অসমৰ সমস্যাতকৈ বিহাৰৰ সমস্যাক লৈহে যেন অধিক উদ্বিগ্ন অসমৰ একাংশ সাংসদ....

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 415

  • @prasantahazarika-hz4rl
    @prasantahazarika-hz4rl 3 месяца назад +138

    স্বাভিমান নাইকিয়া সাংসদ এইসকল।ভোট দিয়াসকলহে মুৰ্খ।

  • @ramchandradeka6315
    @ramchandradeka6315 3 месяца назад +93

    ভাল হৈছে। আকৌ এবাৰ বিজেপি চৰকাৰ। অসমৰ ঘৰে ঘৰে দেখোন বিজেপিৰ পতাকা উৰুৱাইছিল।২০০/৩০০টকাতে ভোট বিক্ৰী কৰা ধোদৰ পচলা অসমীয়াই ইয়াতকৈ আৰু কি বেছি আশা কৰিব পাৰিব।ধিক অসমীয়া,নিজক চিনি নোপোৱা,জহৰনামে যা।

  • @akashdowari3479
    @akashdowari3479 3 месяца назад +41

    যোৰহাট বাসীৰ উদাহৰণ লওক। বাকী মূৰ্খ কেইটাক জিকাই পঠাইছে যেতিয়া এনেকুৱা হব।

  • @debadutta4066
    @debadutta4066 3 месяца назад +33

    লাজ পাব লাগে এই সকলক জয়ী কৰোৱা ভোটাৰ সকল ধিক্কাৰ

  • @anjugogoi6222
    @anjugogoi6222 3 месяца назад +72

    অসমত যদি বানপানী হোৱা নাই তেনেহলে এই কেইটাক বিহাৰৰ বানপানী ত পেলাই থৈ আহিব লাগে

  • @boruah8390
    @boruah8390 3 месяца назад +53

    ইহঁতৰ লাজ লাগিছে নাই বাৰু।।। অসমৰ বানপানীৰ বাবে বাজেটত আচ্ছাশ দিয়াৰ বাহিৰে একো নাই।।।

  • @dhrubajyotiborah4718
    @dhrubajyotiborah4718 3 месяца назад +21

    আৰু এইসকল মহান সাংসদক সংসদলৈ নিৰ্বাচিত কৰা ভোটাৰ সকলক পৰি পৰি সেৱা জনাইছো ।

  • @SanjayBorahkumar
    @SanjayBorahkumar 3 месяца назад +29

    অসমৰ ৰাইজ সজাগ হবৰ হল।

  • @KabitaGohain-lg7fr
    @KabitaGohain-lg7fr 3 месяца назад +30

    ইহঁত কেইতাক পানী মাজত বান্ধি থব লাগে

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 3 месяца назад +34

    আমাৰ অসম সংসদৰ কেইতা ৰ লাজ নাই .

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 3 месяца назад

      নিলাজৰ আকৌ কিহৰ লাজ।

  • @utpalgoswami1990
    @utpalgoswami1990 3 месяца назад +16

    কিহৰ চিন্তা হিমন্ত ডাঙৰীয়া আছে আমাক বন্ধকতথৈ ধাৰলৈ টকা আনি দৰমহাও দিব । এইবোৰ মূৰ্খ মানুহৰ তলতেই থকা মানুহ আমি ।

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf 3 месяца назад +25

    এই সাংসদবোৰৰ সাংসদ হোৱাৰ যোগ্যতা আছেনে অসমৰ ৰাইজে বুজা উচিত

    • @Yoyo60204
      @Yoyo60204 3 месяца назад

      Ki bujile oxomor raije ...again jikil aiekaijon xangxod

  • @গেৰচনভদীয়া
    @গেৰচনভদীয়া 3 месяца назад +23

    ইহঁতি চাহ আৰু কালাকান খাবলৈ গৈছে

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw 3 месяца назад +22

    বাজেট খন সম্পূৰ্ণ ভাৱে বুৰ্বক কেইটাই বুজিব পৰা নাই।এই অৱস্থা হবই।

  • @maheswardeka9048
    @maheswardeka9048 3 месяца назад +29

    বিহাৰৰ আৰু অন্ধ্ৰ প্ৰদেশৰ সাংসদ সকলৰ সমৰ্থন নহলে নৰেন্দ্ৰ মোদীৰ চৰকাৰখন বৰ্তি থাকিব নোৱাৰে ।অসমৰ ১১ সাংসদ নহলেও বিজেপি তিষ্ঠি থাকিব ।
    The support received from Nitish Kumar and Chandrababu Naidu has facilitated the BJP to form government at the centre.Hence,PM Modi has been forced to give financial support to Bihar and AP.

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 3 месяца назад

      Alpo gyan bhoyonkor...TDS and Nitish nhowa hlee o NDA thkibo. ..magic number already ase....

  • @amindianchannel5337
    @amindianchannel5337 3 месяца назад +6

    Aru দিয়ক BJP ক ভোট, তেওঁলোকে অসমৰ বাবে নহয় , তেওঁলোকে BJP ৰ স্বাৰ্থৰ বাবে কাম কৰে

  • @abinashkalita9242
    @abinashkalita9242 3 месяца назад +7

    আমাৰ এইসকল মান্যবৰ সাংসদে বিহাৰতে থাকক।

  • @kripanshu-r4q
    @kripanshu-r4q 3 месяца назад +9

    বিহাৰৰ MP কুন দিনা অসমৰ এনেকুৱা চিন্তা কৰে। লাজ লাগিব লাগে নিজৰ ৰাজ্যখনৰ বানপানী নেদেখি বিহাৰৰ চিন্তা কৰে ।

  • @UtpalGogoi-h1z
    @UtpalGogoi-h1z 3 месяца назад +12

    I বুজা গল যে উত্তৰ পূব ভাৰতৰ অঙ্গ নহয় বুলি. মাথো মাহী আই চকুৰে চাই

  • @ajijurrohman30
    @ajijurrohman30 3 месяца назад +12

    চিহ লাজ লগা নাই নে এখেতসকলৰ 😢

  • @prashantaburagohain2266
    @prashantaburagohain2266 3 месяца назад +26

    কেন্দ্ৰৰ পৰা 11501 কোটি খোজক,,,,বিজেপি দাদা সকল

    • @alaminmullah
      @alaminmullah 3 месяца назад

      ৰবা ৰবা অলপ মুদি ৰ কথা ভাবা নহ'লে লালু বেলেগ হ'ব।😊😊😊😊

  • @jahirulislam4311
    @jahirulislam4311 3 месяца назад +5

    অসমৰ সাংসদ সকলে দূখত হে আনন্দ উপভোগ কৰি আছে।

  • @bitupandas8667
    @bitupandas8667 3 месяца назад +11

    অশিক্ষিত মানুহক দিনৰ দিনটো ৰদত ঠিয় হৈ ভোট দিলে ইয়াতকৈ কি আশা কৰিম ?আমাৰেই ভুল এইসকল টকা বলত মতলীয়া মানুহ ক ভোট দিয়া। ৰঞ্জিত দত্তৰ জ্ঞান আছে নে সচায়?এইসকলে চৰকাৰে দেশদ্ৰোহী আইন আনিলে পাছফালৰ পৰা হয় হয় বুলি চিঞৰি বলৈ হে ।

    • @chintamonibordoloi4666
      @chintamonibordoloi4666 3 месяца назад +1

      টেবুলত কুৱ মৰা বাদে একো নাই ।

  • @taradoi7957
    @taradoi7957 3 месяца назад +30

    আপোনালোকৰ দৰে নেতাই অসম শেষ কৰিলে

    • @Partha5842
      @Partha5842 3 месяца назад +5

      নহয়, আপোনালোক আৰু মোৰ দৰে জনতাই হে অসম শেষ কৰিলে।

  • @hemjeet2023
    @hemjeet2023 3 месяца назад +12

    অসমক প্ৰতিস্তূতিৰ বাজেট ৰাইজ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত দিয়াটো বৰ অসমক অযোগ্যৰ হাতত স্নান দিয়াই এওঁলোকক ভোট দিয়া মূৰ্খামী ৰাইজ। চি চি অসম বাসী ৰাইজ 😂😂😂😂😂😂😂😂😂

  • @anonymous_assamese4838
    @anonymous_assamese4838 3 месяца назад +11

    গুৱাহাটীত প্ৰতিবাৰে এনেকুৱা জধামূৰ্খ সাংসদ কিয় হয় বাৰু

  • @debajanibaruah3105
    @debajanibaruah3105 3 месяца назад +2

    অসমীয়া দুখীয়াৰ ঘৰ ভঙাত হে শক্তি শালি চৰকাৰ ।বাহিৰত মুৰ তুলি সাহস দেখূৱাই একো আনিব নোৱাৰে ।

  • @pgoswami5378
    @pgoswami5378 3 месяца назад +6

    হাইকমাণ্ডে বেয়া পাব বুলিয়েই হয়তো অসমৰ সাংসদ সকলে
    একোৱেই কব নোৱাৰিলে বা নকলে।
    এনেকৈয়েই পাঁচ বছৰ চলি যাব।

  • @padmapaninath
    @padmapaninath 3 месяца назад +2

    আচৰিত নহওঁ----- ভাৰতবৰ্ষ এনেকুৱাই । কাৰণ------ উপনিবেশীক অসম , এয়াই প্ৰকৃত সত্য ।

  • @bitunath7342
    @bitunath7342 3 месяца назад +1

    হয় দেই আপোনালোকৰ কথা শিলৰ ৰেখা ...... আপোনালোকৰ নিচিনা মহান সাংসদ অসমত নোলাব।

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 3 месяца назад +2

    তেওঁলোকক গৰিহণা দিবলৈ ভাষা নাই।

  • @Axomgiyan12
    @Axomgiyan12 3 месяца назад +3

    তেওঁলোকৰ একোৱেই দোষ নাই দোষ হল আমাৰ । আমি হে তেওঁলোকক নিৰ্বাচিত কৰো

  • @balighatnazira4250
    @balighatnazira4250 3 месяца назад +3

    এইকেইটাক জিকোৱা সকল ক'ত সোমাই আছে।

  • @ManasSarmah
    @ManasSarmah 3 месяца назад +6

    লাজ লাগিছে!

  • @chintamonibordoloi4666
    @chintamonibordoloi4666 3 месяца назад +6

    অসমৰ পৰা যোৱা সাংসদ সকল টেবুলত কোৱোৰা বাহিৰে একো নাই।

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 3 месяца назад +4

    ফণীভূষণ চৌধুৰীয়ে আৰু ইংৰাজীত দিয়া বাজেট ভাষন বুজি পাইছে নে নাই।

  • @ajitdeka1219
    @ajitdeka1219 3 месяца назад +3

    ভোট দি জয়ী কৰা ভোটাৰ সকলে বা আকৌ কি মতামত দিয়ে @@@

  • @bakulboruah2026
    @bakulboruah2026 3 месяца назад +1

    এওঁলোকৰ মতে বিহাৰ আগত, অসম পাছত।অসমবাসীৰ পৰম দুৰ্ভাগ্য।

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 3 месяца назад

      A for Assam বুলি কওতে মোদীৰ প্ৰশংসাত তেতু ফালি দিছিল। এতিয়া নিমাত।

  • @dipakgogoi5084
    @dipakgogoi5084 3 месяца назад +2

    বিজেপি দলে অসমক সদায় দিব আলুগুতি। 16 তাৰিখে বাংলাদেশী খেদাৰ দৰে। অসমক ৰক্ষা কবচৰ দৰে l ছয় জাতি জনজাতিকৰণ কৰাৰ দৰে। ব্ৰহ্মপুত্ৰ দুয়ো পাৰে এক্স্ৰেছ হাইওৱেৰ দৰে। বুলেট ট্ৰেইনৰ দৰে । প্ৰতি বছৰে দুই কোটি নিবনুৱা চাকৰি দিয়াৰ দৰে.......... আলু গুটি দিব বিজেপিয়ে।

  • @amritborah4276
    @amritborah4276 3 месяца назад +2

    Amar sikhit sangsod sakolok salute. Des aru jatir babe mat mate aru Dillir usorot athu noloy.

  • @subhaspegu91
    @subhaspegu91 3 месяца назад +5

    বিহাৰৰ কথা চিন্তা কৰি লাভ নাই।

  • @onlysoundlover4274
    @onlysoundlover4274 3 месяца назад

    পাৰ্থী নহয় দল চাই ভোট দিয়াৰ ফল..... ধন্যবাদ অসমবাসী ৰাইজ ধন্যবাদ 🙏

  • @sanjibbora1789
    @sanjibbora1789 3 месяца назад +9

    অন্ধ্ৰ সকলক জানো কোনোবাই দিওঁ বুলি কিবা দিয়ে,অসমৰ অন্ধ্ৰ সকল বহুতো ধনী হয় সেয়ে নালাগে দিয়ক।আমাৰ ফণী যত শনি লম্ভে তত।

  • @trikenkalita9784
    @trikenkalita9784 3 месяца назад +8

    Asmam BJP kam ni 240 hoi 😂😂😂

  • @james_northeast
    @james_northeast 3 месяца назад +1

    Aru kla sob vote

  • @banjitchangmai4047
    @banjitchangmai4047 3 месяца назад

    খুব ভাল বহুত ভাল,,, আকৌ এবাৰ

  • @miliko2001
    @miliko2001 3 месяца назад +4

    বিজেপীয়ে সংখ্যাগৰিষ্ঠ নাপালে আনৰ হৈ চৰকাৰ গঠন কৰিব লগা হোৱাৰ বাবে এনে দশা 😂😂

  • @NutanNeog
    @NutanNeog 3 месяца назад +4

    হয় পন্দিত তোমালোকতকৈ পন্দিন্ত আৰু কোনো নাই

    • @DipDas-vi8ki
      @DipDas-vi8ki 3 месяца назад +1

      bhoot diya bilak aru besi pandit

  • @manojkumarbhuyan5983
    @manojkumarbhuyan5983 3 месяца назад

    News aneqa hb lage ....great

  • @taradoi7957
    @taradoi7957 3 месяца назад +3

    অসমত ডাঙৰ বানপানী নহয় তাৰমানে

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 3 месяца назад +1

    আশ্বাসতকৈ ১১৫০০ কোটি টকা ডাঙৰ নহয়। চকু চৰহা বিলাকে বুজি নাপায়। আমাৰ সাংসদসকলক ধন্যবাদ জনাব লাগিব, তেখেতে সকলে যে বুজি পাইছে।

  • @sanjoydas218
    @sanjoydas218 3 месяца назад +1

    স্মাৰ্ট চিটিৰ ভোটৰ😂😂

  • @KrishnaLoying-ip5nr
    @KrishnaLoying-ip5nr 3 месяца назад +2

    Waiting for 26

  • @jagamohanbora3301
    @jagamohanbora3301 3 месяца назад +1

    অসমৰ ভোটাৰ ৰাইজে হিয়া উজাৰি ভোট দি দিল্লীলৈ যোৱাত এওঁলোকক আকৌ এবাৰ সহায় কৰিব দেই। ইংৰাজীত বা হিন্দীত কথা কব নোৱাৰা সাংসদ সকলৰ পৰা অসমৰ ৰাইজে আলুগুটি পোৱাৰ বাহিৰে আৰুনো কি পাব।দেখিলে ইমানৰ পাছতো তেওঁলোকে কেনেদৰে আত্মসন্তুষ্টি লাভ কৰিছে তাকে ভাবকচোন।এওঁলোকৰ কোনো কাম নাই। এওঁলোক নিজৰ নিজৰ ঘৰতে বহি থকাটোৱেই ভাল হব। দিল্লীলৈ যাব নালাগে। মিছাতে ইমান কষ্ট কৰিব।

  • @aamirhussain384
    @aamirhussain384 3 месяца назад

    এই মুখা শাসক পক্ষৰ সাংসদৰ পৰা আৰু কি আশা কৰিব পাৰি 😢😢😢 । খুব লজ্জা জনক খবৰ। অসমৰ বানপানীৰ সমস্যা নিৰ্মূল কৰিবলে এটকা ও আনিব নোৱাৰা টো চৰম লজ্জাৰ কথা। এইমুখায়ে গমকে নাপাই যে নিতিশ কুমাৰয়ে দাবী আৰু ধমকী কৰাৰ বাবেই কেন্দ্ৰয়েই আজি কোটি টকাৰ আঁচনী মুকলি কৰি দিয়ে। নহলে বিজেপি নাও ডুব যোৱাৰ পথত । ধিক ধিক অসম বিজেপি 🤬🤬🤬

  • @newassam4015
    @newassam4015 3 месяца назад

    দূৰ্ভাগ্যজনক 😢

  • @kimjennie5870
    @kimjennie5870 3 месяца назад +2

    পিশাচ কেইটা, দেশ জাতি চব বিকি কৰিব,

  • @INDIAN787-MH
    @INDIAN787-MH 3 месяца назад

    ৰাম-কৃষ্ণ, ভগবান, আল্লাহ এই বিলাক দি এ চলিব চিন্তা কৰিব নালাগে ৰাইজ 😎
    ধৰ্মৰ ৰাজনীতি যেতিয়া নাইকিয়া হব তেতিয়াহে সকলো ঠিক হব।
    ঋণ লৈকিনে অসম চৰকাৰে উন্নতি কৰিব। 🫡
    অসমৰ পৰা কেন্দ্ৰ চৰকাৰে লব জানে দিব নাজানে ।
    কেন্দ্ৰ চৰকাৰে অসমক মাহি মাকৰ চকুৰে চাই যাৰ কাৰণে এনে কোৱা অৱস্থা।

  • @RanjanMech-lz6qj
    @RanjanMech-lz6qj 3 месяца назад +1

    Laj lagibo lagisil.... assamor raij eman nirokhswar nohoy

    • @DipDas-vi8ki
      @DipDas-vi8ki 3 месяца назад

      ami nirakshar karonei tu maha pandit bilak jikise

  • @pranjal1393
    @pranjal1393 3 месяца назад +1

    সংসদলৈ এইসব পঠাইছে অসমৰ ৰাইজে গতিকে আশা কৰি ঘটিটো পাব।

  • @prabhatrajkhowa8997
    @prabhatrajkhowa8997 3 месяца назад

    Shame on us. We have elected these leaders as our representative. They are safe for five years. Why these MP will thing about Assam? They will support only their Supremo.

  • @utpalgoswami1990
    @utpalgoswami1990 3 месяца назад +1

    অসমৰ সাংসদে জানে বিহাৰীয়ে এৰিদিলে সাংসদ হোৱা মজাতো ধুলি হ'ব। এতেকে আমাৰ কেইজনে দৰকাৰ হ'লে পোকৰ ধুৱাই দিবলৈ সাজু ? দিল্লীৰ হিন্দী ভাষীৰ ভৰি ধুৱাই থকোতেই যাব। কথা কোৱালৈ চায় বিজুলী বাইদেউৱে আক ভৰি ধুৱাই দিয়া পানীকে খা----- নেকি ?

  • @tutumonideka9824
    @tutumonideka9824 3 месяца назад

    এওঁলোকে নিজৰ আসনখন সুৰক্ষিত কৰাত লাগিছে । কি আশা কৰিব এওঁলোকৰ দৰে নেতাৰ পৰা অসমৰ জনতাই ? অকৰ্মণ্য কিছুমানক পঠালে এনেকুৱাই হব ৰাজ্যৰ অৱস্থা😢

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 3 месяца назад

    এই কেই জনে মুদী ৰ চকী জোৱাৰ ভয়ত আবুল তাবুল বকিছে। এই কেইতাক জয়ী কৰোৱা ৰাইজক বহুত বহুত ধন্যবাদ জাছিচো

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 3 месяца назад

    যেতিয়া এই দলত আছে নিশ্চয় সেই দলৰে জয় গান গাব ৷ অসমৰ অসমীয়া মৰি শেষ হৈ যাওক কোনো কথা নাই ৷ মাত্ৰ ইহতৰ চকীখন হলেই হল ৷

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 3 месяца назад

    এওঁলোক সাংসদে কিমান অধ্যয়ন কৰে আনে কি বুজিব? কিমান বহল মনৰ সাংসদ, নিজৰ বানপানীৰ উপৰিও, আন ৰাজ্যৰ বানপানীৰ বাবেও চিন্তা কৰে আমাৰ বিৰোধী বিলাকে বিৰোধ কৰিব লাগে কৰে আৰু। আপোনালোকে আগুৱাই যাওঁক। আকৌ ৪.০ মোদী চৰকাৰ। জিন্দাবাদ।

  • @monujko7820
    @monujko7820 3 месяца назад

    অট্টালিকাত থকা মানুহবোৰে কত বুজি পাব...এদিন বানাগ্ৰস্ত হোৱা ঠাইত আহি থাকি যাবহি তেতিয়া বুজি পাব... অসমৰ ৰাইজে কেনেকৈ বানৰ লগত যুঁজি আছে।।

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go 3 месяца назад +1

    বিহাৰৰ পৰা আলু আৰু পিয়াঁজ খিনি পাৰিলে কম মুল্যত আনি অসমীয়া সকলক খুৱাওক চোন,এম পি ডাঙৰীয়া সকল ,টকাৰ কথাটো বাজেটত কব বেয়া পালে অসমৰ বানপানী সাহায্যৰ বাবে আমি কান চাফাকৰি শুনিব লৈছিলো, পিচে এতিয়া ৰাইজক আভুৱা নবনাব

  • @officialajijul5519
    @officialajijul5519 3 месяца назад

    😢😢😢

  • @nripenray2959
    @nripenray2959 3 месяца назад

    অসমৰ মানুহে ভোট দি সাংসদ হ'ল, অসমৰ বানপানীৰ সাহায্য আনিব নোৱাৰে, বিহাৰৰ বান সাহায্যৰ হে বেছি জোৰ দিয়ে।

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 3 месяца назад

    এওঁলোক দেৱতূল্য লোক কিয়নো নিজে গেলি আনক বচাইছে।।বেদী বনাই এওঁলোকৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা অৰ্চনা কৰা উচিত বুলি ভাবোঁ ।।।😢😢😢😢😢😢😢😢😭😭😭😭😭🤧🤧🤧🤧

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 3 месяца назад

    অসমৰ বিজেপিৰ সাংসদ কেইজনে মোদীৰ পোকৰখন যাতে ভালকৈ পৰিস্কাৰ কৰি ৰাখিব পাৰে তাৰ ওপৰত গুৰুত্ব দিলেই হল। কাৰণ অমৃত চাহে পুখুৰী খান্দিবই। গতিকে বানপানীৰ সময়সাপেক্ষ শেষ।

  • @MonuramMonuramtaid
    @MonuramMonuramtaid 2 месяца назад

    এটা পৰিয়ালৰ সঁজাত বন্ধি এই সকল সাংসদে অসমীয়াৰ কথা চিন্তা কৰাৰ নৈতিক দায়ীত্ব আৰু কৰ্তব্য কত পালন কৰিব পাৰিব।নিজস্ব বুলি তেওঁবিলাকৰ কি আছে?

  • @manashgogoi5148
    @manashgogoi5148 3 месяца назад

    Moza. Axom k Dan he dibo aru dan tu khuja bostu nhi. Asol kthatu hol axom r kunu ejon rulling party r MP r package bisora dom nai

  • @DhrubaSarmah-ty1tf
    @DhrubaSarmah-ty1tf 3 месяца назад +1

    Moja 😂

  • @harakantatamuli1053
    @harakantatamuli1053 3 месяца назад +1

    Eibilakei aamar pratinidhi !

  • @funnyshots461
    @funnyshots461 3 месяца назад

    ইহতৰ ভূল নাই ইহঁতক সংসদত পঠোৱা কেইটাৰ হে ভূল। বাকি একো নকওঁ ।

  • @Bg22224
    @Bg22224 3 месяца назад

    ইহতক নিৰবাচন কৰা ভোটাৰসকল বহুত ধনী

  • @FarhanaislamIslam-nh6dl
    @FarhanaislamIslam-nh6dl 3 месяца назад

    এই কেইজন অসমৰ mp ক বিহাৰত পঠাই দিয়ক। তাত election খেলিব।

  • @prabinborah9133
    @prabinborah9133 3 месяца назад +1

    শিয়ালৰ জাক

  • @Csk.16233
    @Csk.16233 3 месяца назад

    বিদূৰভাই😊

  • @nirensaikia7017
    @nirensaikia7017 3 месяца назад

    😢😢😢😢😢

  • @pranjalboruah6747
    @pranjalboruah6747 3 месяца назад

    কি নিলাজ সাংসদ !!! নিজৰ সমস্যাৰ বাবে এটা কথাও নকয়। অথচ বিহাৰৰ বানপানীৰ কাৰণ আৰু পেকেজৰ সমৰ্থনত ইমানকৈ কয়। এজন বিহাৰৰ সাংসদে এনেকৈ অসমৰ কথা কবনে ??? ধন্য অসমৰ এই সাংসদ সকল আৰু ধন্য সেই ভোটাৰ ৰাইজ।

  • @nilutpaldas8659
    @nilutpaldas8659 3 месяца назад

    সাংসদ হবলৈ গৈছে মিছা, লাজ লাগিব লাগিছিল সিহতৰ

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 3 месяца назад

    অসমে unlimitted পাব ৷ সেয়ে নিৰ্ধাৰন কৰা নাই টকা ৷ ইয়াতকৈ অষ্টলক্ষীক আৰু কি লাগে?

  • @RabiRamSwargiary-i6i
    @RabiRamSwargiary-i6i 3 месяца назад

    এটকাটোও ভাল,কাৰণ এক টকাৰ পৰাই এঘাৰ হাজাৰ পাঁচশ কৌটি হৈছেগৈ,বা:

  • @AminullaLaskar-q5r
    @AminullaLaskar-q5r 3 месяца назад

    😢😢😢😢😢😢😢

  • @jahirulislam4311
    @jahirulislam4311 3 месяца назад

    ইতিমধ্যে কেন্দ্রীয় বাজেট ঘোষণা কৰিয়েই দিলে। তাৰ পিছতো আমাৰ অসমৰ নেতা সকলে কৈ আছে। তাৰ মানে অসমৰ ভাবে ওপৰৰ পৰা সৰি পৰিব নেকি নতুন বাজেট। হায়ৰে অসমৰ সাংসদ সকল। আমাক আৰু কিমান মূৰ্খ বনাব। আমিতো মূৰ্খ হৈয়ে গলো । আৰু মূৰ্খ সজাব নালাগে।

  • @localstoryinassam8358
    @localstoryinassam8358 3 месяца назад

    কালিলৈ কে যদি কয় গাখিৰ কলা বুলি, এওলোকে কোনো প্ৰশ্ন নোহোৱাকে মানি লব,যে গাখিৰ সচাকৈয়ে কলা.আৰু এয়াই আমাৰ সাংসদৰ নমুনা.😂😀

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 месяца назад

    বিজেপিক ভোট দিয়া গালৰ লাজ লাগিছেনে নাই?বানপানীত হাবু ডুবু কৰি চৰকাৰক গালি পাৰিলেও মিছা!কিছুমানে ভোল গল ফিৰি চাউলত;কিছুমানে অৰুণোদয়; খেনোৱে লাখপতিত;খেনোৱে পিম"এম কিষাণত ;খেনোৱে ৰঙা কোৱাৰটাৰ;হাফ;ফুল মদৰ বটলত আকৌ একো একোজনে সকলোবোৰকে আশা কৰি বিজেপিক ভোট দিয়াটো সত্য,!!!!

  • @dwipenbarman8444
    @dwipenbarman8444 3 месяца назад

    Baa valdore shoku mele sowa

  • @pareshboro8220
    @pareshboro8220 3 месяца назад

    আমাৰ অসম খন মৰুভূমি হে,,, কত বানপানী হয়,,, বিহাৰৰ বানপানী হে চকুত পৰিল

  • @JakirLaskar-nw4uk
    @JakirLaskar-nw4uk 3 месяца назад

    🎉🎉🎉😮😮😢😢

  • @DebanandaKaman
    @DebanandaKaman 3 месяца назад

    এইকেইজন হিমো মামাৰ উন্নত ৰাজ্য অসমৰ পৰা যোৱা যে সমস্যা নাহিয়েই

  • @prodipjymochayan862
    @prodipjymochayan862 3 месяца назад

    অসমৰ বানপানীৰ পৰ্যবেক্ষণ কৰাৰ পাছত ভাৰত চৰকাৰে দিব ০+০-০=০ এইকেইজন সংসদে অসমৰ নাম লোৱাৰ বাবে নিজকে বহু সুখী অনুভৱ কৰিছে।

  • @gopalthapachetry
    @gopalthapachetry 3 месяца назад

    We are eagerly waiting 2026.

  • @prafullabora6845
    @prafullabora6845 3 месяца назад

    Bijuli bai , Phani , Ranjit , Kamakhya laaj loga nai ? Asomot baanpanir problem nai... allotment nai ..kot ki dekhi bhal budget buli koboloi aahisa? Tohotor kaam nai , nilajhot , resign di ghorot bohi thaakhot .

    • @jeshminamullick173
      @jeshminamullick173 3 месяца назад

      Bijulee baido is so talkative,but can't talk in parliament 😢

  • @MagneticShock-me5kk
    @MagneticShock-me5kk 3 месяца назад

    বিহাৰীয়ে চাদা মলি মলি মাল লৈ গ'ল আৰু আমাৰ কেকন দাইটি হতে ভাঙ খাই টোপনি মাৰি থাকোঁতেই গ'ল।

  • @dasp1232
    @dasp1232 3 месяца назад

    😢😢😢😢

  • @dilipnath7240
    @dilipnath7240 3 месяца назад +1

    Asomar pora B J P dalak bidai diyar samay Ahil