'ৰেন মৌ'ত আইচেংফাৰ স'তে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সন্মানীয়া মীৰা বৰঠাকুৰ EP 38

Поделиться
HTML-код
  • Опубликовано: 29 апр 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Jintu Kumar
    Make-Up - Manash Rabha
    Audio Production - Xulfi
    Audio Recording - Sharnjoy Sen, Preet Gohain

Комментарии • 176

  • @robinboro5764
    @robinboro5764 28 дней назад +4

    মুক্ত, স্পষ্টবাদী মীৰা বৰঠাকুৰ বাইদেউৰ লগত সাক্ষাৎকাৰ শুনি বহুত ভাল লাগিল সছাকৈ বাইদেউ এজনীযোগ্য প্ৰাৰ্থী

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w 27 дней назад +4

    মীৰা বাইদেউ দৰে মহীলা এগৰাকী সুদূৰদৰ্শী হয় স্পষ্টবাদী হয়। তেনেকোৱা এগৰাকী মহিলাক ৰাইজে যদি ভোট নিদিয়ে মানে অসমৰ ভাৱে ধাঙৰ লোকচান হব। মীৰা বইদেউ সদায় জীন্দাবাদ হৈ থাকক।❤️🙏🙏🙏

  • @nabamallikaburagohaineverg8014
    @nabamallikaburagohaineverg8014 Месяц назад +46

    ইমান সুন্দৰ বিশ্লেষণাত্মক বক্তব্য, খুব ভাল লাগিল।

  • @gyandeepnath3600
    @gyandeepnath3600 Месяц назад +31

    মীৰা বৰঠাকুৰ বাইদেউ এগৰাকী যোগ্য প্ৰাৰ্থী । তেখেত জয়ী হোৱাটো কামনা কৰিলোঁ

  • @lakugoswami3799
    @lakugoswami3799 Месяц назад +23

    উপযুক্ত প্ৰাৰ্থী 👍

  • @bharatiborah8630
    @bharatiborah8630 Месяц назад +3

    মীৰা বৰঠাকুৰৰ যথেষ্ট পৰিমাণে টেলেন্ট থকাৰ কথাটো ভিদিওটোৰ জৰিয়তেহে গম পোৱা গল তেখেতে আগুৱাই যাওক ধন্যবাদ জনালো।

  • @gayatriborgohain8748
    @gayatriborgohain8748 Месяц назад +17

    কথোপকথন অনুষ্ঠান টি বহুত বেছি ভাল লাগিল। মীৰা বা সঁচাকৈয়ে এগৰাকী সকলো দিশতে সচেতন আৰু সক্ৰিয় মহিলা। গতিকে গুৱাহাটী বাসী ৰাইজে এই গৰাকী প্ৰাৰ্থীক সংসদৰ মজিয়ালে জিকাই পঠিওৱা টো দায়িত্ব। বাইদেউ লৈ অশেষ শুভ কামনা থাকিল।🔥🔥🔥🔥

  • @littlewonderap
    @littlewonderap Месяц назад +11

    মীৰা বৰঠাকুৰ আমাৰ আদৰ্শ... তেখেতলৈ শুভেচ্ছা থাকিল...জয় নিশ্চিত
    'ৰেন মৌ' আইচেংফাক বহুত ভাল লাগে আৰু সাক্ষাৎকাৰতো ভাল লাগিলে।
    মীৰা

  • @sanjibpegu5834
    @sanjibpegu5834 Месяц назад +14

    মীৰা বৰঠাকুৰ যোগ্য প্ৰাৰ্থী। শুভেচ্ছা যাছিলোঁ জয়ী হঁওক কামনা কৰিলোঁ।

  • @basantigogoi8385
    @basantigogoi8385 Месяц назад +32

    এই কথাখিনি জনাৰ পাছত গুৱাহাটীৰ ভোট যদি কংগ্ৰেছ ক নিদিয়ে মানুহ বিলাক বিবেক বান নহয় বুলি জানি লম।

  • @vic49759
    @vic49759 Месяц назад +5

    বৰ সুন্দৰ সাক্ষাৎকাৰ।

  • @bikashgogoi5104
    @bikashgogoi5104 Месяц назад +15

    আই অ দেহি , ইমান ধুনীয়া অনুস্থান । বৰ ভাল লাগিল । 👍....

  • @arpansvlogs5930
    @arpansvlogs5930 Месяц назад +7

    এগৰাকী যোগাত্মক চিন্তাধাৰা ব্যক্তি ভাল লাগিলে অনুষ্ঠান টো, সকলোৰে এবাৰ ভাবি চাব চোন ভোট দিয়াৰ আগত 💞 Thank you baa

  • @faridabegum4564
    @faridabegum4564 Месяц назад +5

    মীৰা বাইদেউ কংগ্রেচৰ জিন্দা বাত

  • @nirmalhazarika
    @nirmalhazarika Месяц назад +6

    মীৰা বৰঠাকুৰ যোগ্য পাৰ্থী !

  • @jadubharali2947
    @jadubharali2947 Месяц назад +29

    মীৰা বৰঠাকুৰ বাইদেউ এগৰাকী খুব আদৰ্শৱান, সততাত থকা আৰু সু ব্যক্তিত্বৰ অধিকাৰী নেত্ৰী। তেওঁ জয়ী হোৱাটো আমি বিচাৰোঁ। বাইদেউলৈ শুভেচ্ছা জনালোঁ দূৰৈৰ পৰাই।

  • @ManjuPhukon-nc9cn
    @ManjuPhukon-nc9cn Месяц назад +13

    প্ৰথমে আইছেংফালৈ ধন্যবাদ জনাইছো এই সুন্দৰ অনুস্থান টি আমাক উপকাৰ দিয়াৰ বাবে ।তোমাৰ অনুস্থান বিলাক উপভোগ কৰোঁ ।মীৰা বৰঠাকুৰ ডাঙৰীয়ানী ও মোৰ প্ৰিয় নেত্রী ।তেখেত জয়ী হৈ আহি অসমৰ সপোন পূৰণ কৰিব বুলি আশা কৰি আছো ।আইছেংফালৈ মোৰ মৰম, শুভেচ্ছা আৰু আশীৰ্বাদ জনালোঁ তুমি সফল হোৱা ৰ আশাত ।তাৰোপৰি মোৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰিয় সহপাঠী তোমাৰ মা আৰু অগ্ৰজ তোমাৰ দেউতাকো ধন্যবাদ জনাইছো তোমাৰ নিচিনা এগৰাকী ব্যক্তিত্বশীল কন্যা আমাক উপকাৰ দিয়াৰ বাবে ।কুশলে থাকা সুখেৰে থাকা ।শিৱসাগৰৰ জীয়ৰী আৰু গোলাঘাট ৰ বোৱাৰীৰ পৰা দুয়োগৰকীলৈ শুভেচ্ছা জনালোঁ

  • @aparadevisarma5797
    @aparadevisarma5797 Месяц назад +13

    মীৰা বৰঠাকুৰ বাইদেউ জয় হব

  • @jyoshreegogoi7958
    @jyoshreegogoi7958 Месяц назад +4

    মীৰা বাইদেউ ❤❤❤

  • @sangmaryan5127
    @sangmaryan5127 Месяц назад +30

    After watching this episode, including all other her interviews i could feel she is the right candidate. 👍

  • @bulbulAxom099
    @bulbulAxom099 Месяц назад +8

    আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজক অনুৰোধ কৰিছোঁ। মীৰা বৰঠাকুৰ বাইদেউক আপোনালোকে ভোট প্ৰদান কৰি জয়যুক্ত কৰক ❤️🙏। এগৰাকী যোগ্য প্ৰাৰ্থী বাইদেউ ❤️। গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ এটা ভাল সুযোগ পাইছে,. এই ছেগতে বাইদেউক জিকাই লৈ যাও আমি আহক 🙏

    • @nayanmonidas5812
      @nayanmonidas5812 Месяц назад

      Mira. Barthhakur. Dhanyabad god help. You. Iwises

  • @mayuribaruah571
    @mayuribaruah571 Месяц назад +10

    Very good and positive conversation. My favorite politician. Best wishes for upcoming Lok Sabha Election in Guwahati

  • @nirubora3660
    @nirubora3660 Месяц назад +1

    গোলাবা
    গোলাঘাট বাসী হৈ কমেন্ট দিছো অনুষ্ঠান বহুত সুখী। একঘন্টা ধৰক আমনি নালাগি আৰু শুনাৰহে আগ্ৰহ থাকিল। আগলৈ যাতে এনে অনুষ্ঠান শুনিবলৈ পাও ধন্যবাদ। ন শুনি

  • @TamulikuchiKailashpurawc-ny9mc
    @TamulikuchiKailashpurawc-ny9mc Месяц назад +4

    Bohot val lagil
    Mira ba jindabat

  • @runukonwar4712
    @runukonwar4712 Месяц назад +16

    Perfect candidate for parliament 👌👌

  • @apaarhazarika103
    @apaarhazarika103 Месяц назад +6

    Hats off for her thought process, hope she comes out victorious, Joi Aai Axom 🙏🙏🙏

  • @anjubezbaruah9999
    @anjubezbaruah9999 Месяц назад +5

    আইচেংফাই সকলোৰে মন মুহি পেলায় ।বৰ সুন্দৰ অনুষ্ঠান এটি চালোঁ ।পাকঘৰত সময় দি বেয়া পোৱা মোৰ লগৰীয়া দুগৰাকী ওলাল । বহুত মৰম তোমালৈ আইচেংফা ।

    • @anjubezbaruah9999
      @anjubezbaruah9999 Месяц назад +3

      মীৰা আমাৰ কাষৰীয়া মৰমৰ ভণ্টি ।কষ্টৰে বহু দূৰ আগুৱাইছে ।আশাকৰো ভগৱানে সহায় কৰিব ।এনেকুৱা যোগ্য প্ৰাৰ্থীক ভোট নিদিলে জানি লম ভোটাৰে যোগ্যতা পোৱা নাই ।

    • @aichengfaboruahofficial2100
      @aichengfaboruahofficial2100 Месяц назад +2

      অশেষ ধন্যবাদ বাইদেউ 🙏♥️

  • @nirubora3660
    @nirubora3660 Месяц назад +1

    মীৰা বাইদেউ অসমৰ অজন্তা বাইদেউতকৈ বহু কথা শিকিব লগা আছে ৰাইজৰ ।অজন্তা বাইদেউ কাম ৰ ওপৰত সমষ্টি বাসীয়ে গুণ গায়। যিহেতু তেখেতে স্বামী নাম লৈ প্রতিজ্ঞা বদ্ধ হৈ আছে সমষ্টি উন্নয়ন কৰা।

  • @manjubarman1855
    @manjubarman1855 18 дней назад +1

    মানুহ গৰাকীক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ আছে।তেখেত মোৰ প্ৰিয় ব্যক্তি।

  • @dhrubajyotisarma.6670
    @dhrubajyotisarma.6670 Месяц назад +5

    Mira barthakur baidew r kotha bur bor Val lage ,,voice tu bohut clear hoi,,,proud koru j nagaon hoi ,,karon moi u nagaon

  • @mahfuzayasmin1050
    @mahfuzayasmin1050 Месяц назад +12

    Best of luck mam. Vote for Congress.

  • @bishaldas3964
    @bishaldas3964 Месяц назад +6

    Mur logote mur poriyalar vote kebol mathun mira barthakur baideole...moi jalukbari sonostir lora...vote for India 🇮🇳🇮🇳

  • @tanmayhandique_
    @tanmayhandique_ Месяц назад +7

    মই কোন দলক বা কাক সমৰ্থন কৰো নাজানো, কিন্তু মই নাগৰিক হোৱাৰ আগৰ পৰাই মীৰা বাইদেউৰ কোনোবা খিনি তেওঁৰ ব্যক্তিগত প্ৰতি আকৰ্ষিত হওঁ।

  • @Dffggkj
    @Dffggkj Месяц назад +15

    Mira baideo zindabad

  • @jyotimalaborgohain4664
    @jyotimalaborgohain4664 Месяц назад +10

    যেন মৌৰ যোগেদি এটা কথা ক'বলৈ মন গৈছে পৰিয়াল চুবুৰী আদি ঠাই বিলাক ৰ কি সুবিধা কি অসুবিধা আছে চাই মেলি কাম কৰিলে ভাল হয় । বিশেষকৈ পানী ৰ ভাবে হাহাকাৰ লাগিছে।ৰেনমৌ___অভাব

  • @user-rk9ij6kl3p
    @user-rk9ij6kl3p Месяц назад +8

    Perfect candidate for parliamant mira baideo 👌👌

  • @swarnabhajani6884
    @swarnabhajani6884 Месяц назад +9

    সমাজ-বাস্তৱৰ সুক্ষ্ম নিৰীক্ষণ লক্ষ্য কৰিলোঁ‌ তেখেতৰ কথাত ।

  • @santimoni7949
    @santimoni7949 Месяц назад +4

    এক সবল ব্যক্তিত্ব । বহুত বহুত শুভকামনা থাকিল❤

  • @ParagBorgohain-ng9mz
    @ParagBorgohain-ng9mz Месяц назад +17

    Vote for Mira baideo Zindabad

  • @user-no9lx1dy2i
    @user-no9lx1dy2i Месяц назад +3

    Mira baideo is perfect member of parliament and so vote for Mira baideo

  • @rupalixunuwal8945
    @rupalixunuwal8945 Месяц назад +3

    Best of luck mira baidew

  • @AllinOne-zv8ki
    @AllinOne-zv8ki Месяц назад +4

    Strong Candidate.......Jikile bhal

  • @dipugoswami6336
    @dipugoswami6336 Месяц назад +2

    Mam next Chief Minister, waiting mam waiting❤❤❤❤

  • @ranjugogoi4117
    @ranjugogoi4117 Месяц назад +3

    We need more like Mira Borthakur

  • @abinashsarmaxoon5706
    @abinashsarmaxoon5706 Месяц назад +5

    As an individual... Perfect Candidate... Not from a Party point of view ...

  • @nirubora3660
    @nirubora3660 Месяц назад +4

    মীৰা বাইদেউৰ পৰা ভাৰত তথা অসমৰ ৰাইজে বহু শিকিব লগা আছে বূলি অনুভব কৰো। ধন্যবাদ। মীৰা বাইদেউ সাংসদলৈ গৈ গুরাহাটি তথা অসমৰ মৌলিক সমস্যা সজুৰে উত্থাপন কৰিব বাবে ৰাইজে ভোট দি জয়যুক্ত কৰক। আশীর্বাদ কৰক।

  • @dhanjitnath8871
    @dhanjitnath8871 Месяц назад +2

    খুব সুন্দৰ ভাবে কথাবোৰ উপস্থাপন কৰিছে বহুত ভাল লাগিল অনুষ্ঠানটো

  • @dhrubajyotisarma.6670
    @dhrubajyotisarma.6670 Месяц назад +2

    Nagaon r pora khelibo lagisil,,Tatia rupak da ru bediew combination bohut val hoi heten,,

  • @Rinku-gp3kt
    @Rinku-gp3kt Месяц назад +20

    Mira is better than Bijuli

  • @quwendehingia5121
    @quwendehingia5121 Месяц назад +6

    খুব ভাল লাগিল। 👍

  • @saraladas7680
    @saraladas7680 22 дня назад +1

    কথাখিনি সুব ভাল লাগিল

  • @minasaikia7968
    @minasaikia7968 Месяц назад +3

    খুব সুন্দৰ লাগিল❤

  • @bobybharali4610
    @bobybharali4610 Месяц назад +6

    Xosake bohut val lagil baidewr kothakhini

  • @binachoudhury4475
    @binachoudhury4475 25 дней назад +1

    বঢ়িয়া 👍

  • @user-ph5uo2lg7g
    @user-ph5uo2lg7g Месяц назад +10

    Mira borthakur baidau jikibo

  • @dipankarkalita6515
    @dipankarkalita6515 Месяц назад +3

    Mira barthakur best candidate from Guwahati loksabha constituency

  • @manishadeka6600
    @manishadeka6600 Месяц назад +1

    আগতেও কৈছো যে ৰাজনীতিৰ প্ৰতি ইমান আগ্ৰহী নহয়,বুজিও নাপাও বৰকৈ মেৰপাকবোৰ বা😆।ৰাজনীতি কিন্তু সকলোৰে বাবে জৰুৰী।আমি সকলোৱে সচেতন হোৱাতো দৰকাৰ।আপোনাৰ "যাত্ৰা"ৰ "ৰেন মৌ"ত ৰাজনৈতিক ব্যক্তিসকলক আমন্ত্ৰণ কৰাৰে পৰা প্ৰতিটো episode চাইছো।ভাল লাগিছে।ৰাজনীতিৰ টান টান পাকলগা কথাবোৰো আপোনাৰ ওচৰলৈ আহিলে সৰল হৈ যায়🥰🥰।আপোনাৰ সৈতে বহি যিয়েই কথা পাতে,সকলো সহজে অনুমেয় হয়।আপুনি এই ক্ষেত্ৰত একদম success বা😊।love you so much❤️❤️❤️

  • @pallavigogoi9585
    @pallavigogoi9585 Месяц назад +2

    Aaioi dehi iman hundor 2goraki biokti iman hundor khonda episode ❤ bohut bohut morom Aisengfa baaaaaaaa❤❤❤❤ apuner kothabur huni amoni nalage bohut bhal pau apunak baa hodai sau apuner anusthan❤

  • @elloraduttaborah18
    @elloraduttaborah18 Месяц назад +1

    বহুত ভাল লাগিলে🙏

  • @kanandas3116
    @kanandas3116 Месяц назад +1

    Bohut vl lagil ba❤❤

  • @peguko9534
    @peguko9534 Месяц назад +2

    Mira ma'am perfect candidate of Guwahati lok sabha ❤

  • @mritunjoys6579
    @mritunjoys6579 Месяц назад +1

    Best wishes 🎉🎉

  • @chinupathak2664
    @chinupathak2664 Месяц назад +5

    মোৰ এগৰাকী প্ৰিয় নেত্ৰী।

  • @alishaahmed3962
    @alishaahmed3962 Месяц назад +1

    আশা কৰোঁ আপুনি আহক বুলি সকলো মানুহ বুজি নপাই । পাৰ্টি হিচাপে নহয়, তেওঁ কোৱা কথা বোৰ কিবা এটা ভাল লাগিছে। 3rd grade ৰ লিষ্ট ত নাম থকা পিছত ও নপালো । Apsc ত নাম অহা পিছত ও একো ই নহল। আশা নহুৱা হৈছে । আপুনি জয়ী হৈ আহক , তাৰে কামনা ।

  • @minisharma4957
    @minisharma4957 Месяц назад +1

    Excellent

  • @tridipsonowal4236
    @tridipsonowal4236 Месяц назад +4

    যোগ্য জনপ্ৰতিনিধী।

  • @BabulSharma-er1es
    @BabulSharma-er1es Месяц назад +1

    Dhunia

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q Месяц назад +1

    Your realy son of the god.your thinking very nice.live long.god be with you.

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 Месяц назад +1

    Mira Ba U are Admire able for us. U go ahead don't back. Thanks allot to you

  • @alakakalita8075
    @alakakalita8075 29 дней назад +1

    Iman je Bhal lagil baideo Katha bor xuni. Adoni jikiboi lagib.

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 Месяц назад +6

    Mira Baido Zindabad

  • @hinafarhin6260
    @hinafarhin6260 Месяц назад +1

    Bhut val lagil

  • @pareshbaishya5309
    @pareshbaishya5309 Месяц назад +1

    Best of luck Mira Baido

  • @himakshihazarika217
    @himakshihazarika217 Месяц назад +1

    Very talented lady Mira Ba ❤❤❤

  • @krishnagharphalia9086
    @krishnagharphalia9086 Месяц назад +2

    Best of luck mam

  • @sandhyaranisaud770
    @sandhyaranisaud770 Месяц назад +3

    Best for the MP

  • @YoyangPaw
    @YoyangPaw 25 дней назад +1

    Mira is a interested politician girl.her speaking is very honest for mine

  • @kanikadhar9579
    @kanikadhar9579 Месяц назад +1

    100% capable for MP.

  • @rajumonibaruah8389
    @rajumonibaruah8389 Месяц назад +1

    আপোনাৰ ওপৰত বিশ্বাস আছে বাবেই

  • @champaknath3239
    @champaknath3239 Месяц назад +2

    Mira baidew apunar pra bhut hikib bisaru please baidew moi apunak Zubin r hman val lage.baidew mk apunar akman gyan diyk

  • @rajibhazarika-fy9rh
    @rajibhazarika-fy9rh Месяц назад +1

    Khoub bhal lagil

  • @rajprotimgogoi53
    @rajprotimgogoi53 Месяц назад +3

    Bor dhuiya kotha koise hundor baidow

  • @manas2009bihpuria
    @manas2009bihpuria Месяц назад +5

    5:09

  • @bhubanthakuria6315
    @bhubanthakuria6315 Месяц назад +1

    ভাললাগিল

  • @nirupamadevi666
    @nirupamadevi666 Месяц назад +1

    Mira ba zindabad

  • @kanganamalhotra4875
    @kanganamalhotra4875 Месяц назад +2

    Wishing her good luck

  • @holiramgoyari2702
    @holiramgoyari2702 Месяц назад +3

    MIRA BORTHAKUR GOSWAMI ZINDABAD... Vote for CONGRESS

  • @RubulAli-qo9dr
    @RubulAli-qo9dr Месяц назад +5

    Mira baideo ❤️

  • @debojitchakraborty1640
    @debojitchakraborty1640 Месяц назад +1

    Nice presentation.

  • @ranupatra3070
    @ranupatra3070 Месяц назад +1

    Best of luck Mira

  • @TapanDas-gx5fj
    @TapanDas-gx5fj Месяц назад +1

    Very strong and well vision politician. Deserve to win the MP candidate, but rest is definitely depends on all matured voters. Wishing for better result in favor of good governance

  • @user-pt3vb3ul8n
    @user-pt3vb3ul8n Месяц назад +1

    Positive political সকলোৱে বিচাৰে। কাৰণ ৰাইজক আজি ভাৱৰীয়া সজাব কোনো political leader ৰে নোৱাৰে।

  • @PuhorCreation3049
    @PuhorCreation3049 26 дней назад +2

    Aichengfa ba Papon Dak matibo sun 🙏🙏🙏 Please

  • @My-self522
    @My-self522 Месяц назад +2

    Best of luck Mira Baidew

  • @user-di5kn4gh7u
    @user-di5kn4gh7u Месяц назад +1

    Meera baideu zlndabad.

  • @Swapna-fw3jm
    @Swapna-fw3jm Месяц назад +1

    Val lagil

  • @user-ul7vg1fq9m
    @user-ul7vg1fq9m Месяц назад +2

    Good luck

  • @rishanahmed2327
    @rishanahmed2327 Месяц назад +1

    ❤ Mira baidew

  • @handbim51
    @handbim51 Месяц назад +1

    সুতা দি শিপিনী সকলৰ এই কলাটোও সংৰক্ষণ কৰি ৰাখিছিল।

  • @bikramdeka4406
    @bikramdeka4406 22 дня назад +1

    Mirabidojindabad