লেখিকা সংস্থা, অসমৰ দ্বাৰা লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান অনুষ্ঠানত সমবেত সংগীত পৰিবেশন কৰিলো

Поделиться
HTML-код
  • Опубликовано: 29 июн 2024
  • লেখিকা সংস্থা, অসমৰ দ্বাৰা লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান অনুষ্ঠানত সমবেত সংগীত পৰিবেশন কৰিলো
    লেখিকা সংস্থা, অসমৰ উদ্যোগত ২০০৯ খ্ৰীষ্টাব্দৰ পৰা বাৰ্ষিক ভিত্তিত অসমৰ সমাজ জীৱনত সু-প্ৰভাৱান্বিত ব্যক্তিত্বৰে প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী আদৰ্শৱান সু-মাতৃক সন্মান তথা স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এসম‌য়ত ডিব্ৰুগড়ত বাস কৰা বিশিষ্ট ধৰ্মানুৰাগী তথা ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ আদৰ্শৱান নাৰী আৰু আমাৰ সমাজ জীৱনৰ বাবে এগৰাকী প্ৰেৰণাদায়ক আদৰ্শ মাতৃ প্ৰয়াত লাৱণ্য হাজৰিকাৰ পৱিত্ৰ স্মৃতিত 'লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা' নামেৰে এটা বঁটা প্ৰদান কৰি অহা হৈছে। এইবছৰ গুৱাহাটীৰ লাচিত নগৰ নিৱাসী বিশিষ্টা লেখিকা,‌ আদৰ্শময়ী মাতৃ তথা বৈষ্ণৱ সংস্কৃতি ভাৱাপন্ন এগৰাকী অগ্ৰণী নাৰী শ্ৰীযুতা গিৰিজাবালা দাসলৈ এই বঁটা আগবঢ়োৱা হৈছে।

Комментарии • 15