Arunodoi 3 0 : ৰাজ্যজুৰি অৰুণোদয় আঁচনি ৩.০ৰ শুভাৰম্ভণি | N18V

Поделиться
HTML-код
  • Опубликовано: 4 фев 2025
  • Arunodoi 3 0 | ৰাজ্যজুৰি অৰুণোদয় আঁচনি ৩.০ৰ শুভাৰম্ভণি। লোকসেৱা ভৱনত অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩২.৭ লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ সুবিধা। ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়েহে লাভ কৰিব অৰুণোদয়ৰ সুবিধা। নতুন বছৰৰ পৰা হিতাধিকাৰীয়ে একাউণ্টত লাভ কৰিব অৰুণোদয়ৰ ধন।
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #arunodoi3.0 #himantabiswasarma
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 10

  • @brajendas3458
    @brajendas3458 4 месяца назад +3

    অভিনন্দন জনালোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক লগতে অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক সকলক

  • @kankanboruah6003
    @kankanboruah6003 3 месяца назад +9

    মহোদয় ক জনাও যে মই এগৰাকী paralysia ৰোগী,,,হুইলচকীৰ পৰা উঠিব নোৱাৰোঁ,,,বহুত কষ্ট কৰি বেংক অধৰ লিংক কৰালো যদিও ৰেচন আধাৰ লিংক কৰিব পৰা নাই,বাবে অক্টোবৰ মাহৰ অৰুনোদইৰ টকা সুমুওৱা নাই,,অনুগ্ৰহ কৰি আমাৰ বাবে এটা ব্যৱস্থা কৰক,

  • @ChochukumarPatgiri
    @ChochukumarPatgiri 4 дня назад

    Good job CM mama❤❤❤❤❤❤

  • @uttamborah6956
    @uttamborah6956 3 дня назад

    আমাৰ দেখোন বচৰি আয় 50হাজাৰো নহয়, গতিকে আমি কিয় এই খন আচঁনিৰ অন্তৰ্ভুক্ত হোৱা নাই।

  • @Assammonirulislam
    @Assammonirulislam Месяц назад

    অসমৰ ৰাইজক ব্যৱসায়ৰ কথণ্টঘ্ন

  • @kankanboruah6003
    @kankanboruah6003 3 месяца назад

    অক্টোবৰ মাহৰ অৰুনোদইৰ টকা পোৱা নাই,,

  • @TCF573
    @TCF573 4 месяца назад

    Aiou Ane Birusit kajya oi 😂😂 Manuhor brain wash koriboloi u je kene conspiracy kora hoi 😂😂😂 Akhomiyabur jodhamoorkha karonehe parise dei Aji Bharotot manuhbur bjp r against keneke hojag hoi uthise!!! Kunu akhon state te obostha bhal nohoi jonotai sob buji puwa hol Hri manuh burok dhonyabad jonau brain wash je koribo pora nai ...

    • @Assammonirulislam
      @Assammonirulislam Месяц назад

      অসমৰ ৰাইজক ব্যৱসাৰ বাবেও জাগ্ৰত কৰিব পাৰিলে- বহু মাত্ৰায় গৰীবী খতম হ'ব।
      জয় হিন্দ।

  • @AmzatAli-v6n
    @AmzatAli-v6n 16 дней назад

    Hu