USTMৰ মালিকে গুৱাহাটীত ফ্লাড জেহাদ আৰম্ভ কৰিছে নেকি?প্ৰশ্নৰ উত্তৰ বিচাৰি USTM ত উপস্থিত অখিল গগৈ !
HTML-код
- Опубликовано: 16 сен 2024
- 📌ইউ এছ টি এমৰ স্বত্বাধিকাৰীয়ে সঁচাকৈয়ে ফ্লাড জেহাদ কৰিছে নেকি !
📌ক্ষেত্ৰভিত্তিক অধ্যয়নত কি পালে অখিল গগৈয়ে ?
📌USTM ৰ মালিকে গুৱাহাটীত ‘ফ্লাড জেহাদ’ আৰম্ভ কৰিছে নেকি?এই প্ৰশ্নৰ উত্তৰ বিচাৰি USTM ত উপস্থিত অখিল গগৈ !
📌আমি ইউ এছ টি এমক জগৰীয়া কৰিবলৈ আহিছিলো
কিন্তু ইয়ালৈ আহি আমি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে একো দৃশ্য দেখা নাপালো!
📌গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে ২০২২ আৰু ২০২৩ চনত শিলসাঁকো বিল মুখ্যমন্ত্ৰীৰ শত্ৰু আছিল এইবাৰ ইউ এছ টি এমক শত্ৰু কৰি লৈছে!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
ইউ এচ টিমক কোৱাৰ অৰ্থ হৈছে ,হিমন্তৰ ঘৈণীয়েকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নাপাব বুলি কৈছে তেনেকে
Right
লাভ জেহাদ, শিক্ষা জেহাদ, মাটি জেহাদ, বানপানী জেহাদ আচৰিত আচৰিত জেহাদ।
@@diptidevi4055 rssৰ research centreত আৱিষ্কাৰ হৈছে শব্দবোৰ ।
Akhil Bhai. Jindabad
USTM ৰ মালিক মুছলিম কাৰণেই মুখ্যমন্ত্ৰীয়ে এনেকৈ কৈছে ।
আপুনিও শিলহাকু ত কিমান থলগীৰি মানুহৰ উচ্ছেদ কৰিলে, তেতিয়া আপোনাৰ মানুহৰ প্ৰতি অলপু দুখ নালাগিল।
এইটো মুখ্যমন্ত্ৰী নহয় মুৰ্খ মন্ত্ৰী হে কেবল বেলেগৰ গাত থেলি দি দুখ সামৰিব। নিজে তো একো কৰিব নোৱাৰে। বেলেগে কৰিলে চকু জ্বলে। বিশেষ কৰি মুছলমানে কৰিলে তো কথাই নাই
মুখ্যমন্ত্ৰী ছাৰে কি কয় তাৰ কোনো ভিত্তি নাই। তেওঁৰ স্কুল চলি থকা নাই, সেইবাবেই এই সকলোবোৰ
যিমানে নিছত তানিব ustm ক সিমানে ওপৰলৈ উঠিব ustm
100 percentage right.
USTM ৰ প্ৰচাৰ কৰি আছে এতিয়া বেছিহে student admission লব
Assam c m is really adnormal
😂😂😂
Good job USTM
হিমন্ত মামা ঘৈণিয়েকৰ ইস্কুলত ছাত্ৰ-ছাত্ৰী নাইকীয়া ছাগে গতিকেই এনে দৰে বলকি আছে ।মুছলমান দেখিলেই লাভজেহাদ ।লাভ জেহাদ কাক কয ভাল দৰে জনাৰ পযোজন আছে এতিয়াও ।
Mama pogola hoisa
Hoque sahab,,Himantaor nisina cm ok ketiao invite nokoribo .
Right katha Gogoi sir❤ himantar kakai k pokash nokaribo go ahead ustm sir
Akhil Gogoi jindabad
Shame on Assam CM
চিঃ, ইমান লেতেৰা ৰাজনীতি ভাল নালাগে।
এইবাৰ নেদেখা বস্তু দেখিবলৈ পাম আৰু নুশুনা কথা শুনিবলৈ পাম।
Good USTM
শিমন্ত গোটেই অসম খন ধৰ্মৰ ৰাজনীতি কৰি মানুহৰ ভিতৰত গিনা বনাই দিছে
হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে l
Akhil gogoie ustm mot goi olop moshola di ahil
Long live Mr Akhil Gogoi
Good akhil bhai
After Yogi, this CM is the Fountainhead of Hatred.
Gaurav Gogoi has rightly said that this man is indulging in Nonsense Jihad.
Faltu CM
Dirty Politics Dirty CM
We love and support you Sir from Meghalaya ❤
The main gate has been made like a mosque.....
Good okhil jankari deneke liye
U S T M,Chife ministe r lab lage,Val Hobo
মেঘালয়ত হাজাৰ হাজাৰ ৰোগী কিয় যায়,তাক বাধা দিয়ক চেন্নাই এপলো ত যায় তাকো বাধা দিয়ক
পাৰিব নে?
Good man good judgement, bad man bad comments.
ডার্টি পলিটিক্স
Thank sir.
Malik jn hindu hole aku nohol hoi CM sir r
U S T M মালিক সংখ্যা লঘু হোৱাৰ বাবে অভীজুক দিছে জেহাদ বুলি কোৱা হয়।
এইবিলাক শুনাত কৈ আকবৰ বিৰবলৰ সাধু শুনাই ভাল,জ্ঞান বাঢ়িব।
Guwahati drainage system is good Don't blame to someone
মুখ্য মন্ত্ৰী কিমান হৃদয়ৱান শিলসাঁকো উচ্ছেদ ত অসমীয়া ৰ ক্ৰন্দনে তাক প্ৰমাণ দিছে। এতিয়া আজমল নাহে বাবে এইবোৰ নতুন বিভাজন পলিচি আনিবলৈ বৃথা চেষ্টা কৰি আহিছে।
নিলাজ CM of Assam
Yes
Opodartho
Himanto বুল kotha কৈছে
It's only jealousy.
ইয়ে বৰ্তমান সময়ৰ বদন
😂😂😂
@@user-nq5kb7dh4y হাহিবলৈ কি আছে
Against a University is deplorable....
Kotha bilak Leniyai Leniyai kiyo koi ?😢😢😢😢
Enekuwa kotha khuni mamar image beya hoi àse,ustm bahutey dekha nai,goi Sai loba
Mama chirodin basinathake ekdin morbarlabo
U S T M is one of the Mislim University of North East like Aligarh Muslim University
Huni val lagil
Gobor ajn kr pora ahil aru
অসমত ইমান বিলাক ইনজিনিয়াৰ, বিয়াগোম বিয়াগোম নেতা পালিনেতা, বিষয়া আছে কিয় বানপানী ৰোধ কৰিব পৰা নাই ।
অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য সম্পূৰ্ণ শুদ্ধ ।
Simple in face dangerous in heart
Malik Jon Muslim neki.Aagote Guwahatit Flood huwa Karan ki asil.
অখিল গগৈ ৰ পৰা আৰু কি আশা কৰিব!?
তেওঁ তাতে গৈ সেই প্ৰতিষ্ঠা ন টোক জগৰীয়া কৰিব পাৰিব বুলি ভুলতো কোনেও নাভাবিব।
Mehabubul hoque sir . Dangor akta parah Kati medical College bonaisa. Aru Assam cm Himanta b sarma dangor 2 ta pahar Kati Gutka company bonaisa 😅😅.
Bah mama bhal business ideya
Sir আপোনাৰ কথা শুনি হাহিম নে কন্দিম, নাচিব নজনা চোতাল বেয়া বুলি কই
Then why evection on silsako????
Lord will surely leads you
এই মানু্হ বোৰক আপুনি টো কোনো কৰ্ম সংস্থাপন নিদিয়ে। পাছে মামিৰ স্কুল ত 24-25 ৰ addmission ৰ percentage চাগে আপল কমিছে 😂। পাছে মামিয়ে ৰাতি কেইটা বজাত আপোনাক এই বুদ্ধি টো দিছিল। মামিয়ে চাগে আইডিয়া কৰিব পৰা নাছিল যে অসমৰ ৰাইজে আভ্য়ন্তৰীণ কাহিনী টো গম পাই যাব বুলি😂
Your people will oneday knows you better😢
GMCH r paharor pani kini guwahati le nami aha nai neki 😂😂😂 kela
ইয়াক অসমর পরা খেদিব লাগে চাল্লা
Cm or wife or school ot student nai so g pai take boki ase
😂😂😂Iman tulunga, samproyodaik, gyanhin mantabbya ejon cm r mukhot prothom sunilu.
Muslim agbarhi justo nibirae
Bohut baya politics solisa
Nije kenekoi bonaise Amingaon t
cm sir Rajnati kiman kribo ar...
Real andhbhakt iat dekha jabo
Ahkhil Sir , Actually hemanta needs someone to hold him....bechara
কি ভিত্তিহীন কথা কয়।
Emn nilaz kio amar cm ccccc 🤮🤮🤮
𝐊𝐚𝐦 𝐧𝐚𝐢 𝐦𝐚𝐦𝐚 𝐛𝐞𝐦𝐚𝐫 𝐤𝐨𝐧𝐨 𝐥𝐚𝐯 𝐧𝐚𝐢 𝐭𝐦𝐫 𝐥𝐚𝐠𝐢 𝐚𝐤𝐨 𝐥𝐚𝐯 𝐚 𝐧𝐚𝐢
Ai jahad mane
😊😊😊😊😊😊😊😊😊😊😊😊
Prakitr kotha nokobi...piyanj hazrikai ki kori ase dekhi asu
Bad diyahe
USTM zindabad
2026 t gol he
Tumi kio bandha krib noarila,, pahar Kati thakote,,
Missa katha.
We love you Sir❤ Akhil Gogoi ❤😊
😢
Sisi anekua cm ru jate life ot ketiau nedikhu tarey kamona
আমি দলে বলে admission লম অতিয়াৰ পৰা 🎉🎉🎉🎉🎉
Feku Cm 😂😂😂
Bad baad
Himantu Biswa Sir, 🙏 please do not spread wrong propoganda about this sacred educational institute which has greatly contributed to the entire North East India.
Actually USTM is very focused on turning the campus into an environment friendly space where every other institutions of the region can come and learn.
Our CM Assam must use languages which are more civilized because Assamese are known for being very cultured and refined people.
If the inceasined
Cheap mentality
Hemant Abhishek
Ankhil gogoi 😂😂😂
CM Himonta bokar moto kota koisea .
Nonsense
Mami r mane share lage sob jagatei share ase heitut nai... Mami sob jagatei share loi ase aitut lobo mane 😂😂
এন বি নিউজে মিডিয়াত মাটি কটা বুলদ্ৰেজাৰ , ডাম্পাৰ আদিৰ ছবি দেখুৱাই দিলে, অখিল গগৈয়ে কিয় একো দেখা নাপালে?
Faltu kotha
No,It is Impossible,agote kanokoi kritem ban hosile,permission expert CM a dishile naki.sale bare kubai Labh nai.