মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ পথ দুৰ্ঘটনা; ব্ৰেক ফেইল হোৱাত চাৰিখনকৈ বাহন মহটিয়ালে এখন বাহনে

Поделиться
HTML-код
  • Опубликовано: 1 окт 2024
  • মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ পথ দুৰ্ঘটনা; ব্ৰেক ফেইল হোৱাত চাৰিখনকৈ বাহন মহটিয়ালে এখন বাহনে, ৫ জনকৈ লোক গুৰুতৰভাৱে আহত
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 7

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 5 часов назад +1

    চিটি ব'ৰ্ডৰ ড্ৰাইভাৰ আৰু লাইন মেনবোৰ কৰ্মৰত সময়ত বহুতে মদ্যপান কৰি কাম কৰে। বোধহয় ড্ৰাইভাৰ জন নিশ্চয় মদ্যপান কৰি গাড়ীৰে এই এক্সিডেন্ট সমূহ কৰিছ। তদন্ত কৰিলে উলাই যাব।

  • @k.deka.4789
    @k.deka.4789 11 часов назад +1

    দেৱীৰ দোলায় আগমণ |
    ফল- মড়ক

  • @rishavsharma6875
    @rishavsharma6875 10 часов назад +1

    Kia carens r build quality akebare fokotiya dei. Pasfale sepeta hoi gol pura

  • @ritumoninath1046
    @ritumoninath1046 Час назад

    নামত চৰকাৰী বিভাগৰ বাহন কিন্তু এইবোৰ বাহনৰ বেছিভাগ চালকে দুই চাৰিদিনিয়া প্ৰতিদিনে চালক বদলি হৈ থকা দেখো এইবোৰৰ কাৰণ নিচ্ছয় মাহেকীয়া বেটন যি বেটন সময়ৰ মুৰত নোপোৱাৰ বিনিময়ত ভাল চালক সমুহে চাকৰি বাদ দিয়ে আৰু সেই বাবতে যাকে তাকে চালক হিচাপে লয় আৰু তাত বেছিভাগ মদাহী চালক দেখা যায়।

  • @greenearth6207
    @greenearth6207 6 часов назад

    Driver licance ase ne junu tune gari salai thake dhari case dib lage .mad khai asil kijani.

  • @manashsharma7382
    @manashsharma7382 10 часов назад

    3 ya maan mrityue xole val palu hoy spoedot bahan solabo vidhut bibhag vul nohoy duty goishe beleg bahanor vul slow chalaya tha kobo ahise mal khabo puja aha nai aji pora puja lagile mal khuwa kar vul kar vul nai eye witness asse ratipuwa aru akhon o nohoy 4 khon bahan val paishu

  • @PinkuGhosh-f9r
    @PinkuGhosh-f9r 10 часов назад

    Where is smart police🚨 chuti neki aaji