অহা ছেনচাচত খিলঞ্জীয়া বুলি কলেহে মাতৃভাষা অসমীয়া বুলি লিখিব | Himanta Biswa sarma

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • • আপোনালোকে অহা ছেনচাচত খিলঞ্জীয়া বুলি কলেহে মাতৃভাষা অসমীয়া বুলি লিখিব
    • বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসহায় ভাষণ
    #SangbadPrahari #Assam #HimantaBiswaSarma #Mia

Комментарии • 837

  • @KanBasumatary
    @KanBasumatary 7 дней назад +4

    সঁচাই আমি বৰ আবেগিক জাতি। আমি ইতিমধ্যেই বহুখিনি হেৰুৱালো। আৰু হেৰুৱাব নিবিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাই সাহসেৰে আৰু আগুৱাই যাওক। আমাৰ পূৰ্ণ সমৰ্থন আছে।

  • @MrManash4u
    @MrManash4u 16 дней назад +69

    সাম্প্রতিক সময়ত বৰ সুন্দৰ আৰু গ্ৰহণযোগ্য আলোচনা।

  • @tridipsarma478
    @tridipsarma478 16 дней назад +170

    এই সময়টো জাতিৰ সুৰক্ষাৰ সময় আমি মুখ্যমন্ত্ৰীক সহায় কৰা উচিত।
    জয় আই অসম

    • @amuonlinehelp
      @amuonlinehelp 16 дней назад +4

      Jatik borbok banai ase joi ai axom

    • @madhabbora-pk1cr
      @madhabbora-pk1cr 16 дней назад +1

      সুন্দৰ ।

    • @abulayeshussain2874
      @abulayeshussain2874 16 дней назад +1

      6 no ki hol

    • @-wRaj
      @-wRaj 16 дней назад +4

      🛕🚜🚜🌹🇮🇱🚜🛕🚜🇮🇱🌹🚜 देश को जरूरत है योगी आदित्यनाथ हेमेता विश्व शर्मा जेसा प्रधानमंत्री चाहिए बीजेपी अपनाओ देश बचाओ हिन्दू धर्म को बचाओ

    • @3rnglish
      @3rnglish 16 дней назад +1

      ​@@amuonlinehelp ghotitu bokiso goru

  • @himangshunath7868
    @himangshunath7868 9 дней назад +4

    অসমীয়া মানুহৰ সঠিক সময় আহিছে মাত দিয়া। জয় আই অসম

  • @bhaskarjyotisarmah1708
    @bhaskarjyotisarmah1708 16 дней назад +62

    কিমান নিভাঁজ ভাৱে কথা খিনি কৈ গৈছে ! বৰ ভাল লাগিছে। অসম দেশৰ সকলো মানুহৰ মনবোৰ সেউজীয়া হৈ উঠক 👏 আগ্ৰাসী মনোভাৱ এৰি শান্তি আহক।

    • @mafidulmafidul1851
      @mafidulmafidul1851 16 дней назад

      guwahati t jetia banpani hoisil tetia mama r sinta hua nasil neki axom khonor karone atia je bor koi sinta hoise

    • @bishalsharma9238
      @bishalsharma9238 16 дней назад

      ​@@mafidulmafidul1851axom r krne sinta nkori miya r krne koribo nki johora

    • @bhaskarjyotisarmah1708
      @bhaskarjyotisarmah1708 16 дней назад

      দুখ এজনৰেই নাথাকে। বানপানী কেনেকৈ নিৰাময় কৰিব পাৰি তাক লৈ সদৰ্থক চিন্তা কৰাৰ দায়িত্ব কেৱল মুখ্যমন্ত্রীৰেই নহয়;নাগৰিক হিচাপে আমাৰো নিশ্চয় থাকে।
      ভাৰত তথা অসমৰ মানুহৰ মাজত প্ৰথমাৱস্থাত কেতিয়াও একতা নাছিল। ইতিহাসে তাকেই কয়। এই মন্তব্যটোও ঠিক তেনেধৰণৰেই লাগিল ।
      পাৰিলে নিজ চিন্তাৰে এনে প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণৰ সমাধান দিলে আন দহজনৰো উপকাৰ হ'ব।

    • @mafidulmafidul1851
      @mafidulmafidul1851 15 дней назад

      @@bhaskarjyotisarmah1708 sinta r dara kam nohoy aru tokar dara he kam hoi aru sorkare toka nidile ami sinta kori nu ki pam

    • @navajitgogoi5754
      @navajitgogoi5754 15 дней назад

      ​@@mafidulmafidul1851Aru pelabi drain t jabor plastic

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 16 дней назад +225

    মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অতি গুৰুত্বপূৰ্ণ তথা সুন্দৰ মন্তব্য।

    • @sheiksadi9519
      @sheiksadi9519 16 дней назад

      Chudu aibilikok kotat

    • @diptansukonwar3008
      @diptansukonwar3008 16 дней назад +1

      Tetia2 HS u asile

    • @cinemaclip6790
      @cinemaclip6790 16 дней назад +2

      Iman a jodi jatik val pai NRC r kam to khex koribo diyok. mamai dexon NRC bad dile. aru muxedi miya xedibo😅

    • @GT-dm8pw
      @GT-dm8pw 16 дней назад +1

      Mama 2mi NRC khonok loi bangladexi khedibo nuwarile nahh moi apunak bujabo nuwaru naaaah
      Tilinga vagao Assam basao

    • @mafidulmafidul1851
      @mafidulmafidul1851 16 дней назад +1

      amak hindu-Muslim nalage aru amak unnoti lage aru bjp a ketiao unnoti kora dekha nai ami

  • @RajbonghiBoy4805
    @RajbonghiBoy4805 16 дней назад +96

    মুখ্য মন্ত্ৰী ডাঙৰীয়াই সুন্দৰ আৰু যুক্তিৰ কথা কৈছে।

  • @mahendradas6626
    @mahendradas6626 16 дней назад +7

    যিটো ভাবি আগবাঢ়িছে তাৰ বাবে তোমাক ঈশ্বৰে আৰু শক্তি আৰু আয়ু প্ৰদান কৰক❤

  • @bsrunner9423
    @bsrunner9423 16 дней назад +138

    মামা দৰে মন্ত্ৰীয়ে।থাকিলে অসমীযা জাতীতু জীয়াই থাকিব। জযা ই অসম।

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 16 дней назад +5

      Agote oxomiya vaxa xiki lo....mama dore nohoy mamar dore , montrye nohoy montree , tate dari nalage , jatitu banan t murdhonya nwo hobo lage , joya nohoy joy E nohoy aai .....gutei line tuye banan vool , oxomiya giri koriso ? Amio oxomiya kintu tur dore ologoddho nohoy .....hondeh hoise toi NRC t naam nothoka Indian neki.....🤔🤔

    • @JayantaMili-w5v
      @JayantaMili-w5v 16 дней назад +1

      সছা

    • @basantaborah7325
      @basantaborah7325 16 дней назад +2

      হেমন্ত নে সীমান্ত

    • @ritupanmedhi6397
      @ritupanmedhi6397 16 дней назад +2

      সঁচাই

    • @ushamonikalita363
      @ushamonikalita363 16 дней назад

      ​@@AbulHussain-dl6og তুমি আনৰ কমেন্ট ৰ ৰিপ্লাই কৰোঁতে নিজেই অসমীয়াত উত্তৰটো লিখিবা

  • @sarattamuly1520
    @sarattamuly1520 16 дней назад +53

    হৃদই চুই যোৱা ভাষণ।

  • @sharyatemohammadi
    @sharyatemohammadi 16 дней назад +19

    আজিহে মুখ্যমন্ত্ৰী হিচাপে ভাষন ৰাখিছে। ❤❤❤ জয় আই অসম ❤❤

    • @pratimasarma1737
      @pratimasarma1737 13 дней назад

      স্বাৰ্থত ভজিছে। মিছা ক'লে কি ডাল হ'ব।

    • @dharmebasumatary197
      @dharmebasumatary197 13 дней назад

      Bhoi kaise na ki dangoriya

  • @Shidhu4605
    @Shidhu4605 16 дней назад +21

    মামা জিন্দাবাদ ।।। জয় আই অসম ✊✊

  • @khilanjiaasomiya6052
    @khilanjiaasomiya6052 16 дней назад +27

    I fully support our CM

  • @pranudeeptaupdated195
    @pranudeeptaupdated195 16 дней назад +22

    অসমৰ বাবে ই এক ঐতিহাসিক ভাষন.....

  • @syedanasrinsultana8019
    @syedanasrinsultana8019 9 дней назад +2

    😢😢😢 চাৰ আমি সদায় ভাৰতীয়/অসমীয়া সভ্যতাৰ হকে কাম কৰি যাম। সহায় কৰিম। 🙏🙏

  • @yuvrajchetry8630
    @yuvrajchetry8630 13 дней назад +2

    বহুত ভাল কথা কৈছে।

  • @jsofficial8137
    @jsofficial8137 16 дней назад +23

    মামাৰ সংগ্ৰামত আমি সকলোৱে একমত

  • @BishnuBaruah-hr9uj
    @BishnuBaruah-hr9uj 16 дней назад +27

    অপ্ৰিয় যদিও ১০০% সত্য।

  • @hiranmayedeka2520
    @hiranmayedeka2520 16 дней назад +55

    গোটেই জীৱনতো কংগ্ৰেছৰ লগত ৰাজনৈতিক কৰি আছিল । তেতিয়াই মুচলমান নেতা কেইজনে ভাবি আছিল গোটেই অসম খন মিঞাৰ কৰি লম। কিনু মুচলমান নেতা কেইজনে সপোনতো ভবা নাছিলেই যে এদিন অযোধ্যাত ভগৱান ৰাম ঘুৰি আহিব এদিন ভাৰতবৰ্ষ খন কংগ্ৰেছ চৰকাৰৰ পৰা হিন্দু ধৰ্মৰ জাতিটোক বছোবাৰ বাবে মোডী আহিব এদিন মিঞাৰ হাতৰ পৰা আমাৰ খিলঞ্জীয়া বছোবাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আহিব । মুচলমান নেতাবোৰে জীৱনত কেতিয়াও ভবা নাছিলেই। সিহতে এটাই ভাবিছিল আ জিবন কংগ্ৰেছৰ চৰকাৰ থাকিব আৰু আমি এক ফালৰ পৰা অসম খন মিয়াৰ ৰাজ্য কৰিম । আৰু খিলঞ্জীয়া হিন্দুসকলক ইচলামিক কৰিম। আমাৰ নেদেখা জনৰ ইমানেই শক্তি আমাৰ দেশ বছোবাৰ কাৰণে মোডী আৰু হিমন্ত বিশ্ব শৰ্ম নিজৰ দেশ নিজৰ জাতি নিজৰ ধৰ্ম আটাইবোৰ নিজৰ হাতলৈ অনাৰ কাৰণে ৰাম ভগৱানে পঠিয়াইছে। আমাৰ জাতিটোৰ হিমন্ত বিশ্ব শৰ্মা মোডী ❤❤❤❤❤❤❤❤❤❤

    • @jayaborah2926
      @jayaborah2926 16 дней назад +5

      অসমীয়া ৰাজনীতিৰ নেতা সকল যি পাটীৰে নহওঁক অসমৰ সকে শুভ বুদ্ধি উদয় হ'বৰ হ'ল।

    • @BishnuBaruah-hr9uj
      @BishnuBaruah-hr9uj 16 дней назад

      ❤❤❤❤

    • @GunjanBordoloi-v6n
      @GunjanBordoloi-v6n 16 дней назад +2

      একদম সঁচা কথা

    • @RashidaKhatun-vi1wu
      @RashidaKhatun-vi1wu 16 дней назад

      Tumi bhabisila ami nohoi amar concept to hol khomota forever nohoy

    • @Humsafar156
      @Humsafar156 16 дней назад

      Next sai lo😂😂😂

  • @activityconcept4662
    @activityconcept4662 12 дней назад +2

    হিমন্তচাৰৰ ভাষণ আবেগিক তথা দূৰদৰ্শী।

  • @souravbhattacharjee9157
    @souravbhattacharjee9157 15 дней назад +3

    উৎকৃষ্ট ভাষণ যদি এতিয়া কোনেও বুজি নাপায় তেন্তে কি কৰিব ❤

  • @reeothecutelabrador9419
    @reeothecutelabrador9419 3 дня назад +1

    এনে এজন মুখ্যমন্ত্ৰী বহুত আগতেই অসমত হব লাগিছিল।

  • @ffggggg6948
    @ffggggg6948 5 дней назад

    অসমৰ সকলো খিলঞ্জীয়ায়াই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সহায় কথাটো বিচাৰিছোঁ। বৰ সুন্দৰ ভাষন।

  • @R.R.G-w8c
    @R.R.G-w8c 16 дней назад +4

    CM Sir জিন্দাবাদ ।

  • @NayemHasan-uz7db
    @NayemHasan-uz7db 14 дней назад +3

    মুছলমানসকলে যদি মাতৃ ভাষা অসমীয়া নিলিখে তেতিয়া বুজিব এইটো আপোনাৰ লেতেৰা ৰাজনীতিৰ ফল।

  • @Monoranjan-sf2tc
    @Monoranjan-sf2tc 16 дней назад +37

    Absolutely truth speech CM sir.

  • @user-zj7tq6uc8x
    @user-zj7tq6uc8x 16 дней назад +3

    মাননীয়, অসমৰ মূখ্য মন্ত্ৰী মহোদয় আপোনাক ভগৱানে কৃপা কৰক । অসমৰ অসমীয়া জাতিক আপুনি ৰক্ষ্যা কৰক 🙏

  • @nuruddinahmed2609
    @nuruddinahmed2609 16 дней назад +7

    জন্মনিয়ন্ত্রন আইন আনক বহু সমস্যা সমাধান হব.

  • @miduldutta8798
    @miduldutta8798 День назад

    মুখ্যমন্ত্ৰী মহোদয়ক সহযোগ কৰিব লাগে ,
    আৰু বিকল্প ব্যৱস্থা ল'ব লাগে মহোদয়❤❤❤

  • @dijendramarak
    @dijendramarak 16 дней назад +15

    l support chief mnister

  • @basicknowledge3867
    @basicknowledge3867 16 дней назад +8

    মামাৰ দৰে হব নোৱাৰে কোনেও

  • @satyajitkhound350
    @satyajitkhound350 16 дней назад +3

    আপোনাৰ এই আবেগ ভৰা জীয়া সছা কথাখিনি ইতিহাসৰ পাতত যুগ যুগলৈ প্ৰাসংগিক হৈ ৰব।

  • @Bg22224
    @Bg22224 16 дней назад +6

    ছয় জনগোষ্ঠীৰ জনজাতি কৰন কৰক l ট্ৰাইবেল state ঘোষণা কৰি উজনি অসম ক ILP দিয়ক৷

  • @uddhabsarma1156
    @uddhabsarma1156 16 дней назад +19

    আপোনাৰ সংগ্ৰামৰ শলাগ লৈছোঁ।

  • @mominurhoquemoriamuslim5544
    @mominurhoquemoriamuslim5544 16 дней назад +22

    mama moi mualana taubullah r bhangadhar . we proud of assamese muslim❤😊

    • @asaduddinowaisi_gharwapsi
      @asaduddinowaisi_gharwapsi 16 дней назад

      মৌলানাগিৰী বাদ দি কিবা S.T.E.M বিষয়ত হাফিজ হওক । অসমত তাবলিগি বন্ধ কৰক নহলে ভৱিষ্যতে ইয়াৰ বিৰুদ্ধে এক অচিন্তনিয় পদক্ষেপ লোৱা হব।

  • @kalpagohain8413
    @kalpagohain8413 16 дней назад +6

    Politics কিন্তু সাংঘাটিক।😅

  • @tariqueanuwar9306
    @tariqueanuwar9306 16 дней назад +5

    Excellent 💯 % ek mot asu cm sir or logot

  • @madhabbora-pk1cr
    @madhabbora-pk1cr 16 дней назад +3

    আপুনি বহুত গুৰুত্বপূৰ্ণ কথা ক'লে ।মন চুই গ'ল দাদা ।

  • @dipakgogoi5084
    @dipakgogoi5084 16 дней назад +72

    আপুনি যদি খিলঞ্জীয়াক ৰক্ষা কৰাৰ কথা কয় কিয় অসমীয়া বিৰোধী CAA আনিলে। APSC পৰা অসমীয়া ভাষা উঠাই দি অনা অসমীয়াক প্ৰথম বাৰৰ অসমত প্ৰশাসনিক বিষয়াক নিযুক্তি দিছে। আপোনা অসমৰ জনসাধাৰণে ভাল দৰে বুজি পাইছে। বুজি পোৱা নাই মাত্ৰ হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই।

    • @papuboruah5864
      @papuboruah5864 16 дней назад +2

      One thing akhomia bhakha projyujya nuhuatu t amar bibhinno khilonjiya jonogusthibururu logote tothakathito amar usso jati buli kuahokoluru dukh ase... Akhomia compulsory korile bodo, karbi,dimasa, missing, rabha etc bibhinno jonogusthiye kunupadhyai mani noloi tar parinam ei abostha... Upper caste buli kua hokoleu bohute teulukok akhomia buli komeihe koi... Thik heidore ASSU etc hongothoneu kunu din khilonjiyai bahiror manuhok mati nebesibo buli kunudin hojag kora porilokhito nua nai.. Jitu ketiabai korobo lagisil.. Eku andulon nokori kebol bohiragotok mati nebesiboli lhilonjiyar monot humiaboparilei 90℅ problem solved hol hoi.. Etc.. Bohut karon kunudinei gurutta dia dekha nejai amar rajyakhonot...APSC etc sakori etc himan guruttapurna nohoi.. Aajiloike kunu APSC/UPSC pua akhomiyai rajyalhonoloi bikhekh koribo pora nai nijor job tur joriyote... Korise jodi anya bikhor joriyote he korise Amanda ram barua r pora chandra kumar agarrwala (not aps but serving as sauptt of police?) Homen borgohain etc. Houk)

    • @Mdraafi786
      @Mdraafi786 16 дней назад +1

      Right

    • @sorojitbiswas5922
      @sorojitbiswas5922 16 дней назад +6

      CAA saput koru

    • @Assamese-w2x
      @Assamese-w2x 16 дней назад

      @@papuboruah5864 heikhini baru bujilu kintu CAA khn ki kobo aru eta kotha je kuch, kalita ,ahom sob asomiya bhasa aru sanskritir uporot nirbhor korihe ek asomiya hoise buji paise?? Gotike ei bhasa hoise asomiya jatir lai khuta....besi juktile nogoi....sidha sidhi thokai bhal....

    • @kau5109
      @kau5109 16 дней назад +2

      He is only thinking about his future & his family.....This all are drama..only...Congress t thaka dinat ejan manuh e Miya vote loi asile😅😅😅

  • @KKVlogsMedia
    @KKVlogsMedia 15 дней назад +2

    মিঞা থকা ঠাইত হাজাৰ হাজাৰ বিঘা মাটি চৰকাৰে লৈ ল'ব লাগে

  • @kattarhindu1241
    @kattarhindu1241 16 дней назад +3

    100% agree ❤❤❤ great cm

  • @ityadiAs
    @ityadiAs 16 дней назад +25

    সাৰ কোম্পানীৰ লাইচেন্স বন্ধ কৰি দিয়ক চৰকাৰে

  • @Kushal_Rabidas
    @Kushal_Rabidas 16 дней назад +2

    আপুনি যিখিনি কাম কৰি গৈ আছে আপোনাৰ কাম বিলাক আজিৰ অসমীয়া বুজি নাপালেও আপোনাক নতুন প্ৰজন্মই সনালি আখৰেৰে মনত পেলাব এদিন l

  • @monjitg
    @monjitg 14 дней назад +2

    জাতি -ভেতি মেইনে তাৰ পিচত ৰাজনিতি

  • @bpbedantom310
    @bpbedantom310 16 дней назад +1

    আমাৰ সকলোৰে গ্ৰহণযোগ্য যুক্তি সংগত উপস্থাপন।

  • @amritmadhuridevi9267
    @amritmadhuridevi9267 16 дней назад +7

    ডাঙৰীয়া......আহি থকা দিনতো ক'ব বুলি ক'ব দেই।অসমত মা দেবীৰ স্থল ।
    ধন্যবাদ মূখ্যমন্ত্ৰী ডাঙৰীয়া🙏🙏

  • @kangkanadhikary9761
    @kangkanadhikary9761 16 дней назад +3

    ধুনীয়া মন্তব্য

  • @abhilekhR1
    @abhilekhR1 16 дней назад +14

    Ekdum hosa kotha koi asse Axomor CM HBS Zindabad.

  • @Darrang535
    @Darrang535 16 дней назад +38

    Excellent CM Sir. We support you.

  • @Riyan_Hs
    @Riyan_Hs 13 часов назад

    He is 100% right such a humble guy i am an Assamese Muslim but i support him joi aai axom ♥️

  • @riyand6689
    @riyand6689 16 дней назад +3

    অসমত কিমান মুখ্যমন্ত্ৰী আহিলআৰু গল কিন্তুু শৰ্মা ডাঙৰীয়াৰ দৰে কোনো মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ অস্তুিত্ব,সংষ্কৃতি,সম্পত্তি তথা স্বকীয়তা হকে বিধানসভাত এনেদৰে হিয়া উজাৰি অসমীয়াক সুৰক্ষিত কৰিবলৈ চিঞৰা নাছিল। আমি বিগত সময়ত বহুত বিজেপি কংগ্ৰেছ ,এজেপি কৰিলো কিন্তু এতিয়া সময় সমাগত নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বজেপি অসমত বৰ্তাই ৰখাতো। কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা নকৰি ভবিষ্যত লৰা ছোৱালীৰ বাবে এখন সুৰক্ষিত আৰু স্বভিমানী অসম গঢ়ি তুলিবলৈ সকলোৱে চেষ্টা কৰা উচিত । মামাৰ দৰে নেতা অসম নহয় ভাৰতৰ অন্য প্ৰান্তত বিচাৰিলেও পোৱাটো অসম্ভৱ ।

  • @gouravchetia3269
    @gouravchetia3269 15 дней назад +1

    একমত মামা। আমি আছো আপোনাৰ লগত।

  • @Assam276
    @Assam276 16 дней назад +6

    সুন্দৰ মন্তব্য,

  • @AbdulRowf690
    @AbdulRowf690 12 дней назад +1

    মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমৰ মুছলমান সকলৰ মাতৃভাষা হৈছে অসমীয়া । গতিকে,ধৰ্ম, বৰ্ণ, ভাষাক লৈ হিন্দু আৰু মুছলমানৰ মাজত কোনো বিভেদ হোৱা উচিত নহয় । এই ক্ষেত্ৰত সকলো জাতিৰ মাজত মাননীয় অধ্যক্ষ মহোদয়ে ন্যায় ( justice ) দিয়া উচিত ।

  • @user-hg3di5bz7w
    @user-hg3di5bz7w 16 дней назад +7

    যদি আপুনি অসমীয়া হয় অসম চুক্তি বলবৎ কৰি দেখাওক ২০২৬ অৰ বাবে ভেলকী বাজি কৰি ভোট আদায় কৰাৰ বাবে কৰি থকা যেন পাই।

  • @sauravkalita6012
    @sauravkalita6012 13 дней назад +1

    সুন্দৰ মন্তব্য, সমৰ্থন কৰিছো৷ কিন্তু বাহিৰাগত বণিয়াৰ হাতত হাজাৰ-হাজাৰ শ-শ বিঘা থলুৱা ক্ষিলঞ্জীয়াৰ মাটি যি হাৰত হস্তান্তৰ হৈ আছে, কাৰ ছত্ৰছায়াত..? তাৰ বাবে একো মন্তব্য নাই নেকি?

  • @meninblack2299
    @meninblack2299 9 дней назад

    Very good speech Hemanto

  • @HydraulicModelNEHARI
    @HydraulicModelNEHARI 16 дней назад +1

    Full support .. thank you mama

  • @SolomonNokrek
    @SolomonNokrek 16 дней назад +4

    We support U Sir CM U r great leader .

  • @pinkupatgiri9994
    @pinkupatgiri9994 16 дней назад +4

    জয় আই অসম..

  • @nibeditadevi3431
    @nibeditadevi3431 16 дней назад +19

    Respected CM sir you are very talented

  • @KanchanSarkar-kp9fq
    @KanchanSarkar-kp9fq День назад

    অসমিয়া লিখিলে খিয়ঞ্জীয়া হব নেকি।

  • @utpalpatowary5721
    @utpalpatowary5721 16 дней назад +4

    বহুত ভাল লাগিল সিদ্ধান্তটো

  • @mukutborah4081
    @mukutborah4081 14 дней назад +1

    আজি গতে সদায় ভাষণ দিলেহে অসমীয়া জাতিতো হৈ মাত মাতিছে কিন্তুু ৰাজনীতি কৰিব নালাগে। জয় আই অসম।

  • @PranadaBasumatary
    @PranadaBasumatary 16 дней назад +2

    Thanks to our CM. Himanta Sir.

  • @SunitBora-u6b
    @SunitBora-u6b 12 дней назад

    great cm,agor keijon cm jodi enekua korily hoi aji assam khan axomiya enekua din dekhibo nalagily hoi.

  • @dipantagogoi5084
    @dipantagogoi5084 15 дней назад +2

    Moja moja❤

  • @pramodgayary4117
    @pramodgayary4117 15 дней назад +1

    Right true speech sir

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 29 минут назад

    চাওলুং ছ্যুকাফাই খিলঞ্জীয়া জনগোষ্ঠীয় মানুহৰ মাজত সোমাই এক অসমীয়া জাতিৰ ভাষা-সংস্কৃতিৰ সাহিত্য শিল্প বাণিজ্য সকলো দিশতে এক হৈ বিহৎ অসমীয়া জাতিৰ প্ৰতিষ্ঠা কৰে। গতিকে জিন যাবলৈ হ'লে কিছু এৰিব লাগিব কিছু মিলাব লাগিব। প্ৰদীপ গগৈ গুৱাহাটী,

  • @user-li4yf1hr7j
    @user-li4yf1hr7j 16 дней назад +1

    Good speech by honourable chief minister.

  • @sharifuddinahmed2568
    @sharifuddinahmed2568 16 дней назад +5

    Orgenicৰ আশাত থাকিলে নাখাই মৰিব লাগিব।

  • @deepdas2568
    @deepdas2568 16 дней назад +1

    বহুত বহুত ধন্যবাদ sir ❤

  • @Dhasu-Gamer-----------6115
    @Dhasu-Gamer-----------6115 16 дней назад +4

    মামাই বুজাই দিয়া ইষ্টাল টো বহুত ভাল লাগে মোৰ

  • @baikunthabarman2623
    @baikunthabarman2623 16 дней назад +35

    CAA ৰ জৰিয়তে অসমলৈ আহিব লগীয়া বাংলাদেশী সকলে লোক পিয়লৰ সময়ত মাতৃ ভাষাটো অসমীয়া লিখিব নে বাঙালী লিখিব ।

    • @debajitrabha03
      @debajitrabha03 16 дней назад +4

      Porhaaa pti alop vlke koribi 😅

    • @dilipmahanta8479
      @dilipmahanta8479 16 дней назад +1

      চৰকাৰে উত্তৰ দিয়ক

    • @carshorts7621
      @carshorts7621 16 дней назад +1

      বাঙালী বুলিয়েই লিখিব।

    • @mafidulmafidul1851
      @mafidulmafidul1851 16 дней назад

      bjp a aku kam kora nai karone hei bur r pora dur rakhibo bisarise aru mama apuni hindu-Muslim bad di kam korok

    • @mkr123
      @mkr123 16 дней назад +2

      Muthote adin assamr matrivasa bengali hboi hb aru amar axomiyabure ona axomiyar tolot kam kribo lgibo,karon lasitu nai aru xei xomyor bir juwanu nai

  • @shahilkhan8419
    @shahilkhan8419 16 дней назад +1

    First time i have agreed and respected to what CM has said… Instead of screaming and fighting Hindu Muslim we should think for the development of our state and country… I have lots of Hindu friends and we are all living peacefully,sharing things,cracking jokes,respecting each other’s religion and culture… We dont want hatred… After all u are all brothers and sisters… So my request to all is that please spread love❤… We wont live in this world permanently… We all have to leave this world one day… So please spread love😊

  • @souravdey3720
    @souravdey3720 16 дней назад +1

    আমি পশ্চিম বঙ্গ থেকে দেখছি আমাদের মতো ভাষা টা অনেক টা❤❤❤❤we want justice😢😢😢😢 why always muslim against hindu😢😢😢😢but hindu don't hate other religion😢😢😢😢

  • @AntarikshaSaikia-mp3jd
    @AntarikshaSaikia-mp3jd 15 дней назад

    Nice speech ...fully powerful and truthful speech

  • @MonujArandhara-rc5kg
    @MonujArandhara-rc5kg 16 дней назад +3

    Moiu agi gourob korisu...mama thanks..

  • @-wRaj
    @-wRaj 16 дней назад +3

    🌹🌹🛕🛕🇮🇱🚜🌹🌹🛕🇮🇱🚜🌹🛕🌹🚜🚜🌹🌹🚜🛕🛕🇮🇱🛕🛕 देश को जरूरत है योगी आदित्यनाथ हेमेता विश्व शर्मा जेसा प्रधानमंत्री चाहिए बीजेपी अपनाओ देश बचाओ हिन्दू धर्म को बचाओ

  • @bhondas9860
    @bhondas9860 12 дней назад

    CM sir❤❤👍জয় আই অসম

  • @pankajsarma1683
    @pankajsarma1683 9 дней назад

    Really good topic CM

  • @khargaprasadsarma9063
    @khargaprasadsarma9063 День назад

    Write actions, Thankyou maamaa.

  • @AnuragGogoi-fe7xh
    @AnuragGogoi-fe7xh 8 дней назад

    Very good Assam CM

  • @sanjayganguly3407
    @sanjayganguly3407 16 дней назад +4

    Exactly speaking,the Congress are all odds.

  • @amarchhetri7864
    @amarchhetri7864 11 дней назад

    জয় আই অসম

  • @DILIPDAS-qt4rl
    @DILIPDAS-qt4rl День назад

    100% Right mama

  • @rambasumatary3766
    @rambasumatary3766 16 дней назад +1

    Right cm

  • @UNIVERSALENTERTAINMENT-bx3nq
    @UNIVERSALENTERTAINMENT-bx3nq 15 дней назад

    ………অসম ৰাজ্যৰ প্ৰদেশৰ অসমীয়া ভাষাদ্ৰোহী সকলক অসমত ৰখাবলৈ হ'ল………

  • @HarmohanDas-pd1fp
    @HarmohanDas-pd1fp 16 дней назад +2

    Yes you are right

  • @jibeshkrb529
    @jibeshkrb529 15 дней назад +1

    অসম চুক্তি কি পৰ্যায়ত আছে .......!!
    খিলঞ্জীয়াৰ কথা চৰকাৰ খনে ইমান চিন্তা কৰিছে যেতিয়া "অসম চুক্তি" ৰূপায়ন কৰাত কিয় ইমান অনিহা, "অসম চুক্তি"তেই দেখোন জাতি-মাটি, ভাষা কলা-সংস্কৃতি আদিবোৰ সংৰক্ষিত হৈ আছে, যদি এই চূক্তিখনত কিবা আসোঁৱাহ আছে তেনেহলে সংশোধন কৰক খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত।।

    • @nitulgogoi9614
      @nitulgogoi9614 3 дня назад

      যি খিনি কৈ আছে সকলো অসম চুক্তিৰে এটা ভাগ।

  • @baharulbt7230
    @baharulbt7230 15 дней назад +1

    মৰিগাঁও জিলাৰ পৰা যোৱা নাই ব্ৰহ্মপুত্ৰ নদীৰ খহনিযাৰ ফলত এৰিছে মানুহে

  • @sultanahmedkhan2256
    @sultanahmedkhan2256 14 дней назад +1

    চেক্রিফাইচ কৰাৰ কাৰণে অসমীয়া সকল বঙালী মুচলিমৰ কাৰণে বাচি আছে

  • @AnjuBaruah-d3l
    @AnjuBaruah-d3l День назад

    আজি কালি এনে মানুহ ও আছে যি নিমন্ত্ৰণ নিদিলেও অনৰ ঘৰত সোমাব খোজে। পাৰিলে কবজা কৰিব খোজে ।

  • @raphulali8937
    @raphulali8937 15 дней назад

    As a muslim i support this provisions fully ❤ jibur agotei hbo lgisil heibur atya hoise .. 👏👏

  • @Hiranmoyee_vlogs
    @Hiranmoyee_vlogs 16 дней назад +1

    Cm sir only for few district of Assam speak in Assamese language..
    So immediately take Action in Assam bill for speak Assames

  • @apurbachanda1096
    @apurbachanda1096 14 дней назад +1

    Himanta mamai sundar katha koise..
    Great CM

  • @nayanjyotikakati589
    @nayanjyotikakati589 16 дней назад +1

    Great cm sir.....

  • @AtaurRahman-po2os
    @AtaurRahman-po2os 9 дней назад

    Himanta sarma satya katha kaise ,himanta sahab zindabad ❤❤❤❤❤

  • @dhrubatalukdar3827
    @dhrubatalukdar3827 7 дней назад

    ৰাজনীতি এৰক, ছয় নং দফা কাৰ্য্যকৰী কৰক।

  • @minungcountryhome1848
    @minungcountryhome1848 15 дней назад +1

    Hemanta Dada.....real indian