অভিভাৱকে সন্তানৰ কথা কিদৰে শুনিব লাগে | How Parents Should Listen To Their Children

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024

Комментарии • 20

  • @hedexxa3079
    @hedexxa3079 2 года назад +1

    Bohut val lagil bhanuba. Wasim sir r pora bohut inspire hoisu

    • @MindPowerWasim
      @MindPowerWasim  2 года назад

      বহুত বহুত ধন্যবাদ 🙏

  • @manibankalitanath3648
    @manibankalitanath3648 2 года назад +2

    সন্তান আৰু অভিভাৱক সম্বন্ধীয় সুন্দৰ সুন্দৰ বচা বচা ভিডিঅ বোৰ সচাকৈ আটাইৰে বাবে খুবেই আৱশ্যকীয় । নিশ্চয়কৈ, আমিওঁ অভিভাৱক বোৰে সন্তানৰ কথা মন দি শুনাটো নিত্তান্তই দৰকাৰী । যদিও 90 দিনৰ পিছতহে কমেণ্ট ৰ কথা কোৱা হৈছে তথাপিও মই কমেণ্ট কৰিলোঁ 😊🙏 মোৰ সন্তান দুটিৰ কথাও মই খুব আনন্দৰে ,সিহতৰ লগত ধেমালিৰে সদায় শুনিছিলোঁ আৰু আজিও শুনো ।
    মই কব বিচাৰো যে আপোনাৰ ভিডিঅ যোগে প্ৰতেক জন অভিভাৱক উপকৃত হব ।🙏

    • @MindPowerWasim
      @MindPowerWasim  2 года назад

      Maniban বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ । আপোনাৰ Comment আৰু Feedback বোৰ পঢ়িলে বহুত উৎপাদন পাও আৰু উৎসাহিত হও। Thank You For Inspiring 💪 😊🙏

  • @datingray9007
    @datingray9007 2 года назад +1

    Bohut dhuniya vadio dada

  • @ArtAkufleetofficial7
    @ArtAkufleetofficial7 2 года назад +1

    নিশ্চয় 🙏🙏🙏

  • @joysmitabora7743
    @joysmitabora7743 2 года назад +1

    Nice

  • @mintubaishya6462
    @mintubaishya6462 2 года назад +1

    ৯০ দিন নহয় কিছুমান এনে অভিভাৱক আছে যিয়ে ১ দিনো সন্তানৰ কথা শুনিবলৈ ধৈৰ্য নাথাকে । কিছুমান সন্তান ৰ বাবে বৰ দুখ লাগে

    • @MindPowerWasim
      @MindPowerWasim  2 года назад

      দুখৰ বিশেষ কিন্তু সচাঁ। আমি সজাগতা বঢাব লাগিব। We Have To Spread Good Things

  • @monideepakakati4005
    @monideepakakati4005 2 года назад

    Definitely I will try

  • @minturajpegu5882
    @minturajpegu5882 2 года назад +1

    Right

  • @suraviborgohain9832
    @suraviborgohain9832 2 года назад +1

    It's true.

  • @selinurvlogs123
    @selinurvlogs123 2 года назад +1

    👌❤️