News18 Assam NE LIVE | Orunodoi 3.0 | One Nation One Election | Sarjon Hanse AASU | By Election

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • News18 Assam NE LIVE | Orunodoi 3.0 | One Nation One Election | Sarjon Hanse AASU | By Election
    Orunodoi 3.0 | বৃহস্পতিবাৰে পুৱা ১১ বজাত শুভাৰম্ভণি অৰুণোদয় ৩.০ৰ। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় ৩.০ মুকলি । অৰুণোদয়ত নতুনকৈ অন্তৰ্ভুক্ত হ’ব ৩৭.২ লাখ হিতাধিকাৰী। ৰেচন কাৰ্ড নাথাকিলে নাপাব অৰুণোদয়ৰ সুবিধা।
    One Nation On Election | দেশৰ নিৰ্বাচনক লৈ মোদী চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। সংসদৰ শীতকালীন অধিৱেশনত বিধেয়ক উত্থাপনৰ সম্ভাৱনা। দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব ‘এক দেশ, এক নিৰ্বাচন’। ৰামনাথ কোবিন্দ কমিটীৰ প্ৰতিবেদনত অনুমোদন জনোৱাৰ পিছতে সৰৱ কংগ্ৰেছ।
    AASU News | দেশৰ নিৰ্বাচনক লৈ মোদী চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। সংসদৰ শীতকালীন অধিৱেশনত বিধেয়ক উত্থাপনৰ সম্ভাৱনা। দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব ‘এক দেশ, এক নিৰ্বাচন’। ৰামনাথ কোবিন্দ কমিটীৰ প্ৰতিবেদনত অনুমোদন জনোৱাৰ পিছতে সৰৱ কংগ্ৰেছ।
    Bongaigaon Candidate | বঙাইগাঁও উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ হৈ অগপই প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। অগপ, বিজেপি আৰু UPPLৰ বিষয়ববীয়াৰ বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত মিত্ৰজোঁটৰ বৈঠক। মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰীৰ।
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #arvindkejriwal #Sumibora-tarkikborah #aasu #vishalphukanarrested #swapnanildasarrested #stockmarketfraud #amitshah #sankarjyotibaruah #himantabiswasarma #manipurviolence
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии •