Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কিছুমান গায়কে পুৰণি গীতবোৰ নতুনকৈ গালে গীতটো শুনাৰ প্ৰতি মানুহৰ যি ইচ্ছা সেইটো বেছি বঢ়াই দিয়ে আৰু কিছুমানে গালে গীতটোক অপমান কৰা যেনো লাগে । তুমি কিন্তু গীতটোক নতুন প্ৰাণ দিলা । বহুত ধুনীয়া কণ্ঠ তোমাৰ । তোমাৰ কণ্ঠত গীতটো শুনি গীতটো শুনাৰ ইচ্ছা মোৰ আকৌ বাঢ়িল । আগলৈ তোমাৰ কণ্ঠত ধুনীয়া ধুনীয়া গীত শুনিব পাম বুলি আশা থাকিল ।
ঠিক কৈছে।
চয়নিকা বৈশ্য তোমাৰ কণ্ঠ বৰ সুন্দৰ ।
মাজনী বঢ়িয়া গাইছা, very fine .Go forward more in future.
শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাৰ প্ৰতিটো গানেই মোৰ অতি প্ৰিয় আৰু এই গানটো ত আপোনাৰ কণ্ঠ ই বহুত ভাল লগা কৰি তুলিছে ।
কিমান বাৰ শুনি আছোঁ আমনীয়েই নালাগে চোন। অচিন এক সোৱাদ আছে আপোনাৰ কণ্ঠত।
অতি সুন্দৰ আৰু নিখুঁত কৈ গাইছা গানটো,, শুনিলে শুনি থাকিবৰ মান যায় ।
খোওব ধুনীয়া হৈছে চয়নিকা। আগুৱাই যোৱা তাৰেই কামনা কৰিলো।
ইমান সুন্দৰ ভাবে ৰাণা দাৰ (স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ) গীত গাই তুমি তেখেতক সন্মান জনোৱাৰ বাবে তুমাক অনেক ধন্যবাদ দিলো। অসমীয়া সংগীত জগতত সুৰ আৰু কণ্ঠৰ অদ্বিতীয় সম্ৰাট জয়ন্ত হাজৰিকা । ভন্টি, তুমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাৰ প্ৰতিটো গানেই মোৰ অতি প্ৰিয় আৰু এই গানটো ত আপোনাৰ কণ্ঠ ই বহুত ভাল লগা কৰি তুলিছে ।তুমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
🙏🙏🙏💗💗💗💗Husakoi........bohut val lagil.....
Apunar voice ❣️❣️❣️❣️ baa apuni aguwai jaok....
Ufff....ki j kontho....mind blowing singing...carry on...keep it up.....
Iman dhunia gaise.. Mur bohut val lage xuni
Xuni Val lagil baa Aguai juwa💞
Bahut val lagil. Aru aguai jua.
Bohut val lagel👌
Dhuniya val lagise ata bihu song gaba mja lagib
Asei mor channlt..bisarile pai jabo
xundor kontho aguai jua aru. god bless you
Chayanika baa apunar voice2 bhut dhuniya apuni aru aguai jaok baa👍☺️☺️
Really u have that basics of each and everything now my daughters it reflected pl. Go on
গীত সমূহ শুনি আপ্লুত হৈছোঁ। কালি প্ৰথম সামাজিক মাধ্যমত শুনা পাইছোঁ।
বহুত ধুনীয়া গাইছা....সুন্দৰ কণ্ঠ....লগতে গান বাচনি খুবেই ভাল....
সুন্দৰ পৰিবেশত,ইমান সুন্দৰ কৈ গালে গীতটি! ক'বলৈ ভাষাই নাই।হৃদয় চুই গ'ল। নেদেখা জনক শতকৌটি প্ৰণাম জনাইছোঁ ইমান সুন্দৰ কন্ঠ এটা আপোনাক দিছে। বহুত বহুত আন্তৰিক ধন্যবাদ ও শুভেচ্ছা জনালোঁ।🙏
O baa tumar voicetu bohut dhuniyao👌
সুন্দৰ কন্ঠ । উজ্বল ভবিষ্যত কামনা কৰিলো ।
খুউব সুন্দৰ ।আৰুআগবাঢ়ি যোৱা।
বৰ সুন্দৰ👌
এইবিলাক গীত বহুবাৰ বা বহুত শিল্পীৰ মুখত শুনিছোঁ। কিন্তু তোমাৰ মুখৰ কণ্ঠত আছে অন্য এক বিলৰ জাদু। বহুত বহুত ধুনীয়া লাগিছে আৰু আগবাঢ়ি যাওঁক তাৰে কামনাৰ কৰিলোঁ। নেমৰাছঙ
Duniya Lagil Dai .........
bohut dhunia lagil baa🥰🥰💝💝💯💯💯
বহুত ভাল লাগিছে...তোমাৰ কন্ঠত যাদু আছে..👌👌👌😘😘😘👍👍👍
Dhunia...ganor basoni tu aru val.
Dhuniya voice logote bohut dhuniya 2mi dee
Bohut bar hunilu dei...emn dhunia Hur❤️
আগুৱাই যোৱা।তোমাৰ কণ্ঠত গীত শুনি ভাল লাগে।
Chayanika bahut val hoise. .aguwai jowa. .❤
বহুত সুন্দৰ।
Bor dhuniya huoise baideu
,val lagil. mayabini ratir bukut pam buli akha korilo
মনপৰশা হৈছে
Oti sundor...tumar gaan original Jen lage...Tumi aguwai juwa...
Hundor hoise
সুৰ সম্ৰাট জয়ন্ত হাজৰিকা দেৱৰ গীত এই পৰ্যায়ত গোৱাটো তোমাৰ কৃতকাৰ্য্যতা
Apuni amak gaan xikabo nk ❤️
কবলৈ ভাষা হেৰাই গৈছে মোৰ । শুনি আমনী নালাগে এই বিলাক গীত।তাতে তোমাৰ কন্ঠত ।মোৰ কলেজৰ দিন বিলাকত এই গীত বিলাক গাই বহুত সমাদৰ পাইছিলো।তোমাক এবাৰ লগ পাবলৈ আশা আছে।
সদায় শুনিও হেপাহঁ নোপোলায় গানটো। বহুত ধুনিয়া হৈছে বাইদেউ।
bhal gaisa. aguwai jua.subhessa gyapon korilu.
উস্ পৰিবেশৰ সৈতে গীত তোৰ কি সুন্দৰ উপস্থাপন..... মনতো জুৰাই গ'ল।
Val lagil gantu val gaisa
Khub hundar gaan old is gold
সুন্দৰ কণ্ঠ আপোনাৰ..... হৃদয় জুৰ পৰি যায়.....সুস্থ থাকক,সংযুক্ত থাকক💐💐💐🇮🇳🇮🇳HAPPY INDEPENDENCE DAY 🇮🇳🇮🇳
Jai hind
Beautiful song and your voice is so beautiful keep it up.
Yes l have lichened to your song and everytime l feel you are a fantastic singer and a God gifted tonal quality, please keep it up, you have a bright future.
Thanks for giving such soulful cover.xosai dhuniya
Bohut bohut subheishya thakilil...😊
I usually listen to your songs. Because I like your excellent voice quality.
Bhal lagise keep going 👍👍👍👍
কণ্ঠ সুন্দৰ, প্ৰচেষ্টা মধূৰ ।ভাল পাওঁ এই গীত, গুণগুণাও ।
Very nice to hear yr song.. God bless you to become a best singer
Xunnddorr Poribexon 👌👌👌👍👍🌹🎤🌹
Very good 👍👌 keep it up..
Bohut. Dhuniya.
অসমৰ সংগীত জগতত উজ্জ্বল প্ৰতিভা।থমকি নৰবা আগুবাই যোৱা।। অনুশীলন অব্যাহত ৰাখিবা। তোমাৰ কন্ঠত এক যাদুময় পৰশ আছে।
Right ly said.. uccharon korbat korbat gondogol ase..jeeer jeer ..nakere korise..gaantu suwala koi gaiu tate kena lagil.
Your song selection is marvelous, Chayanika. Keep it up.
Mojja voice🤗😘😘😘
সুন্দৰ বা৷
" beautiful song and beautiful voice..👌👌"
Ati sundar voice.
Really u are fantastic in Yr this yes.All the best for Yr future.
Years
অপূৰ্ব।।।।উফ ভাষাহীন।।।
ধুনীয়া হৈছে 👌👌👌👌👌
Nice voice aru amr nalbarir gowrob tumi aru tumi aguai jowa tare kamona krilu
সুমধুৰ কণ্ঠ ! সকলোৱে ভাল পাব পৰা এটি কণ্ঠ । 'অহাৰ দৰে ওভটি আঁতৰি গ'লা...' গীতটি তোমাৰ কণ্ঠত শুনিব পাম বুলি আশা কৰিলো ।
Gai thoise agote
Uff daat keita bor dhuniaa uff...🤗
Chayanika, sochai tumi bor dhunia singers, tomer gaanbor shuni thakileo amoni nalage aru dhubo dangoria Aponak imaan bhal lage jaana ---
Tumar gaan bur huni bohut bhal lage, Luna sonowal r 2timan gaan gaboloi anurudh jonalu
Excellent.go ahead.
Nyc song 👍👍👍👍👍
what a amazing voice I always hear this song.........😊😊
Really beautiful , go ahead 👍
বহুত বহুত ভাল লাগিল।
Perfect awesome
হিচাপ নোহোৱা কৈ শুনিছো জয়ন্ত হাজৰিকাৰ এইটো গীত ময়ূখৰ কণ্ঠত ৷ আপোনাৰ কণ্ঠত ভাল লাগিল পুণৰ শুনি
Punor..r no tu Dantya Noo
আজিৰ অনুষ্ঠানটো চাই অভিভূত হ'লোঁ ৷ অভিনন্দন আৰু শুভকামনা যাচিছোঁ ৷
আৰু ভাল ভাল গান গাই যোৱা..শুভকামনা জনালো। উচ্চাৰণ আৰু অলপ স্পষ্ট কৰাৰ থল আছে।
নীলিমা খাতুন বাইদেউৰ "আজি মেঘৰ মাদল বাজিলে" গীতটো এবাৰ try কৰিবা বুলি আশা কৰিলো।
সুন্দৰ পৰিবেশন!
Excellent !!!
Bahut bahut bhal
Sumadhur kantha mor ati priya geet tumi aru aguai joa
অপূৰ্ব
Bohut dhuniya
সুন্দৰ কণ্ঠ ভাল লাগিছে শুনি
বহুত বহুত ভাল গাইছে
Dhunia...bakikhini raije bisar koribo.
কি কম তোমাক বহুত বহুত বহুত শুভেচ্ছা জনালোঁ
More excellent 🎉 thank you and you sangith guru
সুন্দৰ শুৱলা।
বৰ লাগিল।
Chayanika ur voice is so sweet. I am always listen ur song
Chaynika ba dhuniya haise
Bhut dhuniya
Voice ❤❤❤
Ba apuna r ghr kot???

সুন্দৰ কণ্ঠ আপোনাৰ..... হৃদয় জুৰ পৰি যায়.....
সুস্থ থাকক,সংযুক্ত থাকক💐💐💐
🇮🇳🇮🇳HAPPY INDEPENDENCE DAY 🇮🇳🇮🇳