কুৰুক্ষেত্ৰত পৰিণত হ'ল বিলাসীপাৰা মিউজিক ফেষ্টিভেল
HTML-код
- Опубликовано: 8 фев 2025
- 💢বলিউদৰ নিমন্ত্ৰিত শিল্পীক মাননি দিব নোৱৰাৰ বাবেই কুৰুক্ষেত্ৰত পৰিণত হ'ল বিলাসীপাৰা মিউজিক ফেষ্টিভেল। উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী-আচবাব। হাজাৰ-দুহাজাৰ টকাৰ টিকট ক্ৰয় কৰি চাবলৈ আহিছিল বহু দৰ্শক। চকী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দৰ্শকে ঘৰলৈ লৈ যায় চকী, চোফাকে ধৰি অন্যান্য সামগ্ৰী।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/