আনৰ জীৱন ৰক্ষা কৰা এজন যুৱক আৰু এটা হেলমেট -এযোৰ চশমাৰ কাহিনী || Lakhimpur Today ||

Поделиться
HTML-код
  • Опубликовано: 13 окт 2024
  • আনৰ জীৱন ৰক্ষা কৰা এজন যুৱক আৰু এটা হেলমেট -এযোৰ চশমাৰ কাহিনী || Lakhimpur Today ||

Комментарии • 186

  • @aparajitarajkhowa3578
    @aparajitarajkhowa3578 Год назад +72

    প্ৰকৃত মানৱতাৰ নিদৰ্শন এই ব্যক্তি গৰাকীক চেল্যুট ।

  • @kushalchangmai1324
    @kushalchangmai1324 Год назад +34

    ঈশ্বৰ ৰূপী উদ্ধাৰকাৰী লোক জনক শতকৌটি প্ৰণাম জনালোঁ। আপোনাৰ কৰ্মই আপোনাৰ পৰিচয় যে আপুনি এজন প্ৰকৃত মানৱ দৰদী তথা হৃদয়বান লোক।

  • @dndeb3576
    @dndeb3576 Год назад +35

    🙏 নযস্কাৰ জনাইছো সকলোকে পৰমপিতা পৰমেশ্বৰে এখন সৎ হৃদয়ৰ সৎ মনৰ অধিকাৰ প্ৰদান কৰক।

  • @phanidharrabha8057
    @phanidharrabha8057 Год назад +15

    সচাকৈয়ে হৃদয়বান ডাক্টৰ জনলৈ অশেষ ধন্যবাদ । আৰু সেই অভদ্ৰ লুভিয়া চোৰ কেইটাক পুলিচে বিচাৰি উলিয়ায় জেলত দিব লাগে । চোৰ চোৰেই হয় । বস্তুৰ মূল্যৰে যোখ নহয় । তেনেকুৱা এজন ডাক্টৰে দ পানীত নামি মানুহৰ জীৱন বচাইচে। তেখতক চলুত দিব লাগে। এনেকুৱা অসংস্কাৰী মানুহৰ ঠাইনে সেইখিনি ?

  • @asharjyavlogassam
    @asharjyavlogassam Год назад +21

    আগতে একো নাছিল কিন্তু অভাবো নাছিল।এতিয়া আছে কিন্তু অভাবো বহুত।বৰ্তমান মানব সমাজৰ আটাইতকৈ ডাঙৰ সংকট হল চৰিত্ৰৰ সংকট।

  • @rahulaxom2603
    @rahulaxom2603 Год назад +53

    Salute korisu jubak jonok... Manuh namor jantu bure nidileu kintu vogobane aanok kora aai hohayor protidan teuk dibo.... 🙏🙏🙏

  • @bharatiborah8630
    @bharatiborah8630 Год назад +10

    আপুনি প্ৰকৃত মানৱতাৰ নিদ্দশন দেখুৱাই দিলে এতিয়াও পৃথিৱীত ভাল মানুহ আছে ধন্যবাদ আপোনালৈ

  • @kamalagogoi2428
    @kamalagogoi2428 Год назад +2

    আনৰ দুখ -যন্ত্ৰনা‌ উপভোগ কৰি আনন্দ লভা মানুহ বহুত আছে, কিন্তু সেই সকল লোক মানুহৰ শাৰীত নপৰে।মাতৃ-পুত্ৰ দুজনক উদ্ধাৰ কৰা মহান ব্যক্তিজনলৈ সেৱা জনাইছো।

  • @reenadihingia4312
    @reenadihingia4312 Год назад

    ধন্যবাদ জনাইছো ভগৱানে তেওঁৰ মঙ্গল কৰক

  • @dilipgoswami7547
    @dilipgoswami7547 Год назад

    সচাকৈ মানুহে মানুহৰ বাবে। তেওঁৰ এই
    প্ৰশংসনীয় কাৰ্য শলাগিছো, আৰু তেওঁৰ
    অনিষ্ট কৰা লোক সকলে তেওঁ ৰ পৰা
    শিক্ষা লওক মানৱ সেৱা পৰম ধৰ্ম।

  • @kanakrabha3239
    @kanakrabha3239 Год назад +11

    চাই থকা সকল মাইকী আছিল চাগে আৰু হেলমেত চুৰ জন গুৱাহটী আহক নতুন কিনি দিম।

  • @niruprovaniruprova763
    @niruprovaniruprova763 Год назад

    তেখেতক ভগৱানে তাতকৈ বেছি সহায় কৰক প্ৰাৰ্থনা জনাইছো ৷

  • @ARUNGOGOI-gj2fz
    @ARUNGOGOI-gj2fz Год назад +5

    সেই মানুহজনক মই অশেষ ধন্যবাদ জনাইছোঁ।

  • @tarungogoi4796
    @tarungogoi4796 Год назад +3

    বহুত বহুত ধন্যবাদ , ভগবানে মঙ্গল কৰিব।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Год назад +7

    মানবীয়তা🙏🙏🙏 । মানুহ নামৰ পশু কেইটাক গৰিহনা দিছো ।

  • @arunchandrasarkar8087
    @arunchandrasarkar8087 Год назад

    বৰ দুখ লগা কাহিনী।হৃদয় বিদাৰক ঘটনা। আহক আমি নেদেখা জনৰ ওচৰত হৃদয় বিহীন ব্যক্তি/ব্যক্তিসকলৰ বাবে প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে হেৰাই যোৱা আত্মা ঘুৰাই পায় আৰু অন্যৰ বস্তুৰ প্ৰতি থকা বিষ লোভ যেন নকৰে।
    সাধুতাই উত্তম উপায়।
    সম্পদ তেনেকৈয়ে আহৰণ নকৰক কিয়,যোৱাৰ দিনা হিচাপৰ ঘৰ শূণ্য, একোৱেই লগত নিব নোৱাৰে, তথাপিও এই মিছা লোভ। ধীক্ ,ধীক্ ্্।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +2

    Grand salute to him. God bless you. Always be positive and happiness.

  • @basisthaacharya6590
    @basisthaacharya6590 Год назад +3

    সচাকৈয়ে এসময়ত সহৃদয়তাৰ অভাৱ নাছিল, বৰ্তমান হৃদয়ৰ অভাৱত হৃদয়হীনতাৰ সংখ্যা বাঢ়ি গৈ আছে। এচাম মানুহে অইনৰ বস্তু এপদ পালে গৰাকী ওলালে ঘূৰাই দিম বুলি ভাবি লৈ যায়, হয়তো ঘূৰায়ো দিয়ে
    কিন্তু এচামে আকৌ লোকৰ পালে আলকাটৰাও খায়। যদিহে প্ৰথম চামৰ হাতত সামগ্ৰী কেইটা আছে নিশ্চয় উদ্ধাৰ হব। শ্ৰী বৰালৈ এই মহৎ কাৰ্য্যৰ বাবে আমি আন্তৰিক অভিনন্দন জনালো। ধন্যবাদ।

  • @utpalpatowary5721
    @utpalpatowary5721 Год назад +15

    উক্ত পোষ্টটোৱে এখন সমাজক সদৌ অসমকে চিনাকি কৰি দিলে ৷ ধিক ! সেইসকল লোক , ধিক ! সেইখন সমাজ ৷

  • @ranjitkrgogoi5190
    @ranjitkrgogoi5190 Год назад +14

    Very good step taken by your brother ,he is a real hero . Otherwise if someone was taken by mistake he should deliver without delay...

  • @khaninmedhi5954
    @khaninmedhi5954 Год назад

    ধন্যবাদ পাপু বৰা আপুনি যে ইমান সুন্দৰকৈ কথাখিনি কলে ৷সচাকৈয়ে আমি সভ্যতাৰ বিপৰীতে গৈ আছো নেকি ? লগতে আপোনাৰ ভাতৃলৈ প্ৰণাম জনালো ৷এনে ব্যক্তি আমাক লাগে ৷

  • @mausumidas2400
    @mausumidas2400 Год назад +7

    Dear Brother,Salute to your dedicated brave , God blessed Brother. Don't worry. God will bless you with more, more and more blessings and curse the heartless thief.

  • @M17-f5l
    @M17-f5l Год назад

    সেই সময়ত হঠাতে উপস্থিত হোৱা ভগৱান ৰোপী মানুহ জনলৈ বহোত বহোত নমস্কাৰ জনালো৷ সমাজত দয়া ক্ষমা সততাৰ যেন কৰবাত হেৰাই যাৱ ধৰিছে৷ এনেকুৱা অনুভৱ হয়৷ কাৰণ যিজন মানুহৰ বাবে কাৰোবাৰ এটি পৰিয়ালৰ জীৱন বাচিছে
    তেনেএজন মানুহৰ বস্তুকেইটালৈ চকু পৰিছে চোৰী কৰিবলৈ৷ কিমান দুখলগা আৰু লাজৰ কথা৷

  • @swapnaskitchenlifevlog7798
    @swapnaskitchenlifevlog7798 Год назад +4

    🙏🙏🙏 salute disu tekhotok ... Vogabane tekhetoku adin endre hohai koribo

  • @nmgvlogs78
    @nmgvlogs78 Год назад +1

    মানুহৰ মাজত একতা,মৰম,স্নেহ ভাৱ নাইকীয়া হল,কোনে কাক ঠগী,বা চুৰ,বা ডকাইতি কৰি অসহায় ব্যক্তি জনৰ পৰা ২পইছা লব পাৰি হেই চিন্তাতে ঠাকে,
    এনেকৈ মানুহ এই পৃথিৱীৰ পৰা শেষ হৈ যাব,প্ৰথমে CORONA, তাৰ পাছত ধুমুহা,আৰু ইয়াতকৈ প্ৰলয়ংকাৰি ৰূপ পৃথিৱী বাসীয়ে দেখিব।

  • @rumidas9660
    @rumidas9660 Год назад

    সচাকৈ মহান কাম কৰিলে সকলো মানুহ যদি এনে হল হয়।

  • @gulukgogoi8679
    @gulukgogoi8679 Год назад +10

    সেইজন ব্যক্তিক হে সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিব লাগে ।

  • @anilkumarkalita6774
    @anilkumarkalita6774 Год назад

    মানবতা জীয়াই ৰখাৰ চেষ্টা কৰিব লাগে !

  • @swapnalidutta4178
    @swapnalidutta4178 Год назад

    আপোনাৰ ভাতৃ সচাকৈ এজন মহান ব্যক্তি। আৰু যি জন ব্যক্তিয়ে আপোনাৰ ভাতৃ বস্তু চুৰ কৰি নিছে তেওঁ সদায় অভাবতে থাকিব।

  • @Rrrtx7390
    @Rrrtx7390 Год назад +3

    Bhut Val kotha likhise... Ru asam manuhe xiki uthk manibiotar kotha

  • @nipendas4386
    @nipendas4386 Год назад

    আপোনাৰ ৰ্দীঘাউ কামনা কৰিচো চোৰ কেইতাই আপোনাৰ বস্ত সিনি নিদিলেও আপুনি দুস নকৰিব চাব এদিন আহি জাব

  • @ridipsaikia1915
    @ridipsaikia1915 Год назад

    Bohut bohut dhoinyabad iman dangor ata hohair babe. Logote herua bostu Keita Jen ghurai pua tarei akha rakhilu.

  • @sarmaji92
    @sarmaji92 Год назад +7

    Salute this person

  • @jibensaikia3840
    @jibensaikia3840 Год назад

    উদ্বোৰ কাৰি জনে ভগৱান।

  • @chatradharborah8479
    @chatradharborah8479 Год назад

    Bhagabanor ashirbad ache apunar uporat.

  • @hitensharmah9991
    @hitensharmah9991 Год назад +4

    The humanity shown by the young doctor is unparalleled,,,salute to him,,,🌺🙏

  • @dolmaghising3418
    @dolmaghising3418 Год назад

    Thanks to " Lakhimpur Today" Channel for uploding this type of videos....

  • @Jms99
    @Jms99 Год назад

    Salute brother

  • @prayashpatgiri7254
    @prayashpatgiri7254 Год назад

    সঁচাই এচাম মানুহ ভগৱান স্বৰূপ আৰু এচাম অসুৰত কৈ ও অধম

  • @ajitgogoi4420
    @ajitgogoi4420 Год назад

    Salute brother🙏🙏🙏🙏🙏👍👍👍👍👍👍🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @rumidas9660
    @rumidas9660 Год назад

    তেখেতক প্ৰণাম।।

  • @ronjitsaikia6991
    @ronjitsaikia6991 Год назад

    স চা ক থা এনে মানুহ আজিৰ দিনত নাইকীয়া হৈ গৈছে এয়ে প্ৰকৃত মানৱতা

  • @tapandebnath2246
    @tapandebnath2246 Год назад

    My brother you are real men. God help to you. God blessing your family and your aim in live brightness.

  • @ritasangma7943
    @ritasangma7943 Год назад

    Hosa kotha 😢 love and kindness 💓 remember hodai etu dutha manuht takibo lage may God bless you 🙏 ❤️🙏

  • @JoyashreeGogoi-m2k
    @JoyashreeGogoi-m2k Год назад

    Salute 🙏🙏

  • @rajeshdeori6453
    @rajeshdeori6453 Год назад

    Thanks sir very good sir

  • @suryanronghem6544
    @suryanronghem6544 Год назад

    Praiseworthy, media should focus this type of person n society should reward him.i salute him

  • @rubyphukan910
    @rubyphukan910 Год назад

    Mahan byakti mhan hridoy mahan xahokh
    Tumak Namaskar. Prakrit manobota.

  • @hemantadas2357
    @hemantadas2357 Год назад

    Salute

  • @dibyakhanikar2256
    @dibyakhanikar2256 Год назад +1

    Great sir

  • @perfectassam4173
    @perfectassam4173 Год назад

    ইয়াত মানৱতাৰ নিদৰ্শন বুলি কমেণ্ট কৰা বহু সংখ্যক মানুহ কিন্তু মুখৰ আগত তেনে ঘটনা ঘটিলে পিছ হুহুকী অহা মানুহ বেছি।

  • @parentsBlog
    @parentsBlog Год назад

    Great salute. Apunar bhaitir nisina manuh dekhile ba anekuwa kaam dekhile manat bahut khanti lage. Aru purna rupe bishakh hoi j ai khankharaot bhagwan kiba nahai kiba rupat aahe. Khei dina " Accident huwa maa aru teur lorak " Bosaboloi jen apunar bhaitir roopat bhagwan ahisil.
    I m feeling proud looking this type of person.
    Binod parajuli
    (Indian Army)

  • @Kaustav_rava
    @Kaustav_rava Год назад

    এয়ে বৈষ্ণৱ ।বৈষ্ণৱে বিষ্ণু ।এয়ে হৈছে কলিযুগৰ মানৱ ।

  • @durgeswargogoi566
    @durgeswargogoi566 Год назад

    তুমালৈ সেলুত

  • @arunapanging6970
    @arunapanging6970 Год назад

    Dhanyabad

  • @rajbonshilorarathin3287
    @rajbonshilorarathin3287 Год назад

    Salute 🙏👍😍

  • @basudevsharma1315
    @basudevsharma1315 Год назад

    ভৰ পানী দেখি সাগৰ বুলি কলে নহব
    যদি তাৰ গভীৰতা নাই
    মানুহ বুলি কলে নহব
    যদি মানৱতা নাই ।

  • @navajitgogoi5754
    @navajitgogoi5754 Год назад

    হেলমেট লৈ যোৱাজন তেনেকুৱাধৰণৰ ব্যক্তি যি ঘৰত বহি বহি social media ত ডাঙৰ ডাঙৰ কথা কয় কিন্তু real life ত এনেকুৱাধৰণৰ কাম কৰে।

  • @hemantaborgohain4493
    @hemantaborgohain4493 Год назад +4

    পাপু বৰা 👋 👏👏 । চাইথকা সকলে দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ যাত্ৰীকেইজনৰ মৃত্যু হোৱাটো বিচাৰিছিল চাগৈ । তেতিয়া গাড়ীত থকা বস্তুবোৰ চুৰি কৰিব পাৰিলেহয় । একো নাপায় উদ্ধাৰকাৰীজনৰ ওপৰত খং কৰিয়ে বস্তুকেইপদ লৈ গ'ল । ধিক সেইসকল ।ছিঃ ছিঃ । সেইসকল বিপদত পৰিলে আৰু বিপদলৈ ঠেলি দিয়াহে কথা ।

    • @smritidevi5271
      @smritidevi5271 Год назад

      Akebare xosa kotha koise aapuni..bipod ketiya kar aahe kuneu najane nohoine baru😭

  • @Mamudkhan315
    @Mamudkhan315 Год назад

    Sabbash মানিলো

  • @DebaDas-t3q
    @DebaDas-t3q Год назад

    Salute you.

  • @ThanglongWancho
    @ThanglongWancho Год назад

    Salute sir God bless you

  • @d.a.channel7471
    @d.a.channel7471 Год назад

    Apuni bohut Val Kam korise manuhor jibon bosale ..kintu sure Buji napale

  • @mehernarzary.5046
    @mehernarzary.5046 Год назад

    Salute good job 👍👏❤

  • @zkhajonghajong1077
    @zkhajonghajong1077 Год назад

    Salute brother👍

  • @kingkimaina5719
    @kingkimaina5719 Год назад

    Heartiest salute Papuda....real hero 🙏

  • @bhushanjitdeka840
    @bhushanjitdeka840 Год назад

    Wahhhh selute wahhhhhh

  • @monishbiswas1210
    @monishbiswas1210 Год назад

    I m salute him

  • @rinaarandhara5164
    @rinaarandhara5164 Год назад

    🙏🙏🙏 God help him the Great man

  • @Gitumoni1993
    @Gitumoni1993 Год назад +1

    Great 👍💖

  • @mixvideocreator744
    @mixvideocreator744 Год назад

    Salute Being Human

  • @pramukhyagogoi9172
    @pramukhyagogoi9172 Год назад

    Manuhh hoday anekuwa hobo lage.....selut....

  • @jaanborah-yv5bz
    @jaanborah-yv5bz Год назад

    love from jorhat

  • @rockrider0.73
    @rockrider0.73 Год назад

    Dhuniya

  • @rupjyotiboruah9535
    @rupjyotiboruah9535 Год назад

    Happy

  • @PapuliPapiuli
    @PapuliPapiuli Год назад

    Bro good job

  • @roadtripbabloo9458
    @roadtripbabloo9458 Год назад +1

    Great job brother ❤️👍🏻🙏🏻

  • @anjuranigogoi9569
    @anjuranigogoi9569 Год назад

  • @tirthamonisarma6270
    @tirthamonisarma6270 Год назад

    🙏🙏

  • @himashreebarman1809
    @himashreebarman1809 Год назад

    🙏

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z Год назад

    ❤❤❤

  • @Pinturoy-gd6vs
    @Pinturoy-gd6vs Год назад

    I proud you dada

  • @MrBINODBASUMATARY
    @MrBINODBASUMATARY Год назад

    Very good

  • @ABmusicland
    @ABmusicland Год назад

    Salute to you ❤️

  • @dipabhuyan3684
    @dipabhuyan3684 Год назад +1

    যদি তেওঁ শিদয় খন ওধাৰ কৰা যনৰ নিচিনা হয় তেতিয়া হলে ঘুৰাই দিব এনেকুৱা কৰিব নাপাই যি জনে নিছে তেওঁ অঘতন হলে বচাবলৈ কোনো নাহিব ঈশ্বৰে চাই আছে

  • @jaubd8ce9
    @jaubd8ce9 Год назад +1

    Almighty God bless all his family members who saved two valuable lives at the risk of his own life. Let go his helmet n specs instead God will give him abundantly. He should be awarded with the most courageous award

  • @anantanath6453
    @anantanath6453 Год назад

    Dukh lagil

  • @indrajitsonowal7644
    @indrajitsonowal7644 Год назад

    Val kam korise ❤❤❤❤

  • @aktarhussain1215
    @aktarhussain1215 Год назад

    Good soul,god bless you,those who stole his helmet and glass return him or his heart would never help others.

  • @dndeb3576
    @dndeb3576 Год назад

    মাষ্টৰ টিকেন্দ্ৰজিৎ বৰুৱা কলৈ গ'ল তেওঁৰ ঘৰৰ কাষতে

  • @ajitdahal4023
    @ajitdahal4023 Год назад +2

    We need to respect people any people

  • @rhajuarychannel3548
    @rhajuarychannel3548 Год назад

    👍👍

  • @otpgamer5548
    @otpgamer5548 Год назад

    Bhal manu aase. khohai koribo Lage ketyaba khomoy aamaro beya hobo pare

  • @bijitsaikia1491
    @bijitsaikia1491 Год назад

    কথাখিনি খুউব মনোযোগেৰে পঢ়িলো। যদিও এনে ঘটনা পোৱা নাই অন্য প্ৰকাৰে হ'লেও বিপদত পৰা অচিনাকিজনক সহায় কৰিছো। তেখেতৰ কথাখিনিয়ে বহুত কথা শিকালে। মানৱীয়তাৰে ভৰপূৰ সেই ব্যক্তিজনক প্ৰশংসা কৰিছো। কিন্তু,যি জনে বস্তু কেইপদ ইচ্ছা/অনিচ্ছাকৃত ভাৱে লৈ গ'ল তেখেতক ঘূৰাই দিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আপুনি এটা কথাই ভাৱকচোন যে, বস্তু কেইপদ যদি আপোনাৰ হেৰুওৱা হ'লে কি কৰিলেহেঁতেন......!!

  • @MaharathiRecords
    @MaharathiRecords Год назад

    Amar Lakhimpur tu bhut val manuh ase. Jiye manobiyota buji pai . Manuhe accident hole hodai udhar kribo lge .. kaile amaru kiba ata hbo tetiya amaku kune udhar kribo kotha khar abar vbibo hokolu ei

  • @Bpegu898
    @Bpegu898 Год назад

    Good💯💯

  • @newsongvideo2735
    @newsongvideo2735 Год назад +1

    অলপ বেছি হল নেকি

  • @subratashome6393
    @subratashome6393 Год назад

    Jisakale manabatar mohan Kam karil tekhet xakal aamar jibanar chaneki.

  • @kavirnarzary7874
    @kavirnarzary7874 Год назад

    🙏🙏🙏🙏🙏

  • @dipakbaruah8987
    @dipakbaruah8987 Год назад

    দুখ পালু খৱৰতো শুনি !!!!!