Dihanam// কৃষ্ণদেউ বৈকুণ্ঠলৈ গল by Bhagyashree Devi . cntc 7399692438
HTML-код
- Опубликовано: 12 июн 2023
- #dihanam #BhagyashreeDevi. #assamessongs
#assamesvoktisong #2023Newassamessong #assam #horinam2023 #sangkarguru
কণ্ঠ- ভাগ্যশ্ৰী দেবী ।,
কথাসুৰ- পুস্পেন্দ্ৰ কলিতা ।
পৰিচালক-কমল শইকীয়া ।,
বাদ্যযন্তী- দেৱেশ্বৰ শইকীয়া ,
কমল শইকীয়া , কৈলাশ ৰাভা , গৌতম শইকীয়া ।
সহ শিল্পী- মৃদুপংখি ডেকা দেৱী ,সংগীতা দেৱী , দীপিকা দেৱী ।
অডিঅ মিস্ক মাষ্টাৰিং- Bhaskar opswel .
ভিডিঅ গ্ৰাফি- নিকো নাথ ।
অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো Subscribe কৰিব লিংকটো চেয়াৰ কৰি ,লাইক, কমেণ্ট কৰিব । জাননী- বিনা অনুমতিত যিকোনো চছিয়েল মিডিয়াত কোনেও যাতে এই ভিডিঅটো ডাউনলোদ কৰি প্ৰচাৰ নকৰে । কেৱল এই ভিডিঅটোৰ লিংকহে share কৰিব পাৰিব যিকোনো চছিয়েল মিডিয়াত ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
Dhuniya kontho baideo sunile suni thakibo mon krishna 🙏
ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏
😅😮o
Bahut bhal hoise. Shumadhur kantha .Dhanyhad janalu
অন্তৰ চুই গল আই। সদৌটিলৈ শুভ কামনা জনালোঁ। আপোনাৰ ঘৰ কত আই
ধন্যবাদ দাদা
মোৰ ঘৰ মৰিগাওত । আপোনি মোৰ ঘৰৰ ওচৰত অনুস্থান কৰি গৈছে । বৰঙাবাৰি লখিমন্দিৰত
Bohut dhuniya gaise dei apuni 🙏🙏
শুনি বহুত ভাল লাগিল 🙂🙂🎉
সুন্দৰ কন্ঠ আৰু সুন্দৰ উচ্চাৰণে অধিক আকৰ্ষিত কৰিব পাৰিছে ৷
Bahi bojuwa Dada jona khub dhuniya bahi bojaisa ❤hosakoi bohut vall lagil huni 😊
Very nice performance. Go ahead way to your journey. God bless you ❤🎉❤
বহুত ভাল হৈছে। অতি সুন্দৰ ❤❤
Khub Hundar lagile
fast view ❤
বহুত সুন্দৰ হৈছে
কৃষ্ণ 💕💕💕।
আগুৱাই যাওক তাৰেই কামনা কৰিলো🙏।
Tothastru ....om nomu bhagowòte
কৃষ্ণ কৃষ্ণ ❤❤ আগবাঢ়ি যাওক ❤❤❤❤❤
Khub bhal lagil
অতি সুন্দৰ সুৰ
শিৱসাগৰ পৰা নমস্কাৰ কৃষ্ণ
Bohut Dhuniya lagil huni ❤😊
বৰ ধুনিয়া হৈছে দেই। আৰু আগুৱাই যাওঁক।
ভাল লাগিল শুনি।❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ
অতি সুন্দৰ প্ৰদৰ্শন হৈছে।🙏🙏🙏🙏🙏
সুন্দৰ অতি সুন্দৰ মধুৰ সুৰ
সুন্দৰ | কৃষ্ণ কৃষ্ণ আই | জয় গুৰু শংকৰ |
কৃষ্ণ 🙏
জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ
সুন্দৰ কণ্ঠ বাইদেউ ভাল লাগিছে
কৃষ্ণ 🙏💐💐💐
বহুত ভাল লাগিছে
অতি সূন্দৰ আপুনাৰ কণ্ঠত মুগ্ধ হলো"❤️❤️❤️🙏
বৰ ভাল লাগিছে
Bahut bahut dhunia hoise.
কৃষ্ণ কৃষ্ণ 🙏শুনি বৰ ভাল লাগিল আই গৰাকী আপুনি আৰু আগুৱাই যাক 🙏🙏🙏🙏
Bahut,Val,lagil,aru,aguwai,kayak,,,,,🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ প্ৰদৰ্শন। শুভেচ্ছা আৰু শুভকামনা জনালোঁ
Bohut hundar kanhta baideu
বৰ সুন্দৰ প্ৰদৰ্শন ।মন মুহি পেলালে আপোনাৰ কন্ঠ ই
Eman hundor.🙏🙏🙏🙏🙏
আপোনাৰ হৰি নাম বহুত সুন্দৰ
Val.lagil ❤🎉❤😮
সুন্দৰ হৈছে l
🎉🎉Bor Bhal Lagise xundor
Jai shree Krishna ❤🙏🙏❤
অতি সুন্দৰ ❤
Bahut dhuniya haise ❤❤❤ krishna krishna 🙏🙏
ধুনীয়া 🙏🙏
চাউদাঙৰ পৰা কৈছো...ভাল লাগিল❤❤❤
বা তোমাৰ নাম বোৰ শুনি মনত বহুত শান্তি লাগে আগলৈ আৰু এনেকুৱা নাম শুনিব পাম বুলি আশা কৰিলো ❤❤
🙏🙏
🙏🙏
❤
👍
অতি সুন্দৰ পৰিবেশন কণ্ঠ শুৱলা । দলতিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ ।
Xunder hoise❤❤ aguyai jua aru 🙏
ধন্যবাদ পম্পি
আইগৰখকীৰ নামভাগ ভাল লাগিল কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ নমস্কাৰ মোৰ ফালৰ পৰা বহুত বহুত শুভ কামনা জনালোঁ উতপল কলিতা মঙ্গলদৈ।
😊
সুন্দৰ❤❤
Oti xundor Naam poribexon 👏💖
❤❤❤
Bhagyashree devi medam eman je hundor modur hurore hongeetbur poribeken korigoisa bohut hundor lagise koboloi Baki nai mur palorpora bohut bohut Hardik obinandan giyapon korilu from kalkata so nice
Bohut bohut hundor hoise hunile mn modhur hoi
সচাই অতি সুন্দৰ কন্ঠ । সুন্দৰ পৰিবেশণ , ভক্তিত মন প্ৰাণ পুলকিত হয়। ধন্যবাদ।
ইটো বেছি ভাল লাগিছিল।
অতি সুমধুৰ
Bohut dhuniya hoisa ahpuner lukor Nam vhg
সুন্দৰ
❤ বীপ্ৰ দামোৰদেৱৰ এটি নাম আশা কৰিলো ake কণ্ঠত, সুমধুৰ কণ্ঠ ❤❤❤
krishna!❤❤অতি সুন্দৰ।আৰু আগুৱাই যাওক, এয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থ্না। আমি গৰাপাৰ, মৰিগাঁৱৰ পৰা
Krishna krishna ..👏👏👏bahut bahut val lage mur ...hunile huniy thakibar mon jai ...ati hundar paribekhan aru aguai jua tumaluk ...aru natun natun akha karu tumalukar pora
Sundar,Sundar,atikesundar
Krishna krishna 🙏🙏🙏
ভাল লাগিছে
Bohut val lagile..... Krishna Krishna 🙏🙏🙏
এইয়া ভগৱানৰ দান, সুন্দৰ ৰছনা, সুন্দৰ কণ্ঠ, সুন্দৰ পৰিবেশন, সকলো মনোমহা, god bless you &your family & Team
baydyo apunar nambor eman val lagy sunily suni thakibor mon jay ooo
Very good
ধুনিয়া
Hosai Dhunia lagil, Bhogobane Apunak aru aaguwai juwat hohai korok tarei hubhokamona jonaisu ..
Krishna Krishna ❤❤
অতি সুন্দৰ । বহুত ভাল লাগিল ।
O ba apunar nam khunila khunia thkibo mon jy......... Bohut dhuniya kontho tumar
Emn ispostabadi. Teu..mat sobda...mon vori jai . Khunile.
কৃষ্ণ 🙏
Bahut dhuniya hoise baideu
বাইদেউ কণ্ঠত শুনি থাকিলে শুনি থাকিবলৈ মন যায়
আপোনাৰ কণঠ ইমান মৌ বৰষা শুনিলে শুনি থাকিবলৈ মন য়ায় ❤🙏🙏🙏❤
Krishna Krishna🙏🙏 oti xundor🙏🙏
Oti xundur hoise xunile xuni thakibo r mon jai xosakoi agoliu Jen apuner konthot aru nm xunibo pm🙏🙏🙏
Krishna Ati Xundar .
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ।।।।
কৃপাময় শ্ৰীগোবিন্দ। তযু পদ-অৰবিন্দ
কৰো মই লক্ষ নমস্কাৰ।।।
বহুত ভাল লাগিল
বহুত ভাল লাগিল।শব্দ উচ্ছাৰন স্পষ্ট হৈছে।
Krishna 🙏🙏🙏 bor hundor hoisa Baidew
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ পৰিবেশন।
Bahut bahut bhal lagil 🙏...naamor lyrics lage
কৃষ্ণ🙏 কৃষ্ণ🙏 কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল।🙏🙏🙏
Jai shree radhey shyam ji 🙏🙏🌼 bahut bahut hi sundar 👌👌
Bahut Val Lagil sai
বহুত ভাল লাগিল 🙏
ইমান সুন্দৰ মাত টো কি কম মানে শুনিলে শুনি থাকিব মন যাই❤❤ ৰাতি পোৱা সন্ধিয়া সদায় শুনি এবাৰ হলেও মনটো পবিত্ৰ লাগে । আগলৈ এনেকৈ আশা কৰিছোঁ। জয় গুৰু শঙ্কৰ🙏
Bohut dhunia lagil
উফ কি সুন্দৰ
Apunar kantha bohut dhunia naam tu val lagise
বৰ ভাল হৈছে। অতি সুনদৰ ।
Bohut val lagil baidew