Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ফুল সকলোৱে ভাল পাই ধুনীয়া লাগিছে ❤️
Thank you
Bor dhunia hoise
Wow wonderful Graden❤😂🎉🎉😢😮
Wow bohut Val lagise phulbur
Beautiful sharing 😍💚💚💚💚💚👍👍👍👍
Bhut vl lagil
ধন্যবাদ
বৰ সুন্দৰ
ধন্যবাদ বাইদেউ
BOHUT base dhuneya
ভাল লাগিল ভিডিঅ'টো চাই ।
Nice sharing 👌👌❤❤
thanks
Very , very beautiful
বৰ ধুনীয়া লাগিছে ।
ধন্যবাদ 🙏
Very nice 6:35
Very beautiful👌👌👌👌
ধন্যবাদ 🙏 video বোৰ চাই থাকিব দেই
ভাল লাগিল চাই । ভোগালী বিহু শুভেচ্ছা জনালোঁ
ধন্যবাদ বাইদেউ,,, আপোনালৈকেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো
বহুত ভাল লাগিল
val lagel
Val lagil
সুন্দৰ
ইমান ভাল লাগিছে ❤️❤️❤️
thank you
ভাল লাগিল
ধন্যবাদ দেই,,,,,video বোৰ চাই থাকিব
মই আপোনাৰ video ছাও
Apuni Jodi alunalokor apunalokor ru guy guys bare bare nokoi besi val lail heten , nice flower
নিশ্চয়,,,, এইবিলাক লাহে লাহে আতৰাবলৈ মইও চেষ্টা কৰি আছো, লাহে লাহে নিশ্চয় ঠিক হবগৈ....
Bhal lagil sai apunar video bur notunkoi sabole loisu,, moiu bhal pau fulor kaam kori..😊
ধন্যবাদ দেই.... HAPPY GARDENING 🌹🥀🌷🌿
Moza
Bor dhuniya dei apunr pholoni khn vl lgil aji pthm slu sub kri dlu dei.
Very nice
Orchid gosor tolot hang korile bhal hobonr
হ'ব
ভাল লাগিল, ফুলৰ যত্ন কিদৰে ল'ব লাগিব তাৰ ভিডিঅ'দিব
গছ খিনি ইমান ধুনীয়া কৈ সজীৱ আৰু জোপোহা হৈছে,, কি use কৰে বাৰু,,
6mnt 35 second t apuni 34 bar. Gys koise ..😊😊😊😊.ful bur bhut val lagil tare 4/5 bidh he ase ...val lagil vdio2 ...🙏🙏🙏
Haha ,,, actually সেইসময়ত মই প্ৰথমবাৰৰ বাবে video বনাইছিলো । ফলত কথা কোৱাৰ অভ্যাস নাছিল । সেইকাৰণে তেনে হৈছিল । কিন্তু এতিয়া অলপ improve কৰিছোগে আৰু । নতুন video বোৰ চাবচোন নিশ্চয় ভাল পাব
Nice VDO
Very nice ❤New subscriber
Welcome দেই
Nice
Good
money plant jupar agar jupar nam ki …jonabosun please
ৰব চাব লাগিব video টো ,,, বহুত দিন হ'ল পাহৰিলো নহয়
Yar vitrr 5 bidh plant ase mur grt❤
Wow nice
Guys ,guys ,guys ...😅😅😅😅😂😂
Sorry 🥲🙏 it was my initial day....
Dada alopman aloe vera video ata deba please
নিশ্চয়
"Guys" word tu bor besikoi kua hoise....olop kom kole bhal hobo...Best Wishes
আপোনাক বহুত বহুত ধন্যবাদ। এইটো নিশ্চয় কমাবলৈ চেষ্টা কৰিম
Sir your channel is monetization or not please replay back with message
Monetize
আপোনাৰ নাৰ্চাৰীখন ক'ত হয়.
বাইদেউ মোৰ নিজৰ নাচাৰী নাই
Kot ghor apunar
Dhakuakhana ত
Ok
আপোনাৰ পৰা ফুল কিনিব পাৰিম নে ?
মই নেবেচো নহয়
ভাল লাগিল কিন্তু গোৱালপাৰাত এইদৰে ৰোৱাৰ উপায় নাই ৷ বান্দৰৰ জাকে এদিনতে সকলো শেষ কৰিব৷
Oooh কি কৰিব আৰু ওপাই নাই🥲
Videot dekhua gutei khinie ase 50 tat koiu besi hbo
অ হয় নেকি? বহুত ভাল লাগিলে দেই শুনি, এদিন আপোনাৰ বাগিচাখন চাব পাম বুলি আশা ৰাখিলোঁ
Sure
সুন্দৰ মনোমোহা, দেখি বৰ ভাল বৰ ভাল লাগিল।
Tap bor talot phuta karane
Ooo কৰি দিব ,,নহলে পানী জমা হৈ থাকিলে গছবোৰ গেলি যাব
Dada apunar nijor nursery ase niki ? Jodi ase address tu kobo sun
ক্ষমা কৰিব মোৰ নিজৰ Nursery নাই,,, আপুনি ক'ৰ পৰা কৈছিলে?
Dhemaji Gogamukhor pora
@@purabiborah1698 আপুনি পবন নাচাৰী আহিব পাৰিব,, বহুত plants ৰ collection আছে তাত,,,, recently মই তাত video এটা বনাইছিলো,,,, আপুনি চোৱা নাই যদি চাব পাৰে
Moi Pobon nursery joisu aru apunar video Tu moi salu
@@purabiborah1698 অ হয় নেকি? ধন্যবাদ দেই
কত পাম বাৰো
যিকোনো নাচাৰীতে পাই যাব
কত পাম
Nursery ত
মাবৰ্ল প্লান্ট আছে মোৰ
প্লান্ট বোৰতকি২সাৰ দিচা ভাইটি
Nice New friend holu muku back koribo
So nice
So nice of you
ফুল সকলোৱে ভাল পাই ধুনীয়া লাগিছে ❤️
Thank you
Bor dhunia hoise
Wow wonderful Graden❤😂🎉🎉😢😮
Wow bohut Val lagise phulbur
Beautiful sharing 😍💚💚💚💚💚👍👍👍👍
Thank you
Bhut vl lagil
ধন্যবাদ
বৰ সুন্দৰ
ধন্যবাদ বাইদেউ
BOHUT base dhuneya
ভাল লাগিল ভিডিঅ'টো চাই ।
Nice sharing 👌👌❤❤
thanks
Very , very beautiful
বৰ ধুনীয়া লাগিছে ।
ধন্যবাদ 🙏
Very nice 6:35
Very beautiful👌👌👌👌
ধন্যবাদ 🙏 video বোৰ চাই থাকিব দেই
ভাল লাগিল চাই । ভোগালী বিহু শুভেচ্ছা জনালোঁ
ধন্যবাদ বাইদেউ,,, আপোনালৈকেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো
বহুত ভাল লাগিল
ধন্যবাদ বাইদেউ
val lagel
Val lagil
ধন্যবাদ 🙏
সুন্দৰ
ধন্যবাদ
ইমান ভাল লাগিছে ❤️❤️❤️
thank you
ভাল লাগিল
ধন্যবাদ দেই,,,,,video বোৰ চাই থাকিব
মই আপোনাৰ video ছাও
Apuni Jodi alunalokor apunalokor ru guy guys bare bare nokoi besi val lail heten , nice flower
নিশ্চয়,,,, এইবিলাক লাহে লাহে আতৰাবলৈ মইও চেষ্টা কৰি আছো, লাহে লাহে নিশ্চয় ঠিক হবগৈ....
Bhal lagil sai apunar video bur notunkoi sabole loisu,, moiu bhal pau fulor kaam kori..😊
ধন্যবাদ দেই.... HAPPY GARDENING 🌹🥀🌷🌿
Moza
Bor dhuniya dei apunr pholoni khn vl lgil aji pthm slu sub kri dlu dei.
ধন্যবাদ
Very nice
Thank you
Orchid gosor tolot hang korile bhal hobonr
হ'ব
ভাল লাগিল, ফুলৰ যত্ন কিদৰে ল'ব লাগিব তাৰ ভিডিঅ'দিব
ধন্যবাদ
গছ খিনি ইমান ধুনীয়া কৈ সজীৱ আৰু জোপোহা হৈছে,, কি use
কৰে বাৰু,,
6mnt 35 second t apuni 34 bar. Gys koise ..😊😊😊😊
.ful bur bhut val lagil tare 4/5 bidh he ase ...val lagil vdio2 ...🙏🙏🙏