Assam CM News: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024
  • ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24's RUclips channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 50

  • @raaboo8403
    @raaboo8403 Месяц назад +28

    ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চহী কৰা অসম চুক্তি উলংঘা কৰি যেতিয়া CAAগৃহীত কৰিব পাৰে 😂তেন্তে ৬ জনজাতি কৰনৰ বাবে আকৌ কি সাধাৰণ ফাল্টু বিধানসভাৰ প্ৰস্তাৱ এটাৰ পোকৰত লাগি আছে ৷ চুতিয়ামিৰো এটা সীমা থাকে Dear MAMA😂😂😂

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Месяц назад +20

    এইবোৰ আকৌ কি কথা ?আপুনিয়েই দেখোন কংগ্ৰেছৰ দিনতো সকলো কথাৰে গুৰি ধৰোতা আৰু এতিয়া বিজেপিৰো সৰ্বেসৰ্বা । আপুনি নজনাকৈ তৰুণ গগৈয়ে কোনো সিদ্ধান্ত লোৱা নাছিল।

  • @thaneswarm5122
    @thaneswarm5122 Месяц назад +14

    কংগ্ৰেছৰ কথা কৈ আকৌ ঠগন দিব বিচাৰিছে প্ৰভু

  • @bulengogoi4723
    @bulengogoi4723 Месяц назад +17

    কিমান আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈ দেৱৰ নাম লব আৰু জটিলতা যদি আছিলেই নিৰ্বাচনৰ আগত টেটুফালি কিয় ভাষণ মাৰিছিল আৰু সেই সময়ত এই কথাটো অহা নাছিল তেতিয়া পাকে- প্ৰকাৰে ক্ষমতা লাগে নহয়নে বাৰু ?

  • @J.mardi2537
    @J.mardi2537 Месяц назад +2

    আমি আদিবাসী সকলৰ নতুনকৈ জনোজাতি কৰণ দিব নালাগে। কাৰণ ১৯৫০ চনত জনোজাতি কৰণ মানুহ হয় । কিন্তু আমাক অসমত চৰকাৰে টুকি ৰাখিছে। গতিকে ৫ জনগোষ্ঠীৰ পিছত কৰিব নোকৰিব আপোনাৰ কথা। কিন্তু আমাক সাওঁতাল উৰাং মুন্ডা আদিবাসী অতি সোনকালে জনোজাতি কৰণ কৰক

  • @bhaskargogoi5269
    @bhaskargogoi5269 Месяц назад +5

    তৰুণ গগৈ দিনত আপুনি কি ৰান্ধনি আছিল নি বিধানসভাত

    • @prasannakumardas2517
      @prasannakumardas2517 Месяц назад

      তৰুণ গগৈ দক্ষ নে অদক্ষ আছিল , হিমন্তৰ কথা মতেই চলিছিল নেকি চৰকাৰ খন ?

  • @nilutpaldas8659
    @nilutpaldas8659 Месяц назад +11

    সেই সময়ত আপুনিয়েই তো আছিল মামা।

  • @anantamoranvloge7255
    @anantamoranvloge7255 Месяц назад +3

    মুঠতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে

  • @sanjaykujur9946
    @sanjaykujur9946 Месяц назад +1

    Sorkar bonai hidhhanto lobo pora mama,
    Cheep Minister🫵

  • @bishwanathgogoi1555
    @bishwanathgogoi1555 Месяц назад +6

    তেতিয়াটো আপুনি কংগ্ৰেছৰ সৰ্বেসৰ্বা আছিল। কেৱল তৰুণ গগৈ ডাঙৰীয়াই সেই প্ৰস্তাব অকলে লোৱা নাছিল।তাত হিমন্ত মা--নে কি সেই জনো আছিল নহয় চাগে।এজনো সাংবাদিকে এই প্ৰশ্নটো কিয় সুধিব নোৱাৰে। সাংবাদিক সকল ওপৰত কি আখা কৰিম আমি।

  • @DipaliUrang-q7y
    @DipaliUrang-q7y Месяц назад +2

    26 ot st nhole raije bujabo dangriya🎉

  • @rabilalmurmu6203
    @rabilalmurmu6203 Месяц назад

    আমাৰ অসমত থকা আদিবাসী চাওতাল জনগোষ্ঠীক সকলোক অতি সোনকালে জনজাতিক প্ৰদান কৰক।

  • @gunakantabaruah6243
    @gunakantabaruah6243 Месяц назад +3

    তেতিয়া হ'লে দুখ দি থকা কোনো দৰকাৰ নাই। কাৰণ এই কামলৈ কঙগেছৰ অলপো আপোচভাব বা সদিইছা নাছিল। সেয়ে কাঁইট থকা মাছ বিজেপিৰ গালৈ দলিয়াই দিলে।বি জেপিক যুঁজ দি অৱস হ'ব দিলে। ইফালে ক'লে যদি জনজাতিকৰন হয় CM পদ ৰ দাবিদাৰ বিজেপিয়ে কৰিব নোৱাৰিব। সেয়ে নকৰে। গতিকে বেলিতহে পাক জুনত পাক ৰাইজে ল'বলৈ ঠেলা দি পঠিয়াই দিয়া হৈছে।সদিছা থকা হেঁতেন নিজৰ দায়িত্ব মুৰ পাতি ল'ব লাগিছিল।

  • @MENOKABARMAN-q8f
    @MENOKABARMAN-q8f Месяц назад

    মাননীয় মুখ্যমন্ত্ৰী হেমন্ত শৰ্মা দেৱ মহাক্ষয় আপুনি ৬ জনগোষ্ঠী S T যুদি দিবৰ মন আছে দিয়ক কাৰণ আজি কালি ভোটতাৰ ৰাইজে বা জনো সাধাৰণ বিলাকে বুজি পায় কথাৰ সুৰত দেৰি কৰি থকাৰ কনো যুক্তি নাই কাৰণ আপুনি বহু জটিল জটিল কাম সমধান কৰি আছে এইখনি কাম কৰাত কোন আপুনিৰ কাৰণে জটিল নহয় আপুনিয়ে পাৰিবো সমাধান কৰিবলৈ মহাক্ষয়ৰ অছৰত নমস্কাৰ যোনালো B J P জিদাবাত

  • @rkv5194
    @rkv5194 Месяц назад +1

    80% হৈ গৈছিল জনজাতি কৰনৰ কাম এতিয়া কৈছিল এতিয়া কত ঘোৰায় পকাই ছে দালাল

  • @SurprisedBird-sr8qe
    @SurprisedBird-sr8qe Месяц назад

    এনেদৰেই পাৰ কৰি থাকিব সময়বোৰ ৷ এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ টাৰ্গেট

  • @dreamShddch
    @dreamShddch Месяц назад +2

    মুখ্যমন্ত্ৰী জন ফাল্টু সদায় ৰাজনীতিৰ কথা

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s Месяц назад +2

    চতুৰালিৰো সীমা আছে ।

    • @rupjyotigogoi9956
      @rupjyotigogoi9956 Месяц назад

      Where our sixth community's leaders are? They should give their speech through the press, not only play with the innocent people of Assam

  • @AA1981-at6
    @AA1981-at6 Месяц назад +4

    আপুনি নিজে কংগ্ৰেছত নাছিল নে ?

  • @BiruXalko
    @BiruXalko Месяц назад

    How can we make even one thing healthy

  • @binoydeka7916
    @binoydeka7916 Месяц назад

    ভাৰত বৰ্ষত সকলো সম্ভব

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 Месяц назад

    শিয়ালৰ দিন বেছি হল আৰু😮

  • @FulchanHussain-mc3qy
    @FulchanHussain-mc3qy Месяц назад

    Mama agote তুমিয়েই আছিলা

  • @rupamdas9709
    @rupamdas9709 Месяц назад

    এই জনেই মেইন আছিল তেতিয়াও

  • @gojongapol4448
    @gojongapol4448 Месяц назад

    Janajati bisarile pua bostu nahai , bisarile pai jodi sobei bosaribo pare

  • @padmeswartaku4221
    @padmeswartaku4221 Месяц назад +4

    Apuni asil nai

  • @bhabendoley6151
    @bhabendoley6151 Месяц назад

    ইটো সিটো কৰি এই ভাগে থাকি যাব। শেষত ta ta by by হব। যদিহে দক্ষ মা মা তেতিয়া হলে পতা পট কৰক।গোটেই অসম s t ৰাজ্য বনাওক। চিৰ দিনৰ গৌৰৱ আৰ্জন কৰক।অকল সম্পত্তি পাহাৰ চিন্তা কৰিব নালাগে।

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik Месяц назад

    আগৰ কথা বাদ দিয়ক মামা। এতিয়াৰ প্ৰস্তাৱ মানি লওঁক

  • @uttamtirki5868
    @uttamtirki5868 Месяц назад

    Aap jhuth CM hai lolipop Dena band karo bjp hatao desh bachao

  • @lakhyadhardeka6532
    @lakhyadhardeka6532 Месяц назад

    Tarmane jonojatikoron nohoi, mosto ata bengena ai jonojatikoron tu

  • @baspakkhanikor2154
    @baspakkhanikor2154 Месяц назад

    Vote r time u abur bujai kobo ako...tateya koi thakibo ki ami korim

  • @rajenhazarika7629
    @rajenhazarika7629 Месяц назад

    Apuni tetia kot asil hoi Mr Sharma

  • @sumikonwarsahu560
    @sumikonwarsahu560 Месяц назад

    Maama smart meter ki hb ..

  • @rajibhembrom8198
    @rajibhembrom8198 Месяц назад

    Kam nai aru ,eko koribo nuware,gadi golehe gom pabo.

  • @PradipRoy-f1b
    @PradipRoy-f1b Месяц назад

    সব ফালতু কথা

  • @ManjitGogoi-g2b
    @ManjitGogoi-g2b Месяц назад

    😂

  • @villagekitchengl3372
    @villagekitchengl3372 Месяц назад

    Nolipob dibo

    • @prasantagogoi4818
      @prasantagogoi4818 Месяц назад

      অসম খন ভাগ হব গম পাই গলো

  • @kankonbiswas695
    @kankonbiswas695 Месяц назад

    Aapuni ki luwa nasil ne ki

  • @bitupallabhazarika7686
    @bitupallabhazarika7686 Месяц назад

    Hahaha

  • @samarjitbarman7719
    @samarjitbarman7719 Месяц назад

    No st no rest
    No st no vote bjp

  • @JohnXina-bt7jt
    @JohnXina-bt7jt Месяц назад

    Johora