PODCAST: Pratipakhya with Editor of Prag Digital Jitumoni Bora and known Assamese Singer Surya Das
HTML-код
- Опубликовано: 9 ноя 2024
- PODCAST: Pratipakhya with Editor of Prag Digital Jitumoni Bora and known Assamese Singer Surya Das
Watch the full clip to know more about this story.
#pragnews #podcast #pratipakhya #suryadas #specialshows #singer #assam
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
সূৰ্য দাদাৰ গাণ শুনিলে মনটো অতীতলৈ মনত পৰে আৰু আমি নষ্টালজিক হৈ পৰো। তেওঁক ভগৱানে শত বছৰলৈকে সু-স্বাস্থ্যৰে জীয়াই ৰাখক। ৮৪ বছৰ বয়সতো ইমান সুন্দৰ কণ্ঠ। এই সকলেই প্ৰকৃত গণ শিল্পী। এক প্ৰতিবাদী সত্বাৰ অধিকাৰী।
বহুত দিনৰ পিছত গণ শিল্পী সগ্ৰামী সত্বা ককাইদেউ সূয্য দাস দেখা পালো।তেওলৈ আমাৰ তৰফৰ পৰা শত শত সহস্ৰ বাৰ প্ৰাৰ্থনা জনাইছোঁ ভগৱানে তেওঁক সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।
সূৰ্য্য দাৰ গান ত দেশ, মাটি, আৰু জাতিৰ, গন্ধ বিচাৰি পাওঁ, সেয়েহে
গন শিল্পী জনৰ দীৰ্ঘা আয়ু কামনা
কৰিছো!
হে স্বনামধন্য সূৰ্য্য দাস মহাশয়, আপোনাক সহস্ৰ প্ৰণাম। ঈশ্বৰে কুশলে ৰাখক। কৃষ্ণ।
নমস্কাৰ,খুউব ভাল লাগিল।বহুত প্ৰয়োজনীয় কথা অসমীয়া ৰাইজলৈ আগবঢ়াই গল।
আপোনাৰ সত্বাক মোৰ আন্তৰিক অভিনন্দন || আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ||
জয় আই অসম অসমীয়াৰ
Dirga jibi kamona korilu. May God bless Surya Das da.
সুন্দৰ মনতো ভাল লাগি গল ৷
Xundor Surjya Das Sir ❤🙏
কেতিয়াবা ই দেখুন গালো। তথাপিও মোৰ বুকুৰ আপোন ঈশ্বৰে কৃপা কৰক।
গণ শিল্পী, মহান অসমীয়া, জাতীয়তাবাদী শিল্পী সুৰ্য দাস দেৱক শত শত প্ৰণাম 🙏
বৰ ভাল লাগিল
আপোনাক শত শত নমস্কাৰ 🙏
গণশিল্পী সূয্যকুমাৰ দাসৰ দীৰ্ঘ আযু কামনা কৰিছো।
বিদেশীক মাটি বিক্ৰী নকৰিব হে অসমীয়া সকল 🙏😥
গণ শিল্পী সূৰ্য দাৰ দীৰ্ঘজীৱি কামনা কৰিছোঁ ।
সূৰ্য দাস দা , অসমীয়া জাতিৰ আপুনি সুযোগ্য সন্তান ।
Sir mur Manuh dakhisu gantu bohut priya.Bortamanor somay upajugi
মই সূয্য দাস দেৱক খুবই ভাল পাওঁ।
আনৰ বহুতৰে লগতে মোৰ ও অতি বুকুৰ আপোন, অতি মহান শিল্পী সূৰ্য্য দাস ! এই সাখ্যাত গ্ৰহণৰ সময়ত এখন হাৰমণিআম শিল্পী গৰাকীৰ ওচৰত বোৰ প্ৰয়োজন আছিল, লগতে অন্তন্ত এজন তবলা বাদক !! প্ৰদীপ খাউণ্ড , পাভৈ
এতিয়াও হল হয় । যেতিয়া লৈকে কমিছনৰ অংক বন্ধ নহয় । তেতিয়া লৈকে ********
বহুত দিনৰ পিছত আজি সূৰ্যদাক দেখি খুউব ভাল লাগিল , একো সলনি হোৱা নাই মানুহ জনৰ , এনেকৈয়ে সুস্থ হৈ থাকক তাকে কামনা কৰিলোঁ
দাদা তোমাক প্ৰনাম ।
অসম গণ পৰিষদৰ জন্ম লগনত দাস ডাঙৰীয়াই,মানুহ দেখিছোঁ আজি বহত মানুহ এই গানেৰে ধুমুহাৰ সৃষ্টি কৰিছিল।
সচাঁ কথা,বৰ ভাল লাগিল।তেখেতৰ লৈ
প্ৰণাম জনালো ।
আপুনি অসমৰ সাংস্কৃতিক জগতৰ এক ভোটাতৰা। আপোনাৰ ব্ৰজসম কন্ঠই আমাক সদায়েই জাতীয় চেতনাৰে উদ্ধুদ্ধ কৰাব , আপোনাক শতকোটি নমস্কাৰ।
Manuh dekhidu aji bohut manuh Kintu apunar nisina selfish manuh dekha nai .apunar ganor Katha apuni nije bhabok .bohut beiman .Don't make us foolish we don't have faith on you 13:32 13:32
বয়স যিয়ে নহ ওক একে লগে আন্দোলন কৰি গান গাইছিলো কিন্তু পিছত লুতি মাৰি কাৰ দাস হৈছিল। এতিয়া বিশ্বাস নকৰোঁ। ইহঁত শিল্পী নহয়।
অসম আন্দোলনৰ সময়ছোৱাত আপোনাক দেখিলেই সেৱা কৰিম সেৱা কৰিম হেন ভাব আহিছিল কিন্ত্ত সুবিধা নাপালো। সেই ধাৰা কা আন্দোলনৰ সময়লৈকে আপোনাৰ স্হিতি সলাগ লগীয়া। প্ৰতিজন অসমীয়াই মনে প্ৰাণে আপোনাক বিছাৰিছিল। কিন্ত্ত কা আন্দোলনৰ পিছৰ পৰাই আপোনাৰ স্হিতি সলনি কৰিলে।অসমীয়া সন্তান হিচাপে আমি আপোনাক সুধিব পাৰো কিয় আপুনি আপোনাৰ স্হিতি সলনি কৰি ব্যক্তিগত মোনাফা লাভৰ সপক্ষে গতি কৰিলে।
মই নিজলৈ গতি নাইকৰা। মই ঠিকেই আছোঁ।মালাও লোৱা নাই। মালো লোৱা নাই।যিহতেই আছোঁ ঠিকেই আছোঁ । চৰকাৰ আজি আছে কালি নাই। মই মোৰ মাটিতেই আছোঁ। বিক্ৰী বহু হৈ গ'ল মই বিক্ৰী হোৱা নাই। এদিন এই কথা সময়ে কব।সময় মহা কাল। ভাল লাগিল অভিযোগ পঢ়ি। মই ধন্যবাদ জনাইছো তোমাক।লগ দিবাচোন কথাবিলাক ক'ত ভুল হল।কা আন্দোলন কৰি দেখুন নেতা হ'ল কোনোবা কোনোবা । স্বদেশ প্ৰেম ইমান সহজ নহয়।
বাজপেয়ী ডাঙৰীয়াই কোৱা কথা -জনতাক পানী যোগান, বিজুলী যোগান আৰু স্বাস্থ্য সেৱাৰ বাদে অন্য একোৱেই বিনামূলীয়া কৈ দিব নালাগে। ইয়াত কৈ বেছি দিলে জনতা এলেহুৱা হ'ব। কিন্তু বৰ্তমান সেইটোৱেই হৈছে। ইয়াৰ বাবে জগৰীয়া ভোটৰ আশাত সৃষ্টি কৰা চৰকাৰ।অতিকৈ জগৰীয়া বৰ্তমান চৰকাৰ।
🙏🙏🙏
Ha mohan aponak kote kote pronam
Surjya AstoMane Janu Surjyar Mritu Bujai
Isn't a good person
Thank u prag news dgtel.
Bohut bohut ❤❤❤❤..
অসমীয়া বাবে কৰক নহলে আমাৰ কি হব 😢, আকৌ এবাৰ জয় আই অসম ✊ অসমী আই মোৰ সুৰক্ষিত নহয়।
এই কথাটোহে আছল কথা। সেই কাৰণেই। অশ্বত্থামা হত কিন্তু ইতি গজ ।
জনগন থিকেই আছিলে গাদি লোৱা কেই জনে অভদ্ৰ! মই মোৰ ইয়াৰ পৰা ই সূৰ্য মামাক সেৱা যাছিলো আপোনী নিজে থিকেই কৈছে । মোৰ আপোনাৰ লৈ এটা অনো ৰোধ আপোনী আজিৰ তাৰিখৰপৰআই এটা ভাল তিরা গীত এটা লিখক আৰু অসমত পছাৰকৰক গান আৰু আপোনীয়ে অমৰ হৈ থাকক।
Aaponaar Su Sashthya Aru Dirghayu Kamona Karicho, Aaponi Koshale Thakak"!!
A g p r babe hua geet asom gono porikhod tumak nomoskar 2 buli gua geetu agiu val lage
আজিৰ পজন্ম পৰলৈ বাট চাই থকাৰ বাবে দায়ী কোন?
বহুত্যাগী মানুহ,ৰজাঘৰ প্ৰজাঘৰে এখেতৰ ত্যাগক পাহৰি গৈছে।
Selut khurjya Da
❤❤❤
সেই সময়ত অসৰ জনমুৰি আয় ৰেখা ডাল ভাৰতৰ জনমুৰি আয়তকৈ ৬০% ওপৰত আছিল । এইয়াই অসমৰ অৰ্থনীতি .... বৰ্তমানৰ অসমীয়াই সঁচাকৈয়ে বুজি নেপাব ।
চেল্যুট
শিল্পী জনাক সেরাজনালো।
বহুত ভাল পাও এই শিল্পী গৰাকীক ।আশীবাদ থাকিল ।
অসমত বিজেপিৰ চৰকাৰক সাৰ পানী দিয়া সংবাদ মাধ্যম এইটোৱেই.,, 2014 চনৰ পৰা চোৱা চেলেকী একো দাল ফালিব নোৱাৰিলে,,,,,,,,
সেৱা আগবঢ়ালো 🙏।
CAA বিৰোধীতা কৰি পুনৰ BJP ৰ মিটিংলৈ যোৱা এইজনেই নহয় জানো ?
পদুম ফুলৰ দুখ নাই,,,,,, কাটি ছিঙি দলিয়াই দিয়া হাত কেইখনেহে মৰিগাঁৱৰ ( Motiram Bora Morigaon) তেওঁৰ দিনতে ই অসমলৈ লাখ লাখ বিদেশীক অসমলৈ লৈ আহিলে মনত আছেনে? অসমত জিচৰকাৰই আহক কোনো এখনেই নিৰ্ভৰযোগ্য নহল দেখোন । Paresh Baruah দোখি লাভ নাই ! গাগছ জোপাই একো কৰিব নোৱাৰিলে তাৰ দাল, পাত থাল= ঠেঙুলি যদি সেই গছ জোপাৰ লগত যদি নাথাকে । যেনে -এহাল দম্পত্তিয়ে বিয়াৰপিছত এটাও লৰআছোরালী মানুহৰবিধ্য সময়ত লগত জড়িত নাথাকে তেন্তে এই লোকসকলৰঠিক একেই কথা ।
Ekebare faltu host dei.. kotha koboee nidiye.
Ei jon patu ,faltu
দাদা ফোন নম্বৰতো দিব আশা থাকিল
হাবিত কাহে ওলাই নাহে।হাবিৰ পৰা হে দপদপাই থাকে।
পৰেশ baruah polayon badi
Polua nohoi koukhol aakou
Sua eyate comment nkriba karon bandha akhamiya tumalk raijr issa korile xakalu koribo pare, poresh boruah dukh ki lave Ulfa jabo lagibo ulfa k hahay koribo lagibo raij ik hobo lagibo aneke comment kori aru thakile ki hobo apuni sage bjp vote dile hoi ne nhy to bhol bur amar dukh bilak japo blgr gat junglt khabo lagibo bujise toka xaday nahe mati futi xangram kori sua tar pisot comment caa khan birodh koribo nahe aru comment diya
🙏🙏🙏
সেৱা আগবঢ়ালো 🙏