আজি দিল্লী বিধানসভাৰ ভোটগ্ৰহণ
HTML-код
- Опубликовано: 9 фев 2025
- আজি দিল্লী বিধানসভাৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ। কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ৭০টা বিধানসভা সমষ্টিত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। নতুন দিল্লীৰ পৰা আমাৰ এক প্ৰতিবেদন।
#PratidinTime #DelhiElection2025