Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অলপ আগলৈকে দেখোন বৰসুণৰ সামভৱনা নাই বুলি চিঞৰি আছিল।
ইহতৰ কথা বিশ্বাস কোনে কৰে
Pagol hoi hihote.... hohotor Kotha hunile marhatuei gorom hoi, enei gorom
Right hoy hoy koisile
Borkhon nai koisil dukhun😮😮
Kamrupat bahut garom
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰত্যেকে গছৰ পুলি ৰোৱক নহলে ভৱিশ্যতে আৰু গৰমত ভুগিব লাগিব
বৰষুণ শব্দটো শুনি মনটো ভাল লাগি গৈছে
ঈশ্বৰে কৃপা কৰক প্ৰভূ ! 🙏🙏🙏🙏😰😰😰
ভগৱান আছে। বৰষুণ আহিব।
শোণিতপুৰ জিলাত বতৰ ফৰকাল হৈআছে।উৎকত গৰম।
বতৰ বিজ্ঞানীসকলে ও আছল সত্য কব নোৱাৰে
,বৰ ভাল কবৰ গৰমত ৰব পৰা নাই ৰাম ৰাম❤
নলবাৰীত মেঘাচ্ছন্ন হৈ আছে
লখিমপুৰত অত্যন্ত ৰ'দ আৰু সেই অনুপাতে গৰম ।
😂😂😂😂
শোণিতপুৰ জিলাত গৰমৰ পৰিৱেশ সৃষ্টি হৈছে। 😢
বাতৰিটো এনেকৈ পঢ়িছে যে বৰষুণ হোৱাটোহে ভয়ংকৰ হৈছে । অথচ কালিকৈ চিঞৰিছিল এসপ্তাহলৈকে বৰষুণ নহয় বুলি ৷প্ৰকৃতিৰ ওপৰত কোনো উৰ্ধত নহয় ৷
শিৱসাগৰ ত বহুত গৰম পৰিচে
ৰঙিয়াত অন্ধকাৰ যদিও বৰষুণ অহা নাই।
Jorhat jilat borohun bota dumuha dise rakesh pegu
বহুত গৰম । বৰষুণৰ একো উম ঘাম নাই। মই শিৱসাগৰৰ পৰা কৈছো
আমাৰ ফালে লেপ লৈ শুব লগীয়া হৈছে। শিৱসাগৰৰ হয় মই
আমাৰ য়াত বৰফ পৰি আছে
আমি ঘামেৰে দাইল ভাত ৰান্ধীব পাৰিম ।
ভিডিঅ'টো আগৰেই হয় এনেই চিঞৰি থাকে এই বোৰে
Dibrugarhrot lage borukhon🤣🤣sumi boraye Hanti pabo
dibrugorh ত বৰষুনে Time out লৈছে...নাহে বৰষুন 😛
😅😂
Pura ghami titi hkh na?
@@ritubhardhara467 obosta kahil 😂😂, tubewellor Pani khabo loga hoise solai solai
Mojja...
Bhut grrm love from bajali
Majulit bohuutt gorom🥲
আমাৰ লখিমপুৰ জিলাৰ পৰা জনাইছো ইয়াত কোনো খা খবৰ নাই ।তাপমাত্ৰাৰ ৩৭ডিগী বৰসুন হবনে ।😊
শিৱসাগৰ গৈ নোপোৱা গাওঁ আমাৰ ইয়াত তামাম বলষূণ
বৰপেটা জিলাৰ সৰভোগৰ পৰা জনাইছোঁ যে, বতৰ ডাৱৰীয়া, বৰষুণ আহিব নেকি?
ইমান গৰম জুই🔥 পুৱাই হে শান্তি পাইছোঁ😂😅
যোৰহাট বহুত গৰম
Jorhat at just borsun ahise.val khbor
লখিমপুৰত ৩৮ ডিগ্রী।
তেজপুৰ বৰফ পৰিছে গৰমত ঠাণ্ডা ঠাণ্ডা কুল কুল লাগিছে
বতৰ বিজ্ঞান কেন্দ্ৰ ৰাতিপুৱা লৈকে কৈ আছিল কেবাদিনলৈ বৰষুণ নহয় অসমত।অলপ পিচতেই বোলে ধুমুহা বৰষুণ আহিব। তেওঁলোকে মঙ্গল চাই কয় নে ৰিচাৰ্ছ কৰি কয়
ধম ধমাত বৰষুণ অহানাই
বিশ্ব কৰ্ম্ম পূজাৰ আগদিনা,হৈছিল,ভূটানত
Dudhnoi very cool santana
লখিমপুৰ ঢকুৱাখনাত নাই বৰষুণ। গৰম বহুত
ডিব্ৰুগড়ত 38°C.
37 degree লক্ষীমপুৰ
Jorhat t .borokhun laga.
যোৰহাট তটো বৰষুণৰ আশা কৰিলোঁ
যোৰহাটত ৰদ নাই কিন্তু ডাৱৰীয়া হৈ আছেগৰম আছে ।
Dibrugarh জিলাত বহু গৰম
বৰফ পৰিছে দেই আমাৰ ফালে 🌬️
😂😂😂😂😂😂😂😂
Dibrugarh ত বহুতো গৰম
গৰমত মাঠা গল নেকি
নগাঁও ৰ হাতীচুঙ ত বৰ্তমান ৩৪ ডিগ্ৰী চেলচিয়াছ আৰু অলপ ডাৱৰীয়া হৈছে।
Lakhimpur 31d. No Rain.
বহুত গৰম
বতৰ ডাৱৰীয়া হৈছে মঙ্গলদৈত। বৰষুণ দিলে ভাল হয় ।
What will be the situation in Jorhat??
Almost gloomy weather hear Jorhat now
ধেমাজি ত বহত গৰম পৰিছে 37 ডিগ্ৰী হৈছে বৰষুণ হবনে ?
তিনিচুকীয়াত অতিপাত গৰম ।
Lakhimapur 38'
From DibrugarhEyat 90% rod....
TINSUKIA district at Bordubi heavy temperature 38 degree celcus bohut garam bordubi
গুৱাহাটীত নাই।।। বেছিকৈ কৈ নাথাকিবা লাজ লাগি গুছি যাব
🌧️ ! ! Really good news 😄
মৰিগাঁও কুমৈ আমাৰ ইয়াতগৰম বহুত
Bongaigaon no Rain
Titabart bokhun hbo ne
হ'ব ৰ'বা লাইন পাতি থাকা
মাজুলীত উৎকত গৰম পৰি আছে
Amar simalgurit Tika fota rod😂😂😂😂😂😂
আমাৰ তিনিচুকীয়াত গৰম 35c বৰষুণ অহাৰ আখা তিনিচুকীয়াত দেখা নাই।
ধুবুৰীত শীতল বতাহ বলি আছে। উৎকট গৰমৰ ভাৱটো শাম কাটিছে।আকাশ মেঘাচ্ছন্ন হৈ আছে।
Very hot This time come cloud but no raining this time
বৰষুণৰ আগজাননী দিছে।It will be raining
ডিব্ৰুগড়ত বৰষুণ নিদিয়ে নে কি
Cloudy in Udalguri District
নাজিৰাত প্ৰচণ্ড গৰম
বঙাইগাওঁ ত মেঘাচ্ছন্ন হয় আছে ।
Amar fale lage nonstop ahi juwa rain
Jorhat 38 deg. No Rain.
নগাওঁ চহৰৰ ওচৰে পাজৰে সন্ধিয়াৰ পৰা পাতলিয়া ডাৱৰ দেখা পোৱা গৈছে যদিওঁ অতিমাত্ৰা গৰম কমা নাই ৷ এতিয়াওঁ তাপমাত্ৰা ৩৫ ডিগ্ৰী ৷
মঙ্গলদৈ ত ৩৭ ডিগ্ৰী
Jorhat t bohut grm
মই আমগুৰি পৰা কৰিছো আমি পানী ত বোৰ গৈ আছো
ডিব্ৰুগড়ত ৩৩ডিগ্ৰী হৈ আছে বৰষুণ আহিলে হয় আৰু
Diphu karbi anglong 40°
Dhamajit kiman digri Samaj jonai deyk
Dada sibsagar t borokhun hbo nki Sai jonabo sun
শিৱসাগৰত গৰমত ওলাব নোৱৰা হৈছে
Majulit namonit 39°
শিল বৰষুণ আহিব নেকি
ধেমাজি 38 ৰ কিছুপৰিমাণে ওপৰত
নগাঁৱৰ ৰাইজৰ হাহাকাৰ । বৰষুণ লাগে
চৰাইদেউত অলপ ডাৱৰীয়া যেনহৈছে
নগাঁৱৰ ননৈত বতৰ ডাৱৰীয়া হৈ আছে
৩৯ ডিগ্রী 😢
যোৰহাটত বতৰ গুমাই আছে বৰষুণ দিৱনে
মৰি গাওঁ টো অলপ ডাৱৰীয়া হৈছে
মই আগতে জানোবৰষুণ হ'ববুলি মোকসুধিবামই কম
Sonitpurt kenekua botor hobo
Dhemaji t ni
যোৰহাট বৰষুণ লাগে বতৰটো বেয়া বাৰু
Nagaon ot ডাৱৰীয়া বতৰ
Lakhimpur it. Gorom
1hrs ago andhakar hoeichillumding city sir
বৰষুণ নাই খেতিৰ মাটি,ফাটিগৈছে,বৰষুণ নহয়
লখিমপুৰত শিলংৰ দৰে বতৰ
Lakhimpur today 38 d.
Ami jui fuai asu dei...
যোৰহাটত ৰদ দি আছে।
অলপ আগলৈকে দেখোন বৰসুণৰ সামভৱনা নাই বুলি চিঞৰি আছিল।
ইহতৰ কথা বিশ্বাস কোনে কৰে
Pagol hoi hihote.... hohotor Kotha hunile marhatuei gorom hoi, enei gorom
Right hoy hoy koisile
Borkhon nai koisil dukhun😮😮
Kamrupat bahut garom
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰত্যেকে গছৰ পুলি ৰোৱক নহলে ভৱিশ্যতে আৰু গৰমত ভুগিব লাগিব
বৰষুণ শব্দটো শুনি মনটো ভাল লাগি গৈছে
ঈশ্বৰে কৃপা কৰক প্ৰভূ ! 🙏🙏🙏🙏😰😰😰
ভগৱান আছে। বৰষুণ আহিব।
শোণিতপুৰ জিলাত বতৰ ফৰকাল হৈআছে।উৎকত গৰম।
বতৰ বিজ্ঞানীসকলে ও আছল সত্য কব নোৱাৰে
,বৰ ভাল কবৰ গৰমত ৰব পৰা নাই ৰাম ৰাম❤
নলবাৰীত মেঘাচ্ছন্ন হৈ আছে
লখিমপুৰত অত্যন্ত ৰ'দ আৰু সেই অনুপাতে গৰম ।
😂😂😂😂
শোণিতপুৰ জিলাত গৰমৰ পৰিৱেশ সৃষ্টি হৈছে। 😢
বাতৰিটো এনেকৈ পঢ়িছে যে বৰষুণ হোৱাটোহে ভয়ংকৰ হৈছে । অথচ কালিকৈ চিঞৰিছিল এসপ্তাহলৈকে বৰষুণ নহয় বুলি ৷প্ৰকৃতিৰ ওপৰত কোনো উৰ্ধত নহয় ৷
শিৱসাগৰ ত বহুত গৰম পৰিচে
ৰঙিয়াত অন্ধকাৰ যদিও বৰষুণ অহা নাই।
Jorhat jilat borohun bota dumuha dise rakesh pegu
বহুত গৰম । বৰষুণৰ একো উম ঘাম নাই। মই শিৱসাগৰৰ পৰা কৈছো
আমাৰ ফালে লেপ লৈ শুব লগীয়া হৈছে। শিৱসাগৰৰ হয় মই
আমাৰ য়াত বৰফ পৰি আছে
আমি ঘামেৰে দাইল ভাত ৰান্ধীব পাৰিম ।
ভিডিঅ'টো আগৰেই হয় এনেই চিঞৰি থাকে এই বোৰে
Dibrugarhrot lage borukhon🤣🤣sumi boraye Hanti pabo
dibrugorh ত বৰষুনে Time out লৈছে...নাহে বৰষুন 😛
😅😂
Pura ghami titi hkh na?
@@ritubhardhara467 obosta kahil 😂😂, tubewellor Pani khabo loga hoise solai solai
Mojja...
Bhut grrm love from bajali
Majulit bohuutt gorom🥲
আমাৰ লখিমপুৰ জিলাৰ পৰা জনাইছো ইয়াত কোনো খা খবৰ নাই ।তাপমাত্ৰাৰ ৩৭ডিগী বৰসুন হবনে ।😊
শিৱসাগৰ গৈ নোপোৱা গাওঁ আমাৰ ইয়াত তামাম বলষূণ
বৰপেটা জিলাৰ সৰভোগৰ পৰা জনাইছোঁ যে, বতৰ ডাৱৰীয়া, বৰষুণ আহিব নেকি?
ইমান গৰম জুই🔥 পুৱাই হে শান্তি পাইছোঁ😂😅
যোৰহাট বহুত গৰম
Jorhat at just borsun ahise.val khbor
লখিমপুৰত ৩৮ ডিগ্রী।
তেজপুৰ বৰফ পৰিছে গৰমত ঠাণ্ডা ঠাণ্ডা কুল কুল লাগিছে
বতৰ বিজ্ঞান কেন্দ্ৰ ৰাতিপুৱা লৈকে কৈ আছিল কেবাদিনলৈ বৰষুণ নহয় অসমত।অলপ পিচতেই বোলে ধুমুহা বৰষুণ আহিব। তেওঁলোকে মঙ্গল চাই কয় নে ৰিচাৰ্ছ কৰি কয়
ধম ধমাত বৰষুণ অহানাই
বিশ্ব কৰ্ম্ম পূজাৰ আগদিনা,হৈছিল,ভূটানত
Dudhnoi very cool santana
লখিমপুৰ ঢকুৱাখনাত নাই বৰষুণ। গৰম বহুত
ডিব্ৰুগড়ত 38°C.
37 degree লক্ষীমপুৰ
Jorhat t .borokhun laga.
যোৰহাট তটো বৰষুণৰ আশা কৰিলোঁ
যোৰহাটত ৰদ নাই
কিন্তু ডাৱৰীয়া হৈ আছে
গৰম আছে ।
Dibrugarh জিলাত বহু গৰম
বৰফ পৰিছে দেই আমাৰ ফালে 🌬️
😂😂😂😂😂😂😂😂
Dibrugarh ত বহুতো গৰম
গৰমত মাঠা গল নেকি
নগাঁও ৰ হাতীচুঙ ত বৰ্তমান ৩৪ ডিগ্ৰী চেলচিয়াছ আৰু অলপ ডাৱৰীয়া হৈছে।
Lakhimpur 31d. No Rain.
বহুত গৰম
বতৰ ডাৱৰীয়া হৈছে মঙ্গলদৈত। বৰষুণ দিলে ভাল হয় ।
What will be the situation in Jorhat??
Almost gloomy weather hear Jorhat now
ধেমাজি ত বহত গৰম পৰিছে 37 ডিগ্ৰী হৈছে বৰষুণ হবনে ?
তিনিচুকীয়াত অতিপাত গৰম ।
Lakhimapur 38'
From Dibrugarh
Eyat 90% rod....
TINSUKIA district at Bordubi heavy temperature 38 degree celcus bohut garam bordubi
গুৱাহাটীত নাই।।। বেছিকৈ কৈ নাথাকিবা লাজ লাগি গুছি যাব
🌧️ ! ! Really good news 😄
মৰিগাঁও কুমৈ আমাৰ ইয়াতগৰম বহুত
Bongaigaon no Rain
Titabart bokhun hbo ne
হ'ব ৰ'বা লাইন পাতি থাকা
মাজুলীত উৎকত গৰম পৰি আছে
Amar simalgurit Tika fota rod😂😂😂😂😂😂
আমাৰ তিনিচুকীয়াত গৰম 35c বৰষুণ অহাৰ আখা তিনিচুকীয়াত দেখা নাই।
ধুবুৰীত শীতল বতাহ বলি আছে। উৎকট গৰমৰ ভাৱটো শাম কাটিছে।আকাশ মেঘাচ্ছন্ন হৈ আছে।
Very hot
This time come cloud but no raining this time
বৰষুণৰ আগজাননী দিছে।
It will be raining
ডিব্ৰুগড়ত বৰষুণ নিদিয়ে নে কি
Cloudy in Udalguri District
নাজিৰাত প্ৰচণ্ড গৰম
বঙাইগাওঁ ত মেঘাচ্ছন্ন হয় আছে ।
Amar fale lage nonstop ahi juwa rain
Jorhat 38 deg. No Rain.
নগাওঁ চহৰৰ ওচৰে পাজৰে সন্ধিয়াৰ পৰা পাতলিয়া ডাৱৰ দেখা পোৱা গৈছে যদিওঁ অতিমাত্ৰা গৰম কমা নাই ৷ এতিয়াওঁ তাপমাত্ৰা ৩৫ ডিগ্ৰী ৷
মঙ্গলদৈ ত ৩৭ ডিগ্ৰী
Jorhat t bohut grm
মই আমগুৰি পৰা কৰিছো আমি পানী ত বোৰ গৈ আছো
ডিব্ৰুগড়ত ৩৩ডিগ্ৰী হৈ আছে
বৰষুণ আহিলে হয় আৰু
Diphu karbi anglong 40°
Dhamajit kiman digri Samaj jonai deyk
Dada sibsagar t borokhun hbo nki Sai jonabo sun
শিৱসাগৰত গৰমত ওলাব নোৱৰা হৈছে
Majulit namonit 39°
শিল বৰষুণ আহিব নেকি
ধেমাজি 38 ৰ কিছুপৰিমাণে ওপৰত
নগাঁৱৰ ৰাইজৰ হাহাকাৰ । বৰষুণ লাগে
চৰাইদেউত অলপ ডাৱৰীয়া যেনহৈছে
নগাঁৱৰ ননৈত বতৰ ডাৱৰীয়া হৈ আছে
৩৯ ডিগ্রী 😢
যোৰহাটত বতৰ গুমাই আছে বৰষুণ দিৱনে
মৰি গাওঁ টো অলপ ডাৱৰীয়া হৈছে
মই আগতে জানো
বৰষুণ হ'ব
বুলি মোক
সুধিবা
মই কম