📌 এইবাৰ টকাও গ’ল, ভাষাও গ’ল

Поделиться
HTML-код
  • Опубликовано: 8 ноя 2024

Комментарии • 225

  • @SamsulHuda-lz6ie
    @SamsulHuda-lz6ie 2 месяца назад +22

    বেয়া করা নাই গতিকে চিন্তা করি লাভ নাই এনেও তিনচুকিয়া ডিব্রুঘরত বিহারী মানুহর আগত অসমীয়াই কোনো দাদাগিরি করিব নাপায় হিন্দু আহিছে একো নহয় মিয়া মুছলমান মানুহে অসমীয়া ভাষা সাপোর্ট করি আছে গতিকে মিয়ক অপমান মারপিট করিলেও মিয়াই কিন্তু অসমীয়া ভাষাকে নিজর মাতৃভাষা হিচাপে গ্রহণ করি যাব নে কি কয়

    • @rafiqulislam4702
      @rafiqulislam4702 Месяц назад

      No ,it's enough...... extreme , looking for next census ..... remember that they never accept us.

    • @AbdusSamad-ew6wx
      @AbdusSamad-ew6wx Месяц назад

      অসমীয়া নিলিখো

    • @J_boruah.
      @J_boruah. Месяц назад

      Dibrugarh t axomiya manuhe majority hoi. Dibrugarh 75% axomiya manuh hoi.

  • @RikheswarChutia-n6e
    @RikheswarChutia-n6e Месяц назад +5

    বিহাৰী মিঞাঁতকৈ ১০০ গুন মাৰাত্মক ভাইৰাচ

  • @birennath8618
    @birennath8618 Месяц назад +1

    ভূপেন হাজৰিকাৰ আমি অসমীয়া নহও দুখীয়া , আৰু বৰদৈচিলা গীতত দুটিত কিছু কথা কৈ গৈছে, বৰ্তমান মিলি গৈছে।

  • @hazratali4698
    @hazratali4698 2 месяца назад +13

    মন্তব্য দেখিলে ধাৰণা হয় যে আমাৰ কিছুমানৰ মূৰত সঁচাকৈ গবৰে বাহ লৈছে।

    • @ShamerAli-u9x
      @ShamerAli-u9x 2 месяца назад

      Nijar nak kati hatiner jatra bhanga kara

  • @manuarabegum527
    @manuarabegum527 2 месяца назад +15

    মিঞা খেদা মানে অসম অসমীয়া ৰসাতলে যোৱা । এতিয়াৰ উজনিত অসমীয়া ভাষাৰ সলনি ভুজপুৰি ভাষাৰ প্ৰচলন হব ।

  • @bigboss.3213
    @bigboss.3213 2 месяца назад +12

    ভাষা গলেও ধৰ্ম গলে কি কৰিব ,,কওঁক।
    কামকৰা মানুহ আহিলে অসুবিধা নাই,
    কিন্তু বিধৰ্মী সমূহক ঠাই দিবা নালাগে।
    মিঞাক খেদি দিয়াত ইমান অসুবিধা নে ??
    মিঞাই কিয় হিন্দু জীয়াৰী বোৱাৰী বিচাৰি ফুৰে ,দৰকাৰ কি সিহঁতৰ।

  • @shankarjyotithakuriya565
    @shankarjyotithakuriya565 Месяц назад +3

    চিন্তা নকৰাকৈ কাম কৰিলে, এনেবোৰ হয়েই

  • @manuarabegum527
    @manuarabegum527 2 месяца назад +13

    অসম ৰক্তাক্ত পৰিবেশত পৰিণত হব এক মাত্ৰ হিমন্তৰ বাবে ।

  • @MohiburRahman-xg5jl
    @MohiburRahman-xg5jl 2 месяца назад +4

    ভাষা বিসর্জন দিয়া কোনো জাতি নাই এই পৃথিৱীত তাকেই কৰিছিল এটা বিশেষ সম্প্রদায়ে তাৰ ফল পাই আছে অসমত |

  • @hanseali1924
    @hanseali1924 2 месяца назад +11

    নহয়।এতিয়া এটাই লাভ কমিছন খাব পাৰিব।

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 2 месяца назад +24

    অসমীয়াই এইবোৰ কাম কৰক ।বিহাৰী শ্ৰমিক কিয় আনিব লগা হ'ল ।

    • @taigerking01ga
      @taigerking01ga 2 месяца назад

      Assamese kamnai 😂😂

    • @pranjal.borahpranjalborah7445
      @pranjal.borahpranjalborah7445 2 месяца назад +3

      অসমীয়া কিটাই কিয় কবিব লাজ লাগে নহয় বিত্র, এম পাছ কৰি আছে আকৌ চৰকাৰি চাকৰি কৰিব নহলে সংগঠন ত জইন কৰিব ,,,,,

    • @anjumaassameserecepie
      @anjumaassameserecepie 2 месяца назад +1

      Thik koisa 🎉

    • @anjumaassameserecepie
      @anjumaassameserecepie 2 месяца назад

      ​@pranjal.😂😂😂😂😂😂😂😂😂😂😂🎉ahpranjalborah7445

    • @rajsingh7886
      @rajsingh7886 Месяц назад

      Tai Ara third class mentality muslim support kar aase tai

  • @rahmaniyapharma
    @rahmaniyapharma 2 месяца назад +5

    অসমীয়া ভাষা অসমৰ পৰা নাই কিয়া কৰাৰ এটা যোজা চলিছে।

  • @TaslimAliBabul
    @TaslimAliBabul 2 месяца назад +3

    আমাৰ জাতিটোত শ্ৰম জীৱি লোকৰ অভাৱেই এই পৰিস্থিতিৰ উদ্ভৱ কৰিছে ?

  • @hemkantaborah7434
    @hemkantaborah7434 Месяц назад +5

    মিঞা মানুহতকৈ তিনিচুকীয়াৰ বিহাৰী এশগুণ বেয়া।

  • @shankarjyotithakuriya565
    @shankarjyotithakuriya565 Месяц назад +2

    বিহাৰী আনাত অসমীয়া দআলআলএই উঠইপৰই লাগিছে

  • @Li-gz8un
    @Li-gz8un Месяц назад +5

    এবারের লোক পিয়ালের সময় চল পাল্টাই আমরা ভাষা কে

  • @abulbasher1479
    @abulbasher1479 Месяц назад +2

    যি মিঞা জাতিযে সৰ্বস্ব ত্যাগ ( ভাষা সংস্কৃতি আচাৰ ব্যৱহাৰ ৰীতি নীতি ত্যাগ কৰি অসমীয়া জাতিত বিলীন হব বিচাৰিছে জিন যাব বিচাৰে তেওঁলোকক বৰ অসমৰ স্বাৰ্থত অসমীয়া কৰি লব লাগ) কৰা বাবে অসমীয়া কৰি লোৱাৰ চিন্তা চৰ্চা হব ৷অন্যথা বিপদ অনিবাৰ্য

  • @AnowerHossain-vx6hc
    @AnowerHossain-vx6hc Месяц назад +2

    মই ঘৰৰ কনমানি হতক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াম আৰু মিঞা মানুহ খিনিকো অনুৰোধ কৰিম যাতে তেওঁলোকেও ভৱিষ্যৎ প্ৰজন্মক ইংৰাজী মাধ্যমত পঢ়াই তেওঁলোকৰ উজ্জল ভৱিষ্যৎ নিশ্চিত কৰে।Miya should have only one goal that is education,education and education.

  • @abulhussain2593
    @abulhussain2593 2 месяца назад +17

    Eibar Akhomiyar koti maribo bihariye.

    • @taigerking01ga
      @taigerking01ga 2 месяца назад +4

      Right. Bihari Assamese nakoi. Bhojpuri basha hay koi 😂😂😂😂

    • @Arman__Gamer387
      @Arman__Gamer387 2 месяца назад

      ঠিক ভাই , বিহাৰীৰ চুদন লাগিব ইহতক

    • @ShamerAli-u9x
      @ShamerAli-u9x 2 месяца назад +1

      Biharik kotimara dim miai marile duk pao

    • @aboro5413
      @aboro5413 Месяц назад

      Aaru Toho te kela bowari fusulai rap koribi...kukuror powali

    • @amzadaliahmed1086
      @amzadaliahmed1086 Месяц назад

      Iman beya bhkha. Dhikkar dilo moi

  • @muzzkirhussain3104
    @muzzkirhussain3104 2 месяца назад +3

    খিলঞ্জীয়া ই কি কৰি আছে, দৰ্প চুৰন হ'ল নেকি ইমান সোনকালে?

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu Месяц назад +2

    Srinkhal, kot আছা তুমি, মিয়া খেদিলে, বিহাৰী আনিলে। Eibar vasa আৰু পইছা দুয়োটা গল dekhon .Axom পইছা বিহাৰত খৰছ কৰিব। কি কৰি আছে আপুনি।

  • @golaphussain8864
    @golaphussain8864 2 месяца назад +6

    Right

  • @taradoi7957
    @taradoi7957 2 месяца назад +5

    1:43 হঠাতে মিঞা খেদা অান্দোলন কৰি আমি বহুতো ভুল কৰিলোঁ নেকি ?তোমাৰ কথা খিনিত মই যুক্তি বিচাৰি পাইছো ।আনৰ ভাল দেখি বা আনৰ উন্নতি দেখি গাটো বেজবেজাই গলে কি হব ? ইয়াৰ পিছত যদি লোকপিয়লত মিঞাই অসমীয়া ভাষা নহয় বুলি কয় তেতিয়া টো দেখোন ভাষা টো আৰৱ আমিবোৰ সংখ্যা লঘূত পৰিণত হম তেতিয়া ?আৰু কামবোৰ একা ?নিজেটো একো কাম নকৰো ।আগেয়ে সকলোবোৰ কাম নিজে কৰিব লাগিব তাৰপিছত মিঞা, বহিৰাগত সকলোকে খেদিব পাৰি । নে কি কয় ৰাইজ ?

  • @HassenAli-b4c
    @HassenAli-b4c 2 месяца назад +4

    কিয়া বিহারী আনিব লাগে অসমক আমার অসমীয়া মানুষ নাই নাকি

  • @kabitabangthai8194
    @kabitabangthai8194 2 месяца назад +16

    Borhia kotha koise apuni

  • @basantarajbongshi9835
    @basantarajbongshi9835 2 месяца назад +5

    কথা খিনিৰ সত্য সত্যতা প্ৰমান লাগিব?????????????

  • @bipulkalita5824
    @bipulkalita5824 Месяц назад +2

    অ, ভাই বিহাৰী ভাৰত হয় । ❤❤❤❤❤

    • @rantuChetia-w8t
      @rantuChetia-w8t Месяц назад

      Private job koribi tatia gom pabi bihari ki..tinsukia ha gom pabi

  • @RajibDas-py4pm
    @RajibDas-py4pm Месяц назад +1

    I thank this reporter for discussing such a relevant topic

  • @nevaverma5208
    @nevaverma5208 2 месяца назад +5

    right

  • @JyotirmoyBarman-s5g
    @JyotirmoyBarman-s5g Месяц назад

    মিয়া হাতাও দেশ বাছাও 🙏 মোদী জি

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo Месяц назад +1

    মিঞা মুছলমানক খেদাই বিহাৰি আনি জবৰদস্তি অসমীয়া ফলক লগোৱা , অসমীয়া ভাষাত কথা কবলৈ হেচা দি অসমীয়া ভাষাৰ ক্ষতি কৰিছে নে ভাল কৰিছে ? হয় নামনিৰ পৰা পেটৰ তাৰনাত উজনিলৈ গৈ কাম কৰি আছিল অসমৰেই বাসিন্দা উপাৰ্জনৰ টকা অসমতেই খৰচ কৰে ৷কিন্তু আজি এনে এটা পৰিস্থিতি হৈছে বিহাৰী সকলে কাম কৰি নিজ দেশত লৈ যাব টকা ৷ এতিয়া ভাষাও যাব অৰ্থও যাব ৷ ভাই সকল অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি মৰম থাকিলে অসমৰ মানুহৰ প্ৰতি মৰম দিয়া শিখক৷ অসমৰ নিৰবিচ্ছন্ন ক্ষতি হবলৈ নিদিব এই সন্দেহজনক বাংলাদেশী শব্দ ব্যৱহাৰ কৰি ৷বাংলাদেশী এজনো আমাৰ দেশত থাকিবলৈ কোনোৱে নিবিছাৰে ৷ কাৰোৰ স্বাৰ্থৰ কাৰনে অসম বা বৃহৎ অসমীয়াৰ জাতিটোক ধংশৰ পথত ঠেলি নিদিব ৷

  • @prasantasaikia-n7b
    @prasantasaikia-n7b 2 месяца назад +2

    This is the real plot to keep Assamese under Outsiders such as Marwari, Bihari etc

  • @aparajitatamuli7273
    @aparajitatamuli7273 Месяц назад

    বিহাৰী স্থান দিব নালাগে,অসমীয়াই সন্তানৰ সংখ্যা বৃদ্ধি কৰক,পঢ়া কৰি লেও নকৰিলেও কাম কৰি খাব পাৰিব

  • @bababorah9085
    @bababorah9085 Месяц назад

    বিহাৰী মিয়াতকৈ ভাল। মীয়া সৰহভাগ অসমীয়া জীয়ৰী বোৱাৰিক চকু দিয়ে। অসমীয়া সকলো বাহিৰত কাম কৰে, তেওঁলোকে সকলো টকা বাহিৰতে খৰচ কৰে নি । অসমলৈ নানে নি?

  • @HidimbaNarzary
    @HidimbaNarzary Месяц назад

    আপুনি প্ৰথম মিঞাক বুজাৱ খি কাৰনে ঐই হ'লে তেওঁলোকে। মিঞাত চৰিত্ৰ সলনি হগ।

  • @BabuBabu-jm2cb
    @BabuBabu-jm2cb Месяц назад

    আলফা আহিব অসম বছাবা

  • @mavoicestudi
    @mavoicestudi 2 месяца назад

    জয় আই অসম

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 месяца назад +3

    মৃত্যু হবলৈ নাই হলেই!অসমীয়া সাধাৰণতে এলেহুৱা;জাতীয় চেতনাহীন;সোৰোপালি;আৰামত জীবন যাপন কৰা।সেয়ে মৃত্যু ঘটিবলৈ নাই ঘটিলেই।

  • @shyamsullaskar5398
    @shyamsullaskar5398 Месяц назад

    হিন্দি ভাষা রাষ্ট্রভাষা ভালো

  • @Krishnayabav-xd1nm
    @Krishnayabav-xd1nm Месяц назад

    অপোনি কি বোজাব ৱিচাৰিচে ,ভাৰতৰ ভিতৰত সকলোৱে কাম কৰি খাৱ পাৰে

  • @danielrobbani9249
    @danielrobbani9249 Месяц назад

    ভাঙ-কানি খোৱা অসমীয়াবোৰ হ'ল যোগী সম্প্ৰদায়ৰ লোক ; এওঁলোকৰ-তো ঘৰ-বাৰী থকাৰ প্ৰশ্নই নুঠে ! কাৰণ , এওঁলোক যোগ-তপস-সা কৰিছিল পাহাৰে--পৰবতে , গুহা ইত্যাদিত ! ঘৰ-বাৰীৰ প্ৰয়োজন নহৈছিল , এতিয়া আকৌ কিহৰ ঘৰ-বাৰী, অসমীয়াৰ অস্তিত্বৰ বাবে উঠি--পৰি লাগিছে ?

  • @ashimtalukdar6187
    @ashimtalukdar6187 2 месяца назад +5

    বিহাৰী ভাৰতীয়। মিয়া বাংলাদেশী

    • @AbdusSamad-ew6wx
      @AbdusSamad-ew6wx Месяц назад +3

      এইবাৰ লোকপিয়লত বাংলা ভাষা লিখিম বাপ্পেকে নিজৰ বুলি।

    • @rantuChetia-w8t
      @rantuChetia-w8t Месяц назад

      Biharibotu bhoinkor

  • @RajibDas-py4pm
    @RajibDas-py4pm Месяц назад +1

    It has been rightly said

  • @binoyBorah-l8z
    @binoyBorah-l8z Месяц назад

    Chai chai koi thoka jen lagil. Tinsukia nohoi Tinisukia.

  • @sandhiram9574
    @sandhiram9574 Месяц назад +1

    তই এটা পাগল বাতৰি দিছা। বিহাৰ ভাৰতৰ অংগ ৰাজ্য নহয় বুলি কব খুজিছা নেকি?
    যিসকল অসমীয়া যুৱকে কেৰেলাৰ কাম কৰি টকাখিনি অসমৰ ঘৰলৈ
    নপথায়নে?
    ইয়াৰ ওপৰি অসমীয়া ৰ ডাঙৰ বেমাৰ হ'লে পাতনালৈ কিয়, চেন্নাইলৈ কিয় যাও?

  • @RajibDas-py4pm
    @RajibDas-py4pm Месяц назад

    There should be a immediate survey in Tinsukia, Dibrugarh,Sibsagar about the number of people coming from Bihar

  • @malikkhan1204
    @malikkhan1204 Месяц назад

    Ami janat tinisukiyat biharir agot oxomiyai kotha kobo noware .. tat bihari khedi dekhuwak tetiya selut korim mamak ..

  • @Kamaljj7xz
    @Kamaljj7xz 2 месяца назад +4

    কংগ্ৰেছ দলটোক উদ্ধাৰ কৰিবলৈ এই নিউজটো বনাইছে নিকি নে মিঞা খেদা আন্দোলনৰ প্ৰাসঙ্গিকতা নাইকিয়া কৰিব বিচাৰিছে...

    • @Abhiborah00
      @Abhiborah00 Месяц назад

      Maksuda toi ondho bhakto neki

  • @babulahmed8264
    @babulahmed8264 2 месяца назад +2

    ভাল হব বিহাৰিক এইবাৰ খেদিলে টেৰেনত অসমিয়াক কচু কাটাদি কাটিব৷

  • @abadullah3503
    @abadullah3503 Месяц назад

    RIGHT SPEECH

  • @AmranAliEhsanJamilOfficial
    @AmranAliEhsanJamilOfficial 2 месяца назад

    Very good news update

  • @HafijurRahman-i3o
    @HafijurRahman-i3o Месяц назад

    Thik ba

  • @DhananjoyKalita-g6c
    @DhananjoyKalita-g6c Месяц назад

    Anchor jone kiba bhoy bhoy kori koi ase jen lage !!!!! Karonto buja nai .

  • @RanjitDeka-b9i
    @RanjitDeka-b9i 2 месяца назад +3

    ফাল্টু নিউজ |

  • @rabiakhatun1093
    @rabiakhatun1093 Месяц назад

    Moi xhunisilu je Biharir agat Axomiyai aku mat matiba nuare. Yaha bar Aximiya bhxhar xhamsya sristi hobai neki !!!
    Nurul Islam.

  • @NabikulIslam-sk2bo
    @NabikulIslam-sk2bo Месяц назад

    আজি অসমীয়াই নিজক নিছিনীলে অসম ৰখা তলে জাৱ এতিয়া।

    • @aboro5413
      @aboro5413 Месяц назад

      Cina karone to mia bangla desik khada hol

  • @navajyotisaikia7481
    @navajyotisaikia7481 Месяц назад +1

    Bihari hindu hoi

  • @rejaulahmed6500
    @rejaulahmed6500 2 месяца назад

    অসম ৰখা তলে জাই অ বন্দা 2

  • @saidurislam5096
    @saidurislam5096 Месяц назад

    Bahut Khushi Ki Baat I hai Miyan Ne to Assam ko khatm Kar Diya ab Bihari Ki Pala hai 😅😂😂😂😂😂

  • @sakuwatali8257
    @sakuwatali8257 Месяц назад

    100%✓ right speech sutiya shrinkola bapor neki ohom. Ohom ohmiha leagues na thakib chinta korib

  • @rabiakhatun1093
    @rabiakhatun1093 Месяц назад

    Axomar demography r kotha koi ase cm e . Kintu demography Axomoiyakaran korat cm je xhampurna byartha tak sikar koriboi lagiba . Karan Bihari ani Axomar mul demograpy r xhamasya xhamadhan koriba nuare . Nitya natun xhamasyar sristi korar bade an aku koriba nuare.
    Nurul Islam.

  • @SafiUllah-u4v
    @SafiUllah-u4v 2 месяца назад +2

    Ohomia. Kisuman. Murkho. Manuh. Asy. Hihotor. Amar. Assam. Khon. Dongho. Koribo. Khilonjia. Namloi

  • @sukleswardas3869
    @sukleswardas3869 2 месяца назад +3

    Axom শেষ

  • @bhubansarmah424
    @bhubansarmah424 Месяц назад

    Marwari lokeo Akhomok lutishe. Khohoj khoral khilonjiyar swartho rakkhyar babe Bir Lachit Sena aru khokolo dol khongothon aag bari ahok

  • @binandadeka7224
    @binandadeka7224 2 месяца назад +4

    Anti Hindu propaganda

    • @SuniramNarzary-rv5mu
      @SuniramNarzary-rv5mu 2 месяца назад

      Actually channel towe Anti Hindu propaganda solaise. Hindu, Hindur majot kaniaogabo. Khujise

  • @ArshadAhmed-w6s
    @ArshadAhmed-w6s Месяц назад

    Ohomor poisa bahirot golei khub bhal hobo,,bhahaw jabo,heitu hosa jhobo jen lagi ase

  • @navajyotisaikia7481
    @navajyotisaikia7481 Месяц назад

    Behari amar indin hoi

  • @akash.hazarika
    @akash.hazarika Месяц назад

    Kihor vakha heruwabo .kam khatam hobo nijor bihariloi ghuri jabo hihot..🎉vakha heruabo buli kolei nhobo nijei aji axomiyai axomiya kobo nibisare.ক nihikuwa agot a. b .c .d hikai nijor lorak .🚩

  • @malikkhan1204
    @malikkhan1204 Месяц назад

    Vale hoyse diya .. ujonikhon biharir hole val .. tetiya gom pam biharik kenekoy khede ..

  • @ndutta1036
    @ndutta1036 Месяц назад

    Kaam kor aako tohoti ,,,kaam nokorile to aaniboi,,,studio t lcture maari thakile hobo nki

  • @RahulRahul-wl5po
    @RahulRahul-wl5po 2 месяца назад +1

    Dl hongothone komison khabo paribo dey,joy bihari

  • @sharifahmedbarbhuiya4959
    @sharifahmedbarbhuiya4959 2 месяца назад +1

    These Mia Muslims once accepted Assames language for which Assames became national language .

  • @makbulhussain926
    @makbulhussain926 2 месяца назад +1

    Ashemless Miya should remember what is the rank of miyas in assam

  • @prodeepdas9024
    @prodeepdas9024 2 месяца назад

    Deshr Economi jar Hatot desh tar Hatot so okol kotharei nohoi kamere dekhubo lagibo. agot amar ghorot Miya Kam koribo ahisil aji amar manuh Miya tat Kam bisari jabo loga hoise. Dhanyabad joy aai Akhom.

  • @zerin-w6d
    @zerin-w6d Месяц назад

    Aji census hole Kune ki bhakha likhibo.

  • @RajibDas-py4pm
    @RajibDas-py4pm Месяц назад

    Aitu bor bhal aalusona hoise
    Khakalu channel ai aalusona koribo laage

  • @abdulbasik2614
    @abdulbasik2614 2 месяца назад +1

    Miya bhoi khai polal 😄😄😄

  • @9illusions888
    @9illusions888 Месяц назад

    As per your news, U feel comfortable with Miyaz n Not Comfortable with Biharis😂😂😂😂😂😂 NOT comfortable with Marwaris & Bengoliz Too. SO MUCH HATRED U ALL SPREADING. What about Assamese living in Bangalore, Delhi, Chennai, I think they Fear the same Hatred. HAVE SOME COMPASSION, NO ONE LOVES TO LEAVE THEIR OWN LAND

  • @mosudurrahman907
    @mosudurrahman907 2 месяца назад +1

    Good,Bihari ahibo lage.Bihari ahile he Assam r toka Bihar pabo goi.

  • @rantuChetia-w8t
    @rantuChetia-w8t Месяц назад

    Miya assamt kore n khai..bihari aru bhoinkor..assam industry bilakot bihari bhoinkor appointment hoi..govt should take step

  • @Sohaebaktar-c1s
    @Sohaebaktar-c1s Месяц назад

    Miya it's time for change our mother language from so called Assamese to banglaa language...xihote amak ktyaau mani nloi..so amio nijok prithok banabo lgbo sb flei xhtkke

  • @dipjaydassalam3090
    @dipjaydassalam3090 2 месяца назад +1

    Fotua new

  • @JakirAli-fu2im
    @JakirAli-fu2im Месяц назад

    Aapuni hosa kotha koisa

  • @mahammadali1557
    @mahammadali1557 2 месяца назад

    MAMAR ASHBAD VERY GOOD SHINING WILLCOMING TIMES 😢😮😢

  • @ArshadAhmed-w6s
    @ArshadAhmed-w6s Месяц назад

    Bhaha nejay,,dol hongothone rakhibo doka hoka di holew,,,poisa biharoloi jawk ki problem ase,,,

  • @hazarika3679
    @hazarika3679 Месяц назад

    Khilonjiya r mrityu hoboi.. Karon Upper Assam t Bihari, Marwari aru Bengali e hekh korisay.. Aru lower Assam hekh korilay miya e

  • @tajbaba00-ws3tq
    @tajbaba00-ws3tq Месяц назад

    কালি বিহারী হব মন্ত্রি বিধায়ক

  • @ashadulhoque260
    @ashadulhoque260 2 месяца назад

    Good news

  • @abdulmotin6238
    @abdulmotin6238 Месяц назад

    Balehe hoise . atiya buj puri kob.Lukpiol Ahi asenohoi .sinta kihor.. ha ha ha

  • @ShaijudinaliAli
    @ShaijudinaliAli 20 дней назад

    ❤HI❤🎉😢😮😮

  • @nashekahamed105
    @nashekahamed105 Месяц назад

    Garmari takok amakidal hobo

  • @shyamlalchouhan9969
    @shyamlalchouhan9969 Месяц назад

    Nam ghor and hatrar mati bihariye dakhal Kora nai

  • @minhajuddin4301
    @minhajuddin4301 2 месяца назад

    Babu nijei kuli ai abostha hobo.

  • @ThouhidurRahmanLaskarLaskar
    @ThouhidurRahmanLaskarLaskar Месяц назад

    Assamr tka bihar loi gol... Hitui lab.. Aru kisu fati neta neta hol..

  • @HabibUllah-yp9rd
    @HabibUllah-yp9rd Месяц назад

    Asomiya Dhod bore ki kaam koribo.....kebal sangathan koribo jane,Andolon koribo jane....

  • @rantuChetia-w8t
    @rantuChetia-w8t Месяц назад

    Miya manuhe okhomia culture loi..bihari dengerous

  • @kushalsaikia8616
    @kushalsaikia8616 Месяц назад

    কাম নাই

  • @LandoramBoro
    @LandoramBoro Месяц назад

    Bihari banuaya asomiya bhakak matri bhaka buli kobone

  • @maheshxah3177
    @maheshxah3177 Месяц назад

    Tumi tat goi km kreba lage

  • @HussainAli-m5c
    @HussainAli-m5c 2 месяца назад

    Agpine urani (safar) tank-tani pithir faal udang ! Padum premir andha bhakti chayjuwa Agoloy aru jomibo Dr----------_--_---