স্বামীৰ পৰিয়ালে অকনমানী পৰী আৰু মোৰ ফটো ব্যৱহাৰ কৰি অপমান কৰাৰ পিছত মোৰ প্ৰত্যুত্তৰ

Поделиться
HTML-код
  • Опубликовано: 2 янв 2025

Комментарии • 1,7 тыс.

  • @upashanabora1402
    @upashanabora1402  2 дня назад +175

    facebook.com/100002571123001/posts/pfbid02QYio7g4vCWEs4vKxpCHvor8d2J8CXHqyGnQSHekcJGRveqAhfNmtNMMFVTaBL1eTl/?app=fbl
    Pradyut kumar saikia ৰ facebook post টো । মোক যদি গালি পাৰিবলৈ আছে post টোত গৈ তাতেই পাৰক আৰু মোক সমৰ্থন কৰে যদিও তাতেই গৈ comment কৰক ইচ্ছা কৰাসকলে।

    • @Itsmeeee678
      @Itsmeeee678 2 дня назад +3

      He English t likhi dekhaise thike ase ..kin2 ktha tu hol j he vl ke english u likhibo nejane...lol..tatei gm pua jai Pradyut Kumar Saikia kimanor manuh....tak sge ghr manuh a kole toi alp english t likh manuh k dekhua toi j english man...but RIP English......aru enke lukok mental torture dbole nlge...Karma hits back buli ktha ekhar ase....aru Upashana baa bohut vl monor hoi plus teu family u bohut vl hoi.....Baa,apuni sinta nookoribo bhogowan ase aru lgte I sb asu apunar lgt❤❤apuni positive hoi thakok aru positive thakile apunak kunu 3rd class manuh a apunak kiba bea koleu apuanar gaat nelagibo ttya...karon rasta kukur a MANUH dekhile enau vukibo a

    • @krishnagogoi1657
      @krishnagogoi1657 2 дня назад +1

      তোমাৰ সকলোবোৰ ভিদিঅ ভাল লাগে | পাৰিলে তোমাৰ ফোন নম্বৰ টো দিবা চোন | তোমাৰ লগতে পৰী মানু জনীলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ |

  • @RashmiKonwar
    @RashmiKonwar 2 дня назад +536

    বুকুৰ জুই কোৰা আনে নেদেখে অ মা ।।। সাহসী হোৱা । জীৱন জীয়াব লাগিব । পৰীক ডাঙৰ কৰিব লাগিব ।

    • @shikhigohain4851
      @shikhigohain4851 2 дня назад +2

      Thike koice khuri

    • @labhitadeka7284
      @labhitadeka7284 День назад +4

      আপোনাৰ কথা খিনি মন চুই গৈছে

    • @kornaldas8192
      @kornaldas8192 14 часов назад

      Hosa kotha koisa Rashmi baa❤❤❤

  • @bontiborchetia3584
    @bontiborchetia3584 2 дня назад +119

    আইজনী,তুমি মোৰ ল"ৰাৰ বয়সৰ হ'বা। সেই ফালৰ পৰা মই তোমাক উপদেশ দিছো বুলিয়েই ভাৱা।তোমাৰ পিছত তোমাক ভাৰাক্ৰান্ত কৰিবলৈ লাগি থকা বোৰক আৰু তুমি প্ৰত্যোত্তৰ দি থকাৰ দৰকাৰ নাই।তোমাৰ এটা সুন্দৰ ভৱিস্যত আছে।সুখৰ পিচৰ দুখ খিনি পাহৰি দুখৰ পিচৰ সুখ খিনি আজুৰি আনিবলৈ শিকা।এই নিৰ্দায় নিষ্ঠুৰ মখাৰ কথাত চকু কাণ নিদিবা।তোমাক অশান্তি দিয়াৰেই উদ্দেশ তেওঁলোকৰ …মনত ৰাখিবা তোমৰ চকুত চকুপানী যাতে পৰীয়ে কাহানিও নেদেখে।তাইক মানুহ কৰাৰ সংকল্পৰে আগুৱাই যোৱা।আৰ্শীবাদ থষকিল।

  • @ponkhiproduction5276
    @ponkhiproduction5276 День назад +363

    Bht a muk koi ponkhi baa tumi bht xahokh kintu Iyat tu mutkoiu xahokhi mnuh dekhilu… Tumi kbo parisa Kisumn kotha moi monte puhi rakhilu ….nuarilu eku kbole bht ksto khai ahilu moiu… kintu dehar mukhole sai sob bad d ami Heibur manuhr pra atri ahilu … tumiu vabi nthkiba ji hol hoi gol…bas jar pra ksto paisa atori aha … Guxani ru tumi bhale thka❤

    • @upashanabora1402
      @upashanabora1402  День назад +54

      Moi nuarisu hoijyo koribo ...bohut mone mone thkilu aru nuarilu....karu nam lua nasilu aji loi k...kintu badhyo moi koboloi....ru bhut ase jana....homoi ahile proujon hole hokolu kom....ami durbal nhoi ...bohut kosto paisu ru nhbo..

    • @ponkhiproduction5276
      @ponkhiproduction5276 День назад +43

      @ etya Tumi bht manuhr mukha khul khua dekhiba…start hoise he tumr aru paba ankua manuh…mur tu 5 years hbo goi ase….kom kotha huna nai moiu …dukh lge bht etya care a nkru …Ketyba oxoijjjo hoi pru kintu akou nijke sombhalu….gutei jibon jujibo lgbo ami aru eta kotha mnt rakhiba nari a narir xotru….aguai jua ru strong hua ❤️vgbn ase amar lgt

    • @AyanAhmed-y9h
      @AyanAhmed-y9h День назад +6

      ame asu tumr lgt aku matha namariba faltu mnhr kotha.

    • @AyanAhmed-y9h
      @AyanAhmed-y9h День назад +3

      Maina joni ru tume hdai vale thaka .ru jinon jnekua din nedekhai kio hahi hahi face kra ru aag bahi jua ...kru karne voi nkriba ..ru kisumn mnhr km ye aibur lukok soku di thoka lukor kotha pota 😂

    • @BarnaliBoro-u7h
      @BarnaliBoro-u7h День назад

      @@upashanabora1402 baa moi atay kotha kow murkhu logt mukh lagi lab nai.adin pabo eybilakor hasti..aaponi kebol eyto vabok porik kenekoy dagor koru n aag bahork pis fale ghuri nasabo ..sabo adin aaponr pis fale hey manu bilakok huru huru dekhibo ..baa dhoyju dhork vogoban aase aaponr logt eyto mant rakhibo ..

  • @krishnaksheehatibaruah8081
    @krishnaksheehatibaruah8081 17 часов назад +7

    আনৰ কথাত মন বেয়া নকৰিবা নিজে দুবল হʼবা গতিকে পৰীমানুৰ বাবে তুমি সাহসি হোৱা।আগুৱাই যোৱা ভগৱান তোমাৰ সহায় হঁওক।

  • @KanaklotaPathak
    @KanaklotaPathak 2 дня назад +35

    সঁচা কৈ আজি কথা খিনি শুনি বৰ বেয়া লাগিল আৰু কথা খিনি শুনি মোৰ কান্দোন ওলাই গল তুমি সদায় আগুৱাই যোৱা আৰু তোমাৰ জীৱন বাটৰ লগৰী সদায় পৰি বা ❤❤

  • @neelakshihandique7728
    @neelakshihandique7728 2 дня назад +15

    সাহসী তুমি বহুত । সচাঁ মানুহ বুলি কৈছো বা,সচাঁ মানুহে তোমাক চিনি পাবই।পৰীমানুক লৈ সুখেৰে থাকা ,সাহসেৰে আগুৱাই যোৱা,ভগৱানে শক্তি দিয়ক । সকলোৰে আৰ্শীবাদ আছে।❤আজিৰ যুগৰ এগৰাকী বোৱাৰী হিচাপে এইটো পৰিস্থিতিত যি কৰিব লাগে তাক তুমি স্পষ্টভাৱে প্ৰত্যুত্তৰ দিছা।তোমাক লৈ অকল জ্বলিব পাৰিব আৰু একোয়েই কৰিব নোৱাৰে।

  • @LukumoniDutta-b9b
    @LukumoniDutta-b9b 2 дня назад +26

    তোমাৰ কথা শুনি বহুত দুখ লাগিল। চকুপানী ধৰি ৰাখিব নোৱাৰিলো। তোমাৰ লগত আমি সদায় আছো। চিন্তা কৰি নাথাকিবা। আনৰ কথাত দুখ কৰি নাথাকিবা। পৰিমানুক ডাঙৰ দীঘল কৰা আৰু জীৱনত আগবাঢ়ি যোৱা। ভগৱানে তোমাক আৰু দুখত পৰিবলৈ নিদিয়ে।

  • @smritidevi-b4i
    @smritidevi-b4i 23 часа назад +6

    Ponkhi aru Upasana duijone agbarhi jua.Aibur manuhor kotha nuhuniba. Aibure belegor xongkharot jui loguar bahire aku kam nai . I am proud of you all.❤❤

  • @Junalibaruah-vb4fu
    @Junalibaruah-vb4fu 2 дня назад +44

    তুমি আনৰ কথাত ভাগি নপৰিবা উপাসনা এদিন ভগবানে সকলো বিচাৰ কৰিব,কোন ভাল কোন বেয়া।তুমি আৰু তোমাৰ ঘৰৰ মানু বিলাক মাঁ দেতা মী বাবু নিশা কিমান যে ভাল মানুহ আমি প্ৰথম গৈ লগ পাই গম পালো। বিশেষকৈ দেতা, এজন কিমান যে ভাল মনৰ মানুহ সেইবাবে গোটেই ঘৰখনে তোমালোকৰ বহুত বহুত ভাল।

  • @PurabiGohain-q6v
    @PurabiGohain-q6v 2 дня назад +12

    সঁচাই বৰ বেয়া লাগিল শুনি বা🥹 তুমি সাহসী হোৱা তুমি আগুৱাই যোৱা ভগবানে তোমাক সাহস দিয়ক 😢

  • @bornaliboruah2555
    @bornaliboruah2555 2 дня назад +49

    ৰাস্তাত ঘুৰি ফুৰা ভতুৱা কুকুৰবোৰে হাতী এটা আহি থাকিলে ইমান ভুকে, কিন্তু হাতীটোৱে জানো ঘুৰি চায়। গতিকে শুনিবলৈ বেয়া হ'লেও ক'ম এইসোপা সকলো এজাক ভতুৱা কুকুৰেই। এটা কথা সদায় মনত ৰাখিবা যে, শিয়ালৰ জাক জাক হ'লেও সিংহৰ কিন্তু এটাই যথেষ্ট। গতিকে হাতী আৰু সিংহৰ দৰে জীয়াই থাকা সদায়। এই জাবৰ বোৰ এই বছৰতে সাৰি পুচি ডাষ্টবিনত ভৰাই নতুন বছৰত নতুন উদ্যমেৰে জীৱনটো উদযাপন কৰা।
    আচলতে এইসোপা জ্বলিছে তোমাৰ দৰে হ'ব পৰা নাই বাবে। গতিকে জ্বলাই ছাই কৰি দিয়া। আৰু শান্তিত থাকা। ফুৰ্তি কৰা, ধুনীয়া ধুনীয়া ভিডিঅ' বনোৱা। বিন্দাচ জীৱন বিন্দাচ থাকা। ঘৰৰ মানুহখিনি আছে লগত,কিহৰ চিন্তা। মই অকলশৰীয়া জীৱন আজি ৪০ বছৰে কটাইছো। সৎসাহসেৰে কাৰো ওচৰত হাত নপতাকৈ জীৱনটো চলাই গৈ আছো। মানুহৰ নিস্বাৰ্থ মৰমৰ মাজত। গতিকে চিন্তা নকৰিবা।

  • @swapnalisarmah8139
    @swapnalisarmah8139 День назад +5

    Thik korila Upasana...Tumi aji sobokei dhui dila...Enekua xahax ajir xokolu bhuktobhugi naarie koribo lage...Tumak salute disu👍👍👍

  • @Rimirekhagogoi
    @Rimirekhagogoi 2 дня назад +49

    কিমান যে সাহসত কথাখিনি কৈছা😭 তুমি ধৰ্য্য ধৰা উপাসনা কিছুমান মানুহক প্ৰতুত‍্যৰ দি লাভ নাই ❤

  • @thapanaborah2716
    @thapanaborah2716 2 дня назад +16

    স্পষ্ঠবাদী মানুহ সমাজৰ অপ্ৰিয় কিন্তু ভগৱানৰ প্ৰিয়🙏।। ভালে থাকা বা আৰু পৰী💗

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 2 дня назад +10

    সচাঁই নিজৰ মানুহজনৰ অবিহনে পৃথিৱীত সকলো মিছা। সকলোৱে শান্তনা দিব কিন্তু নিজৰ মনৰ অনুভৱ নিজেইহে বুজি পোৱা যায়। তুমি পৰী কাৰণে আৰু সাহসী হোৱা যাক যেনেকৈ উত্তৰ দিব লাগে দি যাবা আৰু সময়ত পৰী অধিকাৰ বিচাৰিবা। তোমালোক দুয়োজনী সদায় কুশলে থাকা।

  • @humironborman4560
    @humironborman4560 2 дня назад +9

    বা আপুনি বহুত সাহসী আৰু শক্তিশালী । আপুনি অকলে নহয় আপোনাৰ লগত আপোনাৰ ভাইটি আপোনাৰ পৰিয়াল আছে। আৰু সিহঁতে আপোনাক হিংসা কৰিছে কাৰণ আপোনাক ভাল পোৱা মানুহ বহুত আছে ❤। জ্বলাই জ্বলি থাকিব দিয়ক। জ্বলাই জ্বলি জ্বলি এদিন চাই হৈ যাব।

  • @pallabisaikia7050
    @pallabisaikia7050 2 дня назад +19

    সেই সকলক দেখাই আৰু দুগুণে সাহসী হোৱা বা ।পৰীক ভালমানুহ ৰূপে গঢ় দিয়া বাকী জ্বলাসকল যাতে আৰু বেছি জ্বলি-পুৰি ছাৰ- খাৰ হৈ যায়........

  • @pujaborkotoky6312
    @pujaborkotoky6312 День назад +5

    বহুত দুখ লাগিলে কথাখিনি শুনি । সাহসী হোৱা বা। পৰী আৰু তুমি ভালে থাকা সদাই ।

  • @KabitaKalita-mv2gx
    @KabitaKalita-mv2gx 2 дня назад +16

    পৰীৰ কাৰণে তুমি সাহসী হোৱা বা ❤❤ ভগৱানে তোমাক শক্তি দিয়ক আৰু আমি তোমাৰ লগত আছো বা তুমি চিন্তা নকৰিবা এই বোৰ মানুহৰ বেলেগ কাম নাই অকল লোকক কষ্ট দিয়া কথা হে ভাবি থাকে তুমি হতাশ হৈ নাযাবা বা ❤

  • @munmunhatimuria3940
    @munmunhatimuria3940 День назад +3

    সঠিক উত্তৰ দি বহুত ভাল কৰিছা ৷ সাহসী হোৱা সদায় ৷

  • @nabanitasaikia2200
    @nabanitasaikia2200 2 дня назад +34

    যিমানেই জ্বলিব সিমানেই উজ্বলিব বা।
    ভাল হে সিহঁত জ্বলিছে, আপোনাৰ ভাল দেখি সিহঁত জ্বলি মৰিছে, অশান্তি পাইছে।

  • @pmoves5771
    @pmoves5771 19 часов назад +4

    স্পষ্টবাদী আৰু সাহসী নাৰী, এনেদৰেই সাহসেৰে আগুৱাই যোৱা ....! ❤❤

  • @monishasonowal5223
    @monishasonowal5223 2 дня назад +12

    সকলো মানুহ একে নহয়, তুমি মিছা কথা কোৱা নাই। সঁচা কথাবিলাক কবলৈ মানুহৰ সাহস লাগিব, তোমাৰ কথাখিনি শুনি সছাই মোৰ নিজৰো কিছুমান কথা মনত পৰি গ'ল। আচলতে যাৰ লগত হয় তেওঁহে বুজি পায়, তোমাৰ মনৰ ভাব প্ৰকাশ কৰি আজি তোমাৰ অকণমানহলেও বুকুখন পাতল লাগিব। শেষত তুমি সাহসেৰে জীৱন যুঁজত আগবাঢ়ি যোৱা।পৰি আৰু তোমালৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল।

  • @mantuphukon3211
    @mantuphukon3211 15 часов назад +2

    Be strong and be positive Ba
    Tumak vogobane hahokh diyok aguwai juwat.

  • @MousumiThakuria-p7z
    @MousumiThakuria-p7z 2 дня назад +42

    যিটো সময়ত তোমাক গুৰুত্ব দিব লাগিছিল সেই সময়ত সিহঁতে আঁতৰি ফুৰিছে এতিয়া তুমি অলপ উন্নত হৈছা যে সকলোৰে মৰম পাইছা। সেই মানুহ খিনিয়ে চাগে এতিয়া জ্বলিছে। বিপদৰ সময়ত যদি লগ দিব নোৱাৰিলে এতিয়া সহানুভূতি দেখুৱাই লাভ নাই ।তোমাৰ লগত সদায় আছোঁ দে বা তুমি আগবাঢ়ি যোৱা সাহসী হোৱা। মইতো ছোৱালী হয় আজিলৈকে তোমাক কটু মন্তব্য দি পোৱা নাই।

  • @purabinath1417
    @purabinath1417 2 дня назад +8

    তোমাক লৈ জ্বলা মানুহবোৰ জ্বলিবলৈ দিয়া বা
    ভগৱানে তোমাৰ আৰু পৰীমানুহৰ ভাল কৰক
    তোমালোকৰ ভাল দেখি আৰু যাতে জ্বলে
    ❤❤পৰী লৈ বহুত মৰম ❤❤

  • @simplelife4275
    @simplelife4275 2 дня назад +31

    তুমি বহুত স্পষ্টবাদী আৰু সাহসী..... ভগৱানে তোমাক আৰু সাহস দিয়ক...জীৱনৰ এই কাঁইটীয়া বাটত সাহসেৰে আগুৱাই যোৱা

    • @parindacreation7628
      @parindacreation7628 16 часов назад

      Natok eijnir

    • @DalimiChetia
      @DalimiChetia 12 часов назад

      Toi ki jano , natok toi koribo paro , kotha Sai siti kobi ​@@parindacreation7628

  • @mk-yz5lx
    @mk-yz5lx 22 часа назад +4

    সঁচা অৰ্থত মানুহ বুলি ক'ব গ'লে তোমাৰ দৰে মানুহবোৰহে মানুহ বা ❤️ তোমাৰ ভিডিঅ'নোচোৱা হ'লেও আজি তোমাৰ প্ৰতি এনেকুৱা ধাৰণা মনলৈ নাহিলে হয় , আমাক তুমি শুদ্ধ বুলি প্ৰমাণ নকৰিলেও আমি তুমাকেই বিশ্বাস কৰিম কাৰণ তুমি এগৰাকী সৎ,সাহসী আৰু স্পষ্টবাদী মানুহ । এগৰাকী ছোৱালী হিচাপে তোমাৰ কষ্টবোৰ তোমাৰ ঠাইত থাকি ভালকৈ অনুভৱ কৰিব পাৰোঁ, তুমি যে এগৰাকী মনৰ ভাল মানুহ সেইটো প্ৰমাণ তোমাক ভালপোৱা প্ৰত্যেকজন মানুহৰ মৰমে দিয়ে ❤❤আমি তোমাৰ লগত আছোঁ বা আজি যদি এগৰাকী ভুক্তভোগী নাৰীয়ে মূৰ তুলি কথা ক'বলৈ সাহস পায় সেইয়া তোমালোকৰ দৰে স্পষ্টবাদী মানুহৰ কাৰণেই বা, তোমাৰ স্পষ্টবাদীতাক মই প্ৰশংসা কৰিছোঁ 🫂পৰী আৰু তোমালৈ বহুত বহুত মৰম বা❤❤❤❤❤

  • @ankitakonwar2581
    @ankitakonwar2581 2 дня назад +53

    ভাল দিছা 😆😆 উত্তৰ ।
    বহুত সাহসী তুমি ❤❤
    সদায় সুখী হোৱা
    বেছি নাজানো বহুত সৰু হও তোমাতকৈ , হলেও বুজি পাওঁ তোমাক , সকলোকে বহুত বেছি মৰম লাগে , পৰী কো মোৰ ফালৰ পৰা বহুত মৰম ।
    তুমি নিজৰ জীৱনত আগবাঢ়ি যোৱা ।
    শেষত সকলোলৈকে HAPPY NEW YEAR IN ADVANCE ❤❤❤

  • @mamtaraninewar2734
    @mamtaraninewar2734 День назад +8

    Tumi jetiya kola nijor manuh jonok adinor karone atori rakhi sauk sun buli khosake vabiye buku khon bikhai jaii oo voi lagi jai... Tumi bohut strong oo upashana 🙏

  • @krishnaborah2420
    @krishnaborah2420 2 дня назад +18

    হেৰুৱা গৰাকীয়েহে জানে৷হেৰুৱা বেদনা কি?আগবাঢ়ি যোৱা ঈশ্বৰে সহায় কৰক

  • @SwopnaBoro
    @SwopnaBoro 4 часа назад +1

    Ba apunar video tu sai bhut besi val lagil bhut val answer disa apuni bhut simple val strong woman nari hole enekuwai hahokhi hole pisle kotha koble bhoi koribo vabi sabo apuni aru video bonai juwa... Video bur sai val lage apunar aru pori joni bhut morom loga..

  • @DeigeeDeka
    @DeigeeDeka День назад +4

    বা তোমাৰ কথাখিনি শুনি বহুত বেয়া লাগিলে ।পৰীক বহুত মৰম লাগে।পৰীক বা ভালে ৰাখিব ❤❤

  • @ankitaborah819
    @ankitaborah819 17 часов назад +1

    বহুত দুখ লাগিল কথা বোৰ শুনি,সাহসী হওঁক আপুনি পৰিক ভাল মানুহ কৰক, ভগৱানে সাহস দিয়ক আপোনাক।❤❤

  • @LilaKalita-ml5rr
    @LilaKalita-ml5rr День назад +3

    উপসনা তোমাৰ কথা বিলাক শুনি বৰ দুখ পালো তুমি বেলেগেৰ কথা শুনি ভাগি নপৰিবা ভগৱানে তোমাক আৰু পৰীক সদায় ভালে ৰখাৰ কাৰনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।পৰীলৈ মোৰ পুনৰ মৰম থাকিল লগতে নতুন বছৰৰ শুভেচ্ছা থাকিল। উপসনা তুমি সদায় সাহসী হৈ চলি যোৱা।

  • @RinaBora-y6s
    @RinaBora-y6s 2 дня назад +4

    Thik kotha koisa aji kali manuhok utor nidile sol pai .poriloi bohut morom thakil ❤

  • @jyotimonibaruah6708
    @jyotimonibaruah6708 2 дня назад +6

    তোমাৰ কথবোৰ সুনি বহুত দুখ লাগিল। দুখ নকৰিবা আগুৱাই যোৱা।

  • @PongkhiBorsaikia-x2v
    @PongkhiBorsaikia-x2v День назад +2

    বা তোমাৰ কথাখিনি শুনি মোৰ বহুত দুখ লাগিল সাহসী হ‌ওঁক😊❤।।
    কথাবোৰ এনে লাগিছে এজনী ছোৱালী 😊বিয়া হোৱাতকৈ নিজে প্ৰতিষ্ঠিত হয় নিজৰ মতে জীয়াই থকাই ভাল

  • @simarekhasonowal848
    @simarekhasonowal848 2 дня назад +7

    মন আৰু সাহস দুয়োটাই শক্তিশালী হওক উপাসনা বা। পৰীলৈ অযুত মৰম।❤

  • @shahnazzaman4148
    @shahnazzaman4148 17 часов назад +2

    Vale thaka,Matha groom kore lav nai,sobe proman korese j tumale Janus fill korese❤

  • @MayasriKalita
    @MayasriKalita 2 дня назад +9

    মানুহৰ মানসিকতা কেতিয়াও সলনি কৰিব নোৱাৰি উপাসনা,তুমি সাহসী ছোৱালী, পৰীক লৈ আগুৱাই যোৱা....ভাগ্য ভাল,বাবুহঁত আছে.....চাকৰিটো তোমাৰ সাহস,আনে কি কয় কৈ থাকিবলৈ দিয়া

  • @bharatknowledge7
    @bharatknowledge7 2 минуты назад

    Beya lage manuhbor kio j anekuwai...tumi sahokhi sister....vale thaka❤soday...pori tikili jonir logt

  • @Aalokvlogs-b7t
    @Aalokvlogs-b7t 2 дня назад +4

    তুমি সাহসী হোৱা..ভগৱান আছে তোমাৰ লগত সদায়...

  • @prathanapathak1159
    @prathanapathak1159 День назад +2

    বা তোমাক ভগৱানে আৰু শক্তিশালী কৰি তোলে যেন সদায় ভালে থাকা তুমি আৰু পৰি কলিজা❤

  • @MayasriKalita
    @MayasriKalita 2 дня назад +18

    মানুহৰ মানসিকতা কেতিয়াও সলনি কৰিব নোৱাৰি উপাসনা,তুমি সাহসী ছোৱালী, পৰীক লৈ আগুৱাই যোৱা....

  • @BabakanMudoi03
    @BabakanMudoi03 2 дня назад +10

    প্ৰদ্যুতে যে কৈছে মাক-দেউতাক জীৱিত অৱস্থাত নিজৰ পুত্ৰৰ মৰিশালীটো পকী কৰিব নাপায় আৰু তেওঁলোক জীৱিত অৱস্থাত নো নিজৰ পুত্ৰৰ মৰিশালীটো কেনেকৈ চফা কৰে।ঠিক আছে তেওঁলোক জীয়াই থকা অৱস্থাত মৰিশালী পকী কৰাৰ নিয়ম নাই কিন্তু উদয় দাদাৰ তিলনি দিনা কনমানী ল'ৰাটোৰ জন্মদিনটো উদযাপন কৰিব পৰা যেতিয়া মৰিশালীটো চাফা কৰিলে অন্ত:ত তেওঁলোকৰ একো ক্ষতি ন'হল হয়।জীৱিত অৱস্থাত সংগ দিবলৈ ভয় কৰা প্ৰদ্যুতে এনেকৈ যিকোনো প'ষ্ট কৰাৰ আগত মৰিশালীটো চাফা কৰি দেখুওৱা হ'লে সি সকলোৰে সন্মানৰ পাত্ৰ হ'ল হয়।এতিয়া সি তেনেকুৱা দহটা প'ষ্ট দিলেও আমি কেৰেপ নকৰো।
    বা তুমিও এনেকুৱা বাটৰ কুকুৰবোৰৰ কথাত সাহস নেহেৰুৱাবা❤️পৰিমানু জনি ভাল মানুহ হ'ব লাগিব।

    • @PurnimaSutradhar-sf9gx
      @PurnimaSutradhar-sf9gx День назад +2

      Pradyut bula manuh tur Chanel tu ki buli ase nu saw kun mohan manuh imn je dngr dngr ktha koise ovodro tu ...baki baa r karone mur bya lgi ase 😭 imn hahokhi baa joni

  • @barnalidas2853
    @barnalidas2853 2 дня назад +19

    উপাসনা ভাগি নপৰিবা।। সাহসী হোৱা।। মুখামুখি হবলৈ, প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ থাকা।। তোমাৰ কিমান দুখ অনুভৱ কৰিব পাৰিছো। কেনেকৈ তুমি জীৱনৰ আটাইতকৈ বেয়া সময়খিনি পাৰ কৰিছা

  • @man_munuslife7572
    @man_munuslife7572 2 дня назад +5

    Giriyek thakote a sosur ghoror manuhe val sokure nasai aru nohole2 kobo a val. Porik loi aaguwai jua❤

  • @mallikagogoi2362
    @mallikagogoi2362 2 дня назад +7

    এটাই কথা কওঁ বাদ দিয়ক তেওঁলোকৰ কথা । আপুনি আপোনাৰ ধৰণে সজাই লওঁক জীৱনটো ।

  • @পিংকীমনিগগৈশইকীয়া

    Apunar Katha bur gom pai bohut kandilu 😢..
    Aguwai jauk...
    Duejoneloi bohut bohut morom ❤❤

  • @Drixtihaz
    @Drixtihaz 2 дня назад +5

    সদায় সাহসী হৈ থাকক বা ❤️
    অনেক ধুমুহা আহিব কেৱল ভাঙি নপৰিব , পৰী আৰু আপোনালৈ বহুত মৰম ❤️

  • @sabitakalita7770
    @sabitakalita7770 16 часов назад

    Pori vl hok tomak vgbane bhut says diok🙏🙏🙏🙏

  • @KabitaSaikia-g7k
    @KabitaSaikia-g7k 2 дня назад +9

    Aibilak manuh val koi nomore vonti .... Tumi haokhi hua tumar logt ami asu aibilak manuh manuhor namot nopore .Tumi tanson noloba pori Manuk val Manuh koriba baki Morom thakili tumar poriyal tuloi happy new year ❤❤❤❤

  • @minakshigogoi2907
    @minakshigogoi2907 День назад +1

    মনত সাহস ৰাখি আগুৱাই যোৱা । ভগৱানে সদায় কুশল কৰক তোমলোকৰ ।

  • @monjulabora2287
    @monjulabora2287 2 дня назад +16

    বহুত দুখ লাগিলে ময়ো স্নামীক হেৰুৱাইছো ,তোমাৰ পৰি আছে সাহসী হোৱা। নতুন বছৰৰ শুভেচ্ছা থাকিল❤❤❤❤❤

  • @ranjitamitra2111
    @ranjitamitra2111 3 часа назад +1

    Be strong hua baa aguai jua...pori manu ru tumaloiu bohut bohut morom ...moi aji fisrt comment korisu.....baki ru ki kom kukure tu bhukiboi hihotr sobhabei .

  • @minaliphukan1237
    @minaliphukan1237 2 дня назад +3

    কথা খিনি বৰ বেয়া লাগিল পৰীক লৈ আগবাঢ়ি য়োৱা

  • @Sumsum006
    @Sumsum006 16 часов назад +1

    Stay strong baa tumi bhut xahokhi porik loi agbarhe jbo pariba..god bless you and porimanu❤

  • @PallabiKhanikarvlogs
    @PallabiKhanikarvlogs 2 дня назад +7

    ঠিক কৈছা বা মানুহক আজি কালি উত্তৰ নিদিলে আৰু চল পাই যাব ❤

  • @ratuldas4335
    @ratuldas4335 15 часов назад +1

    বহুত দুখ লাগিল😢😢সদায় ভালে খাকা

  • @pallavidas143
    @pallavidas143 16 часов назад +4

    বহুত স্পষ্ট বাদী বা আপুনি। আজিকালি যুগত এনেকুৱা ভণ্ডামি সহ্য কৰা নহয়। বহুত সঠিক আৰু স্পষ্টকৈ প্ৰত্যুত্তৰ দিছে ভাল লাগিল। এই সাহস টো যেন চিৰজীৱন আপোনাৰ লগৰী হৈ থাকক। ❤❤❤❤❤❤❤❤❤❤

  • @DharitriSonowal-t4t
    @DharitriSonowal-t4t 2 дня назад +2

    বা অ তুমি বহুত সাহসী হয় বা সদাই তুমি ভালে থাকা বা কণমানি গৰাকী লৈ মৰম বা ❤❤❤❤❤❤

  • @bidishaphukan2512
    @bidishaphukan2512 День назад +3

    Tumar video Sai bohut val lage Pori loi bohut bohut mormor Lage .tumar video saboloi roi thaku

  • @BarasaBuragohain
    @BarasaBuragohain 2 дня назад +2

    Tumi bhut hahokhi ba vogobana aru hahok diya Jen tmak porimanu k loi aguai jua amr morom hodai thakibo ❤❤❤❤

  • @missmystical6605
    @missmystical6605 2 дня назад +42

    শহুৰ আৰু শাহুক চাগৈ কোনোবাই কিবা কথা একেৰাহে তোমাৰ বিষয়ে সঁচাই মিছাই লগাই আজিৰ এই অৱস্থা কৰিলে ।কাৰণ উদয়ৰ নামত থকা সম্পত্তিৰ ভাগ-বটোৱাৰ ভয় সেইসকলৰ আছে ।এইবোৰলৈ কেৰেপ নকৰি তুমি পৰীক লৈ জীৱনটো আগবাঢ়ি যোৱা ।ভগৱানে সহায় কৰিব ।

    • @priyankadutta3072
      @priyankadutta3072 2 дня назад +7

      Ata kotha jni thobo monthora dre logonia thoka bbe h vogowan hoiu ram ru Sita e bonobakh khtisl hunisei nhoi ghorte gutei narod monthora sb ase I gotike 100%lgaise

  • @grihini778
    @grihini778 4 часа назад

    তোমা কথা বোৰ ভালদৰে অনুভব কৰিব পাৰিচো 😢...... ভগবান আছে ....

  • @monitasaikia172
    @monitasaikia172 2 дня назад +4

    Akdom hosa koisa tumi মানুহজনৰ অবিহনে সকলো মিছা

  • @MonikaKalita-h3e
    @MonikaKalita-h3e 16 часов назад

    তুমি সাহসী.ভগৱানে তোমাক আৰু সাহস দিয়ক..ভালে থাকা...

  • @BaranaliDas-o7y
    @BaranaliDas-o7y 2 дня назад +8

    বহুত ধুনীয়া উত্তৰ দিছা বা সদায় এনেকৈ সাহসী হৈ থকা

  • @barnalideka9684
    @barnalideka9684 15 часов назад

    Khub val dei apunar kotha khini..xahohi hwk. Jibontu nijor porik sabo lagibo..

  • @parthanamech
    @parthanamech 2 дня назад +6

    Tumi vagori nporiba baa...porimanuk loi agbarhi jua❤❤❤hdai vlke thka tmi ru pori...bhut bsi morom kolija porimanu jniloi😘😘😘😘😘😘

  • @jayantibg5041
    @jayantibg5041 Час назад

    Upsana montu dukh nakoriba.ai mohila bilake bohut hinkakuria.tumi valka thaka aru porik valka thaka.from Dibrugah.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 дня назад +5

    Heart touching videos 💖. Go ahead way to your journey. God bless you and your family. All the best wishes to you and your family ❤️🙏❤️❤️🙏❤️. Always be positive and happiness ❤🎉❤🎉❤🎉

  • @himakshislife5272
    @himakshislife5272 17 часов назад

    Tumar kotha bur hunie bohut bhal lage vhonti.Moiu tumar dore jibon kothai asu jie a aitu jibon paishe tai ha okl aibur buji pai vhonti

  • @MonikaRajkhuwa
    @MonikaRajkhuwa 2 дня назад +5

    তুমি আৰু সাহসী হোৱা বা পাৰিবা ❤ তুমি স্পষ্টবাদি ।

  • @renuborah8910
    @renuborah8910 20 часов назад

    Tumar abeg anubhuti bur buji nepai tumi dukh nokoriba vogowan ase pori karone tumi jiwai thakibo lagibo auwai jua love you pori guxani god bless you porima

  • @himashreebora7568
    @himashreebora7568 2 дня назад +4

    তোমাৰ দুখ কোনেও সঁচা অৰ্থত অনুভৱ কৰিব নোৱাৰে❤ভালে থাকা পৰী ভালে থাকক।এইখন সমাজত এতিয়াও বহুত মানুহ আছে যি আনে হাঁহিলেও দেখিব নোৱাৰে। এইচামৰ পৰা আতঁৰি থকায়ে ভাল।। ভালে থাকা সদায় ভগবানে তোমাক যুঁজিবলৈ শক্তি দিয়ক❤

  • @JonSborah1996
    @JonSborah1996 16 часов назад

    Sinta nokoriba upasona,, Vogoban r uport biswash rakhi nijor drihotare agbarhi jowa... monubol neherwaba,,,tumr jibonot pori ase,,tumalukor premor porichoy, tumalukr xopun,,So tair bbei tumi xahosi hoi agbarhi jbo lagibo...jibn tu nijor so nijor mote upovug kora,anor kothat Mur ghomabo gole jibntut ketiaw happy hobo nwariba,,.. May God bless you 🙏❤️ lot's of Love to pori maina❤..

  • @ChayanikaDevi930
    @ChayanikaDevi930 2 дня назад +12

    ভাল পৰিছে এইচাত । এনেকুৱাই কৰিব লাগে এনেকুৱাবোৰৰ লগত নহ'লে চল পাই যায়। ভালে থাকক আপুনি আৰু পৰী ❤ সাহসী হওঁক

  • @pallabigohain1435
    @pallabigohain1435 2 дня назад +2

    Ba tumi bhut hahkhi ...koble vakha nai..tumar kotha huni sokur Pani Dori rahaki
    nuwarilu.tumi aguwai juwa❤

  • @krishnasarma2420
    @krishnasarma2420 2 дня назад +6

    Apunar kotha xuni bahut kandilu o baa🥺🥺......vale thakak sadai apuni aru Pori ❤😘

  • @minaliphukan1237
    @minaliphukan1237 2 дня назад +1

    যাৰ মগজ নাই তাক তুমি কৈ লাভ নাই তোমাৰ কথা বোৰ শুনি ইমান দুখ লাগিল

  • @SumiDeka-c7o
    @SumiDeka-c7o 2 дня назад +6

    Dhui diyak vallkoi baa.....enekowa manhur ejjat nilam Kori diyk

  • @bivamonikhanikor2042
    @bivamonikhanikor2042 День назад +1

    বুকু কপি গৈছে কথা খিনি শুনি,,,তুমি অকল পৰি মানো ক কৈ আগুৱাই যোৱা,,,সাহসী হোৱা,,,তাইক ডাঙৰ কৰি সিহঁতৰ প্ৰশ্ন উত্তৰ এটা এটা কৈ দিবা,,,,মই তোমাৰ লগৰে সম চাগে,,,সঁচাই চকু পানী ওলাই গৈছে,,,শিৱসাগৰৰ,, চাৰিং,,,love u porimanu ❤❤❤

  • @Tamannaah-x7r
    @Tamannaah-x7r 2 дня назад +4

    Stay strong ba ❤..Tmi tmr kam kri jua baki bad dia pori ase porik dngr manuh bhl manuh bnua ❤..

  • @dipshikhagogoi7954
    @dipshikhagogoi7954 День назад +2

    Be strong and be positive ba.aguwai juwa pori k loi.

  • @Kuki_shorts123
    @Kuki_shorts123 2 дня назад +36

    চুঙা চাই সোপা 😅ভাল দিছা নিলাজ বোৰক 👍👍👍🙏😍🥰

  • @JatshnaRay
    @JatshnaRay День назад

    তোমাৰ কথা শুনি বহুত দুখ লাগিল চকুপানী ওলাই গল সঁচা কৈ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিয়ে কেৱল নিজৰ সুখ টো হে বিচাৰে আনক সুখত দেখিলে জ্বলি পুৰি মৰে,,

  • @jahnabigogoi706
    @jahnabigogoi706 2 дня назад +4

    উপাসনা । মই প্ৰথম ভাবিছিলো তুমি মোতকৈ ডাঙৰ । সেইদিনা তুমি যেতিয়া পঢ়াৰ কথা কৈছিলা তেতিয়া জানিলো তুমি মোতকৈ সৰু হবা চাগে তথাপি সম্বন্ধতকৈ কৰি বা বুলিয়ে সম্বোধন জনাইছো ।
    তোমাৰ লগত সদায় আছো আৰু সদায়ে থাকিম , তুমি সদায় ভালদৰে থাকা , পৰীমানুক ভালদৰে ডাঙৰ কৰি সুগ্ৰভিভ কৰা । তোমাৰলগত তোমাৰ সকলো আছে তুমি চিন্তা নকৰিবা ।।❤❤❤❤
    অনেক কাইটিয়া,ধুমুহা আহি অগাদেৱা কৰিব তুমি ভাগি নপৰিবা , সাহসী হোৱা , এখন কানেৰে শুনি আনখন কানেৰে উলিয়াই দিবা ।কাইটিয়াৰে তোমাক খুব খোচা পিন্ধা কৰিবলৈ বিচাৰিব । সেইবোৰত গুৰুত্ব নিদিবা ।
    সদায় ভালে থাকা তোমালোক দুয়ো ।

  • @b_i_s_h_
    @b_i_s_h_ 2 дня назад +1

    সদায় সাহসী হৈ থাকা
    নিজৰ ক্ষেত্ৰত হলে হে সকলোৱে গম পায়।।।

  • @babyhazarika30
    @babyhazarika30 2 дня назад +3

    তুমি সাহসী হোৱা😊 পৰীৰ মুখলে চাই জীৱনটোত আগোৱাই যোৱা❤

  • @dipshikhadutta5126
    @dipshikhadutta5126 15 часов назад +1

    তুমি সাহসী হোৱা 😊পৰি জনি সদায় ভালে থাকে❤

  • @bonditagogoi6876
    @bonditagogoi6876 2 дня назад +12

    জীৱনটো বৰ সুন্দৰ। ভালকৈ পৰীৰ লগত আগ বাঢ়িযোৱা।

  • @junmoniburagohan5088
    @junmoniburagohan5088 21 час назад +1

    Manuh bur j kisumar eman beya tumi dukh nkriba porik loi hahi thka hdai vale thka❤ Rastar kukure vukile hatiye ghuri nsai tumi dukh nkriba ji val puwa kri jua aibure jole thati kori dkhab nuware joli puri more .bhut val lage tumak moi hdai saw video ❤

  • @AditiBora-z9e
    @AditiBora-z9e 2 дня назад +8

    সাহসী হোৱা তুমি বা...তোমাৰ লগত আমি সকলো আছোঁ❤

  • @nitagogoi7691
    @nitagogoi7691 19 часов назад

    Upasona video tu Sai bohut dukh lagil eshore Jen hodai kukhole rakhe hahokhere aguai jua pori loi bohut morom

  • @nikhitakalita3521
    @nikhitakalita3521 2 дня назад +6

    বা তোমাৰ কথাখিনি শুনি বহুত বেয়া লাগিলে।তুমি আগুৱাই যোৱা।লোকৰ কথা নুশুনিবা।পৰীক বহুত মৰম।❤

  • @ushagoswami6751
    @ushagoswami6751 Час назад

    Tumar dare moro akei dukh. Kanmani dutak bahut kasta kari dangar karisu. Akale ❤❤❤🎉🎉🎉t umio pariba.

  • @mridula3278
    @mridula3278 2 дня назад +8

    Tumi hahokhi hua upashna . Notun bosor tumi notunatare aakuwali lua . udaiok antorot thoi pori aru tumar ghorkhonok hahok hesape loi aguai jua tumi dukh kori nathakiba hokolu bhal hbo manuh bur tenekuai o hantit thakibou nidiye nejeu nathake so always keep smile n stay healthy❤ love you porimanu