অসমত বিজেপি নেতাৰ ভয়ংকৰ দু্ৰ্নীতি। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমত বিজেপি নেতাৰেই লুণ্ঠন।
HTML-код
- Опубликовано: 23 сен 2024
- অসমত বিজেপি নেতাৰ ভয়ংকৰ দু্ৰ্নীতি। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমত বিজেপি নেতাৰেই লুণ্ঠন। ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত গ্ৰেপ্তাৰ হ’ল বিজেপি নেতা অসীম দাস।
#bjp #cmoassam #himantabiswasarma #dy365
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
সৰিয়ঁহৰ ডুলিতেই ভূত।ৰাইজৰ চকুত ধৰা নপৰালৈকে সাধু মহন্ত।
একো নাই, কৰিব দিয়ক, বিজেপিয়ে কৰিলে একো নহয়।
Bjp go back
কোৱাত ৰ্দূনীতি মুক্ত আৰু ৰ্কমত ৰ্দূনীতি যুক্ত।যুৱনেতাই নহয় বহু জেষ্ঠ বিধায়ক মন্ত্ৰীও এনে ৰ্কাযত জৰিত হৈ থকা তথ্য পোহবলৈ আহিব।
ধৰা নপৰিলে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানুহ
" ন খাওঁগা, ন খানে দুঁগা"ৰ আস্ফালন ক'ত গ'ল।
এইবোৰ নাটকহে।
বিজেপি চুৰ নেতা মন্ত্ৰী আৰু ওলাব
Xundar bjp go back
এতিয়া অসীম দাস কোন চিনিয়েই নাপাব কব আমাৰ কোনো সদস্যই নহয়।
আচলতে দলতোএই তেনেকুৱা।।।
অসিম দাস খিলঞ্জীয়া অসমীয়া মিঞা নহয়৷ একো নহয় দে।
হয় হয় ঠিকেই কৈছে । মিঞা নহয় যে অন্ধভক্তই একো নকয় ।
Good news
Dher ulao
সঁচা আমাৰ ফালে এতিয়া ঘৰে ঘৰে বিজেপি কিবা কাৰ্ড দিছে অৰূনোদয়ৰ বাবে কিন্তু আমাক দিয়া নাই ইতিমধ্যে মূখ্যমন্ত্ৰী গৰাকী য়ে কৈছিল যাৰ ৰেচন কাৰ্ড আছে সিয়ে পাব এতিয়া হৈছে কি বিজেপি কাৰ্ড থাকিলেহে দিব তাকো সকলো কে নিদিয়ে কাৰ্ড
Thik koise amar faleu sem
Sunil Gogoi....
C m nijei lutise
অনুসূচীত জাতি ৰ বিভিন্ন আচঁনিৰ নামত বহুত লুন্ঠন চলাই আছে একাংশই।। মই ভালো সকলো জিলাত এবাৰ ভালকৈ পৰিদৰ্শন কৰক বহুত এনে ওলাব। লগতে পৰিয়ালৰ ও পৰিকল্পনা বিভাগটিত ও এনে দুনীর্তি বহুত ওলাব।
ভালো টো ভাবো হব লাগিছিল।।
আশীৰ্বাদ দিয়ে বাবা যিমান পৰা কৰি যোৱা কিন্তু ধৰা পৰিলে আমাক দোষ নিদিবা।
অসমৰ পৰা বি জে পি বিদায় দিব লাগে
Tar pisot congress ba beleg party vote di miya k gotai dibo lage axom khonok.???
ভৰিৰ পৰা মূৰলৈকে গেলা। এই সকল দলৰ হিয়াৰ আমঠু। কেচ আৰু আগ নাবাহে।
".Chowkidar sur..hai."
মিয়া ত কৈ বেয়া নহয় দিয়ক
B J P go back
Soru kotha egla bjp karone😢
দুৰ্নীতি মুক্ত কৰাৰ ব্যৱস্থাৰ বাবেই এই দুৰ্নীতি ফাদিল হৈছে।
আৰেই..হিমন্ত য'ত দূৰ্নীতি তত।গমেই পাব লাগে ন !
BJP বাবে লুণ্ঠন এটা মহান কৰ্ম,,,,
👍👍🏻👍🏻👍🏻
O o Sur sur sarkar
OK
বাইদেউ,,,ভুৱা মৰ্চাই চৰকাৰ শেষ কৰিব
BJP sela sob kot gol atiya..
Himanta is involved in it.
Hobo
Amar yatu durniti soli ase
Eyai BJP Sarkar
Abum Kati diok tar..
তথাপি হেনো বিজেপি ভাল ! ৰাইজে এই বিজেপি অহা দিনৰ পৰাই দিনে অমৃত পান কৰি আছে। গতিকে লুণ্ঠন টোও এক প্ৰকাৰৰ অমৃত _ লুন্ঠনামৃত বা অমৃত লুণ্ঠন।
Khauga lekin khane nhi dunga😅😅😅
ৰেচন কাড নামত এটা পৰিয়ালৰ পৰা 4000/5000 লয় আছে মুখ মন্ত্ৰী একো নকৰে
Ajihe dekha pale neki Baideu.
বিজেপির কারণে এইবিলাক একো ব্যপার নহয়
Asime sakalo kab lage
অসীম দাস অসমীয়া খিলঞ্জীয়া হয়, মিঞা নহয় যিহেতু, খাবলৈ দিয়ক । কিছু সম্পত্তি অনা অসমীয়াক নিদি ৰিণিকি ভূঞা শৰ্মাই কিনি ৰাখিছে, কি বেয়া হৈছে অসমৰ প্ৰথম মহিলা উদ্যোগ পতি হিচাপে উন্নতি কৰিছে, মাত্ৰ বেআইনী অলপ বেছিকৈ কৰিছে, কিন্তু যি কৰিছে খিলঞ্জীয়া অসমীয়াই কৰিছে। চকু চৰহা হতৰ তাতো চকু, খাবলৈ নথাকিব পাৰে কিন্তু আমাৰ মামা জুই । 🔥🔥🔥💥💥
😢😢😢😢
Suspend korile ki lav hobo dhon bur recover nokorile!
Rojai lota bor ulabo ne
Washing powder nirma
There is no action against BJP leader
Ji nohok amar bjp aei kotha pahorok karon khokolu dhoronor bived anise moi muslim moi hindu aeia teulukor poblep save Assam save releson jai aai axom
BJP এ দুর্নীতি করে নাই।
Cachar Paper Mill and NPM same lunton have gone.
স্বচ্ছ আৰু নিকা !
সকলো ৱে বিলাই খাইছে যদি বাচি যাব ।😊😊😊😊😊😊
Panchayet bilake t abhijan salab lage dorniti bahut ulaba
Doya nai khyoma nai nitte sarkari matit hobo stafot nohoy
উপযুক্ত লোকক যোগ্যতা অনুশাৰে জাত পাতৰ বিচাৰ কৰি অন্যায় আজিৰ দিনতো হৈয়ে আছে কুৰি শতিকাৰ সভ্যতা সমাজত সাধৰণ জাতিৰ লোক সকলৰ সন্তান বিলাকক ভগৱান বেলেগ ধৰণে জনম দিয়ে নেকিন ? অনুসূচীত জাতিৰ লোক সকলৰ সন্তান বিলাকক ভগৱানে কিবা বেলেগ ধৰণে জনম দিয়ে কিহৰ বাবে উচ্চ নিচৰ ভেদাভেদ
আমাৰ অসমীয়া মুসলমান কেইটাৰ কিয় জ্বলিছে ? সমস্যা কি ?!
Ai burok dori Ani jail t borai thua
এওলোকে ৰাইজক বৰ মিথা মিথা কথা কই ওপৰৰ পৰাই দুৰনিতি
Kedinor karn.e eneke rakhibo...ako eri dibo...
Aibur agor porai choli ase, aru bohut neta ase. Raizok thogi ase.
কোনে কয় বিজেপি নেতা বোৰ দুৰ্নীতি পৰায়ণ বুলি? পাপ লাগিব
এইটো নতুন নিউজ হলনে। তাহানিৰ পৰাই দুৰ্নীতি কৰি আহিছে কেৱল এখেত(cm) আৰু এখেতৰ বাহিনী। ৰাকেশ পাল... এইবোৰ হল ৫% মানু্হ, জনাই চবেই জানে। মাথো এভিদান্সৰ অভাৱ। কি কংগ্ৰেছ, কি বিজেপি সকলোতে লুটপাত আৰু লুটপাত এখেতসকলৰ। এতিয়া কাৰ্বি, বড়, মিছিং... সকলোতে এখেতৰ প্ৰভাৱ। আমিবোৰ বেয়াকৈ মৰি আছো।
BJP পৰা হে তাক নিলমবন কৰিছে
চুৰ কৰিবলৈতু তাক নাইকুৱা ন আকৌ চুৰ কৰিব
BJP নেতা হল কি হল নিলমবনহে কৰিছে তাক লকাপত ২/৩ বছৰ মান ঠইহে দিব লাগিছিল তাক..........!
বহিছ কাৰ নকৰি কি কৰিব লাগে । আপোনাৰ মতে গামোচাৰ পিন্ধাই আদৰণিৰ কৰিব লাগে নেকি । বি জে পি নেটাৰ হলে কি চুৰ কৰিব নোৱাৰিব নেকি । আয়েনে নিজৰ ব্যৱস্থাৰ লব ।
BJP nata sure ketak ke koribo goru paton doba laga main leder keta sir
Nothing for him because he is not Miya
BJP manei durniti, kelenkari aru luton singh.
😂😂😂😂😂😂😂😂😂😂😂😂
Aku dangar katha nahol no big amount pasak pasich karise
Surrkathabaddiblaga
Bjp is the key to ______?
Fill this
Nunu2 kati diok tar...
nunu nayei . thoka hole laaj thakilehaten.
Bjp jadeu j gaptar koresa tu , Tak kewa kuwa nie
Congress থাকোতে Action হোৱা নাছিল কিন্তু এতিয়া Bjp ৰ হ'লেও Action হয় এইটোএ Congress Bjp difference
😂
বিজেপি চৰকাৰত তথাপিও চিটকাৰীসকল ধৰা পৰিছে! কংগ্ৰেছৰ চৰকাৰৰ দিনত কি হৈছিল? কোন ধৰা পৰিছিল? সকলো সন্ন্যাসী আছিল নেকি?
Himanta BJP company nipat jaok Assam Bachibo Joy Birodhi Aikya Mancha