অৰুণোদয়ৰ ধন পাবলৈ নালাগে পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ
HTML-код
- Опубликовано: 7 фев 2025
- অৰুণোদয়ৰ ধন পাবলৈ নালাগে পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ । এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালেই পাব অৰুণোদয়ৰ ধন । অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰও । অৰুণোদয় ধন পাবলৈ কি কি নথি লাগিব ? চৰকাৰে দিলে স্পষ্টীকৰণ ।
খুউৱ ধুনীয়া সিদ্ধান্ত গ্ৰহণ।।
Thankyou baideo khbar to huni val lagile 🙏
চাৰৰ কথা মতে হোৱা নাই কাৰণ AJP আৰু BJP ৰ লগত মিএযোজ হৈ যি চৰকাৰচলাই আছে কিন্তু AJP থকা ঠাইত BJP ৰ কৰ্মৰ কতাসকলে AJP ৰ কৰ্ম কতাসকলক কিয় অধিকাৰ দিয়া নাই কাম কৰিবলৈ চাৰক সুধিছো। তেতিয়াহে বিজেপি য়ে দুৰনিতি কৰিব পাৰিব আৰু দুৰনিতি হৈয়ে আছে। ৪ চকীয়া গাড়ী থকালোকক অৰুণোদয় নিদিয়ে কিন্তু ৩/৫ পোৰামাটি খেতিকৰা লোকক দিয়ে ৮/১০বিঘা চাহ খেতি কৰালোকক কিয় দিছে এই বিলাক দৰিদ্ৰ পৰিয়াল নে কি তেওলোকৰ ৰেচন কাৰ্ড ও পাইছে দুনিতি কৰি এইবিলাক কি হৈছে এইৱোৰ বন্ধ কৰিবলৈ চেষ্টা কৰক চাৰ সৰহ ধান খেতি/চাহ বাগিছা খেতি কৰালোকক অৰুণোদয় দিয়া বন্ধ কৰক। নহলে বিপদ হব আকৌ একে হব ছাৰ কথাটো কলো দুখিয়াক নঠগিব আৰু দুখিয়া দুখিয়াই হৈ থাকিব চাৰ ভাল ব্যবস্থা কবক।
Very very good Val logla video to Sai thnkyou sir 🙏🙏🙏
Good News
গাওসভা ক'ত বহিছে ?পুৰনা পনছায়ত সদস্য ই Bjp ৰ মানুহৰ পৰা নথি পত্র তুলি নি আছে।কঙগেছৰ দুখীয়া মানুহৰ নথি জমা নলয়।
Bjp ik bhut deok
চাৰে নিয়ম দিলে অৰুণোদয় বাবেবহুতো কিন্তু মাতি কথা নকলে কিয় বহুলোকৰ বহুতো খেতি কৰা মাটি আছে লগতে বহুতো চাহ বাগিচা বাগান থকালোকক নিদিও বুলি কিয় নকলে তেনেলোকে গাড়ী থকালোকতকৈ বেচি উপাজনৰহয়। বেচি খেতি কৰালোকক কি দৰে ৰেচকাৰ্ড দিলে এইবোৰ দুনিতি কিয় কৰিলে বিচাৰ কৰক চাৰ। এই সকলে দৰিদ্ৰ লোকক তেতুচেপাদি খাই আছে।
বহু দেৰীকৈ জনালে দেই 😢
বহুতেই বহু মূল্যৱান সময় আৰু লগতে দিনহাজিৰা কৰা পইচা কেইটাও দিবলগীয়া হ'ল
আয়ৰ প্ৰমাণ পত্ৰৰ নামত তিনি চাৰি দিন সময় দৌৰিব লগা হ'ল
গাওঁ প্ৰধানক ৪০ টকা + আয়ৰ প্ৰমাণ পত্ৰৰ ২০০ টকা খাজনা অনলাইন কৰা বুলি কৈ মৌজাদাৰে ললে এক্সট্ৰা ২০০ টকা এতিয়া কোনে দিব উভতাই
ঘণ্টা দিব চব গোলমাল ল'বলগীয়া খিনি লুটি ললেই এইবোৰ ভাষন আগতিয়াকৈ দিয়া হ'লেও ৰাইজে অৰুনোদইৰ আঁচনিৰ নামত মিছা আশাৰে দিয়া পইচাকেইটা অন্তত বচাই থব পাৰিলেহয়😔
Yes sir 🥰🙏🥰
❤
মই ইনকাম চাৰ্টিফিকেট সংগ্ৰহ কৰিব পৰা নাই বাবে জমা নিদিয়াৰ সিদ্ধান্ত লৈছিলো। কিন্তু হঠাৎ অকলেই সিদ্ধান্ত লৈছিলো আজি দিনৰ দুপৰীয়াৰ সময়ত যে ইনকাম চাৰ্টিফিকেট নোহোৱাকৈয়ে জমা বাকী থকা কাগজ খিনি। গতিকে ভালেই কৰিছোঁ।
ঘনটাই2 নিয়ম বদলি মুঠতে মাঠাত যি খেলায় তাকে কৈ টাইম পাছ ,ইফালে আচনিৰ লোভত নথি উলিয়াবলৈ দৌৰি থাক।
মামা আপুনি ৰেচন কাৰ্ড মতে অৰুনোদইৰ দিলে টো ভালে হব কিন্তু আপুনি ফৰ্ম হিচাপে নিদিব ফৰ্ম দিলে দুই নম্বৰী হব কাৰণ ফৰ্ম দিলে দলালে মানুহ বাচি বাচি দিব দুখীয়াই নেপাব ধনী এ হে পাব দলালৰ পৰিয়ালে হে পাব
Please ❤ mama sir🎉🎉🙏
Income certifiket lagibo,buli koise,puroni arunodoi pai thaka hkolor pra
এই বোৰ সকলো মিছা কেবল ই এটা নিবাচনি ইছো ।
Mai ajani bidaba mahila Mar rason cart nai Mai arunadai napalm neki
Good step
Nidia resion Card thaki laoi amr gaon r manuhe plz ahpuna loke ahi Gaon gaon olp ghuri sai jaok
Rassin kart bo'ai nidia .ki arunodoi dibo
Mama goubraha najai aaponalakoo namakaran dishagaprdhsn kio gopradhan kokolak las disa goun Pradhan khoklor raijoro baba kanu doulor baba nohai ammai sewai khoro Baya napadh
Jixokol lakhpati, aru dhoni dhoni mnuhe rashon card aru orunodoi pai ase xhihotr ki hobo...amr areat bht dhoni mnuhe lav korise AGPr membr kismnk 1500/2000 toka mn k ghos di kine kintu dukhiya bure dib nwaril krne rashon aru orunodoi napay
gaon pradhane loise 100
দাদা আমাৰ দলৌগাও পঞ্চায়তত ৰেচন কাঠ থকা মানুহৰ কাগজ পাতি জমা নলয় দুখিয়া মানুহৰ কাগজ জমা নলয় আমাৰ গাৱত ধনী দনী মানুহৰ গৰত 3 টা4 টা অৰুনদয় পাই আছে আৰু 3 টা4 টা পকীঘৰ আৰু ৰেচন কাঠ 4 টাও আছে আমি দুখিয়া মানুহে নেপালো পঞ্চায়তত দুৰনিতি চলি আছে দুৰনিতিটু বন্ধ কৰিদিয়ক
Right
Ration Card bor kamrup distkt ketya dibo
Siva Sagarat ইনকামচাটিপিকেট ওলিয়াবলৈ সকলো লানি পাতিছে ।
একেটা ঘৰত দুজনি পাবনে নেপায় অৰেনোদয়
Amar retin card huwa nai
ration card bor ketiya loi bitoron koribo
Dispur r samosti t ketiya bilab reason card
Amar South salmara mankachrot Incam cirtificator bave 5000 toka kori Nile sir bhot beya lagil
ৰেছন কাড নথকা সকলে কি দিব লাগিব ?
আমাৰ গাঁও সভা ৰেচন কাড দিয়াৰ আগতেই হ'ল ১৫তাৰিখৰ আগত। এতিয়া নহ'ব বুলিহে ক'লে আৰু নাম ভৰ্তি নকৰে হেনো কি কৰিম । এতিয়া
Ami garit hendim koru dine 200/ 300 toka hajira pau...amar reson card nai arunudoi eku dia nai . Amar poriyal 3 jon mamai koise ami bule eku napau garit kam koru karone...amar gaonr lidar bure koise...so aibur fal2 news nidibo ok
Retion card khn ase mur.kintu orunuday kribo nuwarim buli koise kyo haitu he buja nai
ৰেচন কাৰ্ডদৰ নামবাৰটো হে আহিছে। কাড অহা নাইজে, কেনেকৈ হব
Ration Card Di Kiya Delete Karile
কালিলৈ আকৌ কি নিয়ম উলিয়াইবা দৌৰিবলৈ ৰেডি হৈ থাকক।তেও পাহৰিলে ইমান কম সময়ত ,তেও নিজে কৈছিল বছেৰেকীয়া আই 2 লাখ টকাৰ তলৰ হ'ব লাগিব বুলি।
Xsai koiso
Amar akhan reson card ami ki korim
Aami piyush hazarika bakhinda hoi ..teur amar fale sabo khobore nai
Hasbendr.sakari.penstion.pai..thaka.bidhaba..mahilar.cection.aase..orunodayt.apply.karib.dekhon..sarkare.valdare..sab..xihatk..Barpeta
Amar fale bohut kagosh dibo loga soise sun
Reson card nothoka sokole ki koribo
গাওঁ সভা নপতাকৈ কাগজ বোৰ জমা দি আছে জেগাই জেগাই, সেইবোৰ খবৰ কোনে জনাব
Amar iyat gaun hoba patiu document collect kora hol
Balor.news dia.3000toka.nidiar.karony.reson.kard.nidily.kabor.poisa.kor.pora.dim.
নতুন=আরু=নেবার=2000
Tohoti news poho na korbat fashion compitition t khuj karjo oi😊
Ami tu reson card napw j kio ..
Ai Bilak khotha kiman kobo
Ponchate Manu dekhe dekhe die jar obostha val take orunadoe die jar pabole ache tak orunadoe ni die Manu chinioae pae die ponchaeter manu
Agote bikri hoise
😢😮
Mur ration card kio nahil
Ami itmodhe inkom cartifiket ulialu aru mor kard no to ahi kintu kard khon powa nai moi ajoni abibahit sowali age 46
Mor poriyalot 4 jon manuh nai Babe ration card napalo
Same amaru ma moi babe napalu...tatkoi dangor kotha moi bibah bissedito. Ru ma bidhaba...ru kunu govt job ny ma mur
Condition tu Buji napalu...2jon thkile ki khabo nlage nki
Nije buji Nepalo moi ration card puwar jogyo kintu moi mor Patni aru suwali ejoni atiya moi kenedare sadasay borhau moi to nuwaru jar Babe canceeld
Dhubri Assam mein kab
Amar eat sobe dise agote 😂😂
Amar mama dukhiya gana Bhagwan hai yahi se
আমাৰ ৰেচন কাড নাহিল যে
আমি পাই না
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
amar to hokolu dia hol lage buli kuat agotei kob lagisil
Ami ration card powa nai ration card ketiya bitaran haba
Bal
Application form a aha nai dekhun
Thank.s.Cm.sir..moi.ana.nai.aki.karan.moi.gao.sava.mata.weat.kari.aaso..mor.paisa.nai.aibork.dalalbirk.dibloe.
Amar iyat gaun burai income certificate likabole 100 tokha luwa hoise jonai Restcamp gaun bura
Amar asoni ase.kintu reson card nai.reson card apply disu kinu aha nai. upai diok.