Police য়ে প্ৰহাৰ কৰা Gyandeepৰ পিতৃও আছিল আৰক্ষী, জ্ঞানদ্বীপৰ মাতৃৰ বিশেষ আহ্বান N18V

Поделиться
HTML-код
  • Опубликовано: 18 янв 2025

Комментарии • 1,1 тыс.

  • @juriphukan7311
    @juriphukan7311 2 месяца назад +242

    লৰাজনৰ কাৰনে বৰ দুখ লাগিছে!suspend is not a punishment.পুলিছটোক পাৰবিকলিক শাস্তি দিব লাগে

  • @AratiBezboruah
    @AratiBezboruah 2 месяца назад +190

    এই পুলিচজনে যত ডেলিভাৰীজনক বেয়া ব্যৱহাৰ কৰিছিল সেই ঠাইডোখৰ মাজ মজিয়াত কাণত ধৰি উঠ বহ কৰি ক্ষমা খুজিব দিব লাগে ।

    • @sayedmonirullah4629
      @sayedmonirullah4629 2 месяца назад +3

      লগতে তাক ডেলিভাৰী বয়জনৰ হতুৱাই ৰাজহুৱা ভাৱে চৰ শোধোৱাৰ ব্যৱস্থা কৰক ৷ কিহৰ ক্ষমা ?

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 2 месяца назад +436

    তাৰ চাকৰিটো শেষ কৰি দিব লাগে, ভৱিষ্যতে বেলেগ পুলিচে এনেকুৱা কাম নকৰে, দেউতাক নোহোৱা ঘৰ এখন চলোৱা কিমান কষ্ট সেই লৰাজনে বা দেউতাক নথকা লৰা ছোৱালীবোৰেহে বুজি পায়, টকা ভেটি দি চাকৰি লোৱা বিলাকে বুজি নাপায়।

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 2 месяца назад +28

      ই আগৰে পৰা বৰ অভদ্ৰ ।ঘোচ দি চাকৰী লোৱা ।তদন্ত কৰিলে সব গম পাব ।ভালদৰে অসমীয়া কেইটা লিখিব নোৱাৰে ।

    • @ytdesert3581
      @ytdesert3581 2 месяца назад +2

      police tenekuwai.... koi ki laav.

    • @nabanitarabha5271
      @nabanitarabha5271 2 месяца назад

      Right

    • @DragonEleven08
      @DragonEleven08 2 месяца назад +3

      বেলেগে কৰা হলে "Death Threat" বুলি arrest হল হয় ইমান পৰে... Police বাবে মাত্ৰ ২ মাহ মানৰ বাবে চাকৰি নাহিবলৈ কব আৰু সিমানেই... 2 মাহৰ পিছত সব normal হব চাই থাকক

    • @dilipmahanta8479
      @dilipmahanta8479 2 месяца назад

      ৰাম ৰাম কি আচৰিত​@@HappyKnittingYarn-wx1pw

  • @bipuldas5921
    @bipuldas5921 2 месяца назад +89

    এইজনে পুলিচ প্ৰশাসন ধ্বংস কৰিব মামা ব্যবস্তা লব লাগে 🙏🙏🙏

  • @dipaksonowal7166
    @dipaksonowal7166 2 месяца назад +131

    কঠোৰ শাস্ত্ৰী দিয়া উচিত

  • @firozali5653
    @firozali5653 2 месяца назад +161

    এনেকুৱা পুলিছ, তামোল পানৰ দোকানৰ জুগ্য

    • @Gitu502
      @Gitu502 2 месяца назад

      Nhy ..tamol pan dokani vl vodro ase ....aijon pogola kukur

    • @BinoyKumar-vs1es
      @BinoyKumar-vs1es 2 месяца назад

      Sakorir pora Uliyai dile Bikhari Boni jaab

    • @ashwiniborah7725
      @ashwiniborah7725 2 месяца назад

      আপুনি কি কব বিছাৰিছে তোমাল পানৰ বেপাৰি লগত মিলাইছে । এটা 420 মানুহক কি তোমোলা পানৰ বেপাৰি সন্মান নাই নি ?

    • @ashwiniborah7725
      @ashwiniborah7725 2 месяца назад +2

      সি এটা চৰকাৰ চাকৰ হে ।

    • @rinkushivam8759
      @rinkushivam8759 2 месяца назад +2

      তামোল পানৰ দোকান নহয়
      ভঙা-চিঙা প্লাষ্টিক বিক্ৰি কৰিলে ভাল লাগিৱ

  • @GaneshTamuli-qy2no
    @GaneshTamuli-qy2no 2 месяца назад +36

    মোৰ মতে আৰক্ষী বিভাগত এনেকোৱা আৰক্ষী ৯০%আছে ।পুলিচ সদায় ধনী মানুহৰ বাবে ।তেওঁলোকে টকাৰ ওপৰতহে চকু ৰাখে ।কাৰন ধনী মানুহৰ টকা বেচি কাৰনে আইন খন দুখিয়াৰ ফালে গতি কৰে ।এনেকোৱা উদাহৰন বহুত আছে ।সেয়েহে কওঁ এনকোৱা পুলিচ বোৰক চাকৰিৰ পৰা একেবাৰে উলিয়াই দিব লাগে । গাওঁত আহি যেতিয়া কচু ধেকীয়া বেচি লৰা ছোৱালি পুহ পাল দিব লাগিব তেতিয়াহে বুজি পাব দুখিয়া মানুহে কিমান কষ্ট কৰি লৰা ছোৱালিক পঢ়া শুনা কৰুৱাই ।

  • @nish2556
    @nish2556 2 месяца назад +20

    দেউতাক নথকা লৰা ছোৱালী হে জানে কিমান কষ্টত চলিব লাগে ।

  • @dhirenboruah4665
    @dhirenboruah4665 2 месяца назад +145

    এইটো আৰক্ষি নহই ই এটা গুন্দা

    • @footballlover-gl2tl
      @footballlover-gl2tl 2 месяца назад +1

      আচলতে dress ত আছে কাৰণে আমি একো কৰিব নোৱাৰো। কিন্তু চুটি লোৱাৰ পিছত এনেকুৱা গুণ্ডা গিৰি দেখালে হাত কাটি দিলোঁ হৈ

  • @GoutamBoruah-y9w
    @GoutamBoruah-y9w 2 месяца назад +66

    চাকৰি পৰা খেদিব লাগে এইটোক

  • @RudraYogi-pv8js
    @RudraYogi-pv8js 2 месяца назад +73

    Police জন আঠোঁ কাঢ়ি ক্ষমা খুঁজিব লাগিছিল ফাঁচি বজাৰ তে

  • @Dilipdas-zi4cd
    @Dilipdas-zi4cd 2 месяца назад +47

    পুলিচ জনতাৰ সেৱক নহয়, সিহঁত ধনী মানুহৰ সেৱক।

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 2 месяца назад

      ৯০% পুলিচ এনেকুৱা চৰিত্ৰয়ে।আৰোক্ষী দুখিয়াৰ বাবে নহয় ধনি আৰু মন্ত্ৰি এমেলেৰ বাবেহে পুলিচ বিষয়া।ইহতে দুখিয়াৰ মৰ্ম বেদনা বুজি নাপায়।এইবিলাকক তিৱাৰ জেলত ভৰাব লাগে।

  • @ayushaxom9123
    @ayushaxom9123 2 месяца назад +43

    এই পুলিচ জনক এনেকুৱা ব্যৱস্থা কৰিব লাগে যাতে ভৱিষ্যতে কোনো বিভাগত চাকৰি কৰিবলৈ সুবিধা নাপায়।

  • @Zazeee
    @Zazeee 2 месяца назад +83

    কেৱল চাচপেন কৰিলে এনেকুৱা মানুহে শিক্ষা নেপায় কাইলৈ আকৌ কৰিব। ইয়াক বৰ্খাস্ত কৰিব লাগে যাতে আনে ইয়াক দেখি শিক্ষা লয়

    • @pabitrabhuyan5266
      @pabitrabhuyan5266 2 месяца назад

      Suspension karila sakori najay naki,sir najano karana hudhilu

    • @bharattanti9115
      @bharattanti9115 2 месяца назад

      @@pabitrabhuyan5266 suspended korile sakori najai , ghorot bohi bohi half salary pai thake. Aitu kiba xasti hol neki ! Direct terminate koribo lage.

  • @NagenChBangthai
    @NagenChBangthai 2 месяца назад +37

    ভাগ্ধব বৰবৰাই ৰাজহূৱাভাৱে ক্ষমা খুজিব লাগিব !ঘটনাটোৱে অত্যন্ত দৃখ দিছে ।

  • @DipuDaniel
    @DipuDaniel 2 месяца назад +52

    আঠু কাঢ়ি ক্ষমা খুজিব লাগিব, কোন OC কেলা ।

  • @hemkantadhandia4716
    @hemkantadhandia4716 2 месяца назад +17

    পুলিচ জনক উচিত শাস্তি দিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছো । লগতে ভবিষ্যতে কোনো আৰক্ষী বিষয়াই এনেধৰনৰ কাম যাতে কৰিবলৈ সাহস নকৰে তাৰ ব্যৱস্থা কৰিব লাগে । ধন্যবাদ ।।

  • @prasantadutta6131
    @prasantadutta6131 2 месяца назад +13

    এনেকুৱা পুলিচে ভাল পুলিচৰ সন্মান ত, আঘাত কৰে একে বাৰে চাকৰি পৰা খেদিৱ লাগে

  • @Anilkovlogs55
    @Anilkovlogs55 2 месяца назад +47

    উচিত শাস্তি দিব লাগে

  • @bigboss.3213
    @bigboss.3213 2 месяца назад +36

    নিলম্বন কৰিলে নহ'ব, ইয়াক চাকৰি পৰা চিৰদিনৰ বাবে খেদিব লাগে আৰু ইয়াৰ চৰকাৰী সকলো সা-সুবিধা বন্ধ কৰি দিব লাগে।

    • @mrinalmedhi8346
      @mrinalmedhi8346 2 месяца назад +1

      ছাত্ৰ-ছাত্ৰী ৰ ওপৰত গুন্ডাগিৰী কৰা আৰক্ষী চাকৰিৰ পৰা বিদায় দিব লাগে।

  • @M17-f5l
    @M17-f5l 2 месяца назад +28

    বৰ দুখৰ বিষয়৷এইটোৰ ঘৰত লৰা ছোৱালী ককাই ভাই আছে নাই?নিজেই দুখ কষ্ট কৰি কোনো লৰা ছোৱালীয়ে নিজৰ ভৱিষ্যত গঢ়দিবলৈ চেষ্টা কৰিছে৷এনেকুৱা অযোগ্য আইন ৰক্ষকৰ হাতত সামান্য কথাতে জীৱন শেষ হবছোন৷ গতিকে এনেকুৱা আৰক্ষী উচিত শান্তি হব লাগে৷

  • @bobitasonowal4051
    @bobitasonowal4051 2 месяца назад +44

    দেখি বৰ দুখ লাগিছে এনে পুলিছ ক কথু শাস্ত্রি দিব লাগে |

  • @commenti5459
    @commenti5459 2 месяца назад +24

    ভাগিনহঁত বহুত ওপৰৰ মাল সেইকাৰণে সদায় দম

  • @axomiyabarta6373
    @axomiyabarta6373 2 месяца назад +12

    কিছুমান পুলিচে বৰ মতা দেখুৱাই আচল কামত হলে নাই। এইজনক কঠৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ বাবে দাবী জনালোঁ।

  • @Kiran-si2bf
    @Kiran-si2bf 2 месяца назад +46

    চাকৰি পৰা বৰ্খাস্ত কৰিব লাগে,

  • @kripalsaikia924
    @kripalsaikia924 2 месяца назад +23

    CM sir
    take strict action
    2025 ত ছাত্ৰ সমাজে ই গুৰুত্বৰ ভূমিকা ল'ব

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 2 месяца назад +3

    ধন্যবাদ ,কটনীয়ান ছাত্ৰ সমাজে হেঢা প্ৰয়োগ নকৰিলে অসম আৰক্ষী শুধৰণি নহ'ব । ছাত্ৰ সন্থা জিন্দাবাদ🤙🤙🤙🤙❤️❤️❤️🙏🙏🙏

  • @BabySarma-nw8xv
    @BabySarma-nw8xv 2 месяца назад +13

    কঠোৰ শাস্তি প্ৰদান কৰিব লাগে 🙏

  • @dipalidas3531
    @dipalidas3531 2 месяца назад +36

    অম্বুবাচী মেলাৰ সময়তো এওঁ বহু দাদাগিৰি কৰিছিল

  • @triptihazarika9185
    @triptihazarika9185 2 месяца назад +10

    দুখ লাগিল দেই তেওঁ নিজৰ পুতেক বুলি ভবা হলে কেতিয়াওঁ নাভাবিলে

  • @taradoi7957
    @taradoi7957 2 месяца назад +39

    মোৰ মনৰ দৃষ্টিৰে---------যি কম সঁচা কম ল।
    দিনে দিনে যেন কিছু কিছু পুলিচ প্ৰশাসনৰ অহংকাৰ , মইমতালি , গুণ্ডামি বাঢ়ি আহিছে যিটো শুভলক্ষণ নহয় । সংযমী হবলৈ যত্ন কৰিব লাগে । নৈতিকতা, মানৱতা, সততা জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে । মানুহক প্ৰেম কৰিবলৈ চেষ্টা কৰিব লাগে ।

  • @juriborah4605
    @juriborah4605 2 месяца назад +13

    ক্ষমা খুজিলেও, এইজনক এৰি দিব নালাগে

  • @ranjitkalita7994
    @ranjitkalita7994 2 месяца назад +19

    সুন্দৰ পদক্ষেপ। 👍

  • @M.G.615
    @M.G.615 2 месяца назад +24

    নিলম্বন কৰিলে পুনৰ চাকৰি ঘুৰাই পায়,কিন্তু চাকৰিৰ পৰা বৰখাস্ত কৰিলে উচিত শিক্ষা পাব।যাতে তেওঁ এদিন ডেলি কৰি পৰিয়াল পোহ পালন দিব লাগে।

  • @RantuDas-o1d
    @RantuDas-o1d 2 месяца назад +18

    মানুহ হিচাপে থকা দৰকাৰ পঢ়া শুনা কৰি এনে কৰিলে আমাৰ সমাজত লাজ লাগে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 месяца назад +11

    এই জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে মানব অধিকাৰ আয়োগত গোচৰ দিব লাগে।

  • @mousumihazarika6255
    @mousumihazarika6255 2 месяца назад +28

    সেই জন আৰক্ষী আৰক্ষী হোৱাৰ যোগ্য এই নহয়।

  • @TiluDas-w6s
    @TiluDas-w6s 2 месяца назад +11

    Student union jinda bad.very good dission cotton student.

  • @SibaDowerah
    @SibaDowerah 2 месяца назад +20

    পুলিছটোক ছাকৰিৰ পৰা খেদিলেহে জনতাৰ পুলিছৰ প্রতি এটা ভাল ভাৱ আহিব | পুলিছৰ গুন্দামি বেচি দিন নচলে

  • @MunuPatgiri
    @MunuPatgiri 2 месяца назад +7

    এনে মানসিকতাৰ আৰক্ষীক চাকৰিৰ পৰা বখাস্ত কৰাই উচিত শিক্ষা।

  • @bijukumarpegu4361
    @bijukumarpegu4361 2 месяца назад +6

    সেই জন আৰক্ষীক তীব্ৰ গৰিহণা যোগ্য। আৰক্ষীৰ ক্ষমতা আছে বুলি আইন হাতত তুলি লোৱাটো মানি লব পৰা নাই। তেখেতক এই চাকৰি পৰা বৰ্খাস্ত কৰি দিব লাগে। ক্ষমতা থাকিলে যি মন যায় তাকে কৰিব নাপায়।

  • @ManikKakoti-p8j
    @ManikKakoti-p8j 2 месяца назад +11

    Good step student union

  • @Khanfunnyvideo-vw4vt
    @Khanfunnyvideo-vw4vt 2 месяца назад +48

    Police jonok suspend korok 3 year's jail ত ভৰাব লাগে

    • @Riku-i3j
      @Riku-i3j 2 месяца назад +7

      Suspend korile ki hbo adha dormoha khai bohi thakibo 😂 ekebare ulai dibo lage

  • @robinboro5764
    @robinboro5764 2 месяца назад +3

    আমি police শব্দৰ অৰ্থ শান্তি বাহিনী বুলি বুজি পাও কিন্তু বৰ্তমান police সকলোৰ কামৰাজে আমাক ঘিন কৰিবলৈহে শিক্ষা দি আছে দেখোন বেয়া লাগে এই বোৰ শুনিলে ।

  • @meghalinath6699
    @meghalinath6699 2 месяца назад +4

    সোনকালে আৰক্ষীজনক চাকৰিৰ পৰা উলিয়াই দিব লাগে যাতে দ্বিতীয় বাৰ কোনো আৰক্ষী বিষয়াই এনেকুৱা ভূল কৰিবলৈ সাহস নকৰে | ধন্যবাদ ভিডিও বনোৱা জনক |

  • @RohimUddin-mb5vl
    @RohimUddin-mb5vl 2 месяца назад +3

    পুলিচ যদি এনেকুৱা বেয়া ব্যৱহাৰ কৰে তেন্তে ক্ষমা খুজব লাগিব।

  • @Bikashboruah-u9q
    @Bikashboruah-u9q 2 месяца назад +20

    সি পুলিছত চাকৰি নকৰিলেও অসম চলিব

  • @lakhimaiburagohain7833
    @lakhimaiburagohain7833 2 месяца назад +7

    হায় মানৱতা নাপাই দেই ৷আমাৰ লৰাও বাহিৰত পঢ়া শুনা কৰি আছে৷আমিও মাতবোৰ চিনতিত

  • @animachetia2172
    @animachetia2172 2 месяца назад +16

    উচিত বিচাৰ হ'ব লাগে,

  • @BinapaniBoruah
    @BinapaniBoruah 2 месяца назад +5

    এই জন আৰক্ষীক চাকৰিৰ পৰা নিলম্বন কৰক

  • @mintumoniduwarah3595
    @mintumoniduwarah3595 2 месяца назад +3

    পুলিচ জনে ল'ৰা জনৰ পঢ়া শুনাৰ খৰচ দিয়ক।

  • @indiraborgohain8277
    @indiraborgohain8277 2 месяца назад +9

    ৰাজ্যৰ মূৰব্বী হিচাপে থকা গূহবিভাগৰ দ্বায়িত্বত থকা ব্যক্তি জনেই যদি তোলোঙা মন্তব্য যতে ততে দি থাকে, তেওঁৰ দ্বায়িত্বত থকা গূহবিভাগৰ পৰা ইয়াতকৈ সাধাৰণ জনতাই কি আশা কৰিৱ পাৰে।।

  • @mantusharma9962
    @mantusharma9962 2 месяца назад +11

    Jai Aai Axom

  • @BiswajitDutta-y4g
    @BiswajitDutta-y4g 2 месяца назад +2

    পুলিচৰ বৰ্বৰতাৰ বিৰূদ্ধে মানুহ একত্ৰিত হোৱাৰ সময় হ’ল৷

  • @bornalihazarika448
    @bornalihazarika448 2 месяца назад +14

    পুলিচৰ ব্যৱহাৰ অত্যন্তই লাজ লগা ৷লৰাটোৱে ভুল কৰিছে ভালকৈ বুজাই দিব লাগে ৷খোলা ঠাইত এনেকৈ লোকক দেখুৱাই মাৰি নিজক বীৰত্ব দেখুৱাব খুজিছে ৷মানৱতাৰ গুণ নথকা আৰু ব্যৱহাৰ নজনা এইবোৰ পুলিচে কেৱল নিজক বাহ বাহ লবলৈ ৰাস্তা ঘাটে এইবোৰ কৰি দেখুৱাই ৷

  • @daisykalita2666
    @daisykalita2666 2 месяца назад +9

    Police jonok sakorir pora xedibo lage long live r karone

  • @munindeka8722
    @munindeka8722 2 месяца назад +10

    চাকৰীৰ পৰা অব্যাহতি দিব লাগে

  • @luhittalukdar7202
    @luhittalukdar7202 2 месяца назад +6

    সময় বেছি হ'ল। বৰ্খাস্তৰ খবৰ টো দিয়ক।

  • @rituraj3108
    @rituraj3108 2 месяца назад +17

    চাকৰিৰ পৰা খেদিব লাগে তাক

  • @lalitpukan4197
    @lalitpukan4197 2 месяца назад +3

    এনে কোৱা অনেক আৰক্ষী আছে যি নিজকে বৰমতা দেখুৱাই। উচিত শাস্তি দিব লাগে।

  • @rupdhannath6894
    @rupdhannath6894 2 месяца назад +17

    Himantor চৰকাৰী পোহনীয়া গুণ্ডা এইবোৰ,chance লৈ থাকি পিঠি বহল kori দিলেই হল তাকো

  • @HireswarBoro-zf3ob
    @HireswarBoro-zf3ob 2 месяца назад +1

    এই আৰক্ষীৰূপী অসুৰটো ক্ষমাৰ যোগ্য নহয়। এইজনক এনেকুৱা শাস্তি দিওক যে এজন বেয়া আৰক্ষীৰ উদাহৰণ হব লাগিব ।

  • @gujaratdeuri1782
    @gujaratdeuri1782 2 месяца назад +3

    এনেকুৱা তেজ গৰম বোৰক কাশ্মীৰত শত্ৰুৰ লগত যুঁজিবলৈ ব'ৰদাৰলৈ পঠাব লাগে ।
    ডিগ্ৰেদ কৰিব লাগে !

  • @dipanjalidas7360
    @dipanjalidas7360 2 месяца назад +2

    kam kari nije gharoro daitya palan kara lora bahut kam ajikali Mr Hajorika proud of you brother 🙏

  • @Sonowal-g8b
    @Sonowal-g8b 2 месяца назад +3

    ছাএ হোৱা বাবে সকলো ৰাইজৰ চকুত পৰিলে। কিন্তু দুখীয়া নিচলা ৰাইজক পুলিচে কিমান পৰিমাণৰ টকা আমি দিও। সেয়ে পুলিছে সেই কাম কৰে তাক ফাঁচি দিব লাগে।

  • @jinusaikia2652
    @jinusaikia2652 2 месяца назад +6

    Mojaa
    Maff khujiboi lagiboo .

  • @ShahidulAlom-e5k
    @ShahidulAlom-e5k 2 месяца назад +10

    Jabat jibon Jail habo lage

  • @montukachari8861
    @montukachari8861 2 месяца назад +3

    Good step.. power dekhai❤❤❤

  • @geetadas4889
    @geetadas4889 2 месяца назад +4

    মাফ খুজিব লাগিব

  • @aslamahmed6824
    @aslamahmed6824 2 месяца назад +3

    Axom safe nohoi Anekua Police r Hatoth.....Dismissed koribo laga....JOY AI AXOM

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 2 месяца назад +7

    মানুহ বিলাকে ক্ষমতা পালেই কিয় বিতৰ্কিত হৈ পৰে?

  • @BjpHatao
    @BjpHatao 2 месяца назад +4

    বৰ্খাস্ত কৰক সোনকালেই। y
    ই যোগ্য নহয় পুলিচৰ।

  • @sanatanrajbongshi1981
    @sanatanrajbongshi1981 2 месяца назад +4

    ক্ষমা খুজিলেই সকলো সমাধান হলে আমিও অপৰাধ কৰি ক্ষমা খুজিলে আইনে ক্ষমা কৰিব নেকি

  • @mintusaikia8875
    @mintusaikia8875 2 месяца назад +1

    চৰকাৰক বিশেষ ভাবে অনুৰোধ জনালোঁ যাতে সেই ভুক্ত ভুগী লৰা জনক সেই পুলিচ জনক বৰ্খাস্ত কৰি চাকৰিটো দিয়ে।

  • @nilakhisabhapandit6258
    @nilakhisabhapandit6258 2 месяца назад +7

    মাৰ পিত কৰাৰ কোনো যুক্তি নাই ৷

  • @AjitBorah-j9u
    @AjitBorah-j9u 2 месяца назад

    A Moja,Very good decection ,

  • @bipulmahanta-sq8os
    @bipulmahanta-sq8os 2 месяца назад +3

    bohut vaal policer manuhe anekua avadra police thakile sakori koribolou amoni pai ASE bohut vaal police anekua polick sakorir pora akebare khedib Lage

  • @zreducationallive8000
    @zreducationallive8000 2 месяца назад +2

    We want justice

  • @rajibbora1813
    @rajibbora1813 2 месяца назад +5

    মানুহ মানুহৰ বাবে নাপায় 🎉

  • @AMALSRIAMALTALUKDAR
    @AMALSRIAMALTALUKDAR 2 месяца назад

    এনেকুৱা আৰক্ষী বিষয়াক ফাঁচী কাঠত অলমাব লাগে । জয় আই অসম ।।।

  • @ManamohanBarman
    @ManamohanBarman 2 месяца назад +6

    কিছুমান পুলিচ পোছাক পিন্ধাৰ পিছত নিজকে পাহৰি যায়, গতিকে এনেকুৱা বেবহাৰ কৰা পুলিচ কৰ্মী ক কঠোৰ শাস্তিৰযোগ্য

  • @RiznurRahman
    @RiznurRahman 2 месяца назад +2

    Suspended nohoi TERMINATE korok nohole aku koribo anakua kando😢

  • @nityanandadeka2478
    @nityanandadeka2478 2 месяца назад +3

    ক্ষমা খোজা ৰ লগতে ৬ মাহ ৰ দৰমহা কৰ্তন কৰক.... অভদ্ৰ পুলিচ জন ৰ

  • @lulalu6707
    @lulalu6707 2 месяца назад +1

    মই বিছাৰু চাকৰি কৰিবলৈ নিদিবলৈ ভাগৱ বৰবৰা মুৰদাবাদ

  • @bimalrabha8554
    @bimalrabha8554 2 месяца назад +3

    Ene police k tuminat koribo lage.

  • @AvaraniHazarika
    @AvaraniHazarika 2 месяца назад +1

    বিবেচনা সহানুভুতি দয়ামমতা অন্তৰত একেবাৰেই নথকা কোনো লোকেই কোনো বিভাগীয় চাকৰিৰ বাবে উপযুক্ত নহয় ৷ইমান নিৰ্দ্দয় নৃশংসভাৱে অত্যাচাৰ কৰিব পৰা এটা সৰু দোষৰ বাবেই এইজন এজন ব্যক্তি বা মানুহ হ’ব নোৱাৰে গতিকে এজন সৰু ল’ৰাৰ ওপৰত এনে বৰ্ব্বৰতা কৰিব পৰা মানসিকতাৰ লোকজনক কেৱল নিলম্বন কৰা বিষয়টো আচৰিত আৰু আচৰিত একে সময়তে ইমান অত্যাচাৰ কৰিও মাৰি পেলাবলৈও উদ্যত হৈছে ৷কি ভয়ানক উঠি অহা প্ৰজন্ম আৰু সমাজৰ বাবে ৷

  • @Sailendas3352
    @Sailendas3352 2 месяца назад +7

    Mari pelam boli koise... attempt to murder case hobo lage.... police jonr oport....

  • @motoblogs98
    @motoblogs98 2 месяца назад +1

    Video June korise salute disu❤

  • @aavabathel3954
    @aavabathel3954 2 месяца назад +3

    তেওঁ এজন পুলিচ হয় বাবে ‌ইমান ল'ৰা জনক মাৰ পিট কৰিব পাৰেনিকি তেওঁৰ বিচাৰ হ'ব লাগে

  • @amulyakumarpathak7617
    @amulyakumarpathak7617 2 месяца назад

    কঠোৰ শাস্তি দিয়ক যাতে ভবিষ্যত লৈ এনেকুৱা কাম নকৰে

    • @PapluBaruah
      @PapluBaruah 2 месяца назад

      Dukhia manuhe vat khabo nelage neki kothur bibostha lobo lage

  • @NizaraTalukdar-v4s
    @NizaraTalukdar-v4s 2 месяца назад

    তেখেতে এজন সাধাৰণ ল'ৰাৰ ওপৰত হাত উঠোৱাটো উচিত হোৱা নাই। আইন উলঙ্ঘন কৰিলে তাৰ ব্যৱস্থা আছে। সেইটো নকৰি হাত উঠোৱাটো উচিত নহয় গতিকে আগলৈ যাতে কোনো আৰক্ষী বিষয়াই এনেকুৱা কাম কৰিবলৈ ভয় কৰে তাৰ বাবে এইজন আৰক্ষী বিষয়াক উচিত শাস্তি প্ৰদান কৰিব লাগে।

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 2 месяца назад

    আৰক্ষী শান্তি ৰক্ষাৰ বাবেহে অশান্তিৰ বাবে নহয়।

  • @MrJui891
    @MrJui891 2 месяца назад +1

    পুলিছ হল বুলিয়েই যে সাধাৰন ৰাইজক এইদৰে বেবহাৰ কৰিব সেইটো টো নহয় । আছলতে পুলিছ বুলি কলে এটি দাদাগিৰিৰ দল যেনহে লগা হৈছে। পইছা নোখোৱালে টো সাধাৰন ৰাইজৰ কামেই নকৰে । আমাৰ তেজপুৰ টেফিক কেইটাকো এই দৰে ব্যৱস্থা লব লাগিছিল । আজিও তেওলোকক পইছা নিদিলে কামেই নহয় । কেলা ! ইহতে সাধাৰন ৰাইজক কি ভাবে....তহতো যে মানুহেই হয় ভাৱি নাচায় কিয়

  • @kishorebaruah9557
    @kishorebaruah9557 2 месяца назад +2

    এনেকুৱা পুলিচক মন্ত্ৰী বিধায়কৰ ঘৈণীয়েকৰ মেখেলা, পেটিকোত ধোৱা কামত নিয়োগ কৰিব লাগে।

  • @monjitaneog801
    @monjitaneog801 2 месяца назад +2

    এই জন আৰক্ষী বিষয়াৰক নিলম্বন কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

  • @kinaramdas5198
    @kinaramdas5198 2 месяца назад +1

    অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী মহোদয় আপোনা ৰাজত্বত আপোনাৰ আৰক্ষী ৰূপি গুণ্ডা বাহিনীয়ে জনতাৰ ওপৰত বৰ্বৰ অত্যাচাৰত নামি পৰিলে জনতা কি দৰে জীয়াই থাকিব তাৰ উত্তৰ দিয়ক আৰু ভবিষ্যতে কোনো গুণ্ডা ৰূপি আৰক্ষীয়ে জনতাক এনে বৰ্বৰ অত্যাচাৰ কৰিবলৈ সাহস নকৰে তাৰ বাবে এটা ব্যৱস্থা গ্ৰহন কৰি সেই আৰক্ষী জনক শাস্তি পদান কৰে।

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 2 месяца назад

    ইয়াক চাকৰিৰ পৰা খেদাওক। বহু ভাল ল'ৰা ঘৰত বহিআছে😢😢

  • @AboniKhaklary-x4i
    @AboniKhaklary-x4i 2 месяца назад

    Cm sir please take strict action ....

  • @ag5541
    @ag5541 2 месяца назад +1

    এনেকুৱা ব্যক্তিক নিলম্বিত নহয়,একেবাৰে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে,তেতিয়াহে তেনে ব্যক্তিয়ে ভবিষ্যতলৈ শিক্ষা পাব।

  • @manashgogoi7747
    @manashgogoi7747 2 месяца назад +1

    এই OC ক অকল Suspend কৰিলেই নহয়, ইয়াক সেই ঠাইত নি ক্ষমা খুজাব লাগে আৰু চাকৰিৰ পৰা বাহিৰ কৰি দিব লাগে। নহ'লে এনেকোৱা ভূল আকৌ কৰিব , department এই suspend কৰিব, আকৌ ক্ষমা খুজিব..... এইবোৰ নাটক বন্ধ হ'ব লাগে । ছাত্ৰ সমাজ জাগক.......