বিজেপিকেই নহয়, বিৰোধীকো নাকত ধৰি চাকত ঘূৰাইছে নেকি অখিল গগৈয়ে?
HTML-код
- Опубликовано: 10 фев 2025
- বিজেপিকেই নহয়, বিৰোধীকো নাকত ধৰি চাকত ঘূৰাইছে নেকি অখিল গগৈয়ে? অখিল গগৈৰ নাম শুনিলেই এতিয়া সৰৱ হৈ পৰে কংগ্ৰেছ-AIUDFৰ একাংশ নেতা। AIUDFৰ দাবী - অখিল গগৈয়ে পতা সভাসমূহক স্পনছৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে কিয় এই অভিযোগ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ বিৰুদ্ধে?
-------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24's RUclips channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
চবতে পইচা নালাগে । মানুহৰ যত বিশ্বাস ততেই ৰাইজ ।
এইবাৰ 26 ত অখিল গগৈয়ে ধুমুহাৰ সৃষ্টি কৰিব ।
Nijor sit khon o harabo😅
ভাল হব বহুত
ছাৰ হতে এজন মানুহৰ পিছত হে লাগে, তেখেত সকলে জনাতো ভাল যে ৰাইজেই ৰজা। জয় আই অসম ❤
Aiudf zindabad ❤❤
যিহেতু ৰাইজৰ দল ৰাইজেই টকা দিয়ে ।
আমিনুল ইছলাম ভাই টকা লোৱা বাতৰি হিমন্ত বিশ্ব শৰ্মাই তোমাক কেতিয়া দিলে আৰু কিমান টকা দিলে ৰাইজক জনাবাচোন। তোমাক হিমন্তৰ বিশ্বস্ত বন্ধু বুলি এটিয়াহে জানিলো। গোপন কথা তোমাক কিয় জনাই থাকে!
Akhil Gogoi Jindabad
অখিলে বি জে পি আৰু হিমন্তৰ হৈ কাম নকৰিলে অখিলৰ বিপদ আছে।অতীতত অখিলে বি জেপিৰ হৈ কাম কৰি আহিছে।তেওঁৰ কিছু দুৰ্নীতিৰ তথ্যও আছে।যি সময়ত অখিলৰ উৰ্পজন বিশেষ একো নাছিল তেথিয়া তেওঁ গুৱাহাটীত ইমান ধন খৰছ কৰি ঘৰ কেনকৈ কৰিলে? আৰ টি আই কৰ্মী হিচাবে দুৰ্নীতিৰ ভিৰুদ্ধে তেওঁৰ অবদান শুন্যৰ ওচৰত।
অখিল গগৈ জিন্দাবাদ
😂😅
Akhil Jindabad
শংকিত হৈছে আমিনুল ইসলাম
Akhil g❤❤❤❤
অখিল গগৈক যে কোনোবাই ব্যৱহাৰ কৰিছে এইটো খাটাং ।
ঠিক কৈছে
Akhil gogoi rr party hobo lage
Akhil gogoi r lgt noware he is relented politics..
আপোনালোকে জানি বুজিও কি প্ৰশ্ন কৰে!কলি যুগৰ নেতা মানে ৰাইজৰ নেতা নহয় ! প্ৰত্যেক নেতাই তেওঁৰ বেংক বেলেঞ্চৰ উৎকৰ্ষ সাধনৰ বাবেই কিছু দিন আনক দেখুৱাই কষ্ট কৰিবলগীয়া হয়!
💯 %
Already told that he is agent of ............
....?
Udf jene akhil gogi tene buli dhari lowoato val.
Aiudf kobor paibo karon agor aiudfo experience asa, okillgogoi akjon sot manus
Kothatu xosa jen lage ..
Meaningless katha
Aiudf meting karibalay taka jenekoy,akhileoi tenekoy paise
Voi khaise kio akhil gogoile apunaluke
Akhil da logot, manuh dekhi laz paise ,❤❤❤❤❤❤
Azmale dise😂😂
Arae ajmal e dise akou !
Murkhai anekoi kai
Akhil..... pakistani and bangladeshi agent....yaar supporter buru sob axomiya namot beleg game khele