ঢোল বাদন তথা ঢোলৰ ওপৰত এক তথ্যচিত্র | ঢোল সম্ৰাট সোমনাথ বড়া ওজা | শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, ২০০৫

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • অসমৰ লোক বাদ্য ঢোলৰ ওপৰত এখন চুটি তথ্যচিত্র "ঢোল সম্ৰাট সোমনাথ বড়া ওজা" দেৱৰ যোগে আগবঢ়ালো। লগতে আছে ঢোল বাদনৰ কিছু সুন্দৰ দৃশ্য। পৰিবেশন কৰিছে সোমনাথ বড়া ওজা, স্বৰ্গীয় প্ৰসেন বৰা, ৰঞ্জিত গগৈ, প্ৰবীণ কুমাৰ শইকীয়া আৰু অসীম চুতীয়া দেৱে। আশা কৰোঁ সকলোৱে যেন ভিডিঅটো চাই ভাল পায়।
    ভিডিঅ সংগ্ৰাহক, সম্পাদনা- স্বপ্নীল অঞ্জন বড়া (Aryanz Pixelography)
    #DholBadon #SomnathBorahOja #ProsenBorah #RanjitGogoi
    Video Credit- Mr. Upakul Bordoloi
    In association with Srimanta Sankaradeva Kalakshetra Society
    Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
    To follow me in Facebook:-
    / swapnilanjan.borah
    Official Facebook Page-
    / 212104595551052
    To follow me in Instagram:-
    / swapnil_aryanofficial
    / swaataryan

Комментарии • 81