বৰ্তমান এই বিলাক নিবনুৱা সম্যসা ৰ সমাধানৰ পথ বুলি শান্তি লভিব লাগিব তাৰ বাদে উপায় নাই । জীৱন যুদ্ধ জটিল , লাগি থাকিলে সম্ভব হব । চৰকাৰে অনুদান দি সহায় কৰক যাতে জীৱিকা আৰু অধিক উন্নত আৰু সুৰক্ষিত হয় ।
Good job Sister very very Good , Hand job is always Great success and satisfaction way of life, God Bless you always and you are the main motivator for eveyone
ছোৱালী জনীক অন্তৰৰ পৰা আশীৰ্বাদ ও শুভকামনা যাচিলো।
নমিতাৰ এই সুন্দৰ পদক্ষেপলৈ অলেখ শুভেচ্ছা থাকিল। 🌹
তেওঁ সৎ পথেৰে আগবাঢ়ি গৈছে ভগৱানে সদায় আগবঢ়াই নিয়ক আৰু সুখত ৰাখক তেওঁ আৰু তেওঁ মাক দেউতাকক
জীৱনৰ গতিপথ এনেকুৱাই। আত্মবিশ্বাসী, আত্ম নিৰ্ভৰশীল হোৱাৰ বাবে ধন্যবাদ। ১০ জনে প্ৰেৰণা লওক।
যুক্তি সন্মত প্ৰত্যেক কামেই সন্মানজনক । আগুৱাই যোৱা ।
নমিতাৰ ভবিষ্যতে উজ্বল কামনা কৰিছো
ভন্তীলৈ অলেখ অযুত শুভকামনা জনালো। তুমি অসমৰ নতুন দিগন্ত। আগুৱাই যোৱা
বৰ্তমান এই বিলাক নিবনুৱা সম্যসা ৰ সমাধানৰ পথ বুলি শান্তি লভিব লাগিব তাৰ বাদে উপায় নাই । জীৱন যুদ্ধ জটিল , লাগি থাকিলে সম্ভব হব । চৰকাৰে অনুদান দি সহায় কৰক যাতে জীৱিকা আৰু অধিক উন্নত আৰু সুৰক্ষিত হয় ।
চৰকাৰৰ অনুদান নেলাগে । সকলোকে শিক্ষা দিয়ক । উচ্চ শিক্ষাৰ বাবে সহায় কৰক চৰকাৰে সকলোকে । নিজে স্বাৱলবি হব পাৰিব । আৰু আমাৰ ৰাজ্য আমাৰ দেশ আগবাঢ়িব ।
@@dhirajchdeka1986 উচিত চিন্তা তথা মনোবল , ভাল পৰামৰ্শ , শুভেচ্ছা থাকিল।
@@dhirajchdeka1986
g
তোমাক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ। তোমাৰ এই কামত প্ৰেম হৈছে ।প্ৰেমেৰে মানুহে যি কাম কৰে সেই কামত মানুহ ৰ উন্নতি হয়।তাৰ প্ৰমাণ ৰ সীমা সংখ্যা নায়। খালী গ্ৰাহকক প্ৰথমতে ভালকে দি পিছত বেয়া চাহ নোখোৱাবা ।লগতে অহংকাৰী নহবা।
সৎ পথৰে আগবাঢ়িছে গতিকে অন্তৰৰ পৰা শুভকামনা আৰু আশীৰ্বাদ থাকিল | তেওঁ আৰু আগুৱাই যাওঁক
আজি সঁচাকৈ তোমাক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰ্বি আংলং ৰ ছোৱালী সঁচাকৈ সাহসী। মইও কাৰ্বি আংলং ৰে হয় আৰু তোমাক আগৰ পৰাই চিনি পাওঁ কিয়নো তুমি RUclips ত আছিলা As a RUclipsr আগুৱাই যোৱা এইদৰে জীৱন যুঁজত।👍
এনেকুৱা ধৰণৰ সাহশীয়াল ছোৱালী হব লাগে ।
গৌৰৱান্বিত হৈ আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।
সুন্দৰ পদক্ষেপ নমিতা 🙏
গৗৰৱ অনুভৱ কৰিছোঁ ভনী ❤️❤️৷৷
কৰ্মৰ ডাঙৰ সৰু নাই ৷৷
She is a great source of inspiration to innumerable youngsters of the state. Keep on going ahead.
Namita l sellyut you
এইয়াহে অসমীয়া, শুভেচ্ছা জনালোঁ ভন্টি লৈ
বহুত ভাল কাম কৰিছাঁ । নমিতা তুমি বহুত ভাল ছোৱালী হয় । তুমি সদায় আগুৱাই যোৱা আৰু আমি তোমাক সাহস দিম লগতে সহযোগ কৰিম । ভগৱানে তোমাক মংগল কৰক তাৰে কামনা কৰিলো ।
ছোৱালী জনী মোৰ ফালৰ পৰা বিয়া ভৰা শুভ কামনা থাকিল,
তেওঁ সৎ পথেৰে আগবাঢ়ি গৈছে। তেওঁক ভগৱানে ভালে ৰাখক আশীৰ্বাদ থাকিল ্।
বহুত বহুত শুভেচ্ছা জনালোঁ। আগুৱাই যোৱা নিজৰ লক্ষ্যত। ভগৱানে তোমাক সহায় কৰিব 🎉❤🎉 নিজৰ মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। পুনৰ বহুত বহুত শুভেচ্ছাৰে।❤🎉❤
Real power Assamese girls, 1000 or vitorot 1 ta puwa jai anekuwa suwali,
জীৱন যাত্ৰাত খোজে-খোজে টকাৰ প্ৰয়োজন--ছোৱালী জনী এটা ভাল কাম কৰি--টকা ঘটিছে--এইটো এটা ভাল কথা ।
@@protimadutta2890 মাক দেউতাক এ গৌৰৱ হে কৰিব লাগে, এজনী সাহসী ছোৱালী সন্তান হিচাপে পাইছে ।
Nichoy adin mak dautake gurob koriboli badhoy hobo.Jatiya tai raesturant akhoron malik hobo aru mahekot lakh lakh toka income koribo.
মকেল
As a Nagayan I really feel proud of this brave and industrious girl. God bless her. Others should follow suit.
Salute ☺️☺️☺️
ভন্টি এ হবা তুমি মোৰ , তুমি সৎ পথৰে কাম কৰিছা তাৰ কাৰণে তোমাক আন্তৰিক শুভেচ্ছা যাছিলোঁ , , কিন্তু তোমাক এটা কথা কওঁ তুমি এবাৰ তুমি মা দেউতা ৰ কথা শুনিব পাৰিলা হৈ , মা দেউতাই কি বিচাৰে , মা দেউতাইটো বেয়া ৰ কাৰণে নকৈ ন ,
Great Namita. God bless you.
আগুৱাই যোৱা ভন্টি তুমি 👍
Natun dinor Mula Ghabhoru, Kanaklata..Pekkha pot beleg Sangram ake.. Different circumstances,same struggle..Keep going Namita 🙏
sis.....you are proud of assam .keep it up
তেওঁ কিহৰ ব্যবসায়ী কৰিছে সেইটো ডাঙৰ কথা নহয়, তেওঁৰ সাহসটো হে ডাঙৰ।
Yes you are right I agree with you❤❤🥰🥰😊😊 dear💕💕
Proud of her......need more indigenous boy n guys to take such micro businesses....
অসমীয়া ছোৱালী বোৰে বেছী ভাগ লাজত মোৰে, লেবেল কিন্তু বেছি
ঐ কুকুৰ
@@bikikumar8698 boinak suda kela
@@bakshabtr মাকচুদা kela
@@bakshabtr I agree with you dear💕💕
এষাৰ কথা আছে নহয় বোলে আপুনাৰ বেৱহাৰে আপোনা পৰিচয় তাকে প্ৰমান কৰি দেখুৱালে ৰাইজক ধন্যবাদ
ব্যবহাৰ।
ব্যৱহাৰ 🙂
miss India r provab..... val lagil ...aguai jua xokolua jodi anekoi val sinata kore dn bohut vl hbo
বিশ্বাস আৰু আস্হাত হেনো ভগৱান সন্তুষ্ট হয়!ইয়াৰে প্ৰমাণ .
Tumak Antoror pora Arhibad disu zihetu. Assam. tea plantationor. karone bikhyat egoraki osomiya hisape. tumi. je eitu korisa. Ami bohut proud feel korisu
Miss India South movie khn salu,bt hei film khn sai enekua podokhep loisae sulae joni a,so,proud of you🙏🙏🙏aaguai jua bhht aagoloi bhtt vl lgil
Keep it up sister 👍god bless you🙏
🤗🤗🤗🤗yessss ....this is nxt level confident & well done 🥰🥰🥰
জাতিৰ বাবে শুভ লক্ষণ , যদি আমি অনুকৰণ কৰো।
Bohut sundar
good job sis, you are the great,
তাইলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো।আগবাঢ়ি যাওঁক বাইদেউ গৰাকী।
Bhonti tumar kormot bahut anandita hoisu...aaguai jua
Bohut vl lagle🥰.suwali hle ankuwa hobo lage 🙏🙏
সুন্দৰ প্রদখেপ নমিতা
Miss India movie concept..........
Right 👍
No mba chaiwala r pora inspire hoisa
Wmm cinemar copy korise
Right 👍
Very good step it is a good job nice thank you so much God bless you all ❤
তাকেহে ঠিক কৰিছে, অসমত চৰকাৰী চাকৰি আৰু আকশৰ তৰা আনিবলৈ যোৱা একে কথা।
সুন্দৰ প্ৰদক্ষেপ
Subbash ......... Sister !
Namitaloi God blessed I hope that you are write 👍👍👍🙏🙏🙏
তুমি আগুৱাই যোৱাৰ ভগবানে আৰু আগুৱাই নিব
Salute sorkarok disu...axom khon aguwai goi ase
Logote Time8 channel lolowu bohut bohut dhanyabad.
Good job Sister very very Good , Hand job is always Great success and satisfaction way of life, God Bless you always and you are the main motivator for eveyone
নমিতা জিন্দাবাদ👍
So nice work..keep it up sister god bless you..💗💗💗
Very good job great,ujjal houk vobisot
Drop out Boys engaged in chanda collection should learn from this girl.....this is called real axomia giri.... hats off to this young lady
Atiya akow Kobo dei Sah bonuwa suwali Biya kune patibo .Namita God bless you this is the great work..Don't worry
Bohut val kam korise tai... Tailoi okheh shuvaisya thakil👌👌👌💕💕.... Tair mak deutak kenekuwa manokhikotar hoi gom puwa gol....
বি জে পি চৰকাৰৰ ইটো , ৰোজগৰ আছনী, বি জে পি জিন্দাবাদ । ইয়াকে লোই অসমৰ জনসাধাৰণৰ গোৰোব অনুভৱ কৰিব লাগে
Dudin man roh , nije nije gom pabi, BJP val ne beya. Jetiya bostur damor oittasarot aku khabo nupuwa hobi, gorib aa gom paise...
Direct Salute he dilu aru ,,,🙏🙏🙏🙏🙏
Val kotha , kin2 jane akol tai a nohoy aru ja kiman lra suwali a anekua kam kori ase hisap nai 🤨🤨🤨🤨😏😏😏😔😔😔
VERRY GOOD BHANTI.TUMI AGUWAI JOWA.
Birat dhuniya vonti ....💓💓💓🙏🙏
Bohut bohut hundor Kam karisa Tumi tumaloi akhibad thakil🌷🌷🙏🙏🙏
ভাল লাগিল অাৰু আগ বাঢ়ি যোৱা
Bohut Val kam korise ..ba jni a...😍😘
ধূনীয়া
Mojja news
ভাল লাগিল। তুমি আগুৱাই যোৱা।
❣️ Bhagaban r usort prarthona jibon t aguwai jaok tai ...
May God bless you sister 💛💛
Proud her❤
Miss India sinema Khan vl k sailole sage..so good job 👌👍
কামত সৰু ডাঙৰ নাই, যি কাম কৰিবা মনৰ পৰা কৰিবা ।👍👍👍
কামেই যদি ধৰ্ম হয় তেতিয়া হলে কাম কেতিয়াও সৰু বা ডাঙৰ নহয় কাম সদাই কামেই। তুমি কাম কৰিছা চুৰ বা অন্যাই কৰা নাই নহয় গতিকে তুমি তোমাৰ কাম কৰি যোৱা, আজি আনে তোমাক লৈ গৌৰৱ কৰিছে আৰু এদিন তোমাৰ মা দেউতা ই গৌৰৱ কৰিব তুমি যে তেওঁ লোক ৰ সন্তান ভগৱানে তোমাক সদাই সু পথ দেখুৱায় নিয়ক আৰু আশীৰ্বাদ দিয়ক
Aguai jua....bhal lagil dekhi.... Good step...
Good step
Great my assam girl .i proud my daugther like nomita .
জয় আই অসম 🙏🙏🙏🙏👸👸👸
Good bless you ❤️
সুন্দৰ ।
My mother taught me that any business is good business and no religion is bigger than any business.
Akeloge porha amr lgt..
Bahh namita..god bless u dear 😘😘😘😘
আৰু আগলৈ আগ বারহিক
Best off luck namita
Good job and wish u the best.
Ati val padakhep. Keep up it namita.
Tumi aguai jua tare kamona korilu God bless always u
তোমালৈ অশেষ শুভকামনা থাকিল।
আগলৈ আৰু আগুৱাই যাওক ।
এই ছোৱালী জনী মই সদাই দেখো নগাওঁ
Dhuniya
Best of luck sister work is worship
Very good 👍👍👍bandi bohot agey jayegi......
Nomita tumak vogobane vl korok aru aguwai juwa
Well done sister ! Main God bless you🙌🙏