অসমৰ একমাত্ৰ মহিলা কৰিঅ'গ্ৰাফাৰ খ্যাত চুমি বৰা ক'ত পলাই লুকাই আছে?

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • অসমৰ একমাত্ৰ মহিলা কৰিঅ'গ্ৰাফাৰ খ্যাত চুমি বৰা ক'ত পলাই লুকাই আছে?মানুহক ঠগি খোৱা টকাৰে লেবেল দি আকাশত উৰি ফুৰা চুমি বৰা হাইঠা মাটিত পৰাৰ দৰে পৰিল।পাতি লোৱা মৰমৰ ভায়েক বিশাল ফুকন গ্ৰেপ্তাৰ,পিছে কেতিয়া পাতি লোৱা মৰমৰ বায়েক চুমি বৰা হ'ব গ্ৰেপ্তাৰ?চুমি বৰা,বিশাল ফুকনে পতা প্ৰৱঞ্চনাৰ জালৰ অন্যতম সহযোগী হিচাপে চুমি বৰাৰ স্বামী তথা ফটোগ্ৰাফাৰ তাৰ্কিক বৰাও জড়িত থকাৰ অভিযোগ।ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাসহ অসম এৰি পলাল নেকি চুমি বৰা?

Комментарии • 8