প্ৰথমবাৰলৈ কেমেৰাৰ সমুখত একেলগে গুৱাহাটীৰ ২ মহিলা প্ৰাৰ্থী
HTML-код
- Опубликовано: 12 мар 2024
- ▶️প্ৰথমবাৰলৈ কেমেৰাৰ সমুখত একেলগে গুৱাহাটীৰ ২ মহিলা প্ৰাৰ্থী। কি কি ইছ্যুৰে নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ মীৰা বৰঠাকুৰে? ভোটাৰৰ কাষলৈ কি বাৰ্তা লৈ যাব বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে?
বিজুলী কলিতা মেধিয়ে কথাই ক’ব নাজানে দেখোন। তেওঁক ভোট দি একো লাভ নাই। মীৰা বাইদেউকে ভোট দিলে ভাল হ’ব।
Mira begom,, k ami nidiu
শ্যামকানু দাক কিয় মাতিছে বুজি নাপাও;তেওঁ কি জানে ৰাজনীতিৰ কথা😮. মীৰা বৰঠাকুৰক সদনত পঠিয়াওক৷ বীৰাংগনাৰ দৰে যুঁজিব৷
Konitu tur
@@asaduddinowaisi_gharwapsi তোৰ বাপেৰৰ বুচখনত সোমাই থাক৷ বেলেগৰ টেনচন নালাগে ল’ব তই
Kio mate teuk
@@mkumar9658 sobore baperor bari ase... tur baperor gida ase neki 😂😂✌️
@@asaduddinowaisi_gharwapsi তই যে তোৰ বাপেৰৰ ডাল চুহি থাক৷ বেলেগে নকৰে না সেইটো৷ কেলা৷
মীৰা বৰঠাকুৰ বাইদেউ জিন্দাবাদ ♥️🙏♥️
বিজুলী বাইদেউ দেখোন একো কব নাজানে। এনে ধৰণৰ মানুহ যদি জিকী যাই দিল্লীত গৈ অসমৰ সমস্যা কথা সব পাহৰি যাব। ধন্যবাদ
Bijuli kolitai sundar kotha koiche. She is soft character person not oversmart women.
মীৰা বাইদেউ জিকিবই... মীৰা বাইদেউ পদাৰ্থ আনহাতে বিজুলী বাইদেউ অপদাৰ্থ...
মীৰা বাইদেউৱে সঁচা কথা কৈছে। সেই কাৰণেই কথাবোৰ কাটি দিলি। বিজুলী ধেৰেকনীৰ কাম নাই।
Mira bar thakur jindabad 🎉❤
Mira mam zindabad 🤚
যাৰ মুৰত মাল মগজু নাই তেনে লোকেহে বিজেপিক ভোট দিব ।যাৰ মেৰুদণ্ড নাই যাৰ আচনীৰ টকাকেইটাই সৰ্বচ্ছ বুলি ভাবে তেনে লোকেহে জাতিদ্ৰোহী জাতিধ্বংসী বিজেপিক ভোট দিব ।কংগ্ৰেছে জনগণক অৱজ্ঞা হেয়জ্ঞান কৰা অহংকাৰৰ মুল্য ভালকৈ ভুগিছে ।দেশ জাতি গণতন্ত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত বিজেপিক পৰাভুত কৰিব লাগে ।
Absolutely 💯
মীৰা বাইদেউ জিকিব
Mira borthakur ❤❤❤jekibo
মীৰা বৰঠাকুৰ বাইদেউ সম্পূৰ্ণ কৈ উপযুক্ত প্ৰাৰ্থী। বাকী সকলো অচিনাকী ।
😂😂😂😂
বিজলী কলিতাক পাত্তা দিব নালাগে। এইখন বিজেপির চেনে্ল। গতিকে মীরা বাইদেউক কথা কোয়ার সুযোগ নিদিলে। মীরা বাইদেউ জিন্দাবাদ।
মীৰা বৰঠাকুৰ বাইদেউলৈ অভিনন্দন জনালো ।
Mira madam zindabaad
Mira Borthakur Jikibo✋✋✋
মেয়ৰ হৈ একো উন্নতি কৰা নাছিল ৷ নিজৰ ঘৰৰ ঠাইখিনিৰে কথা নকয় কিয় কিমান কষ্টেৰে মানুহবিলাকে অহাযোৱা কৰিছিল আৰু কৰে ৷
Mira baideo congrt, mirabaideo Zindabad...
মিৰা বৰঠাকুৰ জিন্দাবাদ
মীৰা বাইদেউ।
It's time to raise your voice otherwise they will even take away your right to speech....
Mira borthakur jindabad
Mira borthakur zindabad
গুৱাহাটীৰ ধনী কেইটাই বিজেপিকে ভোট দিব খাটাং ।
Guwahaty manuh maney caa homorton no tahatey maney assames nohoi noo
মিৰা বৰঠাকুৰ জিকাটো কাতাং
Mira borthakur baideuk somorthon korim...
মীৰা বৰঠাকুৰক সদনলৈ পঠাওক | গৰু বোৰক পঠিয়ালে সমস্যা সমস্যা হৈয়ে ৰ'ব
Mira Mam Zindabad ❤
উন্নয়ন ৰাইজৰ হোৱা নাই। এইবাৰ আপোনাৰ সময়। বিজেপিৰ এটা পলিছি ভাল লাগে সকলোকে ধন ঘটিবলৈ সকলোকে সুবিধা কৰি দিয়ে।
মই মীৰা বাইদেউকে ভোট দিম ।
নগাওঁৰ মানুহ এজনে গুৱাহাটীৰ লোকসভাৰ প্ৰাৰ্থীক ভোট দিম বুলি কলে দিব পাৰে নেকি 😂
Vision for Assam of Mira Borthakur is admirable.
Support Mira Barthakur as she is Knowledgeable person
Ji nholeu Mera baideu k vote dibo lage
বিজুলী বাইদেউ আপুনি কাকো সহায় বা উপকাৰ কৰা নাই সেৱা কৰিছে । সহায় বা উপকাৰ কৰিবলৈ কোন আপুনি
মোৰ ভোট মীৰা বাইদেউক । বাইদেউ কামৰ মানুহ । বাকী কাম নাই ।
Mira borthakur hoise oxomor birangona
বিজুলী এতিয়াই উত্তৰ দিব নোৱাৰে নিবিচাৰে গতিকে পিছত কিমান দিব বুজা গৈছে।
গুৱাহাটীৰ মানুহ খিনিয়েই অকলে গুৱাহাটী সমষ্টিৰ নহয় 😂
জয় শ্ৰী ৰাম ⛺🎪🎪🎪মীৰা বাইদেউক Vot for mee
😂😂😂😂😂
BJP 20 toka tax lobo..5 toka kam koribo…ru 15 toka Mari dibo…this is the development philosophy….dekha goisa
Mira Borthakur genuine candidate . Please vote for her.
Congratulations Mira borthakur 🎉
বিজুলী ডেকেৰী গুৱাহাটীৰ উন্নতী হলে নহবো।গুৱাহাটীলকো সভাৰ উন্নতি হব লাগিব।তোৰ কথাতে ওলাই পৰিল কিমান কাম কৰিবা সদনত কি কবা।
বিজুলী কলিতা মেধীয়ে জিকিব, কিয় জানা ? বেকত HBS,মোডী আছে ! মীৰা বৰঠাকুৰে নিজৰ চুলিখিনিয়ে ৰাখিব নোৱাৰিলে সমষ্টিৰ কি কৰিব ? কেবল সমালোচনা কৰি উত্রাবল কৰি থাকিলে নহব ! ৰাজনীতি আৰু গুৱাহাটীৰ টেকনিক বেলেগে কি বুজিব ? যিয়ে সমস্যা সমাধান কৰিব নোৱাৰে,তেওঁ সমস্যাৰ শ্লোগান দিওঁতেই যায় !
Mira Barthakur❤
Angurlata aru bijuli same attitude.
Mira baidew zindabaad.....
Mira baideu zindabad
Always mira borthakur
Aai joni jharibo bijuli kolita...tiak kunu sini napi😂😂😂😂 mira baidu jindabad
বিজুলী বাইদেউৱে কোৱা " প্রতি জন ৰাইজ" কথাষাৰ বুজি নাপালোঁ।
মীৰা বাইদেউ গুৱাহাটীৰ বাবে উপযুক্ত প্ৰাৰ্থী
Mira borthakur ❤❤
Meera Borthakur is way better leader then Bijuli Kalita.
Only request to people of assam, vote the candidate, not the party. Andha bhakti bad di, nijor state or kotha bur kune strongly raise koribo paribo in Parliament tahat hokol ok vote korok, whichever party he or she belong to.
মীৰা বাইদেউ জিকিব sure
Mira borthakur zindabaad
Mira mam jikiboi...beleg eku koi laav naay
আগৰ প্ৰতিনিধি বাইদেৱে সংসদহৈ চকী শুৱনি কৰিছিলে,এবাৰো সংসদত মুখ নুখুলিলে তাৰ প্ৰতিফলন লগত ছয় জনগোস্ঠীক ৰামঠগন,বিদেশৰ টকা মানে কলাধন নাহিলে,বিদেশত লুকাইথকা বহুজনৰ এজনক ধৰি আনিব নোৱাৰিলে,গুৱাহাটীবাসী শিক্ষিত ভোটাৰ সৰহ,আমি কোৱাৰ কথা নাই কোনে দিল্লীত চকী শুৱনি কৰি দৰ্মহা লব,কোনে মাত মাতিব দেখিলেই গম পায়,আমি আ কৰিলে গৰ্ভ দেখো,বিবেক আৰু দক্ষতা নিৰূপনহৈ ভোট দিয়াহব মোৰ বিশ্বাস
Mira baideo zindabad
Mira ba zindabad
Mira borthakur zindabaad❤
Bijuli baidew hindi kobo jane ne .hindi English najanile Delhi ki koribo goi
মীৰা বৰঠাকুৰ জি 2:55
Mira zindabad ❤❤
mira borthakur jindabad
Mira Barthakur baidow a kua xakalu kotha xosa.BJP r candidate goraki dhunia hua karone dekhi mann tu val lagi jai.vitori gela a hobo sage
Mira birthakur jindabad
Mira baidew
Bjp go back
Mira baidew zindabad ❤❤❤
বজেপি হতাও
Beya harib bijuli kalita
Tur set. daal,, ko miya,,
চিয়ামকানু মহন্ত, হিমন্তৰ ভৰি চেলেকা মানুহ হয় ইহঁত কুকুৰি কনা বেয়া কাম,বেয়া কথাবিলাক দেখি নাপাই। ৰাজনীতি বিশ্লেষণ একপক্ষ
Mira baik jikabo lage
Guwahati manhulhinik panit ha nosora obsta korise BJP sorkare...mirabaido nisina manhuk vot nidile.bohut val hobo ghyt baxir
Mira Borthakur jikibo
Bijuli baidew Narendra Modi nam to likhibo jane ne
😂
Guwahati bjp candidates name hunana oooo
We advise Mira Barthakur , become a reformer of yourselves not of others and the world arround you will reform
মীৰা বৰঠাকুৰ বাইদেউক যদি এইবাৰ গুৱাহাটীবাসীয়ে নিৰ্বাচন নকৰে ।ভৱিষ্যতে কিন্তু পস্তাব লগা হব
ৰবৰ stamp MP নালাগে।উন্নতি হৈছে যদি শুই থাকিলে হল।campaign নকৰিলে হল
বিজুলী বাইদেউয়ে দিল্লীত কথা কব নোৱাৰে ১০০% সচাঁ
বহুবল্কী মানুহে কাম কৰিব নোৱাৰে ১০১% সঁচা |
সাংসদ হিচাপে মীৰা বেছি ভাল হব
গুৱাহাটী মহানগৰীত অসমীয়া মানুহতকৈ বহি ৰাজ্যৰ মানুহ বেছি। সেই মানুহ খিনিয়ে অসম খন তেওঁ তেওঁ লোকে শাসন কৰিব বিচাৰে আৰু বিজেপি চৰকাৰ আহিলে অসম বহি ৰাজ্যৰ মানুহে দখল কৰিব সিহঁতৰ দপদপনি আৰু বাঢ়িব অসম খন প্ৰায় এচুক এচুকৈ বিভিন্ন ভাষা জাতি জনগোষ্ঠী লৈ ভাগ ভাগ হৈ আছে আৰু এই বাৰ বিজেপি চৰকাৰ আহিলে অসম অসমীয়া বহুত সোনকালেই হেৰুৱাব। নাই ভাষা থাকিব নাই জাতি মাটি থাকিব।
Mira baidew jinda bad.
Meera baideu zindabaad
Mira Borthakur ❤
মিৰা বৰঠাকুৰ বাইদেউক জিকাই দিয়ক তাৰ পিছত আকাশৰ ভোটা তৰাতো বিছাৰিলে আনি দিব কাৰন তেওঁ বি জে পিত মাল নাপায় আহিছে
মীৰা বৰঠাকুৰ
মীৰা বাইদেউ জিন্দাবাদ। বিজুলীক নে কোন এইটো আজিহে দেখিলো
Konu dine dekha powa nasilu bijuli kolitak
আমাক কথা কব জনা মানুহ লাগে
মীৰা baideo zindabad
ভোটৰ বাবে চব যাইজ
Congress jindabad
Naam a bijulee,usor sapile current shock lagibo.ohhh manuhjoni dhunia dei.shock lagile u usoror pora maram koribo mann jai 😍😍😍😍😍
বিজুলী বাইদেউৱে কথা কবই নজানে।
মীৰা বাইদেউ জয়ী হব।
Mira baideo zindabad ❤
MiraMamZindabad
Mira
Miya,, 😂😂
বিজুলী go back, এইটো BJP chenel মীৰা বাইদেউ কথাবোৰ হজম নহল সিহঁতৰ