Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এই গান শুনি চকুপানী ধৰি ৰাখিব নোৱাৰোঁ। ক'ত গ'ল এই ঈশ্বৰ কণ্ঠ।
Dr Bhupen Hazarika was the pure conscious mind of singer with excellent heart of deep feeling abide by various social norms
Bhupen Da always best
এই বৰ গিত শুনিলে পিতা লেৈই বহুত মনত পৰে চকু পানি ওলাই যায় বহুত ধুনিয়া গান i love bupen da
Great Bhupen Daa
A evergreen song _excellent performance _super liriks __only namaskar and namaskar.
বৰ সুন্দৰ।
বিশ্ব ৰত্ন ড° ভূপেন হাজৰিকা❤❤❤সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
এই গীত সমূহ নতুন প্ৰজন্মই আদৰি লব লাগিব।
অসমীয়া জাতিৰ বাবে এই গীত এক আপুৰুগীয়া ৰত্ন। অন্তৰ চুই যোৱা ।
No body can become bhupenda he is God gifted
চিৰ সুন্দৰ ♥️♥️
Nice❤❤❤❤❤❤
শুনি হেপাহ নপলাই । পুনৰ শুনি থাকিবলৈ মন যায় ।
১৯৭২ চনতে তেওঁ এই গীতটো ৰচনা কৰিছিল। গীতটোত বহু কথা সোমাই আছে। অৰ্থ বিলাক লিখিবলৈ গ'লে এখন গৱেষণা গ্ৰন্থ হব। ইয়াত থকা ভৱিষ্যতবাণী বোৰ ৰাইজে মন কৰকচোন।
ঈশ্বৰকন্ঠ🙏
বছৰ বছৰ ধৰি শুনি আছোঁ, সদায় নতুন যেন লাগে
Bhupenda thakile aji galeheten....bordoi chilane jubinor chila
বহুত বহুত ভাল পাও , সদায় শুনিবলৈ মন জায় 👍 🙏 ধন্যবাদ !
ধুনীয়া লাগিছে 👌👌👌♥️♥️♥️♥️
অতি সুন্দৰ পৰিবেশন ❤
বলিষ্ঠ প্ৰতিবাদৰ প্ৰকাশ । এনে প্ৰতিবাদী গীত আজিৰ সময়ে বাৰুকৈয়ে শুনিব লাগে । নিজক নিচিনি পৰক বৰপীৰা পাৰি দি বিপদত পৰাসকলৰ সতি-সন্ততিয়ে এই গীতটো নিশ্চয় শুনিব ।
Nice gun.I love this gun🙏❤❤❤❤❤❤😊😊😊😊🙏🙏
Xundor
পাঠ্যক্ৰমত থাকিব লাগে।
এয়াই আছিল বুদ্ধিজীৱী ভূপেন হাজৰিকাদেৱৰ আমালৈ ভৱিষ্যতৰ বাবে সকিয়নি। 🙏
সময়োপযোগী গীত
ভূপেন হাজৰিকা বিহীন বহাগ ....! বুকখনত কিবা এটা বুজাব নোৱাৰা অনুভৱ হয় ।
অসমীয়া মানুহ থকা লৈকে এই গান সদায় বাজি থাকিব অামাৰ মাজত।
❤❤❤❤❤❤❤❤❤
Song on universal truth
ইম মান যে ভাল লাগে গীত টো ।
শুনি হেপাহ নপলআই ।
ভূপেন ককাইদেউ 🙏🙏🙏❤️❤️❤️😭😭 ঘূৰি আহাচোন আকৌ অসমীয়ালৈ অমিয়া চাট মাৰি উফৰাবনে ঈশ্বৰে কপাল ফটা নিয়তিখনে অসমীয়াক লগ দিবনে ??
Un believe.evergreen
চিৰ যুগমীয়া গীত। মই অনুভৱ কাৰো, প্ৰয়াত কণ্ঠ শিল্পী ৰুণুমী ঠাকুৰীয়া বাইদেউক,অসমৰ ৰাইজ তথা টেলিভিছন চেনেল বোৰেও পাহৰিলে নেকি?
Geet2r artha kimanjon asomiai buji paise mur hondhe aase.
চিৰযুগমীয়া গীত।
চিৰসেউজ গীত, চিৰদিন সেউজ হৈ থাকিব অসমীৰ চোতালত❤
♥️♥️♥️♥️
চিৰসেউজ গীত।অসমীয়াৰ হীয়াৰ আমঠু,প্ৰাণৰো প্ৰাণ ড:ভূপেন হাজৰিকা আৰু ৰুণুমী ঠাকুৰৰ অমৰ সঙ্গীত। অসমীয়া জাতি থাকে মানে এই গীত থাকিব।
Bhupen dadak j konaw ata coment kora nai kia Amar bhupenda
Eibur gan ajikalir asomiar monot thitpi noloi!
Wow Sonu Nigam sir .Mari taraf s appko pranam.
🙏🙏🙏
আজিৰ প্ৰজন্ম কেইজনে বুজি পাব ?
তেওঁ আগতেই জানিছিল অসমত ভবিষ্যতে কি হব।
Tothapiu aami hoseton noholu. Dhodor posola asomia jati dhongko hol ru.
এতিয়া এনেকৈ ক্ষোভ কোনো শিল্পীয়ে কৰিব নোৱাৰে ।
অসমত এতিয়া গায়কহে আছে; শিল্পী নাই৷ 😢
Thanks
Bihut tekhetoloi bar manot pare
❤️❤️❤️
এই গান শুনি চকুপানী ধৰি ৰাখিব নোৱাৰোঁ। ক'ত গ'ল এই ঈশ্বৰ কণ্ঠ।
Dr Bhupen Hazarika was the pure conscious mind of singer with excellent heart of deep feeling abide by various social norms
Bhupen Da always best
এই বৰ গিত শুনিলে পিতা লেৈই বহুত মনত পৰে চকু পানি ওলাই যায় বহুত ধুনিয়া গান i love bupen da
Great Bhupen Daa
A evergreen song _excellent performance _super liriks __only namaskar and namaskar.
বৰ সুন্দৰ।
বিশ্ব ৰত্ন ড° ভূপেন হাজৰিকা❤❤❤
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
এই গীত সমূহ নতুন প্ৰজন্মই আদৰি লব লাগিব।
অসমীয়া জাতিৰ বাবে এই গীত এক আপুৰুগীয়া ৰত্ন। অন্তৰ চুই যোৱা ।
No body can become bhupenda he is God gifted
চিৰ সুন্দৰ ♥️♥️
Nice❤❤❤❤❤❤
শুনি হেপাহ নপলাই । পুনৰ শুনি থাকিবলৈ মন যায় ।
১৯৭২ চনতে তেওঁ এই গীতটো ৰচনা কৰিছিল। গীতটোত বহু কথা সোমাই আছে। অৰ্থ বিলাক লিখিবলৈ গ'লে এখন গৱেষণা গ্ৰন্থ হব। ইয়াত থকা ভৱিষ্যতবাণী বোৰ ৰাইজে মন কৰকচোন।
ঈশ্বৰকন্ঠ🙏
বছৰ বছৰ ধৰি শুনি আছোঁ, সদায় নতুন যেন লাগে
Bhupenda thakile aji galeheten....bordoi chilane jubinor chila
বহুত বহুত ভাল পাও , সদায় শুনিবলৈ মন জায় 👍 🙏 ধন্যবাদ !
ধুনীয়া লাগিছে 👌👌👌♥️♥️♥️♥️
অতি সুন্দৰ পৰিবেশন ❤
বলিষ্ঠ প্ৰতিবাদৰ প্ৰকাশ । এনে প্ৰতিবাদী গীত আজিৰ সময়ে বাৰুকৈয়ে শুনিব লাগে । নিজক নিচিনি পৰক বৰপীৰা পাৰি দি বিপদত পৰাসকলৰ সতি-সন্ততিয়ে এই গীতটো নিশ্চয় শুনিব ।
Nice gun.I love this gun
🙏❤❤❤❤❤❤😊😊😊😊🙏🙏