দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
HTML-код
- Опубликовано: 20 окт 2024
- This is a Assamese folk Song
Singer - Madhurima Saikia
Composition - Traditional
Music- Nayan moni Boruah
dotara - Mukut Molia
dholok/ Tabla - Maina percussionist Bordoloi
flute - Protim Gogoi
Studio - Make Music
Video - Ranjit Dey
Location - Studio Rhythm
special thanks to Mandeep Majuli, Studio Rhythm
Facebook link of Madhurima Saikia
www.facebook.c...
Kot thaka tumi
Dada mur Ghor Jorhatot .moi thaku Dibrugarhot
Oh bor dhunia gowa he tumi
Thank you so much dada
আশীৰ্বাদ কৰিব
@@madhurimasaikia❤❤❤
উফ অতি মনোৰম কন্ঠ হৃদয় চুই গ'ল,,আই মাতৃ তোমাক কৌটি কৌটি প্ৰণাম জনালোঁ 👏👏👏👏👏👏🙏🙏🙏🙏🙏🙏🙏🙏🌺🌻🌸🌹🥀
ধন্যবাদ
মৰমৰ মাধুৰী তোমাৰ কণ্ঠৰ লোকগীতটি শুনি আনন্দত আপ্লুত হলো ।তোমাক ভগৱান ( কৃষ্ণ ) ই আগলৈ আগবাঢ়ি যোৱাত কৃপা কৰক ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
Thank You so much
সুমধুৰ কণ্ঠ-ভগৱানে কৃপা কৰক
Thank You
মা , এই শুভ সকালে তোমার কন্ঠে হরিনাম শুনে মনটা অনেক ভালো লাগলো । রাধাগোবিন্দ তোমার সহায় হোন । সুদূর বাংলাদেশের দিনাজপুর থেকে । আমার আশীর্বাদ রং ।
Thank you so much
😮😮😮😮😮
তোমাৰ কণ্ঠ বহুত মিঠা। এই লোক গীতটি মোৰ অতি প্ৰিয়। সদাই এবাৰ সুনিলেহে মন শান্তি লাগে।
Thank you
❤
ওঠৰ পৰা শব্দ ওলালেই ভাল গানলৈ গতি কৰে Madhurima ৰ। অভিনন্দন Madhurima।
Thank you so much
V gi
❤
শুনিলে শুনি থাকিবলৈ মন যোৱা তোমাৰ কন্ঠ 💓 বহুত ধুনীয়া হৈছে মাধুৰীমা❣️
Thank you so much
11727EeudzhM
বৰ ভাল হৈছে !
000000000000000000000😊0000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000😊0000000000000000000000000000000000000😊000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
@@UpenDeka-he8hcxçdgghbv o
mm k NJ BH CT CT Dr Dr 4 huuuu hhhu ii ud re 😅 ko ii ud 6😅 TV.😅 10:40 10:40 😅 😅😅😅😅 10:40 10:40 nn 😅😮9 yummy hmm hn HV yes hu 7 a... mi😊 ki 9🎉8,.. 10:40 10:40 m999mmmm hu no by 9⁹nk😊kk😊kk😊😊😊k NJ ni
গীতটি শুনি বৰ ভাল লাগিল । শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
Thank you so much
ভাল লাগিছে দেই❤❤❤❤❤❤❤❤
Thank You
সুমধুৰ আপোনাৰ এই কণ্ঠ সদায় এনেকৈএ থাকক....
আগলৈও এনে গীতসমূহৰ অপেক্ষাত.....❤❤❤❤
Thank you so much
@@madhurimasaikia❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ কণ্ঠ।। শুনিলে শুনি থাকিব মন যাই।।আগুৱাই যোৱা।
Thank you
সুমধুৰ কণ্ঠ তোমাৰ।।। শুনি শুনি হেপাহ নপলাই।।। ৰাসৰ সময়ত এটি নতুন গীতৰ বাবে অপেক্ষা কৰিলো।।
Thank you so much
Outstanding-ৰ ওপৰত যদি কিবা আছে সেইটো আৰু,,,, ইমান সুন্দৰ গীত এটা উপহাৰ স্বৰূপে দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। লোকগীতৰ এই জয়যাত্ৰা অটুট থাকক,, 🎉❤😘😍🥳
Thank you so much
So nice
Krishna
বৰ সুন্দৰ লাগিছে শুনি
Thank you
ধুনীয়া গাইছা বা কৃষ্ণ ❤❤🙏
কৃষ্ণ
অতি সুন্দৰ আই শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
Thank you
Atikoi hundor mitha matere baa apuni bhogobanok stuti kora jen lage ganor majere.moi sob gan hunu apunar..apunar gan huni provur soron suwa jen lage...god bless you baa❤
Thank you so much
❤🎉❤ অতি সুন্দৰ কুকিল কণ্ঠদান ভাল লাগিল মাধুৰীমা ❤🎉❤
Thank you so much
Looking beautiful
বৰ ভাল লাগিল শুনি , সুন্দৰ কন্ঠ ❤️🌹
Thank You
ধন্যবাদ, তোমাৰ কনঠই বহু আনন্দিত কৰিলে। বহত সুন্দৰ কনঠ, এয়া আমাৰ কনঠ তো বহু মঞতো প্রকাশ পাইছিল। বহুত সুন্দৰ বণনা। আগবাঢ়ি যোৱা। উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
Thank you
হৃদয় স্পৰ্শ কৰি যোৱা কণ্ঠ তোমাৰ 💖💖
Thank you
Bahut bar xunilu kintu xuniei thakibo mon Jai hepah nopolai
⁸n87
সুন্দৰ কন্ঠ নিগৰাইছে।আগবাঢ়ি যোৱা ভয় নাই। আশীৰ্বাদ কৰিছো।
Thank you
Dhunia
অপূৰ্ব কণ্ঠ তোমাৰ 🙏প্ৰভু ভগৱন্তই কৃপা কৰক কৃষ্ণ
Thank you
@@madhurimasaikia ো
বহুত ভাল লাগিল কামৰূপীয়া লোকগীততো ইমান ধুনীয়াকৈ গোৱা বাবে। আগলৈ আৰু ভাল ভাল লোকসংগীত শুনিব পাম বুলি আশা কৰিলো ছয়গাঁও, কামৰূপৰ পৰা।
Thank You so much
Bahut bhal kantha. Dhanyabad janalu.Aaru aaguwae juwa.
Thank you
আপোনাৰ কন্ঠ তথা সুৰ সঁচাকৈয়ে সুৱদী। এনে মনোমোহা গীতৰ যোগেদি আমাৰ দৰে তিনি তাপত জৰ্জৰিত হৈ থকা মানুহ বিলাকক ক্ষন্তেক সময়ৰ বাবে হ'লেও পৰমেশ্বৰক মনত পেলাই দিয়ে।
Thank you so much
সঁচা 🙏🙏🙏
Be
KRISHNA 🙏🙏🙏🙏🙏🙏
Very sweet voice 🙏❤️🙏
GOD bless you 🙏
Thank You
সচাকৈ কি যে সুমধুৰ কণ্ঠ তোমাৰ,শুনিয়েই থাকিব মন গৈছে গীতটো।
Thank you
সুন্দৰ, ভগবানে মঙ্গল কৰক ।
Bohut hundor kontho mon pran jur pori juwa luko geet. Dhonyabadjonalu Madhurimaloi. ❤❤
Thank you so much
Bohut dinor murot aji homodhur geet hunibo loi pai su please continue I love This voice so sweet ❤❤❤❤❤️❤️❤️
Thank you so much
তুমি আমাৰ ঢেকীয়াখোৱাৰ গৌৰৱ দেই ভণীজনী,যদিওঁ গাৱঁৰ বিহু কমিটিৰ লগতে গাৱঁৰ মানুহৰ চকুত তুমি নাই মোৰ বিস্ৱাস আছে তুমি এদিন বহুত সুন্দৰ কণ্ঠশিল্পী হ’বাগৈ
Thank you
147Qeti
বহুদিন আপোনাৰ গান শুনা নাছিলো৷বহুত ভাল লাগে আপোনাক৷
ভাল লাগিল শুনি ❤
Thank you
ভন্তী ধুনীয়া গাইছা আৰু ভাল ভাল লোকগীত গাই যোৱা ।শুনীলে হেপাহ নপলোৱা মন জুৰুৱা গীত । তোমালৈ অশেষ ধন্যবাদ থাকিল ।
ধন্যবাদ
Eman dhunia gaisa o madhu ba ratipuai huni montu hajib hoi goise❤❤❤
Thank you
ৰাতিপুৱা শুই উঠি মই তোমাৰ গান শুনো
খুব ভাল লাগে ❤
Thank you
Voice is sweet,,,,,, suli bur nakatiba,, atiyahe val lagise❤
Thank you
❤❤❤ very nice performance. Unique and ultimate singing. Go ahead way to your journey of music. Be positive and happiness
Thank you
অতি সুন্দৰ বহুত ভাল লাগিছে। কণ্ঠ বৰ সুন্দৰ
Thank You
অতি সুন্দৰ
Thank you
এই লোকগীতটি বহুত দিন বিচাৰি আছিলোঁ। অপূৰ্ব কণ্ঠ নিগৰাইছে। পুৱাই মন প্ৰফুল্লিত হৈ পৰিল। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ 🙏
Thank you so much
Mojaaaaaaaa❤❤ ba
Thank you so much
Once again touched the heart with this beautiful song in your voice.
Thank you so much
Chehra v cute & voice v beautiful ❤️😘 dhunia hoise🤗😍❤️😘
Thank You so much
Dhuniya geet ❣️
Thank you
,what a suitable voice ! God bless you.
Thank you so much
অতি সুন্দৰ কণ্ঠ ❤❤
Thank you
অতি সুন্দৰ । আপোনাৰ কণ্ঠ বৰ সুন্দৰ ।
Thank you
সচাঁই ইমান সুন্দৰ কৈ গাইছে, হিয়া শাত পাৰি যায়❤️❤️
Thank you
তোমাৰ গান শুনিবলৈ অপেক্ষা কৰি থাকো ❤❤
বহুত ধুনীয়া কণ্ঠ, এই কণ্ঠ সদায় ভালে ৰাখক 🙏
Thank you so much
Loko Geet Quin M..... U
ধুনিয়া কণ্ঠ
A breath Of Fresh Air In The Polluted World Of Music❤
Thank you so much
@@madhurimasaikia
, best song, god bless you
@@madhurimasaikia❤❤@aa❤❤a@@❤❤❤@❤@@aaaa
🕉 🕉 Bohut dhuniya hoise Baideu ❤❤❤
Thank you
Krishna Krishna Krishna ❤❤😊😊 vl lagil baa
Krishna
সুন্দৰ কনঠৰ্ শুনি খুবেই ভাল পালোঁ, তোমাৰ কনঠ্ত সচাকৈ ভাল লাগিল, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে, গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমাক দিবলৈ, ভগৱানে তোমাক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক ৰাখক, সুন্দৰ আৰু শুনিও আনন্দ পালো,,
Thank You so much
হৃদয়স্পৰ্শী কন্ঠ। অভিনন্দন মাধুৰীমা।
Thank you so much
Amazing voice Baa❣️lots of love 😘
Thank you
Hi
Waiting your 2nd beautiful song ❤🎉😮
Thanks a lot
সুন্দৰ হৈছে ,ধূনীয়া কণ্ঠ
Thank you
সুন্দৰ ।শুনি আপ্লুত হলো।❤
Thank You
Realy You sing the song with all your heart...❤Go ahead..
Thank you so much
Madhurima your voice is glorious. I always waiting for your new song ❤❤❤❤❤❤❤
Thank you so much
Nice soñg good voice
Your voice is exceptionally well-suited for devotional songs Madhurima, and your talent truly resonates in this genre. Keep up the outstanding work!
Thank you so much Bondhu
গায়ন-বায়ন আৰু কন্ঠদান অতি সুন্দৰ আৰু হ্ৰৃদয় স্পশী । বহুত শুভেচ্ছা নাছিলো ।🙏🙏
বৰ সুন্দৰ কন্ঠ
Thank You
Sweet voice tmar ❤❤❤❤😊💌🦋🙏
Thank you
Love your voice. ❤❤❤nice
Thank you
শুই উঠাৰ পিছত সদায় আপোনাৰ কন্ঠ ৰ গীত শুনি লোৱাটো মোৰ দায়িত্ব হিচাপে হৈ 6:29 পৰিল ।
Thank you so much
Bohut vl lagise huni aru Gan huniboloi Pam buli akha thakil krishna probhu🙏🙏🙏
Thank you
সুন্দৰ কণ্ঠ । সুন্দৰ গায়ন শৈলী । আপোনাৰ প্ৰতিটো গীতেই মোৰ অতি প্ৰিয় । শুভেচ্ছা থাকিল ।
Thank You
Ioooo Madhu voice 🔥 wordless
Thank you dear
Excellent voice ❤❤❤
Thank you
L
L
মোৰ ভাল লগা লোকগীত টি ❤
শুনিলে শুনি থাকিবৰ মন যায়। সুন্দৰ কণ্ঠ। ভগৱানে মঙ্গল কৰক 🙏 🙏 🌹
Thank you so much
তোমাৰ কন্ঠ বৰ মিথা কবলৈ একো ভাষা নাই
Thank you
সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে,, এই গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও আমনি নালাগে দিয়ক, ইমানেই ভাল পালোঁ যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, ইমানেই,,,,
Thank You so much
Very sweet voice so ur voice is my favourite voice may God bless you 🙏
Thank you
@@madhurimasaikiap😊😊😊😊😊😊😊😊😊
Sweet voice ❤❤❤❤❤
Thank you
@@madhurimasaikia 12997AdgeusBn
ধুনীয়া গাইছা ভন্টি। তোমাৰ উত্তৰোতৰ উন্নতি কামনা কৰিলোঁ
@@monjurikagogoi1406❤
@@monjurikagogoi1406,
সুন্দৰ পৰিবেশন 🙏🙏🙏 বহুতেই ভাল লাগিলে, শুনিয়েই থাকিব মন
Thank You
@@madhurimasaikia নিতৌ পুৱা গধূলি শুনিয়েই থাকো লগতে গুণগুণাই ও দিওঁ 🥰🥰
অপূৰ্ব সুন্দৰ৷ পুৱা তোমাৰ গীতটিয়েই দিনতোৰআৰমভ কৰিছো৷🙏
Thank you
আপোনাৰ গান মই প্ৰায় শুনো। বহুত মধুৰ কন্ঠৰ ❤
Thank you
3:41
Good
I❤ this song 😊😊
Thank you
মাধুৰিমা তোমাৰ লোকগীত ভাল লাগিল। তোমাৰ মাতটো বর ধুনিয়া আৰু মৰম লগা
Thank you
Ati shundar khulalit kantha.Dhanyabad janalu.
Thank you
অতি সুন্দৰ হৈছে শুনি বহুত সুখী হলো দেই
Thank You
অতি সুন্দৰ৷ভাল লাগিল শুনি৷
Thank you
Jai shree radhey shyam 🙏🏻🙏🏻 bahut bahut hi sundar 🥀👍🏻
Thank You so much
সুন্দৰ কণ্ঠ।শুনি আপ্লুত হ'লো।
Thank You
অপুব কন্ঠ ইমান ধূনীয়া শুনিলে শুনি থাকিবৰ মন যায়
Thank you
সুন্দৰ হৈছে
Thank You
সুন্দৰ কন্ঠ। ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤️🙏🏼
Very nice Madhureema .
Thank You
Iman dhunia tune bohut bhal
lage Madhurima tumak Log
pale aru bhal lagibo.
Thank you so much
বৰ ধুনীয়া হৈছে
Thank You
সচাই সুন্দৰ ।পূৱাই মনতো শান্তি অনুভৱ হৈ পৰে । আই গৰাকীক ঈশ্বৰে মঙ্গল কৰক।🙏🙏
Thank you
Wow baa Tumr voice ❤. Abar huni ako huni thakibo mon jai ❤😊😘❣️
Thank you so much
Apurba sundar tomar swar. God bless you.
কি যে মজা গাইছে শুনিলে এৰিবব মন নেযায় শুভেচ্ছা জনালো যোৰহাট
Thank you so much
সুন্দৰ কণ্ঠ , এনেকুৱা লোক গীত শুনি আমাৰ মণ পৰিষ্কাৰ হৈ গৈছে । কৃষ্ণ কৃষ্ণ🎉
,
কৃষ্ণ
Hundor...lagose...konth
Thank you
অতি সুন্দৰ।আৰু আশিৰ্ব্বাদ কৰিছোঁ আগলৈ বেছি বেছিকৈ গাব পাৰাহঁক।👐👐