এতিয়া কেনেদৰে ব্যস্ত আছে "অংশুমান ভূঞা" || Assamese Podcast Ft. Anshuman Bhuyan ||Mimicry Artist

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • এতিয়া কেনেদৰে ব্যস্ত আছে "অংশুমান ভূঞা" || Assamese Podcast Ft. Anshuman Bhuyan আহিব লগা নতুন কাম, সকলোখিনি খুলি ক'লে "কথাত"
    Subscribe Our Clips Channel : / @kothastudioclips

Комментарии • 202

  • @j.k1674
    @j.k1674 8 месяцев назад +8

    প্ৰয়াত তৰুণ গগৈৰ দাঙৰীয়া অসম ভাল মূখ্য মন্ত্ৰী। মনত ৰাখিব লাগিব,

  • @kailashchsarma619
    @kailashchsarma619 8 месяцев назад +3

    জনপ্ৰিয় অভিনেতা শ্ৰীঅংশুমান ভূঞাৰ ব্যক্তিগত জীৱনটো ইমান বিচিত্ৰতাৰে ভৰা বুলি ভাবিবই নোৱাৰি । এগৰাকী কৌতুক অভিনেতা হিচাপে দেখি অহা ভূঞাদেৱৰ বহুমুখী প্ৰতিভাৰ আভাস পোৱাৰ লগতে সৰল, অকৃত্ৰিম কথাবোৰে আপ্লুত কৰিলে । ভূঞাদেৱৰ দৰে আমিও পোষ্ট কাৰ্ড,ইনলেণ্ড লেটাৰত চিঠি লিখা দিনৰ পৰা আহি মোবাইলত মেচেজ লিখা দিনলৈ কেবাটাও প্ৰজন্মৰ সাক্ষী হৈছো । ভাল পৰিবেশ তথা প্ৰখ্যাত ব্যক্তিৰ সান্নিধ্যই পৰবৰ্তী প্ৰজন্মৰ জীৱনত পেলোৱা সু-প্ৰভাৱৰ এক সুন্দৰ নিদৰ্শন শ্ৰীভূঞাদেৱ । সফলতা-বিফলতাৰ কাহিনীবোৰ বিনা দিধ্বাৰে প্ৰকাশ কৰিব পৰাটোতে তেখেতৰ কথন শৈলীৰ কলা(Art)পৰিস্ফুট হৈছে । তেখেত অভিনয় তথা আন প্ৰতিভা সমূহৰ সৈতে আৰু উদ্ভাসিত হওক-সেই শুভকামনা যাচিলোঁ ।লগতে অনুস্থানটিলৈ ভূঞাদেৱক আমন্ত্ৰন কৰি দৰ্শকৰ সৈতে হাস্যমুখেৰে উপভোগ কৰা পল্লৱী হাজৰিকাক ধন্যবাদ জনালোঁ ।

  • @sibanathburagohain7573
    @sibanathburagohain7573 8 месяцев назад +2

    অ ভূঞা আপোনাৰ সাক্ষাৎকাৰটো শুনি বৰ ভাল লাগিল । আৰু বহু কথা আপোনাৰ বিষয়ে জানিব পৰিলো আপোনাৰ জীৱন যাত্ৰাৰ বিষয়েও। ইয়াৰ পৰা হয়টো অসম বাসীয়ে অনুপ্ৰেৰণা পাব। কিন্তু কিছুমান লোকে হয়টো সহজ ভবে নললেহেতেন। ধন্যবাদ।

  • @bibekanandasonowal1989
    @bibekanandasonowal1989 8 месяцев назад +3

    মিছা কলে কিডাল হ'ব। সচাকৈ উপভোগ্য অনুস্থান এটি চালো। আৰু আগুৱাই যাওক। শুভেচ্ছা জনালো।

  • @mandirabordoloi5708
    @mandirabordoloi5708 3 месяца назад +1

    গাৰ্গ দা আপোনাৰ ৰসাল ৰহস্য ই আপোনালৈ ধন্যবাদ জনালো ভগৱানে কুশলে ৰাখক

  • @sibanathburagohain7573
    @sibanathburagohain7573 8 месяцев назад +1

    অতি ভাল লাগিল।দ দ কথা বোৰ ইমান বামতে কৈছে হাঁহিয়ে মানুহৰ আয়ুস বঢ়াই দেই।

  • @pabitrapranmahanta6142
    @pabitrapranmahanta6142 7 месяцев назад +1

    অংশুমানৰ লগতে পল্লৱী ,তোমাৰ কথা-বাৰ্তা খিনি ও বৰ ভাল লগা ।

  • @user-qh2ru3dy8m
    @user-qh2ru3dy8m 8 месяцев назад +4

    কংগ্ৰেছৰ দিনত একেৰাহে..তৰুণ গগৈ মিমিকি কৰি পেট বিষুৱাই হাহিৰ খুৰাক যোগাই যোৱা মানুহজনক আকৌ আহবান কৰো আকৌ তেনেকুৱাকৈ বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত হৈ হাহিবলৈ পাহৰা অসমীয়া মানুহ খিনিক আকৌ হহোৱাবলৈ চেষ্টা কৰক৷

  • @gunindragayan3555
    @gunindragayan3555 8 месяцев назад

    ভূঞা দেৱ আপোনালৈ সশ্ৰদ্ধ প্ৰণাম। আপোনাৰ গাৰ্গ হিচাপে কৰা অভিনয় উপভোগ কৰিছোঁ। গগৈদেৱ হিচাপে কৰা মিমিক্ৰি বহুবাৰ চাইছেো িমছাকে হাজাৰ বাৰ মৰক। কিন্তু সঁচাকে শত বৰ্ষ গৰকি জীয়াই থাকক। আপোনাৰ সাক্ষাৎকাৰটো দুদিনত
    দুটা খণ্ড ত হ'লেও চাই শেষ কৰাৰ লোভ সামৰিক নোৱাৰিলোঁ। এনেকৈয়ে আমাক সদায় হাঁহিৰ খোলার দি যাওক।ভূঞা দেৱ, আপোনাৰ হাস্যব্যঙ্গ কবিতা পুথি প্ৰকাশ হৈছে নেকি? যদি হৈছে কপি এটা কেনেকৈ পাম জনাবছোন।

  • @sibanathburagohain7573
    @sibanathburagohain7573 8 месяцев назад +2

    অ ভূঞা আপোনাৰ এইবোৰ অসমৰ এক শুদ্ধ সত্য ইতিসাহ হ'ব। অন্ততঃ এটা ভাল উদাহৰণ হিচাবে ল'ব।কাৰন আপোনাৰ এই বিষয়বোৰ বহু দিশৰ পৰা পৰ্যবেক্ষণ কৰে। ধন্যবাদ

  • @mandirabordoloi5708
    @mandirabordoloi5708 8 месяцев назад +1

    গাৰ্গ দা সম্বোধন কৰিছো বেহাৰবাৰি চিৰিয়েল ত ছাই ভাল লাগে পেতত কথা নথকা পিছত কামোৰ দিছেনে নাই সাক্ষাৎ কাৰত ধেমেলীয়া ধুনীয়া লাগিছে দেই ধন্যবাদ জনালো

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 8 месяцев назад +5

    Practically speaking Sir Tarun Gogoi was great and we still remember his speeches and Ansu’s mode of acting is all time best and became reminders for us.

  • @bkalita3283
    @bkalita3283 8 месяцев назад

    Congratulation Mr Bhuyan. Your mode of speaking as Sir Tarun Gogoi is admirable.

  • @mandirabordoloi5708
    @mandirabordoloi5708 3 месяца назад

    গাৰ্গ দা আপুনি খুহুতীয়া কথাখিনি ত মানুহ আকৰ্ষিত হৈ ছে মোচে ও আকৰ্ষিত কৰিছে ❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂🎉

  • @ratansengupta5105
    @ratansengupta5105 8 месяцев назад +1

    Khub bhal lagil. Enjoyed the total program.

  • @anibro4162
    @anibro4162 8 месяцев назад +1

    Angshu, tomer acting tu bor bhal lage hey ! Missa kole ki dal hobo ! That is also important matter !😊😊😊😊😊

  • @mandirabordoloi5708
    @mandirabordoloi5708 8 месяцев назад +1

    গাৰ্গ দা কিয় খিনোৱা লাগিছে আপোনাৰ অভিনয় ধেমেলীয়া কথা বোৰ ভাল লাগে

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 8 месяцев назад +1

    ভাল লাগিল তেখেতৰ সাক্ষাৎকাৰ।

  • @pvcmaingate8888
    @pvcmaingate8888 8 месяцев назад

    One of the best artist actor in my life 💜 Angsuman bhunya.godbless you ❤️ care on

  • @mrinalmedhi8346
    @mrinalmedhi8346 8 месяцев назад

    ভৱিষ্যত আৰু অসমীয়া সংস্কৃতি লৈ অৱদান আগবঢ়াই যাওক তাৰেই কামনা কৰিছোঁ।

  • @nirjurajgogoi319
    @nirjurajgogoi319 8 месяцев назад +2

    Very nice interview.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 месяцев назад +1

    ❤❤❤❤❤ unique and ultimate video hoi. Grand salute to you and your family. We're proud of you. All the best wishes to you.❤❤❤❤❤

  • @PabitrakrNath
    @PabitrakrNath 3 месяца назад

    ভাল লাগিল । ইলিছ মাছ । পৱিত্ৰ কুমাৰ নাথ ।গুৱাহাটী বিশ্ববিদ্যালয় ।

  • @anandakakati1521
    @anandakakati1521 7 месяцев назад

    Many many thanks
    Anshuman
    Long live
    Anshuman
    Thanks
    Pallavi also

  • @manikhandique7380
    @manikhandique7380 8 месяцев назад +2

    অসমৰ জাতীয় মাছ বৰালী হোৱা উচিত।কিয়নো অসমৰ খাল-বিলত এই মাছ অতীজৰে পৰা পোৱা গৈছিল। ৰাইজে পলস মাৰি ইয়াক ধৰিছিল।ই আমাৰ পৰম্পৰা আছিল।

  • @sadanandapegu6241
    @sadanandapegu6241 8 месяцев назад

    Actually I did not know the character of Tarun Gogoi performed by Anksuman Bhunya but I have come to know now. You are very great actor. Sir, will you focus some character of Tarun Gogoi that he given future scan of present condition of Assam and Bjp govt.

  • @madhabidevi9585
    @madhabidevi9585 8 месяцев назад +1

    মই কাচিকতা ৰ , তোমাৰ পুৰণি ঘৰৰ ওচৰৰে। মই ভাবো পুথি মাছ কে ৰাজ্যিক মাছ বুলি ভাবি লোৱাই ভাল হব

  • @mandirabordoloi5708
    @mandirabordoloi5708 8 месяцев назад +1

    গাৰ্গ দা বিয়া কেইবাৰো পাতিলে নেকি বৰধূনীয়া লাগিছে চুপতিহে কৰিছো বেয়া নাপাবা দেই বুঢ়ামানুহে চুপতি মাৰিছে ❤❤❤

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 8 месяцев назад +1

    Anshuman where had you been? We are very pleased to see you here once more. Your chupati was our “Pickles “. Long live Ansu.

    • @arunadutta2891
      @arunadutta2891 8 месяцев назад

      বহুত ভাল লাগিল

    • @BijoyduttaBijoydutta
      @BijoyduttaBijoydutta 8 месяцев назад

      Ni😅 hu ni in9 ni ft🎉A​@@arunadutta2891

  • @mandirabordoloi5708
    @mandirabordoloi5708 3 месяца назад

    গাৰ্গ দা আপুনি বাহিৰত যিমান ধেমেলীয়া কৰে‌ বেহাৰবাৰিত জমনিতোলে আপোনাৰ পত্নী ৰ লগত ফুচুৰি ক ৰেনে বহুত ভাল লাগে অ আপোনাৰ পত্নী ৰ ওচৰত কেনেকুৱা শুনি বলৈ চাবলৈ মন যায় 😂😂😂😂

  • @babulkumardeka
    @babulkumardeka 8 месяцев назад +1

    মই ভাবো অসমখন এখন গাঁৱলীয়া ৰাজ্য গতিকে চেঙ মাছ । এই মাছটো নলাটো থাকে।

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 7 месяцев назад

    বৰ ধুনীয়া সাক্ষাৎকাৰ এটা চালোঁ

  • @hohoho7592
    @hohoho7592 8 месяцев назад

    Angshu bhal lagil dei intervewtu.

  • @dilipkumarborah2609
    @dilipkumarborah2609 8 месяцев назад

    Very good job, congratulation.

  • @gkgogoi
    @gkgogoi 8 месяцев назад +2

    Senga mas , out of assam ot kotu nai

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 8 месяцев назад +1

    Pallavi please make another video with Ansu soon. Thank you.

  • @ballavpegu-4437
    @ballavpegu-4437 8 месяцев назад +1

    বৰালি মাছেই ভাল হবনেকি

  • @dilipborah4285
    @dilipborah4285 8 месяцев назад

    গৰৈমাছ । নিৰোগী আৰু সুস্বাদু।

  • @pabitrasonowal575
    @pabitrasonowal575 3 месяца назад

    আৰি মাছ। এইটো মাছ কাইট কম সকলোৱে খাব পাৰি, খুব সোৱাদযুক্ত, নিৰুগী। গতিকে ৰাজ্যিক মাছ হিচাপে গণ্য কৰিব পাৰি।

  • @dilipkumarborah2609
    @dilipkumarborah2609 8 месяцев назад

    Very tremendous your choice

  • @uttamchbaro2267
    @uttamchbaro2267 8 месяцев назад

    দৰকিনা ধনী দূখীয়া সকলোৰে

  • @dibrugarhorsuwalimoitandra9682
    @dibrugarhorsuwalimoitandra9682 8 месяцев назад +1

    Bohut borhiya❤

  • @rohitkhanikar3031
    @rohitkhanikar3031 7 месяцев назад

    This is also important matter. 😂

  • @saratboravlogs8943
    @saratboravlogs8943 8 месяцев назад

    Val lage da da apunak love from Bihpuria

  • @rupeswarborgohain7417
    @rupeswarborgohain7417 8 месяцев назад +1

    ছেঙ মাছ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 месяцев назад +2

    মাগুৰ মাছক ৰাজ্যিক মাছ হিচাপে ছীকৃতি দিলে ভাল হয়।

  • @BitupanDihingia-ov7xv
    @BitupanDihingia-ov7xv 5 месяцев назад

    ❤❤❤

  • @jugalhazarika8067
    @jugalhazarika8067 8 месяцев назад

    Shanga fish will be fit for this.

  • @gunindragayan3555
    @gunindragayan3555 8 месяцев назад

    সাক্ষাৎকাৰটো চাই আপোনাৰ বিষয়ে কিছু কথা জানিবলৈ পাই ভাল লাগিল। আপুনিএকো নাজানো আৰু নুবুজো বুলি কৈ যিখিনি ক'লে তাতেই আপোনাৰ জ্ঞান ৰ গভীৰতাৰ উমান পালোঁ। ধন্যবাদ। নগাঁৱলৈ আহিলে কেতিয়াবা লগ পাম। 😊😊😊😅😮😢😂

  • @sumeswarborah8809
    @sumeswarborah8809 8 месяцев назад

    অসমৰ ৰাজ্যিক মাছ সকলোৰে পৰিচিত পূথিহোৱাতো উচিত হব ।কাৰণ ইদেখতো ধুনিয়া সময়ত বৰণসলয় পূথিমাছৰ দমোকম ভিতামিনোঅছে

  • @durlavgogoixomonnoy
    @durlavgogoixomonnoy 8 месяцев назад

    Hingee 😅😅😅😅

  • @labheswarmoran7494
    @labheswarmoran7494 7 месяцев назад

    পুঠিমাছ অসমৰ জাতীয় মাছ হব লাগে বুলি ভাৱো।

  • @user-gi8bt6ty6k
    @user-gi8bt6ty6k 8 месяцев назад

    চিতল মাছ।

  • @user-cn1dh9ls4m
    @user-cn1dh9ls4m 8 месяцев назад

    Nice.

  • @monjulagogoi6480
    @monjulagogoi6480 8 месяцев назад

    ❤❤❤

  • @dolangogoi9756
    @dolangogoi9756 7 месяцев назад

    ❤magur mas

  • @rupjyotibora7356
    @rupjyotibora7356 8 месяцев назад

    শিঙৰা মাছ❤❤❤❤

  • @biradattadas9216
    @biradattadas9216 8 месяцев назад +1

    REMARK ON KOTHA STUDIO ,KOTHA.
    KOTHAT PAI BOTA
    KOTHAT JAI KOTA
    KOTHOKI MANUH 😂 MANEY HOL BARPETA.
    OUR KALANTAK ISS ALSO BIHPURIA BETA.
    YOUR LEATHER 👞 SHOE MAY BE BATA.
    KALANTAK MAKE YOUR SHOE 👞
    PHATA.
    BUT,I ADMIT YOU HAVE A BRILLIANT MATHA.

  • @user-ng3mw2qi6r
    @user-ng3mw2qi6r 8 месяцев назад

    Muwa mass❤

  • @user-style966
    @user-style966 8 месяцев назад +1

    বেহাৰবাৰি আহিব লাগে সোনকালে

  • @anjubezbaruah9999
    @anjubezbaruah9999 8 месяцев назад

    কবিতা এটা পাঠ কৰিব দিব লাগিছিল ।

  • @mouchumiborah9786
    @mouchumiborah9786 8 месяцев назад

    ❤❤❤ 👌👌👌

  • @mahendradeka6783
    @mahendradeka6783 8 месяцев назад

    মোৰ মতে দৰিকনা মাছ।কাৰন ইয়াক অসমৰ সকলো ঠাইতে পোৱা যায়।

  • @keshobdas900
    @keshobdas900 8 месяцев назад

    Cheng mass , channa barka

  • @tagarsut1458
    @tagarsut1458 7 месяцев назад

    কাৱৈ মাচ ৰাজিক মাচ বুলিব লাগে.

  • @horendranathgogoi9705
    @horendranathgogoi9705 8 месяцев назад

    অসমৰ ৰাজ্যিক মাছ খলিহনা হোৱা উচিত ।

  • @dhanjitnath4013
    @dhanjitnath4013 8 месяцев назад +1

    🙏🌷👌👍

  • @progress6117
    @progress6117 8 месяцев назад

    Outpost ot skou sabo mon goise

  • @bikashkalita7531
    @bikashkalita7531 8 месяцев назад

    Borali mass

  • @susmitachakraborty3360
    @susmitachakraborty3360 8 месяцев назад

    Rou mass

  • @sajidzamal3206
    @sajidzamal3206 8 месяцев назад

    চিতল মাছ হ'লে ভাল

  • @Padama-lt6dg
    @Padama-lt6dg 8 месяцев назад

    Goroi

  • @user-ig2dp8py4n
    @user-ig2dp8py4n 7 месяцев назад

    57:54

  • @maynihondiqui7694
    @maynihondiqui7694 8 месяцев назад

    Christ mas 😊

  • @ramnathborah7356
    @ramnathborah7356 8 месяцев назад

    পুথিমাছ অসমৰ জাতিয় মাছ সহ লাগে,,,,,,,,,,,,

  • @digantatayeng2483
    @digantatayeng2483 8 месяцев назад

    Barali mash
    48:35

  • @nripendrabaruah2165
    @nripendrabaruah2165 8 месяцев назад

    Chenga fish not seen outside of assam

  • @axomeats4625
    @axomeats4625 8 месяцев назад

    Ryajik mas goroi mas 🤤

  • @lakugoswami3799
    @lakugoswami3799 8 месяцев назад +1

    মাগুৰ

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm 8 месяцев назад

    পুঠী মাছ।

  • @dinarabha
    @dinarabha 8 месяцев назад

    Axoomar rajyik mas hol sengmas

  • @putulkataki1487
    @putulkataki1487 8 месяцев назад

    চিতল মাছ ৰাজ্যিক হলে ভাল হয় ।

  • @swarnalatanath3653
    @swarnalatanath3653 8 месяцев назад

    😂❤

  • @aruphazarika4717
    @aruphazarika4717 8 месяцев назад

    পুঠি মাছ ৰাজ্যিক মাছ হোৱা উচিত

  • @guruprosadboruah733
    @guruprosadboruah733 8 месяцев назад

    "চেঙা" মাছ অসমৰ ৰাজ্যিক মাছ বুলিয়েই আমি ভাবিব পাৰোঁনে ?

  • @Kiran-si2bf
    @Kiran-si2bf 8 месяцев назад

    বেহাৰ বাৰি out post কি হল

  • @user-tc1ie9om8h
    @user-tc1ie9om8h 8 месяцев назад

    কাৱৈ মাছ,কিয়নো উজান ৰ পৰম্পৰা আছে

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 8 месяцев назад

    ❤❤❤😂

  • @dhrubasarmah7412
    @dhrubasarmah7412 8 месяцев назад

    Hi pallabi,How are you?

  • @jugalhazarika8067
    @jugalhazarika8067 8 месяцев назад

    53:36

  • @khagenmahanta131
    @khagenmahanta131 8 месяцев назад

    চেং মাছ

  • @kushramsonowal8224
    @kushramsonowal8224 8 месяцев назад

    চেঙেলী মাছ ।

  • @basantadiamond5045
    @basantadiamond5045 8 месяцев назад

    Borali maass😂

  • @jayantaborah6865
    @jayantaborah6865 8 месяцев назад

    পুঠিমাছ ।

  • @sagarika776
    @sagarika776 8 месяцев назад

    দৰিকণা মাছ

  • @user-fv5xx9mx4t
    @user-fv5xx9mx4t 8 месяцев назад

    ৰাজ্যিক মাছ পুঠী মাছ

  • @priyankahazarika7810
    @priyankahazarika7810 8 месяцев назад

    পুঠি মাছ

  • @user-ig2dp8py4n
    @user-ig2dp8py4n 7 месяцев назад

    Magu mas 48:45

  • @dilipchakravorty1935
    @dilipchakravorty1935 8 месяцев назад

    কাৱৈ মাছ ।

  • @suchilmohan9251
    @suchilmohan9251 7 месяцев назад

    ৰৌ মাছ