উত্তৰ-পূবলৈ ৰাহুল। আৰম্ভ হ'ল বিতৰ্ক। প্ৰসংগ- বিমান কোঠত গামোচা পিন্ধাক লৈ অস্বীকাৰ
HTML-код
- Опубликовано: 7 июл 2024
- উত্তৰ-পূবলৈ ৰাহুল। আৰম্ভ হ'ল বিতৰ্ক। প্ৰসংগ- বিমান কোঠত গামোচা পিন্ধাক লৈ অস্বীকাৰ। আনহাতে ৰাহুল গান্ধী প্ৰকৃততে অসমৰ বান পীড়িতৰ কাষলৈ আহিছিল নে অসম-মণিপুৰ সীমান্ত শিৱিৰলৈ?
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ axomlive24
/ @asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#axomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamesenews
#latestnewsofassam
#latestnews
অতনুৱে
কাৰোবাৰ ফলিয়া হৈ বাতৰি কৈছে নেকি ।
ৰাহুল গান্ধীয়ে বুজি পাইছে,পানীত কক বকাই আছে অসমৰ মানুহ,
😂
অতনু দাঙৰীয়া এই বাৰ ৰাইজজ সভাত জাব জেন পাইছু দিয়া😅😅😅
ভাল নিউজ কৰক ডাঙৰিয়া ।
বানত ককবকাই থকা মানুহৰ পৰা গামোচা লৈ নিজকে বৰ হ'ব বিচৰা নাই।সাঙবাদিক হলে কিছুমান কথা জানিব লাগে পে পে ডাঙৰীয়া।
Oi murkho jdi tur ktha hosa tnte ... congress r benar poster loi kio
কিতানু ভূঞা সুবিধাজনক নহয় অসমৰ সংবাদ জগতৰ বাবে....এই জনে অকল বিতৰ্কৰ হে সৃষ্টি কৰে....ৰাইজৰ মাজলৈ আহিছে....গামোচা খন তেওঁ হাতেৰে তলৈলৈ নমাইহে দিছে...দলীয় চিহ্ন সম্বলিত কাপোৰ খনো নমাই দিছে...vdoটোত দেখিছোঁ...কিতানু য়ে চকু দেখাব হল
Atanu + Hamanta
Congress zindabad
অতনু ডাঙৰীয়া, আৰু বিজেপিৰ হৈ কিমান টেটু ফালি চিঞৰিবা।ৰাহুল গান্ধী বানাক্ৰান্তৰ মৰ্ম বেদনাৰ বুজ লবলৈহে আহিছে। তোমাৰ মোদীৰ দৰে গামোচা পিন্ধি চেলফি উঠিবলৈ অহা নাই। তুমি যাক ভালপোৱা তাৰ পাদৰ গোন্ধটোও চাগৈ তোমাৰ বাবে সুগন্ধি হৈ পৰে।
আপোনাৰ মতো শুনিবলৈ মন নাযায়
এই ঔ"টনোৱা বুলাটোৰ মাতটো শুনিলেই খং উঠে।
Apuni news karibla ari BJP joint krak,apunar dalali katha hunibla mon nai,garat apunar news bajila TV off kari dia
Rahul Gandhi zindabad
Gurav gogoi apunar kotha. Bad. Diyok
atanu da apunr dristy kar fala nu
Atonu ne akoni ai2
Kotha to beleg hobo pare
Rahull ❤❤❤❤🙏🙏🙏....
Faltu atonu
Plz no creat controversy .
ghenta
G2 news debo lga hei2 news nedeya. Poisa kemn j khai asa kesuman repotar a😢😢
ভূঞা ডাঙৰীয়াৰ চিন্তা ৰাহুলৰ চিন্তা ৰ লগত মিলা নাই ।
বানসমস্য।ৰ সময়ত গামোচা নালাগে।
Faltu atanu bhuyan
Atonu da apuni sob kothai biporit kori news kore kiyo
Atanu da apunar mon tu emn bea ne ..emn bea koi kio vbi loi tekhete emn manuhor mjt gamosa nolabao pare tatei apuni ktha tu blg fale loi gol ..ami murkho nhoi j apuni kolei bisvas krim
BJP r hatt bikri howa sanhbadik
Toi kiba ata vul bisai palire na
Atanu sir.
Kiman tokat bikri gol apuni.
Cong aa assam ot ako diya nai
News korile vall dore karok bartoman ban soli ase
অতনুৰ পৰকতি লৰিছে।
Modified kot
Apunaluka negative bur ari positive tu basi batori koribosun ai batoritut karubar dalali kora jan lagil
News tu sai congress r samsa kisuman r joli ase
ৰাহুল গান্ধীক অসমত সন্মান কৰিব নেলাগে । ৰাহুল গান্ধীৰে সদাই অসমক অপমান কৰি আহিছে । অসমৰ লৈ আহি নাটক কৰিব আহিছে । অসমৰ বান পিৰিতৰ লগত ৰাহুল গান্ধীৰ কোনো সম্পৰ্ক নাই । ৰাহুল গান্ধীৰে ইলেকচনত হাৰি এতিয়াও ইলেকচন আছে বুলি ভাবিছে । কংগেছ দলৰ উদ্দেশ্য হল বান পানীত বিধস্ত হোৱাৰ ৰাইজক উচ্চতনি দি অশান্তিৰ কৰাৰ উদ্দেশ্য ।
Tomar Kam nai keki Shak badik vai
Akol akhomia gomusa luwa nai nohoi aru beleg gamusa dise hitu luwa nai aibilag loi bitorko hobo nalege
হাতত যে লৈছে দেখা নাই নেকি
This is the totally wrong nation all of I T cell, Atanu da raije buji paise.
Kokoi b j p bhabi m l a
News kra olp valkoi kribi...
Atunu boycott
Rahul gandhi zindabaad
Pappu😂
Atanu bulatu eta dalal
Katha ache phul mala , gamucha aibur kandhat nipindhemarimbyli bhaykare om cham ahebuli Tate gamuchakhan mechintbyuwa
চিকামুখীয়াই কি বলকিছ।নিউজ নেপালি।মুখখন এবাৰ আইনাত চাবিচোন চিকাটো নিচিনা একেই।
Ghorv gogoi dangoria apuni rajnitir fotha dhul bojai asa. Rahul gandhi ban bidhostho saboloi hoha proman dekuwak ,
ভাল নিউজ কৰক ডাঙৰিয়া ।