মোৰ কেঞ্চাৰ ক'ত হৈছিল। কেঞ্চাৰ হ'লে প্ৰথম কি কৰিব

Поделиться
HTML-код
  • Опубликовано: 29 дек 2024

Комментарии • 221

  • @JagneswarBora
    @JagneswarBora Месяц назад

    ভগৱানে আপোনাক ভালে ৰাখক ।

  • @dalimiboruah4100
    @dalimiboruah4100 Месяц назад

    আপোনাৰ সু স্বাস্থ্য
    কামনা কৰিলো।

  • @dipamonidevi3186
    @dipamonidevi3186 Месяц назад

    বৰ ভাল লাগিল কথাখিনি জানি | সদায় ভালে থাকক |

  • @NipuBhuyan-u6m
    @NipuBhuyan-u6m 28 дней назад +1

    কৃষ্ণ।বৰ সুন্দৰ নিদৰ্শন বাৰ্তা। ভগৱানে আপোনাক কুশলে ৰাখক। গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

  • @sumitailoring4669
    @sumitailoring4669 3 месяца назад

    সদায় ভালে থাকক🙏

  • @AshaBontiBorah
    @AshaBontiBorah Месяц назад

    God bless you🙏 sir

  • @DharmeswariBoro-x8n
    @DharmeswariBoro-x8n Месяц назад

    Bohut bahut dhainyabat

  • @gupalgogoi
    @gupalgogoi 5 месяцев назад

    আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো

  • @nizarakhanikar1763
    @nizarakhanikar1763 2 месяца назад

    God bless you

  • @rukminitalukdar425
    @rukminitalukdar425 Месяц назад

    বহুত ভাল কথা কৈছে। আপুনি সদায় সুস্থ সবল হৈ থাকক ।

  • @PunyaLahan-l7j
    @PunyaLahan-l7j 10 месяцев назад

    আপোনাৰ ধনাত্মক চিন্তাধাৰাৰ কথা শুনি বহুত উৎসাহ পালো লগতে বহুত কথা জানিব পাৰিলো । অশেষ ধন্যবাদ জনাইছোঁ ।

  • @GitikaPathakPathakGitika
    @GitikaPathakPathakGitika Месяц назад

    Haday bhale thakak🙏🙏🙏🙏🙏🙏

  • @bobita9914
    @bobita9914 6 месяцев назад

    ধন্যবাদ চাৰ

  • @jeutisingha1325
    @jeutisingha1325 4 месяца назад

    Thank you sir 🙏 God bless you

  • @ritabarman44
    @ritabarman44 6 месяцев назад

    Thank you from barama

  • @pinakibhushanmahanta8774
    @pinakibhushanmahanta8774 6 месяцев назад

    ❤🙏🌹❤️

  • @barnalidutta5866
    @barnalidutta5866 Год назад +1

    ভগৱানে আপোনাক সদায় ভালে ৰাখক।

  • @naniboruah5295
    @naniboruah5295 6 месяцев назад

    কুশলে থাকক৷

  • @nijumoniborah1667
    @nijumoniborah1667 Год назад

    আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল। ভগৱানে কুশলে ৰাখক সদায়।

  • @ikondas8254
    @ikondas8254 Месяц назад

    আপুনি কআ কথাবিলাক লীলাৰ একেবাৰে ৰাইত আমাক সকিয়াই থৈ গৈইচে বহুত বহুত ধন্যবাদ ভাল লাগিল ❤👌🏼👌🏼🙏🏼

  • @monjudutta9699
    @monjudutta9699 Месяц назад

    Sir thanks Moiu Ca patient bhal lagil hahokh paisu

  • @KrishnaRabha-ph7qk
    @KrishnaRabha-ph7qk Год назад

    🙏🙏🙏❤

  • @PranitaSaikia-e9s
    @PranitaSaikia-e9s 5 месяцев назад

    বহুত ভাল লাগিছে আপোনাৰ কথা শুনি।

    • @PranitaSaikia-e9s
      @PranitaSaikia-e9s 5 месяцев назад

      আপোনাক ভগৱানে ভালে ৰাখক

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Год назад +2

    ছাৰ আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰে পুষ্ট এই বহুমূলীয়া বক্তব্যটো আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস হওক। লগতে এনেদৰে সমাজৰ হকে কাম কৰি যাবলৈ ভগৱানে সদায় কুশলে ৰাখক 🙏🙏🙏

  • @dipanjoliborthakur
    @dipanjoliborthakur Год назад

    Good SHARING

  • @HemantiBhuyan
    @HemantiBhuyan Год назад

    বহুত ভাল লাগিল,আপোনাৰ কথা খিনি শুনি,, বহুত বেছি সাহস পালোঁ আপোনাৰ কথাৰ পৰা, ধন্যবাদ থাকিল 🙏🙏

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 Год назад +2

    জীৱন জিন্দাবাদ ❤ আপোনাৰ জীৱন যুঁজৰ যাত্ৰাই বহ জনক সাহস যোগাব 🙏🏼 ভগৱানে আপোনাক কুশলে থাকক 🙏🏼

  • @oiyolee997
    @oiyolee997 8 месяцев назад

    Thank you so much

  • @lokapravadas1638
    @lokapravadas1638 2 месяца назад

    খুউব ভাল লাগিল আপোনাৰ উৎসাহজনক বক্তব্য শুনি ।দীৰ্ঘায়ু হোৱাৰ কামনা কৰিলোঁ।

  • @runuchetia1658
    @runuchetia1658 Год назад +1

    আপোনাৰ কথাখিনি শুনি অতিকে মুগ্ধ হ'লো!প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক

  • @jyotismitasaikia4173
    @jyotismitasaikia4173 Год назад

    Vale thakok hodai

  • @krishnakhidutta2420
    @krishnakhidutta2420 Год назад

    Apunak. Pronam

  • @karabiphukan7775
    @karabiphukan7775 Год назад

    সদায় ভালে থাকক...

  • @PallabiDuttaBorah
    @PallabiDuttaBorah 6 месяцев назад

    ভগৱানে আপোনাক সদায় কুশলে ৰাখক🙏

  • @imjustapixiedust6306
    @imjustapixiedust6306 Год назад +1

    Thank you.

  • @AnjanaHazarika-w9o
    @AnjanaHazarika-w9o Год назад +1

    আপোনাৰ কথাখিনি শুনি বহুত সাহস পোৱা যায় আৰু ভাঙি পৰা মনটো যোগাত্মক চিন্তাধাৰালৈ পুনৰ নিবলৈ চেষ্টা কৰোঁ,,,👍👍👌👌

  • @jitakalita5034
    @jitakalita5034 Год назад

    Bohute dhanyabad val massage dise🙏🙏

  • @I_stole_your_marshmallow
    @I_stole_your_marshmallow 9 месяцев назад

    বহুত ভাল উপদেশ ।
    ধন্যবাদ!

  • @sonmoniborah5685
    @sonmoniborah5685 Год назад

    Kotha khani buhut val lagil vale thakok 🙏🙏

  • @BharatiDevi-t2r
    @BharatiDevi-t2r Год назад

    Thank you

  • @bhawanichetia1748
    @bhawanichetia1748 Год назад

    সুন্দৰ কথা কলে। ভালে থাকক সদায়।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Год назад +6

    মনোৰম ব্যাখ্যা। কুশলে থাকক সদায়। আপুনি এজন যুঁজাৰু। আমাৰ সদায় শুভেচ্ছা আছে।

  • @saraswatichaliha5773
    @saraswatichaliha5773 Год назад +12

    বহুত বহুত ধন্যবাদ জনালো ছাৰ ভগৱানে সদাই কুশলে ৰাখক

  • @KarabiKalita-so5bv
    @KarabiKalita-so5bv Год назад

    আপোনাৰ কথাখিনিয়ে বহুত সাহস দিলে। thank you so much sir..

  • @madhukalita1184
    @madhukalita1184 Год назад

    Bahut Bahut bhal lagil God bless you

  • @MadhabiDas-sv2eh
    @MadhabiDas-sv2eh Год назад

    Thanks

  • @meeradeka4667
    @meeradeka4667 Год назад +1

    খুব সুন্দৰ কৈ কথা খিনি কলে। বহুত ভাল লাগিল। ধন্যবাদ

  • @JonaliHazarika-h9j
    @JonaliHazarika-h9j Год назад

    ছাৰ, আপোনাৰ কথাখিনিৰ পৰা যথেষ্ট সাহস ,প্ৰেৰণা পালোঁ । আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ। ভালে থাকক সদায়.….

  • @bontigogoi3155
    @bontigogoi3155 Год назад

    সদায় ভালে থাকক দাদা।

  • @ujjaldutta2264
    @ujjaldutta2264 Год назад

    Apunar kathabur huni val lagil.

  • @anantakalita9689
    @anantakalita9689 7 месяцев назад

    🙏🙏🙏🙏🙏 ভগৱানে আপোনাৰ মঙ্গল কৰক, বহুত ধন্যবাদ, ইমান গুৰুত্বপূৰ্ণ কথাখিনি জনোৱাৰ বাবে।🙏

  • @ranjumonibora5588
    @ranjumonibora5588 Год назад

    প্ৰেৰণাদায়ক ভিডিঅ 🙏আপোনাৰ কুশল কামনা কৰিলো

  • @swapnakarmakar6930
    @swapnakarmakar6930 9 месяцев назад

    Val lage apunar kotha🙏🙏🙏

  • @anjumanisarma4793
    @anjumanisarma4793 5 месяцев назад

    মোৰ আজি কেইদিমানৰ পৰা খিনাইছো ওজন আমি গৈছে ওলাই গলে সকলো ৱে সুধে মোৰ মন বহু বেয়া হৈ গৈছে

  • @sewaliborah4728
    @sewaliborah4728 Год назад

    আপোনি সদায় সুস্থ হৈ থাকক❤❤❤❤❤

  • @mithusaikia9776
    @mithusaikia9776 Год назад

    বহুত সাহস পালো আপোনাৰ কথাখিনি শুনি ।ভগৱানে সদায়ে কুশলে ৰাখক আপোনাক ।

  • @bimangogoi3058
    @bimangogoi3058 Год назад +3

    ধন্যবাদ ছাৰ 🙏
    ভালে থাকক 💝💝💝

  • @ruliraniborkotoky3407
    @ruliraniborkotoky3407 Год назад

    কথাখিনিয়ে অনুপ্ৰাণিত কৰিলে । আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।

  • @Minakshi-j2i8u
    @Minakshi-j2i8u Месяц назад

    Bohut xahos palu muru hoi sil atia bhal hoise

  • @DiptiBaruah-dj9pe
    @DiptiBaruah-dj9pe 6 месяцев назад

    Thank you God bless you

  • @Rosie_park-9
    @Rosie_park-9 Год назад +7

    আপোনাৰ কথাবোৰ লগতে আপোনাৰ চিন্তাধাৰা সঁচাকৈ বৰ সুন্দৰ। আগুৱাই যাওক এনেদৰেই সু-স্বাস্থ্যৰ অধিকাৰী হৈ।

  • @diptigogoi599
    @diptigogoi599 Год назад

    সুন্দৰ।

  • @nilakalita7588
    @nilakalita7588 Год назад +1

    কথাখিনি বহুত ভাল লাগিছে দাদা

  • @lachuboruah6360
    @lachuboruah6360 Год назад +3

    দাদা,কথাখিনি পৰা বহুত সাহস পালোঁ,সুস্থ থাকক আপুনি..

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад

    ধন্যবাদ জনালো।

  • @lipadas312
    @lipadas312 Год назад +4

    বহুত উপকৃত হলোঁ দাদা, ভাল লাগিল।

  • @minuphukan372
    @minuphukan372 Год назад

    তোমাৰ কথাৰ পৰা গম পালোঁ মনৰ শক্তিৰ সমান একো হ'ব নোৱাৰে।

  • @rinahaloi8506
    @rinahaloi8506 6 месяцев назад

    Baba hodai vilai thika tomar kotha khane xune bohut vil lagil🙏🙏🙏🙏🙏

  • @binaphukan7334
    @binaphukan7334 6 месяцев назад

    ভগৱানে কুশলে ৰাখক। আপোনাৰ জীৱনে বহু জনক উপকৃত কৰিব।

  • @sumkilifestylendvlogs
    @sumkilifestylendvlogs Год назад

    ভাল লাগিল❤️কুশলে থাকক সদায়❤

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 Год назад

    আপোনাৰ কথা জানি সকলোৰে সহায় হব। ভগৱানে সদায় আপোনাক ভালে ৰাখক

  • @kabitabhuyan4148
    @kabitabhuyan4148 Год назад +1

    Bohut val korha kole dada.hosai manuh positive monor hobo lage aru hokolu kothate dhoijya dhoribo lage..mur dadar ru small intestune t cancer hoisl 2019 t.operation hol bortoman dada hustho kin2 check up koribole he bhoite goi thake.

  • @dipankarbhuyan947
    @dipankarbhuyan947 6 месяцев назад

    Thank you xukhi holu mane bohut bohut val lagil anekoi xodai thakok

  • @bulumoninath6956
    @bulumoninath6956 Год назад +2

    বহুত বহুত উপকৃত হ'লো ।সদায় সুষ্ঠ হৈ কুশলে থাকক 🙏🏾

  • @অসমীয়াবোৱাৰী-ঝ৭ব

    সকলো দিশ সামৰি লোৱা এটা সুন্দৰ ভিডিঅ'-- বহুত ভাল লাগিল

  • @monikanarjinari9209
    @monikanarjinari9209 Год назад +2

    Eman dhuniya kotha koly moi bohut hikibo parilu dhoinobat

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 Год назад +2

    সুন্দৰ কথা।হৃদয় চুই গ'ল।

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm Год назад

    বহুত বহুত ধন্যবাদ জনালো দাদা।কুশল মংগল কামনা কৰিলোঁ।

  • @rubiboruah6249
    @rubiboruah6249 4 месяца назад

    বহুত সাহস পালো জীয়াই থাকিবলৈ ভগৱানে আপোনাক কুশলে ৰাখক । মই ও একে পথৰে যাত্ৰী

  • @Bijubharali-qn7uf
    @Bijubharali-qn7uf 6 месяцев назад

    Apunak vagany valy rakk

  • @swapnajyotiborahgogoi9805
    @swapnajyotiborahgogoi9805 Год назад +1

    বহুত নজনা কথা জানিব পাৰিলো।অশেষ ধন্যবাদ।

  • @hasnaarabegum963
    @hasnaarabegum963 3 месяца назад

    আপোনাৰ কথাখিনিয়ে বহুতক সাহস দিব।মই এনেয়োআপোনাৰ ভিডিওবোৰচাই ভাল পাও।ধন্যবাদ আপোনাক।এনেদৰেই ভাল কথাবোৰ কৈ যাওক।🙏🙏

  • @renuborah6005
    @renuborah6005 Год назад +1

    সুন্দৰ কথা । হৃদয় চুয়় গৈছে 🙏

  • @lilydas3917
    @lilydas3917 Год назад

    ভগৱানে আপোনাক ভালে ৰাখক সদায়। ।

  • @ritaborah6238
    @ritaborah6238 Месяц назад

    সদায় ভালে থাকক🙏🙏

  • @NirjuDJrd
    @NirjuDJrd Год назад

    Apunar kothabor xuni bht bhl lge bhle thakok

  • @rumisikha9837
    @rumisikha9837 Год назад

    সদায়ে সুস্থ থাকক 🙏🏻

  • @evagoswami8826
    @evagoswami8826 Год назад +4

    বহুত সাহস পালো জীয়াই থাকিবলৈ
    । সদায় কুশলে থাকক।

  • @ankitasaikia9759
    @ankitasaikia9759 Год назад +2

    Thank you sir🙏

  • @rumineog6736
    @rumineog6736 11 месяцев назад

    ভগৱানে তোমাক কুশলে ৰাখক তাকেই কামনা কৰিলো

  • @hiramonimedhi7576
    @hiramonimedhi7576 11 месяцев назад

    Bohut val lagil apunar kotha xuni God bless you 🙏🙏🙏

  • @dipsikhadutta712
    @dipsikhadutta712 Год назад +1

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল দাদা।

  • @mondirakalita4221
    @mondirakalita4221 Год назад +1

    খুব ভাল লাগিল৷ যোগাত্মক চিন্তাই সকলো দিশতে আগুৱাই নিয়ে৷ তোমাৰ কথাৰ পৰা সাহস পোৱা যায়৷

  • @beautydutta1999
    @beautydutta1999 Год назад +6

    ভগৱানে তোমাক চিৰদিন কুশলে ৰাখক ।তাৰ বাবে ভগৱানৰ ওচৰত হাজাৰ বাৰ প্ৰাৰ্থনা জনাইছোঁ।

  • @runisharma2254
    @runisharma2254 Год назад

    সচাকে কথা খিনি ভাল লাগিল

  • @neelimadevi9393
    @neelimadevi9393 6 месяцев назад

    মানসিক সাহসৰ পৰামৰ্শৰ বাবে ধন্যবাদ জাছীলো।কুশলে থাকক সদায়ে ।

  • @rirupon9251
    @rirupon9251 6 месяцев назад

    নমস্কাৰ তাৰ ।আপোনাৰ উপদেশ আৰু কথাবিলাক বহুত বহুতভাল লাগে ভগৱানে আপোনাৰ মঙ্গল কৰক । ধন্যবাদ।

  • @bobitaborah1356
    @bobitaborah1356 Год назад

    কথাখিনি শুনি বহুত ভাল পালো ।আপুনি কুশলে থাকক ।

  • @SurajitDas-kv7up
    @SurajitDas-kv7up 9 месяцев назад

    ভগৱানে আপোনাৰ কুশল মংগল কৰক।

  • @JatinPegu-pd2nn
    @JatinPegu-pd2nn 6 месяцев назад

    Thengs