শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত || বোলহু ৰাম || Bulohu Ram-Santonu Dutta || Bargeet || Sankardev
HTML-код
- Опубликовано: 8 янв 2025
- শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত -
বোলহু ৰাম নামেসে মুকুতি নিদানা
ৰাগ: ধনশ্ৰী তাল: একতাল
ধ্ৰুং: বোলহু ৰাম নামেসে মুকুতি নিদানা ।
ভৱ বৈতৰণী তৰণী সুখ সৰণি
নাহি নাহি নাম সমানা ।।
পদ: নাম পঞ্চানন নাদে পলাৱত
পাপদন্তী ভয় ভীত ।
বুলিতে এক শুনিতে শত নিতৰে
নাম ধৰম বিপৰীত ।।
বোলহু ৰাম নামেসে মুকুতি নিদানা ।
বচনে বুলি ৰাম ধৰম অৰথ কাম
মুকুতি সুখ সুখে পায় ।
সবকহু পৰম সুহৃদ হৰিনাম
ছুটে অন্তকেৰি দায় ।।
বোলহু ৰাম নামেসে মুকুতি নিদানা ।
নাৰদ শুকমুনি ৰাম নাম বিনি
নাহি কহল গতি আৰ ।
কৃষ্ণ কিংকৰ কয় ছোড় মায়াময়
ৰাম পৰম তত্ব সাৰ ।।
বোলহু ৰাম নামেসে মুকুতি নিদানা ।
-----:::----
পৰিচালনা :- শ্ৰীযুত নৰেন্দ্ৰ খাতনিয়াৰ বৰগায়ন
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ (তিতাবৰ)
কণ্ঠ :- শান্তনু দত্ত
ব্যৱস্থাপনা :- দুৰ্লভ আদিত্য গগৈ
খোল :- অভিজিত বৰা
বাঁহী :- পাংকু দত্ত (ঐশ্বৰ্য্য ৰঞ্জন)
তাল :- লোকেন্দ্ৰ গগৈ
বাণীবন্ধন / মিক্স মাষ্টাৰ :- কিশোৰ ৰাজবংশী, উজ্জ্বল কোঁছ
বাণীবন্ধন :- মেল'ডি স্কাই ষ্টুডিঅ'
বিশেষ কৃতজ্ঞতা :- শ্ৰীযুত মুক্তি দত্ত (দেউতা),
শ্ৰীযুতা বুলু মনি দত্ত (মা)
ধন্যবাদ..........
#AnupomBitupon #Borgeet #Bulohu_Ram
#Sankardev_Bargeet
জয় গুৰু শঙকৰ
কৃষ্ণ ❤❤
জয় গুৰু শংকৰ কৃষ্ণ 🙏 কৃষ্ণ
🙏
❤❤❤❤❤❤
Bhut val lagile 🙏
গুৰু জনাৰ অনুপম সৃষ্টি 🙏🙏🙏
🙏🙏🙏🙏🙏
ৰাগটো অলপমান সন্দেহ হৈছে।
ৰাগতো কি সন্দেহৰ কথা ক'লে বুজি নাপালো মহাশয় । পাৰিলে জনাই দিলে ভাল পাম ? কোন খিনিতনো আপুনি ৰাগতো গোৱাতো ভুল পাইছে ।
@@SantanuDutta57747মাজৰ স্বৰখিনি।
কৃষ্ণ ,জয় গুৰু শংকৰ🙏🙏🙏
কৃষ্ণ
কৃষ্ণ জয় গুৰু শংকৰ। বহুত ভাল লাগিল। অনুগ্ৰহ কৰি ৰে মন ৰাম চৰণো হেৱনা বৰগীত ফাকি দিলে আমি পৰম সন্তোষ পাম। কৃষ্ণ।
🙏
ধন্যবাদ....নিশ্চয় ভৱিষ্যতলৈ চেষ্টা কৰিম বাৰু এই বৰগীতজন গাই দিবলৈ । কিন্তু মই এতিয়া বেলেগ এজন বৰগীতৰ হে যু-যা চলাই আছো ।
Ati sundar
বহুত ভাল হৈছে
ধন্যবাদ জনাইছো
Jai shree krishno 🙏🙏
Val hoise shantonu
ধন্যবাদ জনাইছো
otii uttamm 🙏🙏🙏
ধন্যবাদ জনাইছো
মোৰ অন্যতম প্ৰিয় বৰগীত।
Krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
বহুত ভাল লাগিল।নৰেন্দ্ৰ খাটনীয়াৰ মোৰ বৰদেউতা হয়।বৰদেউতালৈ মোৰ সেৱা জনালোঁ 🙏
ধন্যবাদ
Krishna 🙏
বৰ ভাল পাওঁ এইজনা বৰগীত 🙏🙏
ধন্যবাদ
I like it
মোৰ অতিকৈ প্ৰিয় বৰগীত😘🥰
🙏🙏🙏🙏
Guru smoron kotile aru sundor .....
শ্ৰৱণ পৰমানন্দ লাভ কৰি সুখী হলো।কৃষ্ণ কৃষ্ণ। প্ৰহ্লাদ হাজৰিকা ।জামুগুৰিহাট।
🙏🙏🙏
ধন্যবাদ
শব্দৰ উচ্চাৰণ সুদ্ধ কৰিবলৈ চেষ্টা কৰিলে সুন্দৰ হব।কৃষ্ণ কৃষ্ণ।
👌👌
🙏
Guru smoron hompurno hobo lagisil ? Gotike borgeet jemanai dhuniyakoi galew guru mannyota nideya jonok bhal buli kobo nuwari*
ধন্যবাদ...
নিশ্চয় ভৱিষ্যতে আকৌ পৰিবেশন কৰিলে গুৰুক সন্মান দিবলৈ শিকিম বাৰু দেই ।
শান্তনু বোপা গীত টি ভাল পালোঁ , তোমাৰ কন্ঠ ও শুৱলা কিন্তু বৰগীত সদায় ধীৰ গতিত গালে ভাল ।
ধন্যবাদ
ধন্যবাদ জনাইছো । লাহেকৈ গাবলৈ নিশ্চয় আগলৈ চেষ্টা কৰিম বাৰু ।
Kanthat mitha ase
Tal ... rag ... aibur ki likhi dile besi Val hoi nojona buror babe
Description board ত দিয়া আছে । বৰগীত ভাগিৰ তাল কি হয় আৰু কোন ৰাগত পৰিবেশন কৰা হৈছে । গতিকে আপুনি Description board লৈ গ'লে মই ভাবো বিচাৰি পাব নেকি ?
ধন্যবাদ...
🙏🙏🙏