Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Good idea!!! Khupsurat video....
Good
So nice
MojJa
ভাল লাগিল চাই, শিকিলোঁ।
ধন্যবাদ
Dada bht val lagil video tu sai....
Thank q
Hundor vdeo.kintu vdeo bur short koribo.aru music sound tu komai dibo🙏🙏
হয়,, । ধন্যবাদ,,। ঠিক কৰিব চেষ্টা কৰিছোঁ,।
Val lagil...borhiya
দাদা আপোনাৰ পাণৰ Video টু চাই ভাল লাগিল আৰু মই জানিব বিচাৰো যে এজোপা পাণ গছৰ পৰা কিমান দিনলৈ ভালকৈ উৎপাদন কৰিব পাৰি । অনুগ্ৰহ কৰি জনাবচোন
ধন্যবাদ,,,। এজোপা পান আপুনি প্রায় 15 বছৰ বা তাত কৈ বেছি ভাল কৈ ছিঙি থাকিব পাৰিব,,। কিন্তু আপুনি যত্ন লব লাগিব,,। পান জোপাৰ গুৰিত শুকান গোবৰ , মাটি , আৰু সৰাং বতৰত পানীৰ ব্যৱস্থা কৰিব লাগিব,,। তাৰ উপৰিও বৰষুণ পৰাৰ ( বাৰিষাৰ) আগে আগে ডাল বোৰ অলপ ছিঙি দিব লাগিব,,। তেতিয়া নতুন ডাল আহিব আৰু পাত বেছি আৰু ডাঙৰ হব,,।
বহুত ধন্যবাদ দাদা । এটা কথা পাহৰি গৈছিলো যে এক বিঘা মাটিত কিমান পুলি লগাব পাৰি আৰু মিনিমাম কিমান টকা উপাৰ্জন কৰিব পাৰিম ।🙏🙏🙏
কোন ঠাই
গোৰেশ্বৰ, বাক্সা জিলা
Betel leaf panor Puli muk lagisil
Pab, address dib
Nice
Nic job
Welcome
Dada mzaaaa
Thanks bro
Background music ৰ sound ইমান ডাঙৰকৈ কি কাৰণে দিছে?
দুঃখিত,,,। যেতিয়া মই প্ৰথম ভিডিঅ বনাইছিলোঁ তেতিয়াৰ ভিডিঅ এইটো,,। মই জনা নাছিলো ভাল কৈ তেতিয়া,,। এতিয়া অলপ কম কৈ দিব চেষ্টা কৰিছোঁ,। আশীৰ্বাদ কৰিব
বঢ়িয়া,ময়ো ৰুম ৰবা।
puli lagisil dada
Baksa district , goreswar
Good job.... Good content... 😍
পানৰ পুলি দিব পাৰিব নেকি?
বৰষুণ ভাল কৈ পৰিলে পাব,,,। বৰ্তমান অলপ দুৰ্বল হৈ আছে
Disu de...
ঠাঁক্স
পানৰ পুলি লাগিছিল
পাব,,,,
মিঠা পান পুলি কত পাম?
কিছু শিকিলোঁ ছাৰ
বা: বিনোদ youtuber
Av দা,,,,
@@xeujiyabastabvlogs1511 vloger hoi goli
Good idea!!! Khupsurat video....
Good
So nice
MojJa
ভাল লাগিল চাই, শিকিলোঁ।
ধন্যবাদ
Dada bht val lagil video tu sai....
Thank q
Hundor vdeo.kintu vdeo bur short koribo.aru music sound tu komai dibo🙏🙏
হয়,, । ধন্যবাদ,,। ঠিক কৰিব চেষ্টা কৰিছোঁ,।
Val lagil...borhiya
ধন্যবাদ
দাদা আপোনাৰ পাণৰ Video টু চাই ভাল লাগিল আৰু মই জানিব বিচাৰো যে এজোপা পাণ গছৰ পৰা কিমান দিনলৈ ভালকৈ উৎপাদন কৰিব পাৰি । অনুগ্ৰহ কৰি জনাবচোন
ধন্যবাদ,,,। এজোপা পান আপুনি প্রায় 15 বছৰ বা তাত কৈ বেছি ভাল কৈ ছিঙি থাকিব পাৰিব,,। কিন্তু আপুনি যত্ন লব লাগিব,,। পান জোপাৰ গুৰিত শুকান গোবৰ , মাটি , আৰু সৰাং বতৰত পানীৰ ব্যৱস্থা কৰিব লাগিব,,।
তাৰ উপৰিও বৰষুণ পৰাৰ ( বাৰিষাৰ) আগে আগে ডাল বোৰ অলপ ছিঙি দিব লাগিব,,। তেতিয়া নতুন ডাল আহিব আৰু পাত বেছি আৰু ডাঙৰ হব,,।