আচৰিত কথা বেছিভাগ investors এ ধৰা পৰাৰ ভয়ত FIR দিব সাহস কৰা নাই।
কাৰণ তেওঁলোকৰ investment বিলাক ৰ source of income আৰু IT return file record নাই চাগে।
Black money scam ফচাৰ ভয়।
লুকাই কিয় আছে investors বিলাক।
FIR ৰ ওপৰতহে জোৰ হব কেচটো
@@deepjyotihrishikesh একপ্ৰকাৰে চাব গলে গোটেই ঘটনাটো খেলিমেলি কৰি দি একেবাৰে নাপাত্তা কৰি দিব----চৰকাৰৰ কায্য কলাপ দেখি এনে যেনেই লাগিছে ।
@@protimadutta2890 তেনেকুৱা হব।
Investors খিনি ৰ পইচা গৈছে।
Investors খিনি ৰ ওপৰত আগবাঢ়িব।
Petitioner ৰ যদি একো খবৰ নকৰে Accused ক convicted কৰিব নোৱাৰে। bail পাব ৩ মাহ পিছত।
কিন্তু investors খিনি ৰ ও ভয়।
সচা পইচা কাৰো নাই বেলেগক অন্যায় কৰি ঘটা পইচা। হিচাপ নাই।
Source of income and IT return file record নাই।
কম নহয়।
এই বিলাক ত investment কৰা বিলাকক নো কি হিচাপে ভাল বুলিব পাৰি।
Investment in unauthorized company is a scam first of all
Thanks
চুমী বাই ভাল অভিনয় ও কৰে দেই......
নাৰীৰ শেষ অস্ত্ৰ হৈছে অশ্ৰু
এজন ডাঙৰ মানুহে কৈছিল😊
কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰা এচাম খাটি খোৱা মানুহৰ পইচা, কষ্টৰ পইচা কোনেও খাব নোৱাৰে। সকলোকে ধৰিব লাগে।
Dangariya sumi bora ejoni master acting kora suwali aru bahut talented hoi xeikaroneitu emn Toka mari polai thakibo paricil.dubai t goi jodi enquiry solai aru bahut ulabo
বেছি হাহিলে বেছি কান্দিবলৈ ও পায়
নাতিনিজনীক এতিযা কেনেকুৱা লাগিছে তা ইক এৰি দিব নালাগে
জেলৰ লৈ পথাওক সোনকালেই😮
এই জনী কথা আৰু শুনাৰ ধয্য নাই
সুন্দৰ অভিনয়
Jodi aku bhul kora nai prosno hudile kio kande Mane bhul korise bhul kora bure hey bhoit kande buhl nokora bure bindas utor dibo lage kande kio
টেঙৰৰ এশ এটা বুধ্বি
My best anchor J.M.Goswami
কান্দি ৰণ জিকিব এইবোৰ ।
সকলো ৰাইজে গম পাই এইখন এখন অভিনয় ।😂😂😂😊
চুৰুনী জনীৰ ঘৰিয়ালৰ চকুপানী দেখী পাহৰী নাযাব তাইৰ যিহে অহংকাৰী নাটক বহুত কৰিব কাৰণ অভিনেত্ৰী তাই
লোকৰ টকা খোৱাক ৰেহাই দিব নালাগে। এতিয়া অভিনয় কৰিছে ।
আঠুত Encounter কৰিলে সকলো ঠিক হব।
দোষ নাথাকিলে দাম্ভিক উত্তৰ দিব!দোষ থাকিলে এইটো হবই!
Morom kori thakile nohobo...kandile hobonki...lukor tokare moja loise enjoy krute sinta krisilne
50 বছৰ jail দিব লাগে। Sumi তুমি অভিনয় কৰি লাভ নাই এতিয়া। এইয়া কোনো ফিল্ম শ্বুটিং নাই হোৱা।
Current lagai diba lage jibhaat.hakalu koi diba.
This is her new drama
চুমীৰ এইবোৰ নাটক। Electric shock দিলে সকলো কৈ দিব
নাৰীয়ে সচাক মিছা কৰিব পাৰে চকু পানীৰে।
নেৰিব পাখৰিক
Abhinoy kori asa
চেহেৰাটোৰ ছাগে বেয়া হৈছে ,মূখৰ পলেপ লগাবলৈ নোপোৱাৰ বাবে ।
Tai dekhun jiwanot kandiba ye bisora nai.etiya kihor kanda kota.choku re hariyoh.ful dekha koi dusor didiyok sob koi jab eta etakoi
মজা
Aibur soku pani sob Misa dui sor Maan di diyok sob ulai jabo lengta kori kubaok taik
😢😢😢😢😢😢 hohojug korilehe hasti kom hoboou pare,
Piton.dila.sob.koba
Nakanda Medicine dibo lagibo sage.. Custody t besi maram paise sage!!
Uttar nai tair hatot😂
Aei lukor uporot ADRE T aku prosno nahil j....!
Ansar diyar voiyot soku pani uliyai dekhuwaise sii emn nilaj suwali
Good
She is extremely clever
Eijonir natok aru kiman sam. Amoni lagise.faltu jonir pora batori sabo nuwara hoisu
বেলেগ নিইজ নাই নেকি ইহঁতৰ বাহিৰে। কেৱল চুমি, বিশাল। ডিব্ৰুগড়ৰৰ প্ৰশাসন সুই আছে নেকি
এতিয়া investors খিনিয়ে source of income আৰু IT return file record সঠিক ভাবে জমা দি claim কৰিব পাৰে।
লুকাই থাকিলে নহয়।
যদি সঠিক হিচাব দিব নোৱাৰে black money investment হব।
Money laundering Actমতে।
মনে মনে লুকাই থাকিলে নহয় ধৰা পৰাৰ ভয়ত।
Everyone is involved in this scam.
Investment in an unauthorized company is scam.
The scam must be probed meticulously
Vaku vauna hoi hebur..natok kori love nai..suruni sumi
Akting korise
ইয়াত সকলো দোষী। পইচা investment কৰা আৰু পইচা লোৱা। কোনেও যাতে সাৰি নাযায়।
Investors বিলাক ৰ হল কি FIR দিয়া নাই।
বহুতে কলা টকা investment কৰিছে।
চুমি আৰু বিশাল ৰ লগ লাগি চব ফচিল।
kandise babe to gover kiba ase.
চুমি য়ে কান্দি ৰন জিকিৰ । পুলিচে ইহঁতক বাঁহ চিৰি চিৰি কেই চাতমান দিলে সকলো বমি কৰি দিব। সিহঁতক মৰম কৰি জেয়া চলালে কি ঘটিডাল ওলাব পাৰিব।
Aikhon Natun Natok Suroni Jonir
Moina kolija nohoi janu
Group sudon Dib lage aijonik poisa ghurai diyok
100% dukhi parsoy dise
ব্যবহাৰ কৰক ৩ নম্বৰ
Bohut besi korise
3rd degree aply karak.
ৰাইজে পিতন দিলে ভাল কান্দি জিকিলে কি ডাল হব নহব মৰি যাক বেমাৰ দেখি এৰি নিদিব 😂😂😂😂
চুৰুনীৰ হাতত উত্তৰ থাকিলেহে দিব ।কাৰন তাই চুৰকৰাতো হয়।
Garam lohare dagi dib lage... Anekuwa bilok amak dib lage jera karibloi
I love you sumi😢😅😅
100 গৰু মাৰিলে বাঘৰো মৰন...
কাদিবৈ এতিয়া সাৰিবলৈ।
And raati kio
Lukor poisa khaute sinta koribo lagisil.atia kandi ki lav
Crocrodillor sakur panir kunu artha nai.khadya bur dubair para anai diyak.
Assam police 🚨 eman noromneki
পিটন দি দি কথা উলিয়াব লাগে ॥ কথা নকবৰ বাবে চাল লগাইছে এতিয়া খুৱ পিটিব লাগে তেতিয়া ভয়তে কবই লাগিব ?
Kasuya ni tai kandebla
ai joni r darecat fasi hobo lage
দুকোবমান দিলেহে কব ।মহা টেঙৰীয়ে এতিয়াও অভিনয় কৰিব এৰা নাই ; ঘৰিয়ালৰ চকুপানী ওলিয়াই দেখুৱাইছে এতিয়া।লোকৰ টকা বিলাসীতাত খৰছ কৰোতে এইবোৰ কথা মনত নপৰিল হাঁ।
❤ww
তাই নাটক কৰি কৰি সাৰি যাম বুলি ভাবিছে ? কান্দি কান্দি ৰণ জিকিব আহিছে ৷ দুই কোব দিলে সকলো বমি কৰি দিব কাৰ পৰা কিমান টকা খালে 😅😅😅
ভেকচন জুৰি শাৰি যাব বিছাৰিছে
Ghoriyal soku Pani dekhuwaies
Sumi tumar naam to ki buli hudhileu tai kandi diye , lajuki সহজ সৰল ছোৱালী তাই ।
200 bar sumi name loise....
Moramar Matra hudhela naka a
কান্দিয়েই ৰন জিকিব চাব কিন্তু 😂😅😮
Noka poisa khi lebel dia na atia kndi dakhisa na
আগতে আনৰ ধনৰে খায় লৈ লাহ-বিলাহ কৰি নাচি বাগি আছিল নহয় এতিয়া কান্দিব লাগিবই।
Suroni bure kande 😂😂😂😂😂
Piton Nideya kio . Horu dukhiya manuhok dhorile bohut kosto diya .anekuwa burok dibo Lage . Yehator natok besi
Nasonir Nasa hol Atia Kandar Abhinoy
Katha uliya brji marak balbalai diba
Kiman core toka ase sumir monot pora nai sage hei karone kandise.....😅
Apuni sab Misa katha koi
অতি কান্দোন তেখেতৰ সপোন আছিল।😀
Sumi Borah akal Sumi Borah Kam nai neki aru
ঘৰিয়ালৰ চকু পানী over acting ki dukan
Sumi bishal r logot asil babe tu polai asil...
Garm tel thali dib lage
Kani ran jikibor neki sumi bora
ঘৰীয়ালৰ চকু পানী
Bhol korese Jodi kio kandise 😂😂😂
Third degree apply koribo Lage.
পাতিলুৱা ভাইকৰলোগত চুদাদ ভাল লাগিছেল এতিয়া কানদাৰ নাতক ৰেনদীজুনিৰ
Bus khon meli vut jolokiya vangi diyok bonori jonik
Aku nai alp acting xiki ahiba dance korile nohobo nohoi acting jabo lagibo podcast koisela dangor cinema ahi ase boli tar karonai acting tu val koribo lagibo no val kai kora acting tu 👍🙂
কাদি কাদি থ
পিতি পিতি হোধিব লাগে
Bakiburok je bettere pite surunik pite holeu katha uliyauk. Kandile ari dibaneki? Ne pulicer morom lagise?
Tai police ok xompurno xohojug korim buli koisil dekhun, etiya natok kori ase, jimane natok koribo ximan xasti tu borhai dibo lage, tetiya ulai jabo sob