অনেক সুন্দর - ভালো লাগলো আনকমোন একটি বাংলা গান ! আজও মনে পড়ে সেই ছেলে বেলা - ৬ষ্ঠ শ্রেণীতে ক্লাস চলা কালে দেখা হতো ! আজ সব স্মৃতি - হারিয়ে গেছে ! - প্রিন্স শেখ জামাল বীর রাজপুত্র
This songs🎧 are evergreen..... man... This song was basically played during our annual freshers day in our school days like class5, 6,7,8,9which maks me nostalgic and remember my childhood days...
অসমৰ সংগীত জগতত এইবোৰ হে আছল গান বাজানা..ইমান সুন্দৰকৈ পাৰিবনে কোনোবাই এতিয়া!!সচাকৈয়ে সুন্দৰ আছিল গানবোৰ৷এতিয়াও সুন্দৰকিমান বছৰ পিছত শুনিব পাৰিলো ধন্যবাদ ইমান ধুনীয়া গান আগবঢ়াই বাবে
2
100%👌👌👌
Xosai
গানটো শুনি শুনি আজি লৈকে আমনি লগা নাই ইমান ধুনীয়া মাট সুৰ সদাই এবাৰ শুনো ❤🙏❤
গীতিমালিকা, কল্পতৰু, চিত্ৰগীত অনুষ্ঠানত শুনিছিলো । চীৰসেউজ গীতবোৰ বহুত ভাল লাগে ।
So beautiful gan
2024 t কোনে কোনে এই গান টো শুনি আছা like kra
Moi
@@amritsaikia2129 ok
Moi nice song
moi xuni asu
মই
আগতে বাইদেউৰ এই গীত বিলাক ৰেডিঅৰ যোগেদি কল্পতৰো অনুষ্ঠানত শুনি আছিলোঁ। অতীতৰ মিঠা স্মৃতি বিলাক মনলৈ আহে এই গীত বিলাক শুনিলে
Golden voice and golden song for all the Assamese people who are struggling to survive in a hostile atmosphere since long.
Aibur gaan xunile mur soku paani boi jai, kot je gol xunor Axomor xanti din bur 😭😭😭gaan tu xuni bohut val lagil
Atiya khei khunor অসম নাই আৰু বন্ধু 😭
Yes paharela nhoho
হয় হে..
0😊😊0p
Politics asomr khoklu ses krile
Bor xundr geet hridoy xon sui jai👍❤️❤️
@Jyotiprasad Sarma Jyoti Prasad Sarma tumk kune koise
T kk koisa 2mi mur reply tumi cmnt kri koisa
সন্ধা মেনন বাৰ ইমান মিঠা কন্ঠ 💕😍😍😍❤️বা তোমাৰ গীত মই আকাশবানীত বহুত শুনিছো। তোমাক ভগৱানে ভালে ৰাখিব।।।
Asha Bhosle ৰ কণ্ঠ।
@@prasantagoswami1477 🙄🙄
Old is gold 😔 শুনি শুনি হেঁপাহ নপলাই দেই ❤❤
Hosa
Hoi
Mmmm
@@raju2012karmakar
0l 0
0pu fc.b
G
u
G
Sir
hjnbmlb
x b oom
to nb
Sir
d
Sir Lghl
p
N
To bl
9
খখখখখখখখখখক্কখ্ৰককী য'ত@@flyinglife8009
Mojja lagil dei❤️❤️👍👍
Bohut hundor
ইমান ধুনীয়া গান এবাৰ শুনিলে আৰু শুনিবলৈ মন যায় গাইকা জনিলৈ মোৰ হিয়া ভৰা টথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো
Shonmoni Ahmed
From 2006, I listened this is one of my favourite song.
@Rajip ali Ali 😄😄😄😄😄😄😄😄😄😄😄😄
বহুত ভাল লাগে গানটো শুনি থাকিলে শুনি থাকিব মন যায 👌👌👌👌👌👌
Mojaa
Oo sosai
Bahut manparasha khubei romantic song.lirics xur re hridoy sui jay 👍🏻👍🏻👍🏻
Lyrics Tu bht dhuniya...huni Val lagise..❤️❤️❤️❤️
Ek buzaba nowadays Anandamoi
2023 Kune Kune saisa❤❤❤
Listened to it many times. Doesn't seem to get old at all. Simply top-notch! Love from Kathmandu!
Bohut bar hunili gantu tmmmm val lage ❤️👍🎸🎸🎸
অনেক সুন্দর - ভালো লাগলো আনকমোন একটি বাংলা গান ! আজও মনে পড়ে সেই ছেলে বেলা - ৬ষ্ঠ শ্রেণীতে ক্লাস চলা কালে দেখা হতো ! আজ সব স্মৃতি - হারিয়ে গেছে ! - প্রিন্স শেখ জামাল বীর রাজপুত্র
এইটা assamese গান।" মনপ্ৰজাপতি" বোল ছবিৱ গান।
It's an Assamese song.
এই ধুনীয়া গধূলি লগন
সংযমহীন আচৰণ
সমাজৰ আঁৰতে নিয়ম ভাঙি
কিয় দুয়ো দুয়োতে মগন।
প্ৰেম যেন বহুতৰ কটাৰীৰ খেল
শাণিত কটাৰী চলে।
ঠন ঠন শৱদে বুকু ভেদিলে
বাধা দিব কোন কৌশলে।
জীৱন এন্ধাৰ জগত এন্ধাৰ
তুমিতো বিজুলীৰ চাকি
তোমাৰ জ্যোতিয়ে যদি বুকুতে হেৰায়
দিলাইবা অকমান ফাঁকি।
অঘৰী জীৱন অকলশৰীয়া
পাপ যদি হয় হওক জগৰীয়া
কম্পিত বুকুতে আকলুৱা
দুটি বাহু মৰম বলিয়া।।
এইবোৰ গান অসমৰ সম্পদ। শব্দবোৰ বিকৃত নকৰিব। RUclips চাই নৱ প্ৰজন্মৰ বহুতে অভ্যাস কৰে।
সুন্দৰ কথা কৈছে, "হাণি কাতাৰিৰ চলে" শব্দৰ অৰ্থ বিচাৰি উলিয়াব পৰা নাই,
বানান ভুল
O
Nitu Phukon [8m
.
সুন্দৰ গান। এই গান শুনিলেই অতিতৰ বোৰ মনলৈ আহে ❤❤
খুউব সুন্দৰ মোৰ প্রিয় গীত,বহুত লাগিল, বাৰে বাৰে শুনি থাকিব মন যায় 👌👌👌
অতি সুন্দৰ ❤❤❤
2023 t moi 16 bosoriya lora moi
Daily play list mor aitu gaan😊
Xunilai Mon tu jur pori jai o😍😍😍
বহুত ধুনীয়া গান
অতি সুৱলা সঙ্গীত ভাল লাগিল, পিছে লিখা খিনি দেখি তোমাৰ অসমীয়া ভাষাৰ জ্ঞান দেখি দুখ লাগিল
সপোনত শুনিলো লগালগ বিচাৰি আকৌ বাস্তৱত শুনিছোঁ ❤️
এই বহাগৰ ক্ষণত🥰
Asha Bosle mem ❤❤.melody voice
One of the best Assamese song
This song always be memories in my life ☺
Ts
মতো সচাকৈ দোখ লাগে
।
Super sweet track love it and definitely try to sing ❤❤❤
2023 huni asa jodi like kribo plz
Eman duniya ganbor ,vul koi olaly baya lagiboi..
Suni dehmon saat pori jai. Bohut thanks
Wow ❤❤❤
বহুত ভাল লাগে শুনি থাকিলে শুনি থাকিবৰ মন য়ায়
পুৰনা গান বিলাক শুনি আমনি নালাগে বহু ত ভাল লাগে
Montu bohot val lagil👌👌👌👌👌
Evergreen song. Marvelous creation.
বহুত ধুনীয়া
গান শুনি বৰ ভাল লাগিল ❤️❤️❤️💜
Wow ki gan be kobo lagibo😊❤
Alwaz fav..❤❤
Hondhya,ane bur gaan hunar amezi bikheh🌹
বহুদিনৰ মূৰত শুনি ভাল লাগিল 🌹
Sundar rachana Sundar sur akarsiche mon amar swapne bibhur🌺🌺🌺🌺🌺
সুন্দৰ । মিঠা মিঠা লগা কলিজা সাত পাৰি জায়।
Wahhhh.....what is a melodious song !
Mind blowing song..
Ai geet bor Amar khamajor pora aatori jowa Jen pao ,ane geet boor jate xhonibo pai thank😢😢😢
বহুত ধুনীয়া গীত ❤ শুনি আমনি নালাগে ❤
পূৰণা গানবোৰ বহুত ভাল লাগে মোৰ
Bohut mithaaa gaaaan
Dhuniaa gaisaaaa👌👌❤❤
Lock down time t huni Val lagise.
Bhut vl lge aibur gan
2023 চনতটো এই চিৰসেউজ গীতটো শুনিছে যদি like কৰক ❤
Ki j hundor gaanti❤️
This songs🎧 are evergreen..... man... This song was basically played during our annual freshers day in our school days like class5, 6,7,8,9which maks me nostalgic and remember my childhood days...
অসমীয়াত ক
Dhunia hoise bhanti
Wowww❤️❤️❤️❤️👍👍🙏🙏
Mojja ,ভাল লাগিছে শূনি
Dhuniya lage ei gan❤️❤️
এই গান বোৰ শুনিলে গা মন জুৰ পৰি যাই।
সুন্দৰ গীত শুনি ভাল লাগিল 👌👌
অসমীয়া ভাষাৰ এটি চিৰ যুগমীয়া গীত ♥️
So sweet I love your song
Majaaa hoi sa
ভূপেনদাৰ লগত আশা ভোচলেই গাইছিল৷ এইটো কণ্ঠ অন্য এক শিল্পীৰ হব লাগে!...৷
Bohut dhuniya gaan
Really wonderful melody💕💕💕
Mon shubo pora gaan.....huni takibo mon jaai......👍
🙏🙏🙏...গীত টো মোৰ ভাল লাগে
Mojja❤
পুৰণা গান বোৰ সচাঁ কৈ বহুত ভাল লাগে
uffff❤
2021 huni asa jodi l....koriba by
😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘❤❤❤❤❤❤❤❤❤😍😍😍😍😍😍😄😄😄😄😄😄😄😄☺☺☺☺☺☺☺☺☺☺☺☺☺☺👍👍👍👍👍👍👍
Old is gold
Very nice
🙋🏻♀️
@@mukulchnath9332 h
বহুত ভাল হৈছে😘
আৰু লগতে ছবিবোৰে মন ভাল লগাইছে
One of my favorite song 💓
Mejjj
Hi kotma
Wow Beautiful
Moi jetia 5 age or asi lu mur favourite gan asile aji monot pori le 😌
বহুত সূন্দৰ গীত। ছাতীটো কিয়?
এই কম্পিউটাৰ যুগতো এনেকুৱা গীত শুনা মানুহ ওলাবনে ।মোই কিন্তু পুৰণি গীতৰ মাজত থাকি আনন্দ পাওঁ ।
মইও শুনি ভাল পাওঁ পুৰণি গীত বোৰ।
@@sumidas7004 Thank you
2020 xuni asa jodi like kork 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
বৰ ধুনীয়া গান বাৰু কত সুনিম।
Moi xuni asu 😍😍
Ho
Nai huna 2050 hulisu
@@sdrishtisaikia6357 /
শুনি শুনি আমনি নলগা চিৰ যুগমীয়া গীত,গাইকাক ধন্যবাদ জ্ঞাপন কৰিছো
Miss the days of early 2000's... Used to listen to this song all the time . 📻 Days...
Bohut dhuniya hoise gantu.thanks....
2023 konobai xuni asa jdi ata like kri dibo💓
Very nice and music video 📸📸📸📸📸📸😌😌
Listening this song I feel like staying in heaven
Dhunia
মোৰ প্রিয় গীত শুনি ভাল লাগিল 👌👌👌
বৰ ভাল লাগে
Better than original. Wow. Thank you singer and uploader. However the tempo should have been a little faster.
Memories song
কলেজীয়া দিনবোৰল’ই মনতপৰিগইছে৷
Lovely song, ever green nice
Js
2023 kunubai Sai ase jode like korok
So sweet song 💖💖💖💗💝💞💝💝
Bohut vl loga gan aibore
I love this song very much........😘😘😗
dhuniya
গান মোৰ বহুত প্ৰিয়।