HAI OI MORIJAU || হায় ঐ মৰিযাওঁ || BIJAY BISHAL || JANMONI PHUKON || BIHU SONG 2023 ||

Поделиться
HTML-код
  • Опубликовано: 11 фев 2025
  • Bijay Bishal Musical Presents
    HAI OI MORIJAU হায় ঐ মৰিযাওঁ
    Singer: Bijay Bishal
    Lyrics & Tune: Bijay Bishal/Deepjyoti
    Director: Janmoni Phukon
    Mix-Master: Bijit Changmai
    Dhul: Bishwar Gogoi,Rocktim Phukon
    Flute: Bitupan Gogoi
    keyboard Melody: Bhadrakanta Das
    Studio: Rhythm Park
    voice recording - studiou fusion
    Cover & Lyrical video Design: Indrajit Chetia
    Special Thanks
    Rajiv sarmah
    Priyonka Baruah বৌ
    Anjan Saikia
    Trideep GOGOI
    Bastav Kumar
    Bijit Chetia
    Baskar GOGOI
    Dhonti Chutia
    Amar
    Rupam Saikia
    ওঁহো আহা হায় ঐ মৰিযাওঁ সুমলা নে বিম-অ..অ..
    বাৰীৰে চুকতে মই যেন মৰিযাওঁ সুমলা নে বিমলা
    ঘূৰ ঘূৰ ঘূৰ ঘূৰ এ মইনা বুঢ়া গৰুৰ পোকৰত
    মই খেতি কৰোঁ এ মইনা শাওনৰে পথাৰত
    ঘূৰ ঘূৰ ঘূৰ ঘূৰ এ মইনা বুঢ়া গৰুৰ পোকৰত
    মই খেতি কৰোঁ এ মইনা শাওনৰে পথাৰত
    ম’হৰ খোজৰ পানীকে
    ম’হৰ খোজৰ পানীকে খাই ৷
    চাহ জলপান দিবিহি বোকাপানী গছকি
    এ মইনা যিদিনাই হ’বিহি জীৱনৰে লগৰী তই ৷
    জিন্দেগী জীৱনত হায় ঐ মনেতৰা
    লালদাগি ঐ বহিলে লালদাগি ঐ বহিলে
    শ্ৰীমতী মোৰ কপালত নাই ৷
    জীয়া যৌৱনতে হায়ৈ মনেতৰা
    কলিজাখন ঠেকেচি কলিজাখন ঠেকেচি
    এজনীয়ে ভাঙি থৈ যায় ৷
    ঐ চোৱাইছিলোঁ বাছনি তোৰে মোৰে কাহিনী
    ঢলা নে ঐ শদিয়াত ওলাইছিল তোৰে দৰা
    পিচে নুশুনো কাৰো কথা
    বহাগত পাতিম বিয়া
    বিয়া বিয়া বুলোতেই বয়স যাব এতিয়া
    বয়স যাব এতিয়া মোৰ ৷
    বয়স যাব এতিয়া
    বয়স যাব এতিয়া তোৰ ৷
    #morijau #bijaybishal #assamesesong2023

Комментарии • 231