Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bau lagile dei sai..kune kune sai bau pali 👍ata dibi ako
Ki bule kom atay moja bule koi deshu daii😁😁❤️
বহুত ভাল লাগিল দেই।আশা কৰিছো আগলৈ আৰু আগবাঢ়ি যাবা
বহু দিন অপেক্ষা কৰি আছিলো । যান্ত্ৰিকতাৰ যুগত অতি নিখুতভাৱে অলপো ভাষাৰ সংযোজন নোহোৱাৰ লগতে পৰিৱেশ ব্যৱস্থাসমূহো সুন্দৰ ভাৱে উপস্থাপন কৰিছে এই যাত্ৰা আপোনালোকৰ বাবে সহজ নাছিল । আপোনালোকে এইদৰেই আগবাঢ়ি গৈ থাকক, থমকি নৰৱ ।
নিশ্চয়কৈ । বহুত বহুত ধন্যবাদ জনালো 🙏
Emn bau lagixe ko..nice job👍
মীতু পতা খন জলদী পাতি থ লগতে ঘ উঠা খনো চাব মন গৈছে মই যে বৰ মজা পাইচুং অভিনয় বোৰ চবৰে বৰতৰাণী গাও
বহুত অপেক্ষা ফলত ....জাত জাত খন হয় দেই ...
মজা লাগিছে দেই সকলোৱে
পাৰিলে comedy শব্দটো atorai dibo। বেলেগ দৰ্শকে যাতে আমাৰ সংস্কৃতি বোৰ comedy হিচাপে নাচাই, প্ৰচলিত মৰাণ সমাজৰ প্ৰতিচ্ছবিৰ digitel সংস্কৰণ হিচাপে চাই। এনেও ইয়াত আমাৰ ধৰ্মীয় কিছু ৰীতি নীতিৰ কিছু চিন সংক্ষিপ্ত আকাৰে হলেও আছে। আপোনালোকৰ প্ৰচেষ্টা সলাগনিয়, আগুৱাই যাওক,
Bau lagile dei saii😍😍😄
Help guys,, ata disoya dia hole vl asil , dora koinak kop patot thio korai vori dhua, nimokh khua,
বিচুতি ভাল লাগিল ক
বাও লাগিলে
"Eooo hoynu" bulakha-e birat bau hunung moi buiso
part 3 লৈ অপেক্ষা কৰিম।
Mojjja .... Keep it up 👍 ...
Part 3 ঘৰ উথা জেঙা চাবলৈ পাম নিশ্চয়। ৰোপদা ঘৰ টো সলনি হ ল নেকি, একেটা ঘৰতে দৃশ্য গ্ৰহন কৰিলে ভাল হয়। waiting for part 3.
ঘৰটো বতাহত ভাগিলে ক নতুন ঘৰ বনালে
Rupoda bapek tu 🔥🔥 dai😂😂
😁😁
Dhanya bad dei
Kotha ATA kow baya napaba daii moi agote এইবিলাক dailoh হুনিছেলো sir হতৰ পৰা 👍👍❤️ কোৱা কাৰণে বেয়া নাপাব মইও এজন আপোনালোকৰ ইউটিউব সদস্য ❤️❤️👍 আগবাহি যোৱা তাৰে কামনা ❤️🔥👍
Bohut dinor murot
Mojah
Jat jat khn aikhn hoi deii balok
Bor baawu hoise dei video tu
Nice pic
Bor bau lagil sai
moja lagaisa dai 😋😋😋😋😋💞💞💞💞💞💞💞💞
🔥"Tumake napale tibelot humai dim Wasai loi jabo tani Moraw nohobo jiyaw nohobo Baow ke utibo hahi"🔥💖🤣🤣🤣💖
Moja
Mojjjaa dai Dada
বহুত বহুত ভাল লাগিল। মৰাণ সমাজৰ চিত্ৰ প্ৰতিফলিত কৰিছে। আমি আশাবাদী আগলৈ আৰু চাব পাওঁ।
Bia main😅😅😅
Ultimate .......
Bhut vl lgil di akebare hsa dore lgise anekoiye agghh bhi jua tare kamona krisu......
মজা 😍😍😍
MojjaaZaa swa agt a like cmnt ru share kri loisung
Moza
Mjahhh
হা হা হা😂 মৰাণ সমাজৰ চিত্ৰ সুন্দৰকৈ ফুটি উঠিছে..Love it from বাৰেকুৰি (দেৱকণ গোহাঁই)আগলৈও এনেকুৱা সমাজ জীৱন পৰিস্ফুত: হাঁহি উঠা ভিডিও পাম বুলি আশা কৰিলো..সকলো শিল্পী কলা-কুশলীলৈ অভিনন্দন জনালোঁ😍
🔥🔥🔥 maka India playbord 😀😀
২য় খণ্ডটি চাই ভাল লগিল।নেপথ্যৰ শব্দ সংযোজনত অলপ মনোযোগ দিবা।
বহুত বহুত ধন্যবাদ , অনাগত দিনবোৰত নিশ্চয় চেষ্টা কৰিম ককাই
Mja lagil
Moja dei
তাকে আম জাবও লাগে ইমানখন বাট চৰাইৰে পাখি মেলা বাট😍😍😍
Bohut bohut val lagel vedio to sai
Hundor
বৰ বাও লাগিল দেই ।
Mjh
Biyat jomoni dei
জাত জাত খন হয় ভিডিঅ'ত মৰাণ সমাজৰ মাজত প্ৰচলিত ৰীতি-নীতিৰ এখনি প্ৰতিচ্ছবি পৰিসফুত হৈছে ।জাতেকে নিজ মানুভোনে অভিনয় ক আ বাবে বিচুতি কে বাও পাইছোং ।হচ্ঙত অভিনয় কৰা সকলো শিল্পী কলা কুশলী শুভাকা্্ক্ষীলৈ ভৱিষ্যতে আৰু এখোজ আগবাঢ়ি যাবলৈ সক্ষম হোৱাৰ কামনা কৰিলো ।
Val lagil
Aishh finally the wait is over ❤️ really you guys are fire 🔥 keep it up 👍✨
I love you
Duneya
মৰাণ জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ এক সুন্দৰ উপস্থাপন ৷
Nice
Lofok acting moja.. aru hagura tmru acting val lgse de👍
ধন্যবাদ দেই
Keep it up👍👍
#monorjunakসচাঁকৈয়ে জাত জাত খন হয় দেই।বহুত বহুত ভাল লাগিলে চাই ক।
Jat jat khon video bonai ko
Bura🔥🔥🔥🔥🔥🔥🔥🔥🔥🤣🤣🤣
সঁচাকৈ খং উঠিছিল দেই মাক জনিলে
Eman bau lagisee pai
Aru dbo aru next sbo pm buli aakha rakhilu
মো যে মূৱা তো হে তপত হল দেই।।।
মৰাণ সমাজৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে । বৰ বাওঁ পালোং দেই চাই ....😍 Love from barekuri ,denka 💓
বিচুতি বাও লাগিলে দেই
Thanks dei 😘😁
Mojaa gethel vai
হাঁহি হাঁহি পেটৰ বিষ 😁 খুব ভাল লাগিল আশা আগলৈ আৰু স হঁহুৱাব আপোনালোক আগুৱাই যাওঁক 😊
Ymoran
Bohut mja lagile..aakha kori aasilu aaji sabo palu..
🔥🔥🔥
Mojaaa😍😍
Borhiya 👍 keep it up👍
Video Sai Bhal lagil 👍Mor bondhu hoi thakiba 🙏🏻🙏🏻🙏🏻
Aru part lagibo dei....moi u Tinsukia r ...love from Tinsukia
😍😍😍😍 nijo buli aw baokote salung dei hekha😬
Op headshot
Apunak sonowal ne Moran baru Ktha bur hunibole vl lge mur
মৰাণ ।
বিচুতি বাউ দেখিলুং ক মো খা যে মই 😍 মৰাণ সকলৰ কলা সংস্কৃতি অতি সুন্দৰ কৈ দেখোৱা হৈছে । সকলোলৈ মৰম যাচিলো লিটং বেতনি গাঁওৰ পৰা 🥰❤️❤️
Ha ha ha mjaa lagil dei aru video sab Pam buli akha thakil
মই কথা এটা বুজি নাপালো যে কাৰেন্তৰ চুইচ বৰ্ড আছে কিন্তু অকল চাকিহে জ্বলাই যে মানে কথাটো কি ?🤔🤔
দ্বিতীয় খণ্ডৰ বাবে বহু অপেক্ষাৰে বাট চাই আছিলো ৷কাহিনীটো খুব ভাল হৈছে picture quality, sound quality ভাল হৈছে ৷এইখিনিতে পৰিচালক মহোদয়ক এটা কথা কব বিচাৰিছো যে কাহিনীটো যদি আগলৈ comedy হিচাপে আগবঢ়াই নিব বিচাৰিছে তেন্তে হাস্যৰসৰ মাদকতা থাকিলে ভাল হয় আৰু যদি মৰাণ সমাজৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰত দাঙি ধৰিব বিচাৰিছে তেন্তে comedy শব্দটো উঠাই দিলে ভাল হয় আৰু sound quality ক্ষেত্ৰত সকলোখিনি ঠিকেই আছে কিন্তু কেইটামান দৃশ্যপটত eco voiceত শুনা পোৱা গৈছ সেইটো natural voice হলে বেছি ভাল হয়৷আগলৈ যাতে ইয়াতকৈ ভাল এটি কহিনী দেখা পোৱাৰ আশা থাকিল৷
Hosakoi video to sai bor bhal lagila ❣️❣️❣️❣️
hosakoi Val lagasai d Jat Jat Hoi hosakoi jibonot tar majot Jat Jat khon ko
Borhiya dei
Mojja lagisa re
বিচুতি বাও পালুং পায় চাবলে আৰু চাব মন যায় পাই এনকা চিনেমা 🙂
Mojaaaa
ইমান বাওঁ লাগিলে চাই মিনি ,আও বনাবি দেই এনেকাকে
Love you bro moja lagail sai dai 😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😍😍😍😘😘😘😘😘😘😘
বহুত ভাল লাগিলে দেই! আৰু আগবাঢ়ি যোৱা Hosong poriyal !
A mja🔥🔥🔥🔥
Nice#kmonitor
Bor bAru lagisa dai sai❤️❤️🔥🔥
Bahut vl lgile sai
Booo bau lagile dei
Mja lagil dai . Videobur bonai jua sgbahibo oariba .
Hosakoi Val lagese..local culture are deya nai ND hokolue dhunia acting korese
Bohut vl lgise
Mza lagisa
Bau lagile dei sai..kune kune sai bau pali 👍ata dibi ako
Ki bule kom atay moja bule koi deshu daii😁😁❤️
বহুত ভাল লাগিল দেই।আশা কৰিছো আগলৈ আৰু আগবাঢ়ি যাবা
বহু দিন অপেক্ষা কৰি আছিলো । যান্ত্ৰিকতাৰ যুগত অতি নিখুতভাৱে অলপো ভাষাৰ সংযোজন নোহোৱাৰ লগতে পৰিৱেশ ব্যৱস্থাসমূহো সুন্দৰ ভাৱে উপস্থাপন কৰিছে এই যাত্ৰা আপোনালোকৰ বাবে সহজ নাছিল । আপোনালোকে এইদৰেই আগবাঢ়ি গৈ থাকক, থমকি নৰৱ ।
নিশ্চয়কৈ । বহুত বহুত ধন্যবাদ জনালো 🙏
Emn bau lagixe ko..nice job👍
মীতু পতা খন জলদী পাতি থ লগতে ঘ উঠা খনো চাব মন গৈছে মই যে বৰ মজা পাইচুং অভিনয় বোৰ চবৰে বৰতৰাণী গাও
বহুত অপেক্ষা ফলত ....জাত জাত খন হয় দেই ...
মজা লাগিছে দেই সকলোৱে
পাৰিলে comedy শব্দটো atorai dibo। বেলেগ দৰ্শকে যাতে আমাৰ সংস্কৃতি বোৰ comedy হিচাপে নাচাই, প্ৰচলিত মৰাণ সমাজৰ প্ৰতিচ্ছবিৰ digitel সংস্কৰণ হিচাপে চাই।
এনেও ইয়াত আমাৰ ধৰ্মীয় কিছু ৰীতি নীতিৰ কিছু চিন সংক্ষিপ্ত আকাৰে হলেও আছে।
আপোনালোকৰ প্ৰচেষ্টা সলাগনিয়, আগুৱাই যাওক,
Bau lagile dei saii😍😍😄
Help guys,, ata disoya dia hole vl asil , dora koinak kop patot thio korai vori dhua, nimokh khua,
বিচুতি ভাল লাগিল ক
বাও লাগিলে
"Eooo hoynu" bulakha-e birat bau hunung moi buiso
part 3 লৈ অপেক্ষা কৰিম।
Mojjja .... Keep it up 👍 ...
Part 3 ঘৰ উথা জেঙা চাবলৈ পাম নিশ্চয়। ৰোপদা ঘৰ টো সলনি হ ল নেকি, একেটা ঘৰতে দৃশ্য গ্ৰহন কৰিলে ভাল হয়। waiting for part 3.
ঘৰটো বতাহত ভাগিলে ক নতুন ঘৰ বনালে
Rupoda bapek tu 🔥🔥 dai😂😂
😁😁
Dhanya bad dei
Kotha ATA kow baya napaba daii moi agote এইবিলাক dailoh হুনিছেলো sir হতৰ পৰা 👍👍❤️ কোৱা কাৰণে বেয়া নাপাব মইও এজন আপোনালোকৰ ইউটিউব সদস্য ❤️❤️👍 আগবাহি যোৱা তাৰে কামনা ❤️🔥👍
Bohut dinor murot
Mojah
Jat jat khn aikhn hoi deii balok
Bor baawu hoise dei video tu
Nice pic
Bor bau lagil sai
moja lagaisa dai 😋😋😋😋😋💞💞💞💞💞💞💞💞
🔥"Tumake napale tibelot humai dim
Wasai loi jabo tani
Moraw nohobo jiyaw nohobo
Baow ke utibo hahi"🔥💖🤣🤣🤣💖
Moja
Mojjjaa dai Dada
বহুত বহুত ভাল লাগিল। মৰাণ সমাজৰ চিত্ৰ প্ৰতিফলিত কৰিছে। আমি আশাবাদী আগলৈ আৰু চাব পাওঁ।
Bia main😅😅😅
Ultimate .......
Bhut vl lgil di akebare hsa dore lgise anekoiye agghh bhi jua tare kamona krisu......
মজা 😍😍😍
MojjaaZaa swa agt a like cmnt ru share kri loisung
Moza
Mjahhh
হা হা হা😂
মৰাণ সমাজৰ চিত্ৰ সুন্দৰকৈ ফুটি উঠিছে..
Love it from বাৰেকুৰি (দেৱকণ গোহাঁই)
আগলৈও এনেকুৱা সমাজ জীৱন পৰিস্ফুত: হাঁহি উঠা ভিডিও পাম বুলি আশা কৰিলো..
সকলো শিল্পী কলা-কুশলীলৈ অভিনন্দন জনালোঁ😍
🔥🔥🔥 maka India playbord 😀😀
২য় খণ্ডটি চাই ভাল লগিল।নেপথ্যৰ শব্দ সংযোজনত অলপ মনোযোগ দিবা।
বহুত বহুত ধন্যবাদ , অনাগত দিনবোৰত নিশ্চয় চেষ্টা কৰিম ককাই
Mja lagil
Moja dei
তাকে আম জাবও লাগে ইমানখন বাট চৰাইৰে পাখি মেলা বাট😍😍😍
Bohut bohut val lagel vedio to sai
Hundor
বৰ বাও লাগিল দেই ।
Mjh
Biyat jomoni dei
জাত জাত খন হয় ভিডিঅ'ত মৰাণ সমাজৰ মাজত প্ৰচলিত ৰীতি-নীতিৰ এখনি প্ৰতিচ্ছবি পৰিসফুত হৈছে ।জাতেকে নিজ মানুভোনে অভিনয় ক আ বাবে বিচুতি কে বাও পাইছোং ।হচ্ঙত অভিনয় কৰা সকলো শিল্পী কলা কুশলী শুভাকা্্ক্ষীলৈ ভৱিষ্যতে আৰু এখোজ আগবাঢ়ি যাবলৈ সক্ষম হোৱাৰ কামনা কৰিলো ।
Val lagil
Aishh finally the wait is over ❤️ really you guys are fire 🔥 keep it up 👍✨
I love you
Duneya
মৰাণ জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ এক সুন্দৰ উপস্থাপন ৷
Nice
Lofok acting moja.. aru hagura tmru acting val lgse de👍
ধন্যবাদ দেই
Keep it up👍👍
#monorjunak
সচাঁকৈয়ে জাত জাত খন হয় দেই।বহুত বহুত ভাল লাগিলে চাই ক।
Jat jat khon video bonai ko
Bura🔥🔥🔥🔥🔥🔥🔥🔥🔥🤣🤣🤣
সঁচাকৈ খং উঠিছিল দেই মাক জনিলে
Eman bau lagisee pai
Aru dbo aru next sbo pm buli aakha rakhilu
মো যে মূৱা তো হে তপত হল দেই।।।
মৰাণ সমাজৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে । বৰ বাওঁ পালোং দেই চাই ....😍 Love from barekuri ,denka 💓
বিচুতি বাও লাগিলে দেই
Thanks dei 😘😁
Mojaa gethel vai
হাঁহি হাঁহি পেটৰ বিষ 😁 খুব ভাল লাগিল আশা আগলৈ আৰু স হঁহুৱাব আপোনালোক আগুৱাই যাওঁক 😊
Ymoran
Bohut mja lagile..aakha kori aasilu aaji sabo palu..
🔥🔥🔥
Mojaaa😍😍
Borhiya 👍 keep it up👍
Video Sai Bhal lagil 👍
Mor bondhu hoi thakiba 🙏🏻🙏🏻🙏🏻
Aru part lagibo dei....moi u Tinsukia r ...love from Tinsukia
😍😍😍😍 nijo buli aw baokote salung dei hekha😬
Op headshot
Apunak sonowal ne Moran baru Ktha bur hunibole vl lge mur
মৰাণ ।
বিচুতি বাউ দেখিলুং ক মো খা যে মই 😍 মৰাণ সকলৰ কলা সংস্কৃতি অতি সুন্দৰ কৈ দেখোৱা হৈছে ।
সকলোলৈ মৰম যাচিলো লিটং বেতনি গাঁওৰ পৰা 🥰❤️❤️
Ha ha ha mjaa lagil dei aru video sab Pam buli akha thakil
মই কথা এটা বুজি নাপালো যে কাৰেন্তৰ চুইচ বৰ্ড আছে কিন্তু অকল চাকিহে জ্বলাই যে মানে কথাটো কি ?🤔🤔
দ্বিতীয় খণ্ডৰ বাবে বহু অপেক্ষাৰে বাট চাই আছিলো ৷কাহিনীটো খুব ভাল হৈছে picture quality, sound quality ভাল হৈছে ৷এইখিনিতে পৰিচালক মহোদয়ক এটা কথা কব বিচাৰিছো যে কাহিনীটো যদি আগলৈ comedy হিচাপে আগবঢ়াই নিব বিচাৰিছে তেন্তে হাস্যৰসৰ মাদকতা থাকিলে ভাল হয় আৰু যদি মৰাণ সমাজৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰত দাঙি ধৰিব বিচাৰিছে তেন্তে comedy শব্দটো উঠাই দিলে ভাল হয় আৰু sound quality ক্ষেত্ৰত সকলোখিনি ঠিকেই আছে কিন্তু কেইটামান দৃশ্যপটত eco voiceত শুনা পোৱা গৈছ সেইটো natural voice হলে বেছি ভাল হয়৷আগলৈ যাতে ইয়াতকৈ ভাল এটি কহিনী দেখা পোৱাৰ আশা থাকিল৷
Hosakoi video to sai bor bhal lagila ❣️❣️❣️❣️
hosakoi Val lagasai d Jat Jat Hoi hosakoi jibonot tar majot Jat Jat khon ko
Borhiya dei
Mojja lagisa re
বিচুতি বাও পালুং পায় চাবলে আৰু চাব মন যায় পাই এনকা চিনেমা 🙂
Mojaaaa
ইমান বাওঁ লাগিলে চাই মিনি ,আও বনাবি দেই এনেকাকে
Love you bro moja lagail sai dai 😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😍😍😍😘😘😘😘😘😘😘
বহুত ভাল লাগিলে দেই! আৰু আগবাঢ়ি যোৱা Hosong poriyal !
A mja🔥🔥🔥🔥
Nice
#kmonitor