Bhagawat Path||Pranjit gogoi

Поделиться
HTML-код
  • Опубликовано: 28 авг 2024
  • #pranjalprotimborah#pranjitgogoi #bhagawat

Комментарии • 372

  • @manjurajkonwar2807
    @manjurajkonwar2807 Год назад +4

    ইমান সুন্দৰ আৰু সুমধুৰ ভাগৱত ভাঙনি শুনি অতি আনন্দ লভিলো । কৃষ্ণ কৃষ্ণ 🙏🙏 কৃষ্ণ ।

  • @anindittaborah1650
    @anindittaborah1650 2 года назад +10

    আপোনাৰ ভাগৱবতৰ ভাঙনি আৰু মাতৰ সুৰটো শুনি থাকিলে পেটত ভোগ পিয়াহ একো নালাগে ওচৰত শুনিবলৈ পোৱা হলে আৰু ভাললাগিলহেতেন ঈশৰয়ে আপোনাক আৰু আগবহাই নিয়ক

  • @girishdeka3965
    @girishdeka3965 2 года назад +12

    কৃষ্ণ,
    জয় গুৰু শঙ্কৰ ।
    সেৱাভাগ যাচিলো ।
    অতি সুন্দৰ ভাগৱত পাঠ আৰু বাখ্যা ।
    আগলৈ আশা কৰিলোঁ ।
    কৃষ্ণ ।

  • @rekhobmasrekhob22
    @rekhobmasrekhob22 2 года назад +6

    বহুত ভাল লাগিল দাদা আপুনাৰ মুখৰ পৰা ভাগৱত পাথ আৰু বাখ্যা শুনি মনতো শুদ্ধ হল মই বহুত ভাল পাওঁ ভাগৱত শুনী

  • @dancemastiwithbhaswati6464
    @dancemastiwithbhaswati6464 Год назад +5

    হে মহান আত্মাা ৰূপী বাপ আপোনাৰ সুমধুৰ ভাগৱত কথা শুনি ধন্য হ'লো ।🙏কৃষ্ণ🙏

  • @nabakantaamshi8316
    @nabakantaamshi8316 2 года назад +29

    কৃষ্ণ বাপ ঈশ্বৰ !! আপোনাৰ শ্ৰীমুখৰ বাণী শুনি মুগ্ধ হলো ! কৃষ্ণ কৃষ্ণ !

  • @diptigogoi8456
    @diptigogoi8456 Год назад +2

    কৃষ্ণ কৃষ্ণ আপোনাৰ পাঠৰ ভাঙনি ইমানেই সুন্দৰ নিদৰ্শন সদায়েই শুনি শেষ নাই শুনি য়ে থাকিব পোৱাৰ সৌভাগ্য হৈছে ।।

  • @dondeswarphukan217
    @dondeswarphukan217 2 года назад +6

    কৃষ্ণ, ওঁ নমো ভগগৱতে বাসুদেৱায় । বাপ সুন্দৰ ব্যাখ্যা শুনি অভিভূত হ'লো ।

  • @Rshi_-gaming_-
    @Rshi_-gaming_- 2 года назад +6

    কৃষ্ণ বাপ জনক ভক্তি ভাৱে সেৱা জনালোঁ , সচাই শুনি বহুত ভাল লাগিল

  • @rinkubaishya3304
    @rinkubaishya3304 2 года назад +2

    Khub sundar khula kantha .aru bap jonar vagabat path aru artha bilak sundarke espasta hoise .gotike bapjonar derghaiu kamona kori esharar srisaranat sheua dharisu krishna.

  • @ritamoni3934
    @ritamoni3934 2 года назад +8

    ইমান ধুনীয়া কৈ বুজাইছে অন্তৰে প্ৰণাম,, কৃষ্ণ কৃষ্ণ

  • @narenkalita709
    @narenkalita709 2 года назад +8

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏
    বহুত ভাল লাগিছে শুনি 🙏🙏🙏🙏
    ভগৱন্তত তোমাক মঙ্গল কৰক আগলৈকে যাতে তোমাৰ পৰা আৰু বেছি কৈ জ্ঞান পাওঁ 🙏🙏🙏🙏🙏

  • @user-nx5vp1ou9v
    @user-nx5vp1ou9v 2 года назад +3

    আপোনাৰ মুখৰ পৰা নিগৰি ওলোৱা শব্দৰ মালা ইমান সুন্দৰ আৰু শুৱলা ধন্যবাদ থাকিল 🙏🙏

  • @krishnakantanazira1390
    @krishnakantanazira1390 2 года назад +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ পাঠ ব্যাখ্যা অতি সুন্দৰ হৈছে৷কৃষ্ণ হৰি ৰাম৷

  • @antonychetia8478
    @antonychetia8478 2 года назад +6

    কৃষ্ণ বাপজনা আপোনাক কোটি কোটি প্ৰণাম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ

  • @bholaramkoch6478
    @bholaramkoch6478 2 года назад +13

    কৃষ্ণ বাপ, বহুত ভাল লাগিল। অতি সুমধুৰ কণ্ঠ আপোনাৰ।

  • @puronpayeng7151
    @puronpayeng7151 2 года назад +8

    কৃষ্ণ , গুৰু শংকৰ ; গুৰু মাধৱ । আপোনাক ভগৱানে মঙ্গল ৰাখক , তাৰে প্ৰাৰ্থনা ।

  • @realmotivation680
    @realmotivation680 2 года назад +17

    বিশ্ব শান্তিৰ বাবে হে কৃষ্ণ দয়াময় দয়া কৰা সকলোকে।

  • @bimaladas7604
    @bimaladas7604 Год назад +1

    অতি সুমধুৰ আৰু সুন্দৰ বাখ্যা শুনি সচাকৈ বহুত ভাল লাগিল প্ৰভু ঈশ্বৰ আপোনাৰ পদ্মশ্ৰী মুখে কোৱা ভগৱন্তৰ কথা আপ্লুত হৈছো ধন্যবাদ

  • @ritwickgogoi6118
    @ritwickgogoi6118 11 месяцев назад +2

    Hundar.lagil.huni.apunar.bhagawat.bykha....bap.krishna

  • @dipankarhujuri4365
    @dipankarhujuri4365 2 года назад +4

    সুউব ভাল লাগিল। ভক্তিভৰা ৰসেৰে জীপাল হওক মনটো। কৃষ্ণ।।

  • @munindragogoi2586
    @munindragogoi2586 2 года назад +2

    কৃষ্ণ বাপ
    ভাগৱতৰ পৰম অমৃত কথা লৈ শত কোটি প্ৰণাম

  • @susilkalita8039
    @susilkalita8039 2 года назад +3

    আপোনাৰ সুন্দৰ মনোমোহা পাঠসুনি সচাই বৰ ভাল‌লাগিছে‌

  • @pabannath5589
    @pabannath5589 2 года назад +47

    দাদা মোৰ ঘৰ মৰিগাঁৱৰ ভোৰাগাঁও ত, আপুনি কোৱা সকলো কথা মোৰ ভাল লাগে, আৰু আপুনি এতিয়াও ইয়াতেই আছে, আপুনাৰ পাঠ আৰু ব্যাখ্যাই মোক বৰকৈ মোহিত কৰিছে, কৃষ্ণ,🙏🙏🙏

    • @HimangshuVlog941
      @HimangshuVlog941 2 года назад +3

      কৃষ্ণ

    • @phatikdasphatikdas6639
      @phatikdasphatikdas6639 2 года назад +2

      Krishna

    • @amiyathakuria8526
      @amiyathakuria8526 Год назад

      Krishna

    • @rupkantapathori9666
      @rupkantapathori9666 Год назад

      পৃথিৱীত যদি সময় খৰছ কৰা ধৰ্ম আছে এইটোৱেই ।অইন ধৰ্মাৱলম্বী লোকে ভগৱানে নামত কাম বন খতি নকৰে।

    • @rupamsaikia4383
      @rupamsaikia4383 Год назад

      @@rupkantapathori9666 toi Miya hoy neki ki koiso ha toi xomoy খৰচ নকৰা টো কি prithibir bhitort dhoni neki ha ne শিক্ষা বেছি টোৰ

  • @annadacharanroy9912
    @annadacharanroy9912 2 года назад +7

    কৃষ্ণ বাপ ! বৰ সুন্দৰ কণ্ঠ, আপোনাৰ দ্বাৰা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভাগিৰ অনুপম ব্যাখ্যা শ্ৰৱণ কৰি ধন্য হলো, আপ্লুত হলো । কৃষ্ণ ।

  • @bimansaikia4305
    @bimansaikia4305 2 года назад +10

    আপুনি নিৰহংকাৰী সেই বাবে ই শুনি বৰ ভাল লাগিছে।

  • @malinborah6189
    @malinborah6189 2 года назад +4

    বহুত, ভাল লাগিছে প্ৰভু শ্ৰী কৃষ্ণ ৰাম ৰাম ৰাম 🙏🙏🙏

  • @junumech653
    @junumech653 2 года назад +8

    কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ বহুত সুন্দৰ প্ৰভূ আপোনাৰ শ্রীমখৰ কথা ভাগবত পাঠ ভাল লাগিছে প্ৰভূ আপোনাৰ চৰণ সেৱা প্ৰণিপাত জনাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏প্ৰভূ কৃষ্ণ

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 2 года назад +2

    বৰ সুন্দৰ হৈছে ৷ কৃষ্ণ ৷ বৰ অকণমান শুনিবলৈ পালো ।

  • @purna717
    @purna717 2 года назад +10

    🙏কৃষ্ণ 🙏
    অতি মধুৰ তোমাৰ কণ্ঠস্বৰ -----
    শুনি থাকিলে সকলো পাহৰি যাওঁ ------

  • @lakhinandanp4110
    @lakhinandanp4110 2 года назад +9

    প্ৰথম বাৰৰ বাবে শুনিছোঁ । বৰ আপ্লুত হলো 💞❤️💞

  • @Himanku.-dutta_
    @Himanku.-dutta_ Год назад +2

    প্ৰভু ঘৰৰ অশান্তিবোৰ দূৰ কৰাই নিয়া
    কৃষ্ণ🙏🙏🙏

  • @munilpegu8988
    @munilpegu8988 2 года назад +16

    ভত্তি ভৰ সেৱা জনাইছোঁ, কৃষ্ণ। সুন্দৰ ব্যাখ্যা আৰু সুমধুৰ কণ্ঠস্বৰ আপোনাৰ।

  • @rhiturajpathak8351
    @rhiturajpathak8351 Год назад +1

    কৃষ্ণ বাপ। কৃষ্ণ কৃষ্ণ

  • @ranjitsiva3707
    @ranjitsiva3707 2 года назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভূূূ বহুত বহুত ভাল লাগিল কৃষ্ণ

  • @mohanchangmai5318
    @mohanchangmai5318 2 года назад +26

    হে ভগবান শ্রীকৃষ্ণ মই আজিলৈকে কোনো কথাতেই এনেদৰে comment লিখি দিয়া নাই আজি কিন্তু মই আপোনাৰ এই ভাগ শুনি ৰব নোৱাৰিলো বৰ ধুনীয়া লাগিচে দুৱাখাৰ লিখিলে ভুল হলে মাফ কৰিব ককাদেউ

  • @abhijitdeka7457
    @abhijitdeka7457 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @pranjalprotimborahofficial4339
    @pranjalprotimborahofficial4339 2 года назад +3

    কৃষ্ণ সেৱা জনাইছো দেই বাপ ।

  • @manuramakalita2201
    @manuramakalita2201 2 года назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপুনি ইমান ধুনীয়া কৈ পঢ়ি বুজায় দিয়ে বৰ ভাল লাগিছে আমাৰ প্ৰভূ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম।

  • @remanphukon5338
    @remanphukon5338 2 года назад +4

    Emn dhunia koi bujai diya babe dhonybad Pranjit da

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 года назад +5

    Krishna 🙏 bap সেৱা জনালোঁ জয় গুৰু শংকৰ কৃষ্ণ 🙏

  • @labagogoi3561
    @labagogoi3561 2 года назад +6

    জয় শ্ৰী কৃষ্ণ ☀️🚩🙏

  • @user-vs3yv6qw9u
    @user-vs3yv6qw9u 7 месяцев назад

    কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️❤️

  • @alokkalita1028
    @alokkalita1028 2 года назад +5

    আত্মা শুদ্ধ হৈ গল । সুন্দৰ ব্যাখ্যা ।

  • @dipakborah1152
    @dipakborah1152 2 года назад +3

    🙏🌺Krishna🌺🙏Pujonio Dada jonak prnam jonaisu🙏🌺❤🌺🙏

  • @assamsese
    @assamsese 8 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ

  • @indianweb3220
    @indianweb3220 2 года назад +4

    কৃষ্ণ ভগৱান। দুখ বোৰ আঁতৰাই সুখ দিয়া আৰু। নহলে জীয়াই থাকিবলৈ বহুত কষ্ট হৈছে🙏🥺

  • @dhurbajyotibora7262
    @dhurbajyotibora7262 2 года назад +5

    বহুত সুন্দৰ ব্যাখ্যা কৃষ্ণ

  • @premchanisblog
    @premchanisblog 2 года назад +3

    Bohut val lagise dei pranjit da bohut dhunia apunar voice

  • @dimbeswergogoi8730
    @dimbeswergogoi8730 2 года назад +3

    ইমান সুন্দৰ কৈ বুজাইছে অন্তৰে প্ৰণাম আপোনাক,,,

  • @rimishaborah7403
    @rimishaborah7403 Год назад +1

    Eman dhuniya kotha bhur koi hunila huni thakibo mon jai

  • @jutikakalita5497
    @jutikakalita5497 Год назад +1

    Krishna kripa Kariba Prabhu aamak🙏🙏🙏

  • @bobitaboruah8527
    @bobitaboruah8527 2 года назад +2

    Krishna provu eman dhuniya koi gaise etia hodai hunu👏👏👏

  • @sanjibhandique6021
    @sanjibhandique6021 2 года назад +42

    🙏🙏আভিভূত হলো আপোনাৰ শ্ৰীমুখৰ পৰা নিগৰিত ভাগৱতৰ তত্ত্বক অমৃতময় ব্যাখ্যাৰে উপকৃত কৰিলে।

  • @ajitboruah8358
    @ajitboruah8358 2 года назад +6

    কৃষ্ণ , ইমান বহুল ভাৱে ব্যাখ্যা আগবঢ়ালে শুনি আপ্লুট হলো

  • @ankurbordoloi2467
    @ankurbordoloi2467 2 года назад +7

    ধন্যবাদ মন শান্তি পাও শুনি

  • @boroodavhologs1975
    @boroodavhologs1975 Год назад +1

    প্ৰভু, বহুত ভাল লাগিল আপোনাৰ এই কীৰ্ত্তন ভাগী।

  • @tileswariborah2277
    @tileswariborah2277 Год назад +1

    Krishna Krishna very nice provu

  • @sudiptachangmai7657
    @sudiptachangmai7657 Год назад +1

    আপোনাৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল।আমাক এনেকুৱা ব্যাখ্যা শুনোৱাৰ বাবে বহুত বহুত ধন্যবাদ

  • @prasantakumarnath9469
    @prasantakumarnath9469 2 года назад +8

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏

  • @miduldutta8798
    @miduldutta8798 2 года назад +5

    বহুত ভাল লাগে শুনি থাকিলে শুনি থাকিব মন যায় ।

  • @ganeshkoch561
    @ganeshkoch561 2 года назад +2

    Krishna 🙏🙏🙏 bappp pronam jonalu apunaxobok bappp krishna 🙏🙏🙏

  • @mainasaikia1166
    @mainasaikia1166 2 года назад +2

    Val lagil oti hundor.moiu hiki asu path.maikor agot gua nai ajiloike oknman voi voi lage.

  • @tileswaryein1295
    @tileswaryein1295 2 года назад +3

    আপোনাৰ ভাগৱতৰ ব্যাখ্যা শূনি সচাকৈ আপ্লোত হলো। কিন্তু মূল বিষয় বস্তুৰপৰা বেচি আতৰি গলে শ্ৰুুতাৰ মনোগ্ৰাহীতো কমি আহে। ইভাগে আপোনাৰ কন্ত সূৰ লয় প্ৰকাশভংগী সকলো ঠিকেই আছে।শেষত ভগৱন্তৰ চৰণত সেৱা জনাই আপোনাক কৃপাৰ সাগৰত ঠাই দিয়ক। লগতে আপোনা সৱৰ গুণ গৰিমাবোৰ আমাকো সমভাগি হবলৈ বাপসকলে আৰ্শীক দিয়াৰ লগতে পূৰ্ণ ভগৱন্তৰ ওচৰতো আৰ্শীক বিচাৰিলো। from shodiya.

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 года назад

      কৃষ্ণ সেৱা জনালো বাপ উপদেশ ভাগি পালন কৰিবলৈ চেষ্টা কৰিম🙏🙏🙏

  • @rupamdas4459
    @rupamdas4459 Год назад +1

    প্ৰভু ভগৱন্তই যদি সেৱা কৰে আপোনাক এদিন আমাৰ ঘৰত নিমন্ত্ৰণ কৰিম কৃষ্ণ বাপ
    পৰম পিতা হে জনাৰ্দন শক্তি দিয়া প্ৰভু 🙏

  • @digantahazarika7517
    @digantahazarika7517 2 года назад +3

    কৃষ্ণ.. অতি সুন্দৰ বাপ।

  • @dilipkalita5254
    @dilipkalita5254 2 года назад +2

    কৃষ্ণ কৃষ্ণ হে বুলিলো। ভক্তি ভৰা সেৱা জনাইছোঁ। ভবিষ্যতে লগ ধৰিবলৈ আশা ৰাখিছো।

  • @purabidolakashoria4529
    @purabidolakashoria4529 2 года назад +2

    কৃষ্ণ বাপজন 🙏 🙏
    বৰ আপ্লুত হৈছোঁ বৈকুণ্ঠ ৰ ইচ্ছৰ কৃষ্ণৰ গুণ গৰীমাৰ ব্যাখ্যা শুনিবলৈ পায়।আগলৈও ভাগৱত ৰ গোটেই কেইটা স্কন্ধ ৰ ব্যাখ্যা শুনিবলৈ আশাৰে বাত চাই ৰম

  • @musicallyanushka
    @musicallyanushka 2 года назад +18

    কৃষ্ণ প্ৰভু 🙏 শুনিলে শুনি থাকিব মন যোৱা আপোনাৰ কণ্ঠ ও ব্যাখ্যা 🙏🙏🙏

    • @rupkantapathori665
      @rupkantapathori665 2 года назад

      অন্যান্য ধৰ্মাৱলম্বী লোক ভগৱানৰ নামত ইমান সময় নষ্ট নকৰে চাগে ।

  • @girishbaishya1176
    @girishbaishya1176 Год назад +1

    জয় পরম বান্ধব শ্রীকৃষ্ন।প্রণাম প্রভূ।

  • @anantabora5634
    @anantabora5634 Год назад +2

    Krishno🙏🙏🙏🙏

  • @ajitdas5409
    @ajitdas5409 2 года назад

    মাছৰ গোন্ধ ৰ বদলি পদ্ম গন্ধা হল
    আৰু কালক্ৰমে মহাভাৰত তেওঁ ৰেই
    দ্বাৰা গঠিত পৰাশ মূনী কাহিনী
    উপভোগ্ কৰি লে ভাল লাগিল হয
    ধন্যবাদ কৃষ্ণ

  • @polashsaikia7139
    @polashsaikia7139 2 года назад +3

    Bohut hundor bakhya bapjon.

  • @sewalibora7160
    @sewalibora7160 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏🙏🙏🙏

  • @dulumonilahon812
    @dulumonilahon812 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপজন

  • @mr.manash6948
    @mr.manash6948 Год назад +1

    বহুত বেছি ভাল লাগিছে আপুনি মহান

  • @dipankarborah1546
    @dipankarborah1546 2 года назад +6

    কৃষ্ণ বাপ। আপোনাৰ ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰি সচায় আপ্লুত হ'লো।

  • @Gitu888
    @Gitu888 2 года назад +3

    Bor val lagil deii hosai.🙏🙏

  • @kishorkumarbordoloi9621
    @kishorkumarbordoloi9621 2 года назад +3

    Krishan krishan bap 🙏🙏🙏

  • @monmonisaikia4310
    @monmonisaikia4310 Год назад +1

    Krishno bohut hundar

  • @devsaikia784
    @devsaikia784 2 года назад +4

    কৃষ্ণ বাপজন সেৱা জনাইছো 🙏🙏

  • @Ridipaxom
    @Ridipaxom 2 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @sampritihehehehe3958
    @sampritihehehehe3958 2 года назад +4

    ভাল পালোঁ কৃষ্ণ।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sarbanandasingh269
    @sarbanandasingh269 2 года назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @babunath3143
    @babunath3143 2 года назад +2

    Krishna bhut vl lgil🙏🙏🙏🙏

  • @atulcomedyvideos5795
    @atulcomedyvideos5795 2 года назад +1

    krishno krishno provu

  • @BiswajitDas-ic5qg
    @BiswajitDas-ic5qg Год назад +1

    বহুত ভাল লাগিছে শুনি পেলাই , আপোনাৰ মাতটি ও বহুত ধুনীয়া☺️☺️☺️

  • @RIPUNKACHARI
    @RIPUNKACHARI 2 года назад +7

    ধুনীয়া।

  • @pallabbhaiyoutubechannel8730
    @pallabbhaiyoutubechannel8730 2 года назад +6

    সুন্দৰ কণ্ঠ 🙏🙏🙏

  • @dipabhuyan3684
    @dipabhuyan3684 2 года назад +1

    বৰ সুন্দৰ লাগিছে তোমাৰ ভাগৱত কথা তোমাক প্ৰনাম জনালোঁ ধন্যবাদ

  • @punyarabha151
    @punyarabha151 2 года назад +1

    🙏 Krishna 🙏 krepa koreba Prabha u 🙏🙏🙏🙏🙏🙏🙏🙏🔥❤️

  • @debadash7047
    @debadash7047 2 года назад +1

    Rahila Das
    Krishno BAP Pronam

  • @Krishnasmriti42
    @Krishnasmriti42 2 года назад +3

    নৈমিষাৰণ্য 🙏 আপোনাক কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 2 года назад +2

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 года назад +1

      🙏🙏🙏

    • @premadharligira532
      @premadharligira532 2 года назад +2

      কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ

  • @Krishnasharma-yg1bh
    @Krishnasharma-yg1bh 2 года назад +1

    Jaisri.krishna

  • @ranjitnath6416
    @ranjitnath6416 2 года назад +3

    বহুত ভা ল লগিল সুনি

  • @suryakumarrajbongshi7772
    @suryakumarrajbongshi7772 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ahom__suwali8165
    @ahom__suwali8165 2 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিছে

  • @pranatisaikia2424
    @pranatisaikia2424 2 года назад +3

    Prabhudew hunela hune thakebar manjie apuner sree mukhar amret bane Namosker,