LIVE | Teacher Fired From Jobs | চাকৰি গ'ল ২৫হাজাৰ শিক্ষকৰ | ঘূৰাব লাগিব ৮ বছৰৰ দৰমহা | N18L
HTML-код
- Опубликовано: 21 апр 2024
- LIVE | Teacher Fired From Jobs | চাকৰি গ'ল ২৫হাজাৰ শিক্ষকৰ | ঘূৰাব লাগিব ৮ বছৰৰ দৰমহা | N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#teacher #job
n18_live
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
অসমত এনেকুৱা শিক্ষক বহুতো আছে। অসমতো হ'ব লাগে।
যেনে কৰ্ম তেনে ফল । বক্ৰ পথেৰে চাকৰি ল'লে এনেকুৱা হ'বই
গোস্বামীয়ে একেটা কথাকে চেপেটা কৰি থকা নাইনে ৷ পোনপটীয়াকৈ দুই-এটা বাক্যতে কৈ দিলে সময়বোৰ বাচি যায় ৷
8888ii8ioioiii8i8oinjjj jiji 8ii8888i8888888u7uu7úiiiiiiiuii8iiii noo oiioooo8😮
😂
Hy in@@bhaijivan4572
পোন পতিয়াকে কলে আমাৰ দাতা শেষ নহব,তেন্তে সিহঁতে পইচা কৰ পৰা পাব,গতিকে যিমান পাৰে সিমান দীঘলীয়া কৰিব লাগিব🤪🤪🤪🤪
এইটো আমাৰ অসমত হ'ব লাগে।
পশ্চিম বংগ
কলিকতা আৰু বিহাৰত আগৰেপৰাই এইবোৰ দূৰ্নীতি হৈ আহিছে আৰু অসমতো কংগ্ৰেচৰ দিনত আৰু এজিপিৰ দিনত বিয়াগোম কেলেঙ্কাৰী হৈছিল ৷আমি ভালকৈ পৰীক্ষা দিও চাকৰীনেপালোঁ আৰু বহুতেই পৰীক্ষা নিদিয়াকৈয়ে চাকৰী পালে !
Ryt
😊
Great Action
Not Only West Bengal but also Assam and all India take to this action from the Government.
ধন্যবাদ উচ্চ ন্যায়লয় 🙏🙏🙏
আপোনালোকে শ্ৰোতাক কি বুলি ভাৱে।বুজি নাপায় বুলি ভাৱে নেকি ? একেতা কথাকে পকাই থাকি সময় নষ্ট কৰে।
একেটা কথাকে ঘূৰাই অকাই পকাই কৈ থাকে কৰ হয় সেইটো নকয়।
Mamata sarkar borkgasta korib lage
অকল এইখিনিয়েই নহয় ফৰেষ্ট বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰতো হৈছিল
পোনপটিয়াকৈ ক অকাই পকাই একেখাৰকে কিয়। কৈ থাকে
সকলোবোৰ department তে টকা দি চাকৰি লৈচে সকলোকে ধৰলে ভাল হব।
যেন কুকুৰ তেন টাঙুন।মুঠৰ ওপৰত সত্যৰ জয় হোৱাটো সকলোৰে বাবে মঙ্গল জনক।
কোনে দিছিল এইবোৰ চাকৰি ? চাকৰি দিয়া সকলক বিচাৰি শাস্তি দিওক ।
Good verdict
বেঙ্গলৰ বাতৰিটো চেপেটা কৰি এইজনে চিঞঁৰি মৰিছে চোৱাচোন!!
ৰাজনীতি কৰি চাকৰি লোৱা সকলক উচিত শিক্ষা দিয়াৰ চৰকাৰক ধন্যবাদ জাচিছো
ইমান সময় অসমৰ বুলিয়ে ভাবি আছিলোঁ বহুত সময় লগালে আচল কথাটো কওতে।
মূল কথাটো খূবেই কম কথাৰে প্ৰকাশ কৰিব পৰা টো বক্তাৰ স্কিল হোৱা উচিত।
For right dicision like here❤
👇
Time is still ahead for them.....
নিজ দলে কৰি যোৱা বোৰ লীলা, আন দলে কৰি যোৱাৰ বাবে কিলা, চলিত চৰকাৰে কিমান মিছা প্ৰতিশ্ৰুতি দিছে , গুৱাহাটীৰ চচলে সাক্ষী 😂
Anekua teacherok sandle pindhai kaanot dhorai khub pitibo lage
বাতৰি পঢ়িব নাজানে নেকি অকাই পকাই থাকে
এইজনে coat- tie নিপিন্ধাকৈ বা already grow নকৰা channel এটাত এই বাতৰি ঠিক এই ধৰণে পৰিবেশন কৰা দৃশ্য ভাবিয়েই হাঁহি উঠিছে।
Very good
Court ৰ ৰায় বিভাগীয় কতৃপক্ষেৰ মানে জানো?
In which state? Please mention the state so that we can believe......
ককাইদেওৱে সাধু কথা হে পাঠ কৰিছে, বাতৰি নহয়তো সেইকাৰনে পকাবই যিমান পাৰে সিমান...
All rights
The employer are innocent because they got the govt, service through the ruling govt, The high court should be take n,a, against the education department employeers that issued the appoinment letters,
কোন ৰাজ্যত। সেইটো কক
West Bengal
বিৰোধী ৰাজনৈতিক মুল ইছু হব
বক্ৰ পথেৰে চাকৰি লাভ কৰা সকলো লৈকে একে ব্যবস্থা হ'ব লাগে।যোইগ জনে চাকৰি নাপাই বেকাৰ হৈ জীৱন নিৰ্বাহ কৰে। অসমৰ কথা কব লাগে। অসমতো এনে কুৱা চাকৰি য়াল আছে বিহিত বিচাৰ কৰক
Good step against corruption,
Assam ot ai kam to kori se j bht vl kotha
ৰাজ্যখনৰ নাম বহুত পলমকৈ কৈছে । ধন্যবাদ।
😂😂😂😂😂
অসমতো এনেকুৱা হবনেকি বাৰু ? চিন্তাহে হৈছে ।
😂😂😂😂😂
এতেকে শিক্ষিত সকল দুৰ্নীতি মুক্ত ভাবে চাকুৰী লবলৈ মতত ৰাখক, আপোনাক সাৱধান কৰণৰ বাবে ঞ্জান প্ৰদান কৰিছে।
Jar poisa ase xe he pai sakori balor sorkar ami ane asu ai prithibite t
এবছৰ ভিতৰতে তদন্ত কৰিব লাগে ।এতিয়া মানুহবোৰ মৰা বাহিৰে উপায় নাই ।
পশ্চিমবঙ্গত৷ ৰক্ষা আমাৰ ইয়াত নহয়৷
Good.decision
আপুনি শ্ৰোতাক বহুত খঙ উঠাই
Bohut val korise...
এতিয়া যদি অসমতো তেনেকৈ অবৈধ কৰিছে , সেই বোৰক বাদ দিয়া উচিত
বাতৰি পঢ়িছে ছোৱাঁ ! শুনিবলৈ ধৈয্য নাথাকে আৰু।
অসমতো হব লাগে
Kolkata high court
9:25 minutes pora saok jai.. agor khini eketa kotha k sepeta kri ase
Appointment jodi illigal hoisil okol prarthi sokolok sasti dilei hol ne. Ji khini manuh e system r majot thaki ei appointment bur disil tahator ki hobo. Jodi tahator uporot eku action nohoi tenete ei durnitiporaion manuh bur tu system t thakiei jabo aru kaliloi eibilake tu akou ekei koribo
First time you meet all teacher please
Borhiyaa Borhiyaa.... Like this every Departmental Exam sheets need to be investigate, as during Exam day many such blank OMR sheets are seen submitted by some candidates, only they mark the answer in OMR sheet if they are 100% sure to be correct. So, may be these sheets are used by the department culprits to make them pass the EXAM by marking all the correct answers.
Superb job done, good initiative...
Thinks news chen,,,,kobortar ,,,,,donobad
Be straight in broadcast ing the news
ইমান কৈ একেখিনি কৰাকে শুনি থাকিবলৈ সময় নাই ।
বিষয়টো পুনৰ বিবেচনা কৰিলে ভাল হয় ।
In possible
asamot hobo lage.
Good News
Where?
Sir olop speed t kotha kole val pam 😊
Where this happened?
অন্যান্য ৰাইজত অবধ্য শিক্ষকৰ চাকৰি গৈছে, আমাৰ অসমৰ কিয়ো নাজাই?
অন্য ৰাইজতকৈ আমাৰ অসম আৰু বি টি আৰত বহুত বেছি আছে।
Kon jegat hoise koi dile val hoi.
Amar Axomod besi aasi..saf saf proman aase...College levelot..!? Axomoto oti honkale tene Rule adob hobo lage !
সচাঁই একে কথাকে চেপেটা কৰি আছে মচলা লগাই লগাই ।
Bjp will win again in this election 😊.
ভালেই হৈছে।
Nice
School College Assamot tola mara. Education has no value in a corrupt state like Assam.
Beleg state or kotha koi ki lav. Nijor state or kiman development hoise eitu dekhauk. Ground Zero level report diok.
Moja hoise
Best video
West Bengal news !
অসমত ও হব লাগে
val khabar de ba ba
পশ্চিমবঙ্গৰ সমস্যাটো যেনেকৈহে ঘোষণা কৰি আছে, মই অসমৰ বুলি চিন্তাতেই পৰিছিলো। পশ্চিমবঙ্গৰ বাতৰিটোক ইমান মুৰুলী পাক দি বৰ্ণনা কৰাৰ, কাৰণটোহে বুজি নাপালো 🤭
Moja
Cm Sri order
Grade 3,4 online hb lage ssc r dore
এই খবৰ পশ্চিম বংগৰ । আপুনি এই কথাকে কবলৈ ইমান দীঘলীয়া পাতনি মেলাৰ কাৰণ কি ?
L S Election code of conduct kaha hey bhai ?
Kun state r
Main kotha tu last t koi😀
একটা কথাই বারে বারে বলছেন কোথায় হয়েছে সেটা বলুন আপনি কি জার্নালিজম কোর্স করে আসছেন
Time8 ৰ লক্ষণ আহি গৈছে
অসমৰ চাব লাগে
Mamta Benarji atia aru Bengalot CM. hoi nathakibo. Ahibo BJP, Zindabad hobo BJP
good job😂
চাকৰি দিছিল কোনে? যি দিছিল সেই সকলক ধৰক।পইচা কৰ পৰা ঘূৰাব?এইটো কথা হলনে?
3:58 আচল কথাটো কওক ।
Assato ai bibostha hobo laga bohut pabalagiai pua nai
Axom t kar kar gl tak delhuak bas TRP bohai ase
আপুনি নিউজ দিয়ে ঠিকেই,কিন্তু উৰাই-ঘূৰাই লেকচাৰ বেছি মাৰি থাকা।
Kun rajyat
Bengal r news Bad diyok axomor. News diyok
মানুহ কথা কয়,আন আন জন্তু বোৰেও নিজ নিজ মাত্ৰীভাষাত কথা কয়, শিক্ষিত মানুহ কথা কয় যি কথা আনে শুনিলে কিবাকিবি অলপ ঞ্জান প্ৰাপ্ত হয়
Kot hoi
ত্রইটো অামাৰ অসমটো হব সাগে অনুৰোধ কৰিচে
Bout Deri hoi gol.
Koni2 dibo suduvaii