Dhulia Pankaj Bora and his Party || DY Symphony with Krishna Bhuyan
HTML-код
- Опубликовано: 1 окт 2024
- Dhulia Pankaj Bora and his Party || DY Symphony with Krishna Bhuyan
#DYSymphony
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
মোৰ তৰফৰ পৰা dy365 লগতে আপোনালোকৰ কৃষলয় পৰিয়ালটি লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো,ইমান সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰিবলৈ দিয়াৰ বাবে
নিজকে অসমীয়া বুলি বহুত গৌৰৱ কৰোঁ । কৃষলয় ৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ । জয় আই অসম ।।
অতি সুন্দৰ ।পৰম শক্তিয়ে আপোনালোকক এই সংস্কৃতি মঘাই ওজাৰ দৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সু মন ,বুদ্ধি শক্তি, আৰু জ্ঞান দিয়ে যেন ।সেই প্ৰাৰ্থনা কৰিলো ।
বৰাদেউ আপোনাৰ কষ্ট সফল হওক ভগৱানে আপোনাক সকলো প্ৰকাৰে সহায় কৰক জয় আই অসম ।
Dislike মৰা কেইটা বাংলাদেশী। অসমীয়া তেজ নাই সিহঁতৰ গাত ।।। I really love this video ....Love from benglore ...
By GT by In try CT GT51
GT GT
বহুত দিনৰ পিছত বৰ ধুনীয়া এটা নতুন কায্যসুচী চালো
অতি সুন্দৰ সুৰ সমলয়।ঈশ্বৰে আপোনালোকৰ লোকবাদ্যৰে সমৃদ্ধ দলটিক দীর্ঘায়ু কৰক।
বীতুপন ৰ্ধমেন্দ্ৰ মজা দুয়ো জন অসম আৰক্ষী জোৱান আপোনা লোক আৰু আগুৱাই জাওক
ਰੇ
Krikholoiloi bohu bohu hubheshya jonalu. Khub hundor podokhep
Bhut vll lagil sai dada ..so nice 🥰
জয় আই অসম এইদৰেই আমাৰ অসমৰ কলা সংস্কৃতি জীয়াই থাকক তোমালোকলৈ বহুতো ধন্যবাদ থাকিল
সুন্দৰ হৈছে... দাদাই হত...
মই গৰ্বিত যে "আমি অসমীয়া"
ঘৰ : মঙ্গলদৈ❤️❤️❤️
আপোনালোকে আগুৱাই যাওঁক তাৰে কামনাৰে...
জয় আই অসম❤️🙏❤️
Dhonyobad
@@PankajBora.Official ❤️
বহুত ভাল লাগিল চাই উজ্বল ভবিষ্যত কামনা কৰিলোঁ শিল্পী সকললৈ।
À
🍃পঙ্কজ বৰা দ্বাৰা পৰিচালিত কৃষলয় সাংস্কৃতিক গোষ্ঠীৰ এই অভূতপূৰ্ব ঢোল বাদ্য কলাৰ পৰিৱেশন চাই আপ্লুত হলো ... বেন্ডটোর দীৰ্ঘায়ু কামনা কৰিলো 👋🌿🌻
অতি সুন্দৰ কবলৈ ভাষা নায়🙏🙏🙏🙏🙏🙏🙏🙏🙏
0
0000 0 00 00
0 0 000 000 0000000 00000 00000000
000000
00000000 000000 00
সচাই বহুত ভাল লাগিল।
ভৱিষ্যত দিনত আৰু এনে ধৰণৰ অনুষ্ঠান চাবলৈ পাম বুলি আশা কৰিলোঁ।
ধন্যবাদ।
অসমীয়া লোকসংকৃষ্টি চহকী কৰাৰ সফল আৰু অতি সুন্দৰ পদক্ষেপ । কৃষলয় দলটোৰ মহান প্ৰয়াস চিৰস্থায়ী হৈ জগতত জিলিকি উঠক ।🙏🙏🙏🙏🙏🙏🙏🙏🙏
বহুত সুন্দৰ বিতোপন দা
পংকজ দা অনুপম দা বহুত বাৰ লগ পাইছো সকলো কেইজনলৈকে বহুত বহুত ধন্যবাদ ।।
Dhonyabad
Xe f to
আৰু আগুৱাই যাওক বহুত বহুত শুভেছছা জনালো সকলো শিল্পীলৈ ।
বৰ সুন্দৰ
Majjaaaaa
🙏👌👌বহুত ভাল, অতি উত্তম প্ৰেৰণা দায়ক সিদ্ধান্ত, উদ্দেশ্য সফল হোৱাৰ কামনা কৰিলো
সুন্দৰ ককাইদেউ সকল ।
Be
Very nice Brother
God helps you and your team 💐🙏🙏🙏🙏🙏💐
Ba #HiranmayeDevi #HiranmayeVlogs #HiranmayeComedy
বহুত ভাল লাগিল।
All da.Best
Nice 👍
Kikholoy sankri gusthi nagaonr neki ?
Val lagil akhibad thakil aru bhagabane agbohai niyejen tarekamonare
Dislike Kora Kita Axomiya Nahoi neki
সুন্দৰ
বহুত বহুত ভাল লাগিল,,, এনেকৈ আপোনালোক আগুৱাই যাওঁক তাৰে কামনা কৰি ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ🙏
কবলৈ ভাষা নাই। সুন্দৰ পৰিবেশন।
Very nice
তুলনা বিহীন
🙏🙏🙏🙏🙏🙏
বাবুহত ভাল লাগিল আগুৱাই যোৱাৰ কামনা কৰিছোঁ ।
Real assamese
অতি সুন্দৰ
ইমান সুন্দৰ অনুষ্ঠান
🙏🙏🙏🙏🙏🙏
Bohut vaallageil,,,,,uuposh thapon, aru,,aaguay jaboo,,,,,
Mjja lagise pankaj sir aru Monuj dadar logote teur hongi bindo mjaa lagise joi aii okhom
Lafra.kam.aku.guru.nai.anekua.hosakoi.babo.Lage.dhool.aeibur.khul.Nagara.Tukari.akoi.Bihutu.gai.Namghorotu.gai.Vagobot.buliu.dekha.Jai.kitu.kunu.hisab.nai.Bipin.dar.ganu.Logale.Hongkordev.u.gale.akou.ki.ki.AASU.
Dada khakal aguai juwa
mor falor pora suvesa thakil aru jat a aag bahri jay
So nice
🙏🙏🙏🙏
বৰ ধূনীয়া লাগিছে সঁচা
Ki biotrikormi poribekh koi he ebur word use nokoribo asomor tholua baido jonto kintu biotrikormi kotha kor pora ahil
সুন্দৰ পৰিবেশন ,ধন্যবাদ
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏অতি
সুন্দৰ 💓💓 শুনি বহুত ভাল লাগিল
Moi bahut Val pao ..
Very good
Apurba xadhana,apurba xrishti eyatu manawatar drishti.
Val lagil .Thanx
Dharmenda da boria
Very nice
সুনদৰ বৰ ভাল
Very good.
Hundor
All The Best.Best of Luck.
সুন্দৰ
Nice
Parishmita Konwar. Bohut dhuniya lagil sai
মোৰ প্ৰাণ 💓💓💓💓💓
Val lagile dada
Bohut Bohut val lagesa mur mojaa👌 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bahut dhuniya hoise, keep it up
All the best
Very good News.preshes.
,🙏🙏🙏🙏
Br mjalagise dey, aakow xunim past
সঁচাই বহুত ধুনীয়া হৈছে
Bohut hundor onusthan ...ru aagebahi jua 🔥🙏
Bhut val lagise dada xakal🔥🔥🔥
Allah aponalokar hayat diyok. Long live of all you
কৃষ্ণ কৃষ্ণ বৰ মনোৰম হৈছে
Bohut dhuniya hoise
সুন্দৰ সুন্দৰ অতি সুন্দৰ
বহুত ভাল লাগিল
Hxai mon pran chui jai
bhut bhut vl ligil huni.. kiman hundhor poriklpona...Best of Luck....
Super
সচাকৈ সুন্দৰ হৈছে । আৰু আগবাঢ়ি যাবলৈ আশীৰ্বাদ থাকিল ধন্যবাদ ।
🇮🇳
Mur Falar para🙏🙏🙏🙏🙏
hundr anusthan
Nice
Mor Bahut Val Lagise
Mojja lagise dada moi sans pam ni
Bohut val lagil,
সুন্দৰ পদক্ষেপ ভৱিষ্যত লৈ জীয়াই থাকক অসমৰ সংস্কৃতি।
সুন্দৰ প্ৰগেম
Number2 diok ai2 team or
9854057631
Bohut val lagil anusthan tu sai ...
Bht Val lagile xuni aponalokak Dekha pai
Bahut Val lagile video sai mur gharar usar Pankaj da iman aag bahibo parise.hundar video song
বহুত বহুত ধন্যবাদ ।ভগৱান আগলৈ যোৱাৰ সহায় কৰক ।