This song signifies the utter beauty of friendship perfect song for friendship day i got pretty emotional and happy at the same time while listening to this song
বহু movie চালোঁ but Nayan da জীৱনৰ আটাইতকৈ এটি ভাল movie উপভোগ কৰাৰ সুযোগ দিলে। সকলোৱে চাব যাওঁক,,, নহলে friends circle সদায় missed কৰিব,,,, আৰু এটা request Nayan দা লৈ যে,,, এনেকুৱা movie বাৰে বাৰে diok plz,,,,love ❤️ U n miss you all my friends
Nayan Nilim is the best evergreen Hero of Assamese Film industry...and also very very kind person.. We love him very much..he is mind-blowing..💕💕💕💕💕❤️❤️❤️❤️❤️
আমাৰ মৰমৰ নয়ন দা যাৰ গান ১০০ বাৰ শুনিলিও হেপাঁহ নোপলাই...অভিনেতাৰ লগতে ইমান সুন্দৰ সংগীত উপহাৰ দিছে !! কোনে কোনে চাই আছা মৰমৰ এটা লাইক দিয়া আকৌ ...
l
মই লাইক দিছো দিয়ক।।।
Thanks ❤
সচাই
Nayanda❤️❤️❤️
Nijor nijor bondhu xokolor babe like Kori Diya ata👍👍
Mozaa lgise gan2 dada
P
শৈশৱৰ স্মৃতিৰ বৰষুণ যাক যেন আকৌ এবাৰ মোৰ হৃদয় খন জিপাল কৰি গল। ইমান সুমধুৰ কণ্ঠ, ভাষা প্ৰশংসা কৰিব শব্দবিহিন হৈ গৈছে। বহুত বাৰ হুনিলোঁ আৰু বহু বাৰ শুনিবৰ মন😍😌
Same here
O vi bohu bar hunilu hepah nopolay
hi krishna
@@chitra7338 hello
সৰ্বশ্ৰেষ্ঠ গান মোৰ জীৱনত, কুত্তা কেইজনলৈ মনত পৰিছে😘😘😘।
ভালে থাক বে তহঁত....
1
Bhut Dhuniya hoise....ahok hokolu a Mili sau goi BANDHU.....
খুব সুন্দৰ এখন ছবি চাবলৈ পাম ।যাৰ নামেই হল "বন্ধু" ।। নয়ন দাৰ বাবে এটা লাইক কৰক সকলোৱে
ISOP
❤❤
Nice song
নয়ন দা। আপুনাৰ সুৰ মজা।।।
নয়ন দাৰ কাৰনে এটা।।। টিপ like... 👌👌👌
বন্ধু gonna to be superhit😍
Hit like for বন্ধু😍
বহু দিনৰ মূৰত আজি পুৰনি মোৰ favorite Assamese actor এজনক new style ত দেখা পালোঁ ভাল লাগিল 😊👌👍
Jibonor logot mili juwa ata songe thanks Noyon da
বাস্তব জীবনৰ লগত মিল থকা গান 🙂 নয়নদা লৈ শুভেচ্ছা থাকিল। সুন্দৰ গান 🥰
সুন্দৰ হৈছে...নয়ন দাৰ গীতটো শুনি ভাল লাগিল, ছবি খনে সফলতা লাভ কৰক ,..এল পি স্কুলত পঢ়ি অহা দিনবোৰ মনত পৰি গ'ল... সময়ৰ সোঁতত বন্ধুবোৰ হেৰাই গ'ল...বহুত মনত পৰে বন্ধু তোমালোকলৈ...
Dhuniya. Haise
এখন সম্পূর্ণৰূপে বেলেগ ধৰণৰ অসমীয়া চিনেমা হব। নয়ন দা বিবেক দা একেলগে, মজা!
Super excited
১০০ বাৰ মান শুনিলো ছাগৈ৷ তথাপিও হেপাঁহ নপলায়৷ কি সুন্দৰ গান, কি সুন্দৰ অভিনয়! কি সুন্দৰ কণ্ঠ!
ল’ৰালিৰ দিনবোৰলৈ মনত পেলাই দিলে৷ আকৌ এই দিনবোৰ পোৱা হ’লে!
বা বহুত ভাল লাগিল ও বন্ধুৰ ওপৰত.......
অসমীয়া গীত এটি শুনিবলৈ পালোঁ...... বহুত বাৰ শুনিলোঁ.......মৰমৰ বন্ধু সকলৰ বাবে এটা মৰমৰ লাইক❤❤❤
সুস্থ থাকক, ধন্যবাদ........
হিট 😍😍Bandhu ধুনীয়া হৈছে 👌👌
নয়ন দা আৰু বিবে্ক দাৰ Frend Hit লাইক😘😘
👇👇
Nice #sapunvlogsandtacnical
@@kamallyrical2975 thnx
Mojahh
@@omzemxaikiaxaikia7446 thnq
ভগৱানৰ উপহাৰ ,,,,,,জুবিন দা আপোনি যুগ যুগ জিয়াই থাকক
নয়নক বহুত সৰু ল'ৰাৰ দৰে লাগিল.. বহুত ধুনীয়া গান... এইবছৰৰ সকলোতকৈ ভাল লগা গান...
Dhuniya song nayan nilim da😍😍👍 kone kone nayan nilim dak bhal poa like kra☺👍
Nice 😍
অতি সুন্দৰ... প্ৰিয় অভিনেতাৰ অভিনয় চাই হেপাঁহ নপলায় , ❤️❤️❤️
অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ 'বন্ধু'ৰ বাবে 🙏
আহক সকলোৱে 'বন্ধু' চাবলৈ সকলোৰে জীৱনৰ মধুৰ মুহূৰ্তৰ স্মৃতি সজীৱ কৰি তুলিব বুলি মোৰ বিশ্বাস 🥰🥰
নয়ন নীলিম দাই।।বহুত দিনৰ মূৰত ভিদেও ত আহিল।।ভিদেও ভাল পালা যদি এটা like কৰি দিয়া
ডেম্ফুল সদায় favourite...
#NiyanNilim 🔥
Congratulations ❤️❤️
৩১.০১.২০২০ মানে | বন্ধু | ❤️
সৰুৰে পৰা নয়ন নীলিম মোৰ খুবেই প্রিয়, যাক ডেমফুল বুলি চিনি পাওঁ। 😍 এগালমান শুভেচ্ছা যাছিলোঁ দাদালৈ। ❤️
বন্ধু 🙌🏼 😍 💕
ডেমফুল
@@asomiyadeka8418 💕
বহুত দুখ নয়ন নীলিম দা নয়ন নীলিম জিম কৰিবলৈ এৰি দিলে নেকি বহুত খিনালে
@@KSJONXAIKIA বন্ধু চিনেমা খনৰ বাবে নিজকে সলনি কৰিছে মোৰ বোধেৰে।
Bedabroat Rajkhowa moro
অসমীয়া চলচ্চিত্ৰৰ জগতৰ এক নতুন ৰূপ নয়ন দা আপুনি 🔥
My favourite song 👌..jimn bar khunu tothapi mon novore💓..
মোৰ লাইফ বৰ্বাদ ৷ গানটো Comment দিয়ালৈকে 50 বাৰ চালোঁ ৷ কি মজা বনাইছা ভাইহঁত ৷ চব মনত পৰি গ’ল ৷ এইটো গান পৃথিৱীৰ কোনেও বেয়া পাব নোৱাৰে ৷
Watch thiis
ruclips.net/video/afq0fzWvB2Q/видео.html
*লৰালীৰ স্মৃতিবোৰ সদায় হাৰামি বন্ধু কেইটাৰ লগতে থাকে হয়নে বাৰু?* 😋😝😝
Hosake 😅😭😭
yes
No
মোৰ সৰুৰে পৰা প্রিয় অভিনেতা নয়ন নীলিম দা,আপোনাক "বন্ধু"ৰ বহুত বহুত শুভেচ্ছা থাকিল।❤️
0
J
Mummy hiiii mm
Inki garibi mmimiimmm
Mkmnb. .mm.
J
Mummy hiiii mm
Inki garibi mmimiimmm
Mkmnb. .mm.
Killer singing ❤️❤️❤️❤️ ,far far better than many mainstream singers
❤️❤️❤️❤️❤️❤️❤️❤️. Bohut dhuniya lagise .... Demphul CD player tai dekha.. Atiya akou dekhi bohut vall lagise...❤️
MULTI TALENTED MAN NAYAN DA 🔥🔥
What a song...never knew Nayan Nilim sings so good..... Fabulous
First day first show kune kune saba like kra moi Sam mur sbse Val lage Nayan da aru vivek dak
Official video hoi
Mozza...Axomia gaan ene aaru bisaaru.
Realy bandhu flim khn Sai bht vl lagil ari thoi aha dinborr ktha mnt pori goise Sai thakote ....thanku Nayan da
Khub Bhalo laglo gaan ta ❤️ Love from Odisha
সচাই গানটো শুনি বহুত ভাল লাগিল। যি সকলে গান টো চাই Comment লিখি আছে এটা Like কৰিব ।
Fantastic Choreography... Love it.
নয়ন দাৰ বাবে এটা like 👌👍
Khosa khub dhuniya hyse film khon
Expressions are brilliant. Liked your version more than the other one. You have nailed it.
I think 2019 Best Assamese video song ..
👇
👇
Bandhu.
Yeah
New concept of assamese flim.... majja
Bohut dhuniya song hoise
মই HS1st yearor student আজি লৈকে কোনো বন্ধু লগত হাঁহি ধেমালি কৰি নাপালোঁ। Option হিচাপে সকলোকে বিপদৰ সময়ত হাত দিলোঁ। গানটো শুনি সঁচাকৈ হৃদয় চুই গল, গানটিত এটা সুন্দৰ আৱেগৰ লগত জড়িত। সকলোৰে জীৱনত এজন হ'লেও বন্ধু থাকিব লাগে, প্রাথনা কৰোঁ মোৰ দৰে অকলশৰীয়া বেলেগৰ লগত নহয় যেন।🥲❤️
Reminds me of 90s pop... Great job done guys keep it up...👍
Gantu honar pisut kar kar
Best Fried kotha monut
porise
My best friend
mont porixe dai
Muru mnt prise
Muru akei
Mnt prise hosai
Mur bhut mnt prise
বৰ ধুনীয়া গান ।
Hit Like for Nayan Nilim.
Puroni smiriti bur monot pori gol... Thank you so much ❤️ Nayan ❤️ da
Ani time aito gani khoni aso.bohut dhoniya...............Nayan nilem da 💕
প্ৰিয় বন্ধুক হেৰুৱাই পেলাইছোঁ । গানটোৱে বাৰে বাৰে কন্দুৱায় ।
Superb choreography and song. WAITING for BONDHU movie.
বহুত ধুনীয়া হৈছে গান2 নয়ন দা😍😍😍🎤🎤 lv u all Bandhu🎸🎸
Nayan da apunak log pai hosai bhut val lagil ❤️
Agr din bur loi mont pori goll o ganto sa..I like you noyn da.😘🥀🤗
Nayan nilim is multi-talented
Nayan nilim is so talented😍
Hi বা 🙏🙏
This song signifies the utter beauty of friendship perfect song for friendship day i got pretty emotional and happy at the same time while listening to this song
Such a emotional song 🙂❤.... Sometimes made Mr cry 🙂my thoes days... 🌸
বহুদিনৰ পাছত এখন সুন্দৰ অসমীয়া চিনেমা চাবলৈ পাম । বহুত ধন্যবাদ নয়ন দাক ।
যদিও বা ভাষাটা বুঝিনা তবুও গানটা মন ছুয়ে দিল. শুভ কমনা কলা কৌশলিদের জন্য.💕💕
Nice video....I don't know that language...bt it's voice note just awesome
......😍😍
One of the best Assamese song I have ever heard ❣️😊
Choreography+act+actor+ lyrics+...................,... Everything its just wowwwwwww😳😳
বহু movie চালোঁ but Nayan da জীৱনৰ আটাইতকৈ এটি ভাল movie উপভোগ কৰাৰ সুযোগ দিলে। সকলোৱে চাব যাওঁক,,, নহলে friends circle সদায় missed কৰিব,,,,
আৰু এটা request Nayan দা লৈ যে,,, এনেকুৱা movie বাৰে বাৰে diok plz,,,,love ❤️ U n miss you all my friends
One of best song I have ever heard. Great rhythm great choreograph do like Korean Pop. Really love the aesthetic rhythm...
দেম্পল👉 মোৰ শৈশৱ এটা বিখ্যাত সংলাপ
আশা ৰাখিছোঁ অতি সুন্দৰ নিদৰ্শন হৈ ৰব এই ছবিখন ।চাবলৈ বাট চাম
চিনেমা খনলৈ অপেক্ষা মাথো..বহুত হিট হব
Bht dhuniya film❤️ love you Nayan nilim daa😘❤️
Wow guys really this is video song absolute right and best Assamese song video very nice❤️🤗🥰🤘👌👍
ভাল লাগিল video songটো চাই।
Nice.👍👍
Ultimate
Mur babe aikhn flim aru besi vl.lga bcz mio asu
কিছু পুৰণি স্মৃতি মনত পৰে গল 😊এই গান টো শুনি ❤️ আৰু সেই স্মৃতি মনত পৰিলে চকু পানীৰে দুগাল সেমেকি যায় 🥺💖🥰
Hi বা 🙏🙏
Nyn dada apunii aro agoii jawok..hit hk...my super hero...
Nayan dar action flim ekhon pam
Buli akhaa rakhiluu,😍😍
Beautiful song..what a video script/story.. মন চুই গ'ল..! Thnku for the whole team.. superb work..
Nayan & vibek da beautiful hero. Nice video song 🌹💚
Nayan Nilim is the best evergreen Hero of Assamese Film industry...and also very very kind person.. We love him very much..he is mind-blowing..💕💕💕💕💕❤️❤️❤️❤️❤️
Kone kone cinema khon realise howar pist gan2 xunibo ahise....... Mor dore....
Love you Nayan da❣️
Moza hoisa filme khn
❤️ গান টো মোৰ দৰে কোনে কোনে একেৰাহে তিনি বাৰৰ ওপৰ চালে বা শুনিলে ?
Moi salu
মন চুই যায় নয়ন দাৰ গানে।🔥🔥🔥👌
Next Level Assamese Movie ❤
1st Day 1st Show Fix ❤
Xundor🎉🎉🎉❤❤❤
Hoisakoi bohut monot pore aagor dinbur🥺❤️❤️❤️
I am crush on him , তেওঁ মোৰ প্ৰিয় অভিনেতাজন , আপুনি আৰু আগুৱাই যায় যেন ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা ♥️🙏🙏
ডেমফুৰৰ হাঁহি টোৱে পাগল কৰি দিয়ে❤️❤️❤️❤️
Excellent song..
Nayan ..
U r a really a great artist
🥰🥰🥰🥰 ইমান ধুনীয়া লাগিছে।
মই বহুত বাৰ চালো। মনটো কিবা
ভাল লাগি যায়। ❤❤❤❤❤
Waww... What a song... Fabulous ❤🔥
Nayan nilim agaotao best atiao best hes the real hero of assam 🔥🔥
Bohut miss koru agor kotha bur..miss u my friend 😍😍😘
Sud
S
Nayan da apuni dine dine khoru hoi Jai ase besi maram loga hoi goise..😍😘
Hoi neki.
Junmoni Daimary নয়ন দা বহুত ধুনিয়া
Super super so nice song...👌❤️
A moja💕👣 college r protitu hoi jowa kotha bilak monoloi ahise🤟💛
বহুত সুন্দৰ গান♥️♥️ Excellent 👌
Perfect Meaningfull song and perfect voice Nayanda
অসমীয়া চিনেমা জগতৰ মাজত অন্যতম ভাল পাওঁ, নয়ন নিলিম(ডেম্ফুল)😀😁😁🤣🤣😂😂😂
Moza Nayan da bhal hoise sobbilak.. we are wait just now
Val lgil bohut😍😘❤❤❤