Everyday in the morning n before go to my bed.... I always listen your truly god devine beauty devotinal voice. Really its make me so proud as an assamese. A big thanks to u n your team frm dubai.👍👍 Our culture is the richest culture in the world. Thanks a lots.
আপোনি দিহানাম পৰিৱেশন কৰোঁতে আপুনি নিশ্চয় নাম টোত সোমাই পৰে সেয়েহে ছাগৈ মোৰ দৰে শ্ৰুতা সকলে আপোনাৰ দিহানাম টোত আপ্লোত হৈ পৰে। এনে বহুতো দিহানাম আমাক উপহাৰ দিয়াৰ বাবে বহুতো ধন্যবাদ।
মই আৰু মোৰ পৰিয়ালে আপোনাৰ দিহানাম শুনিবলৈ অপেক্ষা কৰি থাকোঁ। দিহানাম মোৰ বৰ প্ৰিয় । আপোনাক ভগৱানে আৰু আগলৈ আগুৱাই নিয়ক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।
Very good voice❤️❤️❤️🙏🙏🙏val lagil Sai 😍😍😍👌
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।। বহুত সুন্দৰ পৰিবেশন ।।
Assam. Beautiful hori Nam 🙏🙏❤️❤️😍😍
দিহা নাম আপুনি অতি হৃদয় চুই যোৱা কৈ গাব পাৰে. ভগৱানে আপোনাক দীৰ্ঘদিন জীয়াই ৰাখিবলৈ প্ৰাৰ্থনা কৰিছো. আপোনাৰ বিপদৰ বাবে মনাত বৰ কষ্ট হৈছে. ভৱিষ্যত আপোনাৰ খুশ হব
অতি সুন্দৰ । কৃষ্ণ🙏
Bahut xundor baidew.
ভাল লাগিল বাইদেউ নাম খাৰ শুনি আৰু আগ বাঢ়ি জোৱা ভগৱাননে কূপা কৰক আৰু
আই বহু বহু আশীৰ্বাদ ও মৰম সেৱা যাচিলো
বৈকুণ্ঠৰ হৰি নাম শুনিলে শুনি থাকিবলৈ মন যায়।সুন্দৰ
শুনি আমনি নালাগে এই নামটো। বাইদেউ আপোনালৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।ভালে ৰাখক ভগৱানে।
সুন্দৰ দেহা মন শাত পৰি যোৱা কণ্ঠ।
pppsxdddzxxdzzxxxxxddddx
বাইদেউক লগ পোৱাৰ বৰ সেপাহ আছিল। বহুত ভাল লাগে আপোনাৰ কন্ঠ। মই এজন মুছলিম ল'ৰা কিন্তু আপোনাৰ প্রতিটো দিহা নাম তথা হৰি নাম মই শুনিয়েই থাকো। ৰাতি পোৱা শুনিলে গাৰ নোম হিয়ৰি ওঠে।
বহুত সুন্দৰ বাইদেউ ৷সকলকে শলাগ ললোঁ ৷কৃষ্ণ🙏
Ajj
বহুত ভাল লাগিল শুনি বৰমা 🥰🥰
সুন্দৰ
বৰ ধুনীয়া লাগিছে 💗💕
omiyo neog kolita mem apunak antorr nivito kunar pora alekh ajut huvokamona jonaisu.aru apunar hushaithor logote dighau komona korilu.
Bhuuuuuut val gaise Oooo baidau👌👌👌👌👌👌👌👌
Very nice dihanam paribeshon ❤
সচাকৈ আপোনাৰ গুণ গাবলৈ একো ভাষা নাই। অতুলনীয় 🙏🙏
অতি সুন্দৰ।। পুৱাটো সতেজ কৰি তোলাৰ লগতে দিনটোর বাবে সতেজতা পোৱা যেন অনুভৱ হয়। ধন্য বা দ
kii
Aqqqq
@@dehodeho1826 qp
Qqq
@@dehodeho1826 Jjjjjjjjí
Apunar ai gann tu mur wife or khub val loga geet vaideu aru muru apunar ....ujjal jebonor kamona korelu....
বাইদেউ আপোনাৰ সুন্দৰ কণ্ঠ দেই। আপোনাৰ এই গীত টু শুনাৰ কাৰণে মোৰ মা সদায়ে পাগল হয় থাকে, ৰাতিপুৱা শুনিব নাপালে,চোতাল ঘৰ চফা কৰিবই নোখোজে,আচৰিত দেই বাইদেউ আপুনি,কি বুলি আপোনাক ধন্যবাদ দিম ভাবিয়ে পোৱা নাই অ....,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ki mja git🥰🥰🥰🙏
@@nabanitaborah3917 hoi diya no,,
Baido jonir mat tu eman dhunia
বাইদেউ বৰ ভাল লাগিছে আপোনাক ওচৰত লগ পোৱা হয় বহুত ভাল লাগিল হয়। বাইদেউ বেয়া নাপাব আপোনাৰ ঘৰ কৌত বাৰু আপোনাৰ নাম সদায় শুনি থাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ 🙏🙏🙏
Bohut hndor hoise anedhoro or dihanambure axomiar ho'ngitjogtor bohut tonokial koribo joi Gur honkordev
বহুত ভাল লাগিল। ভগবানে আপোনাক কুশলে ৰাখক।
ভাল লাগিল চাই, কন্ঠ টো বৰ ধুনীয়া, শুৱলা 🥰🌼😊🌺
Llooooooo
কৃষ্ণ ৰাম কৃষ্ণ ৰাম ইমান ভাল লাগে আপুনাৰ হৰি নাম শুনি সদায় পুৱা আৰু গধুলি শুনু ! ভগৱানে আপুনাক দিৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক কৃষ্ণ কৃষ্ণ "জয় গুৰু শঙ্কৰ" !
😃😃😃😃😃😃😃🤒🤒😈😈😈😈🤒🤒🙃🙃🙃
বহুত বহুত সন্দৰ
আপুনি মন প্রাণ ঢালি গীতবোৰ পৰিবেশন কৰে সেই কাৰণে ভাল লাগে ❤️
Buieepuanai ami litilkrishhi o baa
Bohut dhuniya kontho apunar baideo😍😍😍
সুন্দৰ কন্ঠ।আৰু Dislike কৰা কেইটাক কৈছোঁ,তহত বাৰু ইমান পাপীনে,হৰি নামটো বাৰু Dislike কৰিবলৈ সৎ গৈছে নে।
Hihotr Homan papi ai pithibit nai
Teuluk sge bohut gyani
Hm like nkorile ni dislike kio korise
hundar Hundar Hundar anekuwa Geet hunley monot bhagawanor prati bhakti bhaab brahai tuley,,,, heyeakeykhar kau gaaijauksun bhagawanto aapunar prati suprakhano hauk yei kaamonarei, ,,,,,,
hoi apuni thikei koise
Bohut dhunia hoise baideu,,apunar mat tu mur bor priyo
আমাৰ ঘৰত পুৱাই বাইদেউ হৰি নাম লগাও , কিবা এটা ভাল লাগে, ৰাতিপুৱা ভক্তি গীত শুনিবলৈ পালে
বৰ্তমান বাজি আছেই , ,
ভাল লাগিল যে মজা
কুহুুৰিদাদি
ৰাম ৰাম
Bohut dhuniaa kontho apunar
বৰ সুন্দৰ লাগিল ৷ কণ্ঠ বহুত ভাল ৷সকলোকে ভাল লাগিল ৷
bohut val lagell.... apuni aguai jua....
apunar pora amiu bohut.... utsakh.... paisu.. 🙏🙏🙏
বহুত ভাল লাগিছে।👍👍
Krishna Krishna probhu 🙏
bhut vl lgise xuni ..voice tu emn hundor apunr
Bohut val lagile dei Baideo
বৰ ভাল লাগিল ।শুনিলে শুনি থাকিবলৈ মন যায়।
Apunar ai dihanam vage moi heki asu baideu 🙏🙏🙏 bohut val pow aponak 🥰❤️🌹💓👌👌👌💞💞💞👍👍👍
শুনিলে শুনি থাকিব মন যায় । god gifted voice ... Really super ...God bless you
Khub khundor lagil Krishno
Dhuniya lagise...... Amar sualiya school t hangkarr devor tithit gaisile 🙏🙏🙏🙏
অতি সুন্দৰ বাইদেউ কৃষ্ণ 🙏🙏🙏🙏
আপোনাৰ লগতে আপোনাৰ সকলো সংগী বিন্দক ধন্যবাদ বাইদেউ,, অতি সুন্দৰ হৈছে,, পুৱা আপোনাৰ ভক্তি গীত এটা সদায় শুনে মা দেউতাই।
You are right
অতি সুন্দৰ আৰু আকষনীয় ।শুনিলে শুনি থাকিবলৈ মন যায় আপোনাৰ নামসমূহ
, আছে আৰু ইয়াৰ বাবে তেখেতে অসমৰ বিভিন্ন জনগোষ্ঠীয়
Gta5
apunr kontho hsai hundor.. aru apunr hokolu hongibindi best
Bideo apunar hurtu bor dhuniya dai . agoloy Jan Aurora harinam gii jii Tara kamonara....
শক্তি দিয়ক নেদেখাজনে"সুন্দৰ
❤❤❤😊অনন্ত নমস্কাৰ❤❤❤❤কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়❤❤❤অনন্ত নমস্কাৰ❤❤❤
Ai dihanam tu moi prai hunu.....apunar bor modhur kontho dei.....❤️❤️❤️
Bahut bahut dhuniya lagile huni.hundar kantha.
ভগৱানক কামনা কৰো যে আপোনি সদায় ভাল দৰে থাকক।
নামটো শুনি চকুৰে আনন্দাশ্ৰু বৈ আহিছে॥
সুন্দৰ কণ্ঠ বাইদেউ ,শুভেচ্ছা থাকিল
Gud sistar
@@dipankarsaikia9643 poppy
কৃষ্ণ শঙ্কৰ সুন্দৰ পৰিবেশন ....!! উজ্জল ভৱিষ্যত কামনা কৰিলো...
Apurba Rajbongshi bor hundr
Krishna! Shradhar Neog ai gorakiloi pranam jonaisu.
Apurba....Vasa ni kobole emn sundor hoise..
Aapunar horinam pua godhuli hodai hunu apuni jatee aru aaguwai jai jaen tar hubho kamona korilu🙏🙏🙏
Moja baido dhuniya gaise
Everyday in the morning n before go to my bed....
I always listen your truly god devine beauty devotinal voice.
Really its make me so proud as an assamese.
A big thanks to u n your team frm dubai.👍👍
Our culture is the richest culture in the world.
Thanks a lots.
Niranjan Das Thankx to inspire me
Ki je hundor voice,,logote baideur mukht anytime lagi thoka hahitue hunt huwoga soraise
Moja😍😍
আপোনাৰ দিহানাম শুনি বৰ ভাল লাগে। । মোৰ নিজৰেই বহুত গাবলৈ মন যায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ দলটো মঙ্গল কৰক।
অতুলনীয় ❤️❤️
সুন্দৰ মনোমোহা টৌকাৰী গীতটো সছাকৈ বহুতো ভাললাগিছে
বাইদেউ বঢ়িয়া হৈছে
বৰ সুন্দৰ কণ্ঠ আপোনাৰ।
Apunar mt2 xasakoi bht dhunia xunile xni thkbo mon jai... Aru ntn dihanam xnm bli axa rkhilu..
Bahudinar pisat naam xuni bhal lagil ❤🌹tanks
অনন্ত নমস্কাৰ! জয় ভগৱান শ্ৰীৰাম,জয় ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়, অনন্ত নমস্কাৰ।
Iman hundor kontha aapuner. Huni huni aamoni nalage. Aapunar ghor kot janu janibloi mon aasil
Krishna Krishna' আই মাতৃ। আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
Tqq
Bohut val laga baido
Aponr voice tu bhut dhunia lage baidew,,,🙏🙏🙏,,enekoi agoloi aag barhi jaok Amar aaxirbaad aponr logot xodai ase,,,,,👍👍👍
Bor val lagil baido ➡❤➡❤➡❤
বহু ত ভাল লাগিল বাইদেউ 🙏🙏🙏🙏
ভাল লাগিল , বহুত বাৰ শুনিলো|
লগত থকা পাছোজনী সহযোগীকো বৰ ভাল লাগিল,
Ha
হে আই মাতৃ আপোনাহবক সহশবাৰ প্ৰনাম জনালো্, আপোনাহবক দীঘায়ু কামনা কৰিলো,
May god bless you bidew......
Very very nice..........
Go ahead.....
বাইদেউ বহুত ভাল লাগিল।
ইমান ভাল লাগিচে
Oti hundor hoisey... Bor val lagisey dei.. 🙏
Bahut dhuniya gaise . Huni bhal lagil hakalua gaise . Amiya baidou hur tu bahut dhuniya . Agaloi ane hundar geet dibo buli akha korilu
আপোনাৰ ভইচ টো বহুত ভাল ❤️ আপোনাৰ হৰি নাম শুনি বহুত ভাল লাগে
Åå
Bohut bohut Dhanyabad joniso baa💐💐💐💐🙏🙏🙏🙏
Boor xundur.........
ইমান সুন্দৰ কন্ঠ
Ghcfy
A
Apunar horinam huni khubei Val lage 🤗🤗😊
Bohut val lagisa ❣️🥰🥰
Khub hundor.otulonia🙏🙏🙏🙏
Good voice. I have heard every songs. Pl keep it continue.
Badeor opar apunar kontho krishno krishno krishno aguwai jua thanks
ভগৱানৰ ওচৰত পাথনা যাতে আৰু আপুনি যেন আগুৱাই যায় ৰাম ৰাম 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাক সেৱা জনাইছো, ।
Apunar mattu hosai bohut dhunia ..hunile huni thkibo mn jai ..proti2 diha namei moi hunu ..so very nice voice
সুন্দৰ হৰি নামৰ সুৰ !🙏🙏🙏